Inkscape/C3/Create-patterns-in-Inkscape/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নম্সকাৰ দৰ্শক সকল. Inkscape ত Create patterns ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগত। |
| 00:06 | এই টিউটোৰিয়েলত আমি প্যাটার্ন তৈয়াৰ কৰা
ক্লোনিং , পাথৰ সৈতে প্যাটার্ন, স্প্রে টুল আৰু পাথ এফেক্ট এডিটৰৰ ব্যবহাৰ শিকিম। |
| 00:17 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো,
উবুন্টু লিনাক্স 12.04 OS Inkscape সংস্কৰণ 0.48.4 |
| 00:27 | Inkscape খুলক। |
| 00:29 | Star টুলত টিপক আৰু ক্যানভাসত এটা স্টাৰ আঁকক। |
| 00:33 | এতিয়া Selector টুলত টিপক। |
| 00:36 | Tools controls বাৰত width আৰু height প্যাৰামিটাৰ 40 ত সলাওক। |
| 00:42 | ইয়াত জুম ইন কৰি একেবাৰে স্টাৰত টিপক। |
| 00:46 | লক্ষ্য কৰক যে এতিয়া pivot point দৃশ্যমান। স্টাৰ অবজেক্টৰ কেন্দ্রত প্লাস আকৃতি আছে। |
| 00:53 | ইয়াতে প্রদর্শিত পাইভট পয়েন্টত টিপি এটা স্টাৰ পৰা দুৰত অতৰুৱাই লৈ যাওক। |
| 00:59 | এতিয়া, Edit মেনুত যাওক, Clone ত টিপক আৰু তাৰপিছত Create Tiled clones ইয়াত। |
| 01:06 | এটা নতুন ডায়লগ বাক্স খোলে। আপোনি প্রতিটা ট্যাবৰ তলত অনেক ট্যাব আৰু বিকল্প পাব পাৰে। |
| 01:15 | Symmetry ট্যাবৰ তলত আমি বিভিন্ন মেথডৰ সৈতে এটা ড্রপ ডাউন মেনু চাব পাৰো। এই ডেমোৰ বাবে, আমি simple translation বিকল্প ৰাখিম। |
| 01:25 | ৰো আৰু কলম প্যাৰামিটাৰ যথাক্রমে 1 আৰু 40 ত সলাওক। |
| 01:32 | ইয়াৰ পিছত Shift ট্যাবত যাওক। ইয়াত দেখোৱা Per column ইয়াৰ তলত Shift X প্যাৰামিটাৰৰ শতাংশ -100 ত সলাওক। |
| 01:41 | ইয়াৰ পিছত Rotation ট্যাবত যাওক। Per column ইয়াৰ তলত Angle ক 10 লৈ সলাওক। |
| 01:48 | এতিয়া Create বোতামত টিপক। চাওক যে স্টাৰৰ সৈতে এটা বৃত্তৰ প্যাটার্ন তৈয়াৰ হৈছে। |
| 01:55 | একেইভাবে, সুন্দৰ প্যাটার্ন বনাবলৈ Create Tiled clones ইয়াৰ অন্যান্য বিকল্প ব্যবহাৰ কৰিব পাৰে। |
| 02:01 | এই স্টাৰ বৃত্ত অতৰুৱাই দিয়ক |
| 02:04 | ইয়াৰ পিছত আমি এটা পাথৰ লগতে প্যাটার্ন তৈয়াৰ কৰা শিকিম। |
| 02:09 | Rectangle টুল নির্বাচন কৰক আৰু এটা বৃত্তাকাৰ আয়তক্ষেত্র আঁকক। এইটোৰ ৰঙ সেউজীয়া কৰি Selector টুলত টিপক। |
| 02:20 | Tool controls বাৰত, Width ক 540 ত আৰু Height ক 250 ত সলাওক। |
| 02:28 | ইয়াৰ পিছত Star টুল ব্যবহাৰ কৰি এটা স্টাৰ প্যাটার্ন আঁকক। |
| 02:32 | Selector টুলত টিপক। Tool controlsৰ বাবে Width আৰু Height ক 50 ত সলাওক। |
| 02:40 | এইটোক আয়তক্ষেত্রৰ উপৰৰ বাঁফালৰ প্রান্তত ৰাখক। |
