Geogebra/C3/Mensuration/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | নমস্কাৰ বন্ধুসকল। জীয়োজেব্রাত আয়তন নির্ণয় (Mensuration in Geogebra)ৰ উপৰত এই টিউটোৰিয়েলত আপোনাক স্বাগত জনাইছো। |
| 00:06 | এই টিউটোৰিয়েলত, আমি শিকিম, |
| 00:09 | ৰম্বাসৰ ক্ষেত্ৰফল(area ) আৰু পৰিসীমা(perimeter) উলিওৱা। |
| 00:12 | গোলক(sphere) আৰু শঙ্কুৰ(cone) পৃষ্ঠ ক্ষেত্ৰফল(Surface area ) উলিওৱা। |
| 00:15 | গোলক আৰু শঙ্কুৰৰ আয়তন উলিওৱা। |
| 00:20 | আমি ধৰি লও যে, আপোনাৰ জীয়োজেব্রা সম্পর্কে মৌলিক জ্ঞান আছে। |
| 00:24 | জীয়োজেব্রাৰ উপৰত প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, |
| 00:27 | আমাৰ ওয়েবসাইট পৰিদর্শন কৰক। |
| 00:31 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, |
| 00:33 | আমি লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 11.10, |
| 00:38 | জীয়োজেব্রা সংস্কৰণ 3.2.47.0 ব্যবহাৰ কৰিছো। |
| 00:42 | আমি নিম্নলিখিত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰিম। |
| 00:46 | Segment between two points |
| 00:48 | Circle with center and radius |
| 00:51 | Ellipse, Polygon |
| 00:54 | New point আৰু |
| 00:56 | Insert text |
| 00:57 | নতুন জীয়োজেব্রা উইন্ডো খোলক। |
| 01:00 | dash home আৰু Media Appsৰ উপৰত টিপক। Typeত, Education আৰু Geogebra চয়ন কৰক। |
| 01:13 | এতিয়া ৰম্বাসৰ ক্ষেত্ৰফল নির্ণয় কৰা যাওক। |
| 01:15 | পূর্ববর্তী টিউটোৰিয়েলৰ quadrilateral.ggb ফাইলটো ব্যবহাৰ কৰক। |
| 01:20 | File, Openত টিপক, quadrilateral.ggbত টিপক। |
| 01:27 | 'Open'ত টিপক। |
| 01:29 | ৰম্বাসৰ ক্ষেত্ৰফল, তাৰ কর্ণ-দুটাৰ গুনফলৰ অর্ধক হয়। |
| 01:34 | এইটোক প্ৰদর্শন কৰাৰ বাবে, |
| 01:36 | “Insert text” টুলৰ উপৰত টিপক। |
| 01:39 | অঙ্কন প্যাডৰ উপৰত টিপক, এটা টেক্সট বাক্স প্ৰদর্শিত হব। |
| 01:44 | “Area of the rhombus =”+(1/2 g f) (") ডবল উদ্ধৃতি চিহ্ন খোলক, লিখক Area of the rhombus = ডবল উদ্ধৃতি চিহ্ন বন্ধ কৰক, '+' সংযুক্তকৰণৰ বাবে, বন্ধনী খোলক, লিখক '1/2' স্পেস 'f' স্পেস 'g' বন্ধনী বন্ধ কৰক, 'f' আৰু 'g' হল ৰম্বাসৰ কর্ণ। |
