Digital-Divide/C2/How-to-manage-the-train-ticket/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. IRCTC ত কিনা ট্রেনৰ টিকেট পৰিচালনা কৰাৰ এই টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
| 00:09 | এই টিউটোৰিয়েলত শিকিম: irctc ৰ পূর্বৰ ট্রান্জ্যাকশন্স পৰিচালনা কৰা। |
| 00:16 | আমি দেখিম যে টিকেটৰ স্থিতি কিভাবে চাই। |
| 00:22 | টিকেট প্রিন্ট কৰা। |
| 00:25 | টিকেট ক্যানসেল কৰা। |
| 00:27 | ক্যানসেল কৰাৰ হিস্ট্রি আৰু তাৰ পইছা উভতি পোৱাৰ স্বয়ংক্রিয় ইমেল কিভাবে দেখে। |
| 00:35 | ট্রেন বুকিং কৰাৰ বেসৰকাৰী ওয়েবসাইটও আছে। |
| 00:39 | আমি কিছু প্রচলিত ওয়েবসাইট চাম। |
| 00:43 | এইবোৰ IRCTC ৰ সৈতে তুলনা কৰিম। |
| 00:48 | ইয়াতে আমি IRCTC ত পূর্বতে কৰা বুকিং চাম, আমি irctc ওয়েবসাইটত লগইন কৰো। |
| 01:13 | তললৈ যাও। |
| 01:15 | My Transactions লিঙ্কত টিপো, ইয়াত Booked History বিকল্প আছে। |
| 01:21 | Booked History ত টিপো, এইটোৱে পাসওয়ার্ড লিখিবলৈ কয়। |
| 01:27 | আমি পাসওয়ার্ড লিখো। ইয়াৰ পিছত Go ত টিপো। |
| 01:38 | এইটোৱে কয় যে PNR সংখ্যা কি। |
| 01:44 | ইয়াত টিকেটৰ সূচী আছে। |
| 01:46 | এইটো নির্বাচন কৰো অাৰু Get PNR Status ত টিপক। এইটোৱে কয় যে ওয়েটিং লিস্ট হল 162. |
| 01:57 | আমি এইটো বন্ধ কৰো, এইটোৰ প্রিন্ট লবলৈ Print E-Ticket ত টিপক। |
| 02:07 | ইয়াত, Print ত টিপিলে এইটোৱে প্রিন্ট কৰিব। |
| 02:12 | স্লাইডলৈ উভতি আহো। এতিয়া পৰবর্তী স্লাইডলৈ যাও। |
| 02:17 | এতিয়া টিকেট ক্যানসেল কৰা চাও। |
| 02:21 | টিকেট ক্যানসেল কৰিবলৈ হলে কি কৰিব। |
| 02:24 | Cancel E-Ticket ত টিপক। |
| 02:41 | এতিয়া আমি যি টিকেট ক্যানসেল কৰিব বিচাৰো তাক নির্বাচন কৰো। |
| 02:44 | মই এই টিকেটটো নিবিচাৰো। |
| 02:55 | এইটোৱে কয় যে Select for Cancel. আমি এইটো নির্বাচন কৰিব লাগিব কাৰণ কেতিয়াবা ভ্রমণৰ কাৰনে আপোনি একাধিক ব্যক্তিৰ বাবে টিকেট বুক কৰিব পাৰে । |
| 03:07 | আংশিকভাবে টিকেট ক্যানসেল কৰা সম্ভব। যেনে 2 জন ব্যক্তিৰ টিকেট আছে আৰু আপোনি এজন ব্যক্তিৰ টিকেট ক্যানসেল কৰিব বিছাৰে। |
| 03:15 | আপোনি মাত্ৰ সেই ব্যক্তিৰ বাক্স নির্বাচন কৰক। এতিয়া Cancel Ticket ত টিপক। |
| 03:22 | এইটোৱে কয় যে Are you sure you want to cancel the E-ticket. মই OK ত টিপো। |
| 03:33 | Cancellation Status Details পৃষ্ঠা খোলে। এইটোৱে কয় যে 20 টকা কটা হৈছে(Cash Deducted 20 rupees)। |
| 03:39 | 89 টকা দিয়া হৈছে (Cash paid Rs.89) আৰু অনলাইন পৰিষবাৰ( services) বাবে10 টকা দিছো। |
| 03:45 | 20 টকা কটা হৈছে। |
| 03:47 | মই 69 টকা উভতি পাইছো আৰু যি একাউন্টৰ পৰা টিকেটৰ পইছা কটা হৈছিল সেইখিনি টকা সেই একাউন্টলৈ উভতি যাব। |
| 03:57 | আপোনি যদি বিচাৰে মই এটা প্রিন্ট লব পাৰো। |
| 04:01 | আমি হিস্ট্রিত উভতি যাব পাৰো, স্লাইডলৈ উভতি আহিছো। |
| 04:07 | পৰবর্তী স্লাইডলৈ যাও। |
