Geogebra/C3/Mensuration/Assamese

From Script | Spoken-Tutorial
Revision as of 12:27, 6 August 2015 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ বন্ধুসকল। জীয়োজেব্রাত আয়তন নির্ণয় (Mensuration in Geogebra)ৰ উপৰত এই টিউটোৰিয়েলত আপোনাক স্বাগত জনাইছো।
00:06 এই টিউটোৰিয়েলত, আমি শিকিম,
00:09 ৰম্বাসৰ ক্ষেত্ৰফল(area ) আৰু পৰিসীমা(perimeter) উলিওৱা।
00:12 গোলক(sphere) আৰু শঙ্কুৰ(cone) পৃষ্ঠ ক্ষেত্ৰফল(Surface area ) উলিওৱা।
00:15 গোলক আৰু শঙ্কুৰৰ আয়তন উলিওৱা।
00:20 আমি ধৰি লও যে, আপোনাৰ জীয়োজেব্রা সম্পর্কে মৌলিক জ্ঞান আছে।
00:24 জীয়োজেব্রাৰ উপৰত প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে,
00:27 আমাৰ ওয়েবসাইট পৰিদর্শন কৰক।
00:31 এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে,
00:33 আমি লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 11.10,
00:38 জীয়োজেব্রা সংস্কৰণ 3.2.47.0 ব্যবহাৰ কৰিছো।
00:42 আমি নিম্নলিখিত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰিম।
00:46 Segment between two points
00:48 Circle with center and radius
00:51 Ellipse
00:52 Polygon
00:54 New point আৰু
00:56 Insert text
00:57 নতুন জীয়োজেব্রা উইন্ডো খোলক।
01:00 dash home আৰু Media Appsৰ উপৰত টিপক। Typeত, Education আৰু Geogebra চয়ন কৰক।
01:13 এতিয়া ৰম্বাসৰ ক্ষেত্ৰফল নির্ণয় কৰা যাওক।
01:15 পূর্ববর্তী টিউটোৰিয়েলৰ quadrilateral.ggb ফাইলটো ব্যবহাৰ কৰক।
01:20 File, Openত টিপক, quadrilateral.ggbত টিপক।
01:27 'Open'ত টিপক।
01:29 ৰম্বাসৰ ক্ষেত্ৰফল, তাৰ কর্ণ-দুটাৰ গুনফলৰ অর্ধক হয়।
01:34 এইটোক প্ৰদর্শন কৰাৰ বাবে,
01:36 “Insert text” টুলৰ উপৰত টিপক।
01:39 অঙ্কন প্যাডৰ উপৰত টিপক, এটা টেক্সট বাক্স প্ৰদর্শিত হব।
01:44 “Area of the rhombus =”+(1/2 g f) (") ডবল উদ্ধৃতি চিহ্ন খোলক, লিখক Area of the rhombus = ডবল উদ্ধৃতি চিহ্ন বন্ধ কৰক, '+' সংযুক্তকৰণৰ বাবে, বন্ধনী খোলক, লিখক '1/2' স্পেস 'f' স্পেস 'g' বন্ধনী বন্ধ কৰক, 'f' আৰু 'g' হল ৰম্বাসৰ কর্ণ।  
02:09 OK টিপক।
02:11 ইয়াত অঙ্কন প্যাডৰ উপৰত ৰম্বাসৰ ক্ষেত্ৰফল প্ৰদর্শিত আছে।
02:14 ইয়াৰ পিছত, পৰিসীমা(perimeter) বিছাৰক।
02:17 “Insert text” টুলৰ উপৰত টিপক।
02:19 অঙ্কন প্যাডৰ উপৰত টিপক, এটা টেক্সট বাক্স প্ৰদর্শিত হব।
