Digital-Divide/C2/Introduction-to-PAN-Card/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | Introduction to PAN card ৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
| 00:06 | এই টিউটোৰিয়েলত শিকিম: |
| 00:08 | PAN কার্ড সম্পর্কে, |
| 00:10 | PAN কার্ডৰ স্ট্রাকচাৰ আৰু বৈধতা(Validation), |
| 00:14 | PAN কার্ডৰ প্রয়োজনীয়তা আৰু |
| 00:16 | নিজৰ PAN কার্ড সম্পর্কে জানা। |
| 00:18 | PAN কার্ড মানে হল Permanent Account Number |
| 00:23 | PAN কার্ড এইৰকমে দেখাত হয়। |
| 00:28 | এইটো 10 অঙ্কৰ আল্ফা-নিউমেৰিক সমাহাৰ (combination) হয় যি আইন সংস্থা দ্বাৰা জাৰি কৰা হয়। |
| 00:35 | এইটো ভাৰতীয় আয়কৰ বিভাগৰ দ্বাৰা (Indian Income Tax Department) জাৰি কৰা হয়। |
| 00:40 | PAN কার্ডৰ সবতচে গুৰুত্বপূর্ণ উদ্দেশ্য হল |
| 00:44 | সিনাক্তকৰণ কৰা আৰু |
| 00:48 | সেই সংস্থাৰ আর্থিক আদান-প্রদানৰ তথ্য ৰাখা। |
| 00:53 | PAN কার্ডৰ তথ্য: |
| 00:55 | PAN অনন্য, জাতীয় আৰু স্থায়ী হয়। |
| 01:00 | ঠিকনাৰ পৰিবর্তন দ্বাৰা এইটো প্রভাবিত নহয়। |
| 01:03 | একাধিক PAN কার্ড ৰাখা অবৈধ(illegal)। |
| 01:07 | কোনে কোনে PAN কার্ড পাব পাৰে? |
| 01:10 | এজন ব্যক্তি। |
| 01:12 | কম্পানি। |
| 01:15 | HUF অর্থাৎ হিন্দু আনডিভাইডেড ফ্যামিলি। |
| 01:19 | ট্রাস্ট আৰু অন্যান্য সংস্থা। |
| 01:22 | আমাক কিয় PAN কার্ড প্রয়োজন হয়? |
| 01:25 | PAN কার্ড গুৰুত্বপূর্ণ ফটো আইডি প্রমাণ হিসাবে কাম কৰে। |
| 01:30 | PAN কার্ডে, ব্যাংকৰ অ্যাকাউন্ট খুলিবলৈ সাহায্য কৰে। |
| 01:38 | সম্পদ কিনিবলৈ বা বেচিবলৈ এইটোৱে সাহায্য কৰে। |
| 01:43 | এইটো প্রাপ্য কৰ(taxable) যোগ্য বেতনত অ্যাকাউন্টিংৰ উদ্দেশ্যত ব্যবহৃত হয়। |
| 01:50 | আয়কৰ ৰিটার্ন ফাইল(Income Tax Returns) কৰিবলৈ সহায়ক হয়। |
| 01:53 | শেয়াৰ ট্রেডিংৰ বাবে ডিম্যাট অ্যাকাউন্ট খুলিবলৈ ডকুমেন্টাৰী প্রমাণ হিসাবে ব্যবহৃত হয়। |
| 01:59 | ব্যাংকৰ পৰা 50,000 ৰ অধিক টকা তোলাৰ বাবে ডকুমেন্টাৰী প্রমাণ হিসাবে ব্যবহৃত হয়। |
| 02:07 | এইটো টুল হিচাবে কৰ খেলাপিৰ(tax defaulters ) উপৰত নিয়ন্ত্রণ ৰাখিবলৈ আইটি বিভাগক সহায়তা কৰে। |
| 02:13 | এইটো পৰোক্ষভাবে(indirectly) তাৰ ক্রেডিট হিস্ট্রিক অনুসৰন কৰি সম্পন্ন কৰা হয়। |
| 02:18 | এইটো Tax Deductions at Source (TDS) প্রাপ্ত কৰিবলৈ ডকুমেন্টাৰী প্রমাণ হিসাবে ব্যবহৃত হয়। |
| 02:27 | পাসপোর্টৰ আবেদনৰ বাবে এইটো ডকুমেন্টাৰী প্রমাণ। |
| 02:31 | ঠিকনা পৰিবর্তন কৰিবলৈ |
| 02:32 | আৰু অন্যান্য কিছু প্রাসঙ্গিক তথ্য প্রাপ্ত কৰিবলৈ। |
| 02:40 | 50,000 ৰ অধিক টকা ফিক্সড ডিপোজিটৰ বাবে। |
| 02:47 | 25,000 ৰ অধিক টকা হোটেল বিল আৰু ভ্রমণৰ খৰচ শোধ কৰিবলৈ। |
