Digital-Divide/C2/How-to-manage-the-train-ticket/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. IRCTC ত কিনা ট্রেনৰ টিকেট পৰিচালনা কৰাৰ এই টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:09 এই টিউটোৰিয়েলত শিকিম: irctc ৰ পূর্বৰ ট্রান্জ্যাকশন্স পৰিচালনা কৰা।
00:16 আমি দেখিম যে টিকেটৰ স্থিতি কিভাবে চাই।
00:22 টিকেট প্রিন্ট কৰা।
00:25 টিকেট ক্যানসেল কৰা।
00:27 ক্যানসেল কৰাৰ হিস্ট্রি আৰু তাৰ পইছা উভতি পোৱাৰ স্বয়ংক্রিয় ইমেল কিভাবে দেখে।
00:35 ট্রেন বুকিং কৰাৰ বেসৰকাৰী ওয়েবসাইটও আছে।
00:39 আমি কিছু প্রচলিত ওয়েবসাইট চাম।
00:43 এইবোৰ IRCTC ৰ সৈতে তুলনা কৰিম।
00:48 ইয়াতে আমি IRCTC ত পূর্বতে কৰা বুকিং চাম, আমি irctc ওয়েবসাইটত লগইন কৰো।
01:13 তললৈ যাও।
01:15 My Transactions লিঙ্কত টিপো, ইয়াত Booked History বিকল্প আছে।
01:21 Booked History ত টিপো, এইটোৱে পাসওয়ার্ড লিখিবলৈ কয়।
01:27 আমি পাসওয়ার্ড লিখো। ইয়াৰ পিছত Go ত টিপো।
01:38 এইটোৱে কয় যে PNR সংখ্যা কি।
01:44 ইয়াত টিকেটৰ সূচী আছে।
01:46 এইটো নির্বাচন কৰো অাৰু Get PNR Status ত টিপক। এইটোৱে কয় যে ওয়েটিং লিস্ট হল 162.
01:57 আমি এইটো বন্ধ কৰো, এইটোৰ প্রিন্ট লবলৈ Print E-Ticket ত টিপক।
02:07 ইয়াত, Print ত টিপিলে এইটোৱে প্রিন্ট কৰিব।
02:12 স্লাইডলৈ উভতি আহো। এতিয়া পৰবর্তী স্লাইডলৈ যাও।
02:17 এতিয়া টিকেট ক্যানসেল কৰা চাও।
02:21 টিকেট ক্যানসেল কৰিবলৈ হলে কি কৰিব।
02:24 Cancel E-Ticket ত টিপক।
02:41 এতিয়া আমি যি টিকেট ক্যানসেল কৰিব বিচাৰো তাক নির্বাচন কৰো।
02:44 মই এই টিকেটটো নিবিচাৰো।
02:55 এইটোৱে কয় যে Select for Cancel. আমি এইটো নির্বাচন কৰিব লাগিব কাৰণ কেতিয়াবা ভ্রমণৰ কাৰনে আপোনি একাধিক ব্যক্তিৰ বাবে টিকেট বুক কৰিব পাৰে ।
03:07 আংশিকভাবে টিকেট ক্যানসেল কৰা সম্ভব। যেনে 2 জন ব্যক্তিৰ টিকেট আছে আৰু আপোনি এজন ব্যক্তিৰ টিকেট ক্যানসেল কৰিব বিছাৰে।
03:15 আপোনি মাত্ৰ সেই ব্যক্তিৰ বাক্স নির্বাচন কৰক। এতিয়া Cancel Ticket ত টিপক।
03:22 এইটোৱে কয় যে Are you sure you want to cancel the E-ticket. মই OK ত টিপো।
03:33 Cancellation Status Details পৃষ্ঠা খোলে। এইটোৱে কয় যে 20 টকা কটা হৈছে(Cash Deducted 20 rupees)।
03:39 89 টকা দিয়া হৈছে (Cash paid Rs.89) আৰু অনলাইন পৰিষবাৰ( services) বাবে10 টকা দিছো।
03:45 20 টকা কটা হৈছে।
03:47 মই 69 টকা উভতি পাইছো আৰু যি একাউন্টৰ পৰা টিকেটৰ পইছা কটা হৈছিল সেইখিনি টকা সেই একাউন্টলৈ উভতি যাব।
03:57 আপোনি যদি বিচাৰে মই এটা প্রিন্ট লব পাৰো।
04:01 আমি হিস্ট্রিত উভতি যাব পাৰো, স্লাইডলৈ উভতি আহিছো।
04:07  পৰবর্তী স্লাইডলৈ যাও।
04:10 এতিয়া ব্যাখ্যা কৰা যাওক যে ক্যানসলেশনৰ হিস্ট্রি কিভাবে দেখে।
04:17 এতিয়া আমি Cancelled History চাও।
04:26 এতিয়া আমি আমাৰ পাসওয়ার্ড লিখো।
04:31 Go ত টিপক।
04:35 এইটোৱে কয় যে The history for the canceled PNR will be available following the day of cancellation.
