Digital-Divide/C2/Introduction-to-PAN-Card/Assamese

From Script | Spoken-Tutorial
Revision as of 11:24, 29 October 2015 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 Introduction to PAN card ৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত শিকিম:
00:08 PAN কার্ড সম্পর্কে,
00:10 PAN কার্ডৰ স্ট্রাকচাৰ আৰু বৈধতা(Validation),
00:14 PAN কার্ডৰ প্রয়োজনীয়তা আৰু
00:16 নিজৰ PAN কার্ড সম্পর্কে জানা।
00:18 PAN কার্ড মানে হল Permanent Account Number
00:23 PAN কার্ড এইৰকমে দেখাত হয়।
00:28 এইটো 10 অঙ্কৰ আল্ফা-নিউমেৰিক সমাহাৰ (combination) হয় যি আইন সংস্থা দ্বাৰা জাৰি কৰা হয়।
00:35 এইটো ভাৰতীয় আয়কৰ বিভাগৰ দ্বাৰা (Indian Income Tax Department) জাৰি কৰা হয়।
00:40 PAN কার্ডৰ সবতচে গুৰুত্বপূর্ণ উদ্দেশ্য হল
00:44 সিনাক্তকৰণ কৰা আৰু
00:48 সেই সংস্থাৰ আর্থিক আদান-প্রদানৰ তথ্য ৰাখা।
00:53 PAN কার্ডৰ তথ্য:
00:55 PAN অনন্য, জাতীয় আৰু স্থায়ী হয়।
01:00 ঠিকনাৰ পৰিবর্তন দ্বাৰা এইটো প্রভাবিত নহয়।
01:03 একাধিক PAN কার্ড ৰাখা অবৈধ(illegal)।
01:07 কোনে কোনে PAN কার্ড পাব পাৰে?
01:10 এজন ব্যক্তি।
01:12 কম্পানি।
01:15 HUF অর্থাৎ হিন্দু আনডিভাইডেড ফ্যামিলি।
01:19 ট্রাস্ট আৰু অন্যান্য সংস্থা।
01:22  আমাক কিয় PAN কার্ড প্রয়োজন হয়?
01:25 PAN কার্ড গুৰুত্বপূর্ণ ফটো আইডি প্রমাণ হিসাবে কাম কৰে।
01:30 PAN কার্ডে, ব্যাংকৰ অ্যাকাউন্ট খুলিবলৈ সাহায্য কৰে।
01:38 সম্পদ কিনিবলৈ বা বেচিবলৈ এইটোৱে সাহায্য কৰে।
01:43 এইটো প্রাপ্য কৰ(taxable) যোগ্য বেতনত অ্যাকাউন্টিংৰ উদ্দেশ্যত ব্যবহৃত হয়। 
01:50 আয়কৰ ৰিটার্ন ফাইল(Income Tax Returns) কৰিবলৈ সহায়ক হয়।
01:53 শেয়াৰ ট্রেডিংৰ বাবে ডিম্যাট অ্যাকাউন্ট খুলিবলৈ ডকুমেন্টাৰী প্রমাণ হিসাবে ব্যবহৃত হয়।
01:59 ব্যাংকৰ পৰা 50,000 ৰ অধিক টকা তোলাৰ বাবে ডকুমেন্টাৰী প্রমাণ হিসাবে ব্যবহৃত হয়।
02:07 এইটো টুল হিচাবে কৰ খেলাপিৰ(tax defaulters ) উপৰত নিয়ন্ত্রণ ৰাখিবলৈ আইটি বিভাগক সহায়তা কৰে। 
02:13 এইটো পৰোক্ষভাবে(indirectly) তাৰ ক্রেডিট হিস্ট্রিক অনুসৰন কৰি সম্পন্ন কৰা হয়। 
02:18 এইটো Tax Deductions at Source (TDS) প্রাপ্ত কৰিবলৈ ডকুমেন্টাৰী প্রমাণ হিসাবে ব্যবহৃত হয়।
02:27 পাসপোর্টৰ আবেদনৰ বাবে এইটো ডকুমেন্টাৰী প্রমাণ।
02:31 ঠিকনা পৰিবর্তন কৰিবলৈ
02:32 আৰু অন্যান্য কিছু প্রাসঙ্গিক তথ্য প্রাপ্ত কৰিবলৈ।
02:40 50,000 ৰ অধিক টকা ফিক্সড ডিপোজিটৰ বাবে।
02:47 25,000 ৰ অধিক টকা হোটেল বিল আৰু ভ্রমণৰ খৰচ শোধ কৰিবলৈ।