| 02:56 | ক্রেডিট কার্ড জাৰি কৰাৰ আবেদনৰ বাবে। |
| 03:05 | টেলিফোন সংযোগৰ আবেদনৰ বাবে। |
| 03:10 | PAN ৰ স্ট্রাকচাৰ এইৰকমে হয়। |
| 03:13 | প্রথম পাঁচটা ক্যাৰেক্টাৰ অক্ষৰ, তাৰপিছত চাৰিটা সংখ্যা আৰু শেষৰ ক্যাৰেক্টাৰ অক্ষৰ। |
| 03:21 | প্রথম তিনটা অক্ষৰ AAAৰ পৰা ZZZ পর্যন্ত অক্ষৰৰ ক্রম হয়। |
| 03:29 | চতুর্থ ক্যাৰেক্টাৰে কার্ড ধাৰকৰ ধৰণ সম্পর্কে কয়। প্রতিটো মূল্যায়ন অনন্য হয়। |
| 03:36 | ব্যক্তিৰ বাবে P |
| 03:38 | কম্পানিৰ বাবে C |
| 03:41 | হিন্দু আনডিভাইডেড ফ্যামিলিৰ বাবে H |
| 03:45 | ফার্ম ৰ বাবে F |
| 03:47 | অ্যাসোসিয়েশন অফ পার্সন্সৰ (AOP) বাবেA |
| 03:51 | ট্রাস্টৰ বাবেT |
| 03:53 | বডি অফ ইন্ডিভিজ্যুয়ালসৰ(BOI) বাবেB |
| 03:57 | লোকেল অথাৰিটিৰ বাবে L |
| 04:01 | আর্টিফিশিয়াল জুৰিডিকল পার্সনৰ বাবে J |
| 04:05 | গভর্নমেন্টৰ বাবে G |
| 04:07 | PAN ৰ পঞ্চম ক্যাৰেক্টাৰ: |
| 04:10 | ব্যক্তিগত PAN কার্ডৰ ক্ষেত্রত, ব্যক্তিৰ সাৰ নেম বা লাস্ট নেমৰ প্রথম ক্যাৰেক্টাৰ, |
| 04:18 | প্রদর্শিত ইমেজত, সাৰনেম হল Yadav সেয়ে পঞ্চম ক্যাৰেক্টাৰ হল Y. |
| 04:26 | কম্পানি / HUF / ফার্ম বা অন্য ধৰনৰ PAN কার্ডৰ ক্ষেত্রত সত্তা(Entity)/ ট্রাস্ট/ সোসাইটি/ সংস্থাৰ নাম। |
| 04:38 | ইয়াত ট্রাস্টৰ নাম হল Shanoz |
| 04:42 | সেয়ে পঞ্চম ক্যাৰেক্টাৰ হল S. |
| 04:46 | শেষৰ ক্যাৰেক্টাৰ হল আল্ফাবেটিক চেক ডিজিট। |
| 04:50 | PAN কার্ড জাৰি কৰাৰ তাৰিখ PAN কার্ডৰ সোফালে উল্লেখ কৰা হয়। |
| 04:59 | নতুন আৰু বিদ্যমান PAN নম্বৰ বৈধ(validate) বা প্রমাণ কৰিবলৈ নিম্ন লিঙ্কত যাওক। |
| 05:10 | সংক্ষেপে |
| 05:12 | ইয়াত শিকিছো: |
| 05:15 | PAN কার্ড সম্পর্কে, PAN কার্ডৰ স্ট্রাকচাৰ আৰু বৈধতা। |
| 05:19 | PAN কার্ডৰ প্রয়োজনীয়তা আৰু |
| 05:21 | নিজৰ PAN কার্ড সম্পর্কে জানা। |
| 05:23 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
| 05:27 | এইটোৱে প্রকল্পক সংক্ষেপে বোঝায়। |
| 05:30 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
| 05:34 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে |
| 05:36 | স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।। |
| 05:40 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
| 05:43 | আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক । |
| 05:50 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
| 05:54 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 06:01 | এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
| 06:11 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
| 06:14 | মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ। |