| 02:45 | উভয় আকাৰ নির্বাচন কৰক। Extensions মেনুত যাওক। |
| 02:48 | Generate from path ইয়াত টিপক আৰু তাৰপিছত Pattern along Path. |
| 02:55 | Copies of the patterns বিকল্প Repeated ইয়াত আৰু Deformation type বিকল্প Ribbon ত সলাওক। |
| 03:03 | Apply বোতামত আৰু Close বোতামত টিপক। চাওক যে এটা সুন্দৰ প্যাটার্ন আয়তক্ষেত্রৰ সীমাৰ উছৰত গঠিত হৈছে। |
| 03:11 | Path effects ব্যবহাৰ কৰি অন্য আৰু এটা প্যাটার্ন তৈয়াৰ কৰো। |
| 03:16 | Bezier টুল নির্বাচন কৰক এটা তৰঙ্গায়িত পাথ আঁকক। |
| 03:20 | Path মেনুত যাওক। Path Effects Editor ত টিপক। এটা ডায়লগ বাক্স খোলে। |
| 03:27 | Apply new effect ড্রপ ডাউন মেনুত টিপক। লক্ষ্য কৰক যে ইয়াতে বিভিন্ন এফেক্ট তালিকাভুক্ত আছে। |
| 03:33 | Gears নির্বাচন কৰি আৰু তাৰপিছত Add ত টিপক। আকৃতিত পৰিবর্তন লক্ষ্য কৰক। |
| 03:41 | ইয়াৰ পিছত Sketch নির্বাচন কৰক আৰু Add বোতামত টিপক। এফেক্ট লক্ষ্য কৰক। |
| 03:48 | Path Effect Editor ত আপোনি বর্তমান এফেক্ট সম্পর্কিত বিভিন্ন প্যাৰামিটাৰ পাব পাৰে। |
| 03:54 | ইয়াৰে এটাক সলাও। ধৰক, Strokes. এইটোকে 10 লৈ সলাওক আৰু Enter টিপক। অবজেক্টত পৰিবর্তন লক্ষ্য কৰক। |
| 04:03 | এতিয়া Path Effect Editor ডায়ালগ বাক্স বন্ধ কৰক। |
| 04:08 | সকলো আকৃতি নির্বাচন কৰক আৰু এটা একফালে অতৰুৱাই আনক। |
| 04:12 | ইয়াৰ পিছতSpray টুল ব্যবহাৰ কৰি এটা গছৰ প্যাটার্ন তৈয়াৰ কৰা শিকিম। |
| 04:18 | Bezier টুল নির্বাচন কৰক। ইয়াতে প্রদর্শিত এটা গছৰ কান্ড আকি ইয়াৰ ৰঙ বাদামি কৰক। এতিয়া এটা গাছৰ পাত আকি ইয়াৰ ৰঙ সেউজীয়া কৰক। |
| 04:38 | Spray টুল নির্বাচন কৰক আৰু পাতৰ আকাৰত টিপক। |
| 04:43 | এতিয়া মাউস এৰি নিদিয়াকৈ গছ আঁকিবলৈ এটা কান্ডৰ উছৰেদি ড্রেগ কৰক। |
| 04:51 | এটা বৃক্ষৰ আকাৰ গঠিত হৈছে। |
| 04:55 | এতিয়া এই পর্যন্তই। সংক্ষিপ্তকৰণ কৰো। |
| 04:58 | এই টিউটোৰিয়েলত আমি প্যাটার্ন তৈয়াৰ কৰিবলৈ
ক্লোনিং, পাথৰ সৈতে প্যাটার্ন, স্প্রে টুল আৰু পাথ এফেক্ট এডিটৰৰ ব্যবহাৰ দেখিছো। |
| 05:08 | নির্দেশিত কাম হিসাবে এটা বৃত্তাকাৰ আৰু ৰঙিন প্যাটার্ন আঁকক। |
| 05:12 | আপোনাৰ সম্পন্ন কাম এই ৰকমে হোৱা উচিত। |
| 05:16 | এই লিঙ্কত উপলব্ধ ভিডিওটা প্রকল্পক সংক্ষেপে বোঝায়। এইটো চাওক। |
| 05:23 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্রও দিয়ে। বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক। |
| 05:32 | স্পোকেন টিউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
| 05:41 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ। |