04:47 কিন্তু এইটো ইয়াত অবিলম্বে দেখায়। সকলো ক্যানসেল কৰা টিকেটবোৰ ইয়াত তালিকাভুক্ত হব।
04:54 স্লাইডলৈ উভতি আহো।
04:56 এতিয়া পৰবর্তী স্লাইডলৈ যাও।
04:59 মই আপোনাক টকা উভতাৰ এটা স্বয়ংক্রিয় ইমেল দেখোৱাম(Automated Email of refund)।
05:07 মই ইতিমধ্যে এই ইমেলটো খুলিছো।
05:09 এইটোৱে কয় যে প্রদত্ত PNR ৰ বাবে69 টকা উভতি দিয়া হব।
05:21 আমি স্লাইডলৈ উভতি আহো। এতিয়া পৰবর্তী স্লাইডলৈ যাও।
05:26 ইয়াত ট্রেন বুকিং কৰাৰ কিছু দৰকাৰী বেসৰকাৰী ওয়েবসাইট আছে।
05:30 আমি এতিয়া এইবোৰ চাম।
05:38 মই ইতিমধ্যে Clear trip খুলিছো।
05:41 এতিয়া মই Make my trip পৃষ্ঠাটো প্রদর্শন কৰাম।
05:48 এতিয়া Yatra.com ওয়েব পৃষ্ঠা চাও।
05:52 স্লাইডলৈ উভতি আহো। পৰবর্তী স্লাইডলৈ যাও।
05:58 এতিয়া IRCTC ৰ তুলনা বেসৰকাৰী ওয়েবসাইটতৰ সৈতে কৰো।
06:03 irctc ৰ সুবিধা কি কি?
06:06 বেসৰকাৰী ওয়েবসাইটত সকলো ট্রেনৰ সূচী নাথাকে।
06:10 বেসৰকাৰী ওয়েবসাইটতৰ খৰচ বেশী হয় যি 20 টকা হয়।
06:16 এই ওয়েবসাইট ৰাতিপোৱা দেৰী কৈ খোলে।
06:19 বেসৰকাৰী ওয়েবসাইট কম সময়ৰ বাবে উপলব্ধ থাকে। এইটো ৰাতিপোৱা 10 টাত খোলে যতনেকি irctc 8 টাত খোলে।
06:29 এতিয়া বেসৰকাৰী ওয়েবসাইটতৰ সুবিধাবোৰ চাম।
06:36 কেতিয়াবা বেসৰকাৰী ওয়েবসাইট irctc ৰ তুলনাত দ্রুত চলে।
06:42 বেসৰকাৰী ওয়েবসাইটত বিমান আৰু বাসৰও বুকিং হয়।
06:47 ফলত ভ্রমণ সম্বন্ধীয় সকলো তথ্য একেই জাগাত পোৱা যায়।
06:52 বেসৰকাৰী ওয়েবসাইটত পূর্ববর্তী অনুসন্ধানও মনত ৰাখিব পাৰে।
06:58 মোৰ ক্ষেত্রত, মই উভয় বিকল্প ব্যবহাৰ কৰিম।
07:05 এতিয়া টিউটোৰিয়েল সম্বন্ধীয় কিছু তথ্য চাও।
07:09 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
07:17 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
07:20 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
07:26 স্পকেন টিউটোৰিয়েল প্রকল্প দলে,স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।।
07:31 যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
07:35 আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক ।
07:40 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
07:43 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়।
07:50 এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
07:59 মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ।

Contributors and Content Editors

Mousumi