02:22 (") ডবল উদ্ধৃতি চিহ্ন খোলক, Perimeter of the rhombus =”+ (4 a) লিখক, ডবল উদ্ধৃতি চিহ্ন বন্ধ কৰক '+' বন্ধনী খোলক, '4' স্পেস 'a' বন্ধনী বন্ধ কৰক, 'a' হল ৰম্বাসৰ এটা বাহু।
02:44 OKত টিপক।
02:46 ৰম্বাসৰ পৰিসীমা ইয়াত অঙ্কন প্যাডৰ উপৰত প্ৰদর্শিত আছে।
02:50 এতিয়া ফাইলটো সংৰক্ষণ কৰক।
02:53 “File” আৰু "Save As"ত টিপক।
02:55 আমি ফাইলৰ নাম "rhombus-area-perimeter" হিসাবে লিখিম।
03:12 “Save” ত টিপক।
03:17 এটা নির্দেশিত কাম হিসাবে, আপোনি ট্রাপিজিয়ামৰ(trapezium) ক্ষেত্ৰফল আৰু পৰিসীমা বিছাৰক ।
03:22 “cons-trapezium.ggb” ফাইলৰ আউটপুট ব্যবহাৰ কৰক।
03:27 'g'ক 'b' হিসাবে নামান্তৰ কৰক।
03:30 ক্ষেত্ৰফলৰ সূত্ৰ = (সমান্তৰান বাহুবোৰৰ যোগফলৰ অর্ধক) * (উল্লম্ব উচ্চতা ) = (a+b)/2* h [Formula for area = (half sum of parallel sides) * (vertical height) = (a+b)/2* h ]
03:40 পৰিসীমাৰ সূত্ৰ = (বাহুবোৰৰ যোগফল ) = (a+b+c+d)  [Formula for perimeter =(sum of the sides) =(a+b+c+d) ]
03:49 নির্দেশিত কামৰ আউটপুট এইৰকমে দেখাত হোৱা উচিত।
03:54 এটা গোলক আঁকাৰ বাবে এটা নতুন জীয়োজেব্রা উইন্ডো খোলক।
03:58 “File”, “New” ত টিপক।
04:01 টুলবাৰত “Circle with center and radius” টুলত টিপক।
04:06 অঙ্কন প্যাডত বিন্দু 'A' ত টিপক। এটা টেক্সট বাক্স প্ৰর্দশিত হব।
04:11 ব্যাসার্ধৰ বাবে মান '2' লিখক।
04:13 OK-টিপক।
04:15 এটা বৃত্ত তৈয়াৰ হৈ গৈছে যাৰ কেন্দ্ৰ 'A' আৰু ব্যাসার্ধ '2 সেমি'।
04:19 টুলবাৰ পৰা “New point” টুল নির্বাচন কৰক। বৃত্তৰ পৰিসীমাত বিন্দু 'B' চিহ্নিত কৰক।
04:26 “Segment between two points” টুল নির্বাচন কৰক।
04:29 বিন্দু 'A' আৰু 'B' ক বৃত্তৰ ব্যাসার্ধ হিসাবে যুক্ত কৰক।
04:34 অনুভূমিক(horizontal) ফালে "CDE" নামৰ এটা উপবৃত্ত আঁকক যি বৃত্তৰ পৰিসীমাক স্পর্শ কৰে।
04:42 "Ellipse" টুলৰ উপৰত টিপক।
04:45 পৰিসীমাত(circumference)ত ইটোৱে সিটোক কোণাকুণিভাবে বিপৰীত দিশত বিন্দু 'C' আৰু 'D'ক আৰু তৃতীয় বিন্দু 'E' ক বৃত্তৰ ভিতৰত চিহ্নিত কৰক।
04:56 ইয়াত গোলক আঁকা হৈ গৈছে।
04:59 এতিয়া গোলকৰ পৃষ্ঠ ক্ষেত্ৰফল(Surface area) বিছাৰক।
05:03 “Insert text” টুলৰ উপৰত টিপক।
05:05 অঙ্কন প্যাডৰ উপৰত টিপক, এটা টেক্সট বাক্স প্ৰদর্শিত হব।
05:08 দয়া কৰি টেক্সট বাক্সৰ ড্ৰপ ডাউনত বিশেষ অক্ষৰ সিনাক্ত কৰক। π (pi) পাবলৈ তলত স্ক্ৰল কৰক।