| 02:09 | OK টিপক। |
| 02:11 | ইয়াত অঙ্কন প্যাডৰ উপৰত ৰম্বাসৰ ক্ষেত্ৰফল প্ৰদর্শিত আছে। |
| 02:14 | ইয়াৰ পিছত, পৰিসীমা(perimeter) বিছাৰক। |
| 02:17 | “Insert text” টুলৰ উপৰত টিপক। |
| 02:19 | অঙ্কন প্যাডৰ উপৰত টিপক, এটা টেক্সট বাক্স প্ৰদর্শিত হব। |
| 02:22 | (") ডবল উদ্ধৃতি চিহ্ন খোলক, Perimeter of the rhombus =”+ (4 a) লিখক, ডবল উদ্ধৃতি চিহ্ন বন্ধ কৰক '+' বন্ধনী খোলক, '4' স্পেস 'a' বন্ধনী বন্ধ কৰক, 'a' হল ৰম্বাসৰ এটা বাহু। |
| 02:44 | OKত টিপক। |
| 02:46 | ৰম্বাসৰ পৰিসীমা ইয়াত অঙ্কন প্যাডৰ উপৰত প্ৰদর্শিত আছে। |
| 02:50 | এতিয়া ফাইলটো সংৰক্ষণ কৰক। |
| 02:53 | “File” আৰু "Save As"ত টিপক। |
| 02:55 | আমি ফাইলৰ নাম "rhombus-area-perimeter" হিসাবে লিখিম। |
| 03:12 | “Save” ত টিপক। |
| 03:17 | এটা নির্দেশিত কাম হিসাবে, আপোনি ট্রাপিজিয়ামৰ(trapezium) ক্ষেত্ৰফল আৰু পৰিসীমা বিছাৰক । |
| 03:22 | “cons-trapezium.ggb” ফাইলৰ আউটপুট ব্যবহাৰ কৰক। |
| 03:27 | 'g'ক 'b' হিসাবে নামান্তৰ কৰক। |
| 03:30 | ক্ষেত্ৰফলৰ সূত্ৰ = (সমান্তৰান বাহুবোৰৰ যোগফলৰ অর্ধক) * (উল্লম্ব উচ্চতা ) = (a+b)/2* h [Formula for area = (half sum of parallel sides) * (vertical height) = (a+b)/2* h ] |
| 03:40 | পৰিসীমাৰ সূত্ৰ = (বাহুবোৰৰ যোগফল ) = (a+b+c+d) [Formula for perimeter =(sum of the sides) =(a+b+c+d) ] |
| 03:49 | নির্দেশিত কামৰ আউটপুট এইৰকমে দেখাত হোৱা উচিত। |
| 03:54 | এটা গোলক আঁকাৰ বাবে এটা নতুন জীয়োজেব্রা উইন্ডো খোলক। |
| 03:58 | “File”, “New” ত টিপক। |
| 04:01 | টুলবাৰত “Circle with center and radius” টুলত টিপক। |
| 04:06 | অঙ্কন প্যাডত বিন্দু 'A' ত টিপক। এটা টেক্সট বাক্স প্ৰর্দশিত হব। |
| 04:11 | ব্যাসার্ধৰ বাবে মান '2' লিখক। |
| 04:13 | OK-টিপক। |
| 04:15 | এটা বৃত্ত তৈয়াৰ হৈ গৈছে যাৰ কেন্দ্ৰ 'A' আৰু ব্যাসার্ধ '2 সেমি'। |
| 04:19 | টুলবাৰ পৰা “New point” টুল নির্বাচন কৰক। বৃত্তৰ পৰিসীমাত বিন্দু 'B' চিহ্নিত কৰক। |
| 04:26 | “Segment between two points” টুল নির্বাচন কৰক। |
| 04:29 | বিন্দু 'A' আৰু 'B' ক বৃত্তৰ ব্যাসার্ধ হিসাবে যুক্ত কৰক। |