02:56 ক্রেডিট কার্ড জাৰি কৰাৰ আবেদনৰ বাবে।
03:05 টেলিফোন সংযোগৰ আবেদনৰ বাবে।
03:10 PAN ৰ স্ট্রাকচাৰ এইৰকমে হয়।
03:13 প্রথম পাঁচটা ক্যাৰেক্টাৰ অক্ষৰ, তাৰপিছত চাৰিটা সংখ্যা আৰু শেষৰ ক্যাৰেক্টাৰ অক্ষৰ।
03:21 প্রথম তিনটা অক্ষৰ AAAৰ পৰা ZZZ পর্যন্ত অক্ষৰৰ ক্রম হয়।
03:29 চতুর্থ ক্যাৰেক্টাৰে কার্ড ধাৰকৰ ধৰণ সম্পর্কে কয়। প্রতিটো মূল্যায়ন অনন্য হয়।
03:36 ব্যক্তিৰ বাবে P
03:38 কম্পানিৰ বাবে C
03:41 হিন্দু আনডিভাইডেড ফ্যামিলিৰ বাবে H
03:45 ফার্ম ৰ বাবে F
03:47 অ্যাসোসিয়েশন অফ পার্সন্সৰ (AOP) বাবেA
03:51 ট্রাস্টৰ বাবেT
03:53 বডি অফ ইন্ডিভিজ্যুয়ালসৰ(BOI) বাবেB
03:57 লোকেল অথাৰিটিৰ বাবে L
04:01 আর্টিফিশিয়াল জুৰিডিকল পার্সনৰ বাবে J
04:05 গভর্নমেন্টৰ বাবে G
04:07 PAN ৰ পঞ্চম ক্যাৰেক্টাৰ:
04:10 ব্যক্তিগত PAN কার্ডৰ ক্ষেত্রত, ব্যক্তিৰ সাৰ নেম বা লাস্ট নেমৰ প্রথম ক্যাৰেক্টাৰ,
04:18 প্রদর্শিত ইমেজত, সাৰনেম হল Yadav সেয়ে পঞ্চম ক্যাৰেক্টাৰ হল Y.
04:26 কম্পানি / HUF / ফার্ম বা অন্য ধৰনৰ PAN কার্ডৰ ক্ষেত্রত সত্তা(Entity)/ ট্রাস্ট/ সোসাইটি/ সংস্থাৰ নাম। 
04:38 ইয়াত ট্রাস্টৰ নাম হল Shanoz
04:42 সেয়ে পঞ্চম ক্যাৰেক্টাৰ হল S.
04:46 শেষৰ ক্যাৰেক্টাৰ হল আল্ফাবেটিক চেক ডিজিট।
04:50 PAN কার্ড জাৰি কৰাৰ তাৰিখ PAN কার্ডৰ সোফালে উল্লেখ কৰা হয়।
04:59 নতুন আৰু বিদ্যমান PAN নম্বৰ বৈধ(validate) বা প্রমাণ কৰিবলৈ নিম্ন লিঙ্কত যাওক।
05:10 সংক্ষেপে
05:12 ইয়াত শিকিছো:
05:15 PAN কার্ড সম্পর্কে।
05:16 PAN কার্ডৰ স্ট্রাকচাৰ আৰু বৈধতা।
05:19 PAN কার্ডৰ প্রয়োজনীয়তা আৰু
05:21 নিজৰ PAN কার্ড সম্পর্কে জানা।
05:23 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
05:27 এইটোৱে প্রকল্পক সংক্ষেপে বোঝায়।
05:30 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
05:34 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে
05:36 স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।।
05:40 যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
05:43 আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক ।
05:50 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
05:54 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
06:01 এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
06:11 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
06:14 মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ।

Contributors and Content Editors

Mousumi