05:17 ডবল উদ্ধৃতি চিহ্ন খোলক, “Surface area of the sphere =” + (4 π a2) লিখক, ডবল উদ্ধৃতি চিহ্ন বন্ধ কৰক, 'plus' বন্ধনী খুলি '4' স্পেস, তালিকাৰ পৰা 'π' নির্বাচন কৰক, স্পেস 'A' , তালিকা পৰা 'square' নির্বাচন কৰক, বন্ধনী বন্ধ কৰক।
05:45 OK-টিপক।
05:47 গোলকৰ পৃষ্ঠ ক্ষেত্ৰফল ইয়াত প্ৰদর্শিত হৈছে।
05:52 আমি ইয়াৰ উপৰত টিপো আৰু ইয়াক টানি তলত ৰাখক।
05:56 ইয়াৰ পিছত, আয়তন(volume) বিছাৰক।
05:59 “Insert text” টুলৰ উপৰত টিপক।
06:00 অঙ্কন প্যাডৰ উপৰত টিপক, এটা টেক্সট বাক্স প্ৰদর্শিত হব।
06:03 ডবল উদ্ধৃতি চিহ্ন খোলক, “Volume of the sphere =” + (4/3 π a^3) লিখক,ডবল উদ্ধৃতি চিহ্ন বন্ধ কৰক, 'plus' বন্ধনী খুলি '4/3' স্পেস, তালিকাৰ পৰা 'π' নির্বাচন কৰক, স্পেস 'A' , তালিকা পৰা 'cube' নির্বাচন কৰক, বন্ধনী বন্ধ কৰক।
06:31 OK-টিপক।
06:34 গোলকৰ আয়তন ইয়াত প্ৰদর্শিত হৈছে।
06:36 আমি ইয়াৰ উপৰত টিপো আৰু ইয়াক টানি তলত ৰাখক।
06:40 এতিয়া এটা শঙ্কু(cone) আঁকক।
06:43 “Polygon” টুলৰ উপৰত টিপক।
06:45 বিন্দু 'C', 'D' আৰু বহিস্থিত(external) বিন্দু 'F'ত টিপক আৰু এবাৰ 'C'-ত টিপক।
06:53 “Segment between two points” টুল নির্বাচন কৰক। বিন্দু 'F' আৰু 'A' ক যুক্ত কৰক।
06:59 আমি শঙ্কুৰ উচ্চতা পাও।
07:03 আমি অবজেক্টৰ নাম 'b' পৰা 'h'লৈ পৰিবর্তন কৰিম, যি শঙ্কুৰ উচ্চতা সূচিত কৰে।
07:08 অবজেক্ট 'b'ত ৰাইট ক্লিক কৰক।
07:09 “Rename” ত টিপক।
07:11 'b' ৰ সলনি 'h'-লিখক, OK টিপক।
07:15 আমি অবজেক্ট 'c_1' ক 's' হিচাবে পৰিবর্তন কৰিম, যি শঙ্কুৰ তির্যক উচ্চতা(slant height) সূচিত কৰে।
07:21 অবজেক্ট 'c_1'ত ৰাইট ক্লিক কৰক।
07:23 “Rename” ত টিপক।
07:24 'c_1' ক 's' লৈ পৰিবর্তন কৰক।
07:26 OK টিপক।
07:28 এতিয়া শঙ্কুৰ পৃষ্ঠ ক্ষেত্ৰফল আৰু আয়তন নির্ণয় কৰক।
07:33 আমি টুল বাৰ পৰা Insert text টুল ব্যবহাৰ কৰিব পাৰো অথবা আমি input bar ব্যবহাৰ কৰিব পাৰো। আমি “Input bar” ব্যবহাৰ কৰিম।
07:40 দয়া কৰি “Input bar”ত ড্ৰপ ডাউন সূচি পৰা বিশেষ অক্ষৰ সিনাক্ত কৰক।
07:44 “π” বিছাৰিবলৈ তলত স্ক্ৰল কৰক।
07:48 ইনপুট বাৰত লিখক, Area = (π a s + π a²), Surface area = বন্ধনী খোলক, তালিকা পৰা 'π' নির্বাচন কৰক, স্পেস 'a' স্পেস 's' , plus তালিকা পৰা 'π' নির্বাচন কৰক, স্পেস 'a' তালিকা পৰা 'square' নির্বাচন কৰক, বন্ধনী বন্ধ কৰক, এন্টাৰ টিপক।
08:15 বীজগণিত দৃশ্যত(Algebra view) শঙ্কুৰ(cone) পৃষ্ঠ ক্ষেত্ৰফল প্ৰদর্শিত হয়।
08:20 দয়া কৰি মনত ৰাখিব, যেতিয়া আমি ইনপুট বাৰ ব্যবহাৰ কৰো, উত্তৰ বীজগণিত দৃশ্যলৈ(Algebra view) প্ৰদর্শিত হয়।