| 04:34 | অনুভূমিক(horizontal) ফালে "CDE" নামৰ এটা উপবৃত্ত আঁকক যি বৃত্তৰ পৰিসীমাক স্পর্শ কৰে। |
| 04:42 | "Ellipse" টুলৰ উপৰত টিপক। |
| 04:45 | পৰিসীমাত(circumference)ত ইটোৱে সিটোক কোণাকুণিভাবে বিপৰীত দিশত বিন্দু 'C' আৰু 'D'ক আৰু তৃতীয় বিন্দু 'E' ক বৃত্তৰ ভিতৰত চিহ্নিত কৰক। |
| 04:56 | ইয়াত গোলক আঁকা হৈ গৈছে। |
| 04:59 | এতিয়া গোলকৰ পৃষ্ঠ ক্ষেত্ৰফল(Surface area) বিছাৰক। |
| 05:03 | “Insert text” টুলৰ উপৰত টিপক। |
| 05:05 | অঙ্কন প্যাডৰ উপৰত টিপক, এটা টেক্সট বাক্স প্ৰদর্শিত হব। |
| 05:08 | দয়া কৰি টেক্সট বাক্সৰ ড্ৰপ ডাউনত বিশেষ অক্ষৰ সিনাক্ত কৰক। π (pi) পাবলৈ তলত স্ক্ৰল কৰক। |
| 05:17 | ডবল উদ্ধৃতি চিহ্ন খোলক, “Surface area of the sphere =” + (4 π a2) লিখক, ডবল উদ্ধৃতি চিহ্ন বন্ধ কৰক, 'plus' বন্ধনী খুলি '4' স্পেস, তালিকাৰ পৰা 'π' নির্বাচন কৰক, স্পেস 'A' , তালিকা পৰা 'square' নির্বাচন কৰক, বন্ধনী বন্ধ কৰক। |
| 05:45 | OK-টিপক। |
| 05:47 | গোলকৰ পৃষ্ঠ ক্ষেত্ৰফল ইয়াত প্ৰদর্শিত হৈছে। |
| 05:52 | আমি ইয়াৰ উপৰত টিপো আৰু ইয়াক টানি তলত ৰাখক। |
| 05:56 | ইয়াৰ পিছত, আয়তন(volume) বিছাৰক। |
| 05:59 | “Insert text” টুলৰ উপৰত টিপক। অঙ্কন প্যাডৰ উপৰত টিপক, এটা টেক্সট বাক্স প্ৰদর্শিত হব। |
| 06:03 | ডবল উদ্ধৃতি চিহ্ন খোলক, “Volume of the sphere =” + (4/3 π a^3) লিখক,ডবল উদ্ধৃতি চিহ্ন বন্ধ কৰক, 'plus' বন্ধনী খুলি '4/3' স্পেস, তালিকাৰ পৰা 'π' নির্বাচন কৰক, স্পেস 'A' , তালিকা পৰা 'cube' নির্বাচন কৰক, বন্ধনী বন্ধ কৰক। |
| 06:31 | OK-টিপক। |
| 06:34 | গোলকৰ আয়তন ইয়াত প্ৰদর্শিত হৈছে। |
| 06:36 | আমি ইয়াৰ উপৰত টিপো আৰু ইয়াক টানি তলত ৰাখক। |
| 06:40 | এতিয়া এটা শঙ্কু(cone) আঁকক। |
| 06:43 | “Polygon” টুলৰ উপৰত টিপক। |
| 06:45 | বিন্দু 'C', 'D' আৰু বহিস্থিত(external) বিন্দু 'F'ত টিপক আৰু এবাৰ 'C'-ত টিপক। |
| 06:53 | “Segment between two points” টুল নির্বাচন কৰক। বিন্দু 'F' আৰু 'A' ক যুক্ত কৰক। |
| 06:59 | আমি শঙ্কুৰ উচ্চতা পাও। |
| 07:03 | আমি অবজেক্টৰ নাম 'b' পৰা 'h'লৈ পৰিবর্তন কৰিম, যি শঙ্কুৰ উচ্চতা সূচিত কৰে। |
| 07:08 | অবজেক্ট 'b'ত ৰাইট ক্লিক কৰক। “Rename” ত টিপক। |