| 04:10 | এতিয়া ব্যাখ্যা কৰা যাওক যে ক্যানসলেশনৰ হিস্ট্রি কিভাবে দেখে। |
| 04:17 | এতিয়া আমি Cancelled History চাও। |
| 04:26 | এতিয়া আমি আমাৰ পাসওয়ার্ড লিখো। |
| 04:31 | Go ত টিপক। |
| 04:35 | এইটোৱে কয় যে The history for the canceled PNR will be available following the day of cancellation. |
| 04:47 | কিন্তু এইটো ইয়াত অবিলম্বে দেখায়। সকলো ক্যানসেল কৰা টিকেটবোৰ ইয়াত তালিকাভুক্ত হব। |
| 04:54 | স্লাইডলৈ উভতি আহো। |
| 04:56 | এতিয়া পৰবর্তী স্লাইডলৈ যাও। |
| 04:59 | মই আপোনাক টকা উভতাৰ এটা স্বয়ংক্রিয় ইমেল দেখোৱাম(Automated Email of refund)। |
| 05:07 | মই ইতিমধ্যে এই ইমেলটো খুলিছো। |
| 05:09 | এইটোৱে কয় যে প্রদত্ত PNR ৰ বাবে69 টকা উভতি দিয়া হব। |
| 05:21 | আমি স্লাইডলৈ উভতি আহো। এতিয়া পৰবর্তী স্লাইডলৈ যাও। |
| 05:26 | ইয়াত ট্রেন বুকিং কৰাৰ কিছু দৰকাৰী বেসৰকাৰী ওয়েবসাইট আছে। |
| 05:30 | আমি এতিয়া এইবোৰ চাম। |
| 05:38 | মই ইতিমধ্যে Clear trip খুলিছো। |
| 05:41 | এতিয়া মই Make my trip পৃষ্ঠাটো প্রদর্শন কৰাম। |
| 05:48 | এতিয়া Yatra.com ওয়েব পৃষ্ঠা চাও। |
| 05:52 | স্লাইডলৈ উভতি আহো। পৰবর্তী স্লাইডলৈ যাও। |
| 05:58 | এতিয়া IRCTC ৰ তুলনা বেসৰকাৰী ওয়েবসাইটতৰ সৈতে কৰো। |
| 06:03 | irctc ৰ সুবিধা কি কি? |
| 06:06 | বেসৰকাৰী ওয়েবসাইটত সকলো ট্রেনৰ সূচী নাথাকে। |
| 06:10 | বেসৰকাৰী ওয়েবসাইটতৰ খৰচ বেশী হয় যি 20 টকা হয়। |
| 06:16 | এই ওয়েবসাইট ৰাতিপোৱা দেৰী কৈ খোলে। |
| 06:19 | বেসৰকাৰী ওয়েবসাইট কম সময়ৰ বাবে উপলব্ধ থাকে। এইটো ৰাতিপোৱা 10 টাত খোলে যতনেকি irctc 8 টাত খোলে। |
| 06:29 | এতিয়া বেসৰকাৰী ওয়েবসাইটতৰ সুবিধাবোৰ চাম। |
| 06:36 | কেতিয়াবা বেসৰকাৰী ওয়েবসাইট irctc ৰ তুলনাত দ্রুত চলে। |
| 06:42 | বেসৰকাৰী ওয়েবসাইটত বিমান আৰু বাসৰও বুকিং হয়। |
| 06:47 | ফলত ভ্রমণ সম্বন্ধীয় সকলো তথ্য একেই জাগাত পোৱা যায়। |
| 06:52 | বেসৰকাৰী ওয়েবসাইটত পূর্ববর্তী অনুসন্ধানও মনত ৰাখিব পাৰে। |
| 06:58 | মোৰ ক্ষেত্রত, মই উভয় বিকল্প ব্যবহাৰ কৰিম। |
| 07:05 | এতিয়া টিউটোৰিয়েল সম্বন্ধীয় কিছু তথ্য চাও। |
| 07:09 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
| 07:17 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
| 07:20 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
| 07:26 | স্পকেন টিউটোৰিয়েল প্রকল্প দলে,স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।। |
| 07:31 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
| 07:35 | আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক । |
| 07:40 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
| 07:43 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়। |
| 07:50 | এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
| 07:59 | মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ। |