08:26 এতিয়া আয়তন বিছাৰো ।
08:29 Volume = (1/3 π a² h), Volume = বন্ধনী খোলক, '1/3' স্পেস, তালিকা পৰা 'π' নির্বাচন কৰক, স্পেস 'a', তালিকা পৰা 'square' নির্বাচন কৰক, স্পেস 'h', বন্ধনী বন্ধ কৰক, এন্টাৰ টিপক।
08:50 শঙ্কুৰ আয়তন ইয়াত বীজগণিত দৃশ্যত(Algebra view) প্ৰদর্শিত হয়।
08:55 এতিয়া ফাইলটো সংৰক্ষণ কৰক। "Save As"ত টিপক। আমি ফাইলৰ নাম "Sphere-cone" হিসাবে লিখিম।
09:08 “Save” ত টিপক।
09:10 ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো।
09:14 সংক্ষেপে…
09:18 এই টিউটোৰিয়েলত, আমি নির্ণয় কৰিব শিকিছো।
09:20 ৰম্বাসৰ ক্ষেত্ৰফল আৰু পৰিসীমা।
09:24 গোলক আৰু শঙ্কুৰ পৃষ্ঠ ক্ষেত্ৰফল।
09:27 গোলক আৰু শঙ্কুৰ আয়তন।
09:30 আমি গোলক আৰু শঙ্কু আঁকাও শিকিছো।
09:36 এটা নির্দেশিত কাম হিসাবে, আপোনি সিলিন্ডাৰৰ আয়তন আৰু পৃষ্ঠ ক্ষেত্ৰফল নির্ণয় কৰক।
09:43 এটাৰ তলত আৰু এটা, একেই মাপৰ 2টা উপবৃত্ত(ellipses) আঁকক।
09:47 উপবৃত্তৰ প্রান্তবোৰ(edges) যুক্ত কৰক।
09:50 “center” টুল ব্যবহাৰ কৰি, এটা উপবৃত্তৰ কেন্দ্ৰ বিছাৰক।
09:54 কেন্দ্ৰ আৰু প্রান্ত যুক্ত কৰক।
09:56 অবজেক্ট 'b' ক 'h' হিচাবে আৰু 'e' ক 'r' হিচাবে পৰিবর্তন কৰক।
10:01 পৃষ্ঠ ক্ষেত্ৰফল (Surface area) = 2 π r(r + h)
10:07 আয়তন (Volume) = π r^2h
10:13 নির্দেশিত কামৰ আউটপুট এইৰকমে দেখাত হোৱা উচিত।
10:19 এই urlত উপলব্ধ ভিডিওটো চাওক।
10:23 এইটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপে বিবৰণ কৰে।
10:26 যদি আপোনাৰ উচৰত ভাল ব্যান্ডউইডথ নাথাকে, তেনেহলে আপোনি ইয়াক ডাউনলোড কৰিও দেখিব পাৰে।
10:31 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে:
10:33 স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
10:36 যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেলোকক প্ৰশংসাপত্ৰ (সার্টিফিকেট) ও দিয়া হয়।
10:40 আৰো বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত লিখক।
10:48 স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ।
10:52 এইটো ভাৰত সৰকাৰৰ ICT, MHRD ৰ National Mission on Education দ্বাৰা সমর্থিত।
10:59 আপোনি এই সম্বন্ধে আৰু তথ্য এই ওয়েবসাইটত দেখিব পাৰে।
11:06 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো. অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi, PoojaMoolya