| 07:11 | 'b' ৰ সলনি 'h'-লিখক, OK টিপক। |
| 07:15 | আমি অবজেক্ট 'c_1' ক 's' হিচাবে পৰিবর্তন কৰিম, যি শঙ্কুৰ তির্যক উচ্চতা(slant height) সূচিত কৰে। |
| 07:21 | অবজেক্ট 'c_1'ত ৰাইট ক্লিক কৰক। |
| 07:23 | “Rename” ত টিপক। 'c_1' ক 's' লৈ পৰিবর্তন কৰক। |
| 07:26 | OK টিপক। |
| 07:28 | এতিয়া শঙ্কুৰ পৃষ্ঠ ক্ষেত্ৰফল আৰু আয়তন নির্ণয় কৰক। |
| 07:33 | আমি টুল বাৰ পৰা Insert text টুল ব্যবহাৰ কৰিব পাৰো অথবা আমি input bar ব্যবহাৰ কৰিব পাৰো। আমি “Input bar” ব্যবহাৰ কৰিম। |
| 07:40 | দয়া কৰি “Input bar”ত ড্ৰপ ডাউন সূচি পৰা বিশেষ অক্ষৰ সিনাক্ত কৰক। |
| 07:44 | “π” বিছাৰিবলৈ তলত স্ক্ৰল কৰক। |
| 07:48 | ইনপুট বাৰত লিখক, Area = (π a s + π a²), Surface area = বন্ধনী খোলক, তালিকা পৰা 'π' নির্বাচন কৰক, স্পেস 'a' স্পেস 's' , plus তালিকা পৰা 'π' নির্বাচন কৰক, স্পেস 'a' তালিকা পৰা 'square' নির্বাচন কৰক, বন্ধনী বন্ধ কৰক, এন্টাৰ টিপক। |
| 08:15 | বীজগণিত দৃশ্যত(Algebra view) শঙ্কুৰ(cone) পৃষ্ঠ ক্ষেত্ৰফল প্ৰদর্শিত হয়। |
| 08:20 | দয়া কৰি মনত ৰাখিব, যেতিয়া আমি ইনপুট বাৰ ব্যবহাৰ কৰো, উত্তৰ বীজগণিত দৃশ্যলৈ(Algebra view) প্ৰদর্শিত হয়। |
| 08:26 | এতিয়া আয়তন বিছাৰো । |
| 08:29 | Volume = (1/3 π a² h), Volume = বন্ধনী খোলক, '1/3' স্পেস, তালিকা পৰা 'π' নির্বাচন কৰক, স্পেস 'a', তালিকা পৰা 'square' নির্বাচন কৰক, স্পেস 'h', বন্ধনী বন্ধ কৰক, এন্টাৰ টিপক। |
| 08:50 | শঙ্কুৰ আয়তন ইয়াত বীজগণিত দৃশ্যত(Algebra view) প্ৰদর্শিত হয়। |
| 08:55 | এতিয়া ফাইলটো সংৰক্ষণ কৰক। "Save As"ত টিপক। আমি ফাইলৰ নাম "Sphere-cone" হিসাবে লিখিম। |
| 09:08 | “Save” ত টিপক। |
| 09:10 | ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
| 09:14 | সংক্ষেপে… |
| 09:18 | এই টিউটোৰিয়েলত, আমি নির্ণয় কৰিব শিকিছো। |
| 09:20 | ৰম্বাসৰ ক্ষেত্ৰফল আৰু পৰিসীমা। |
| 09:24 | গোলক আৰু শঙ্কুৰ পৃষ্ঠ ক্ষেত্ৰফল। |
| 09:27 | গোলক আৰু শঙ্কুৰ আয়তন। |
| 09:30 | আমি গোলক আৰু শঙ্কু আঁকাও শিকিছো। |
| 09:36 | এটা নির্দেশিত কাম হিসাবে, আপোনি সিলিন্ডাৰৰ আয়তন আৰু পৃষ্ঠ ক্ষেত্ৰফল নির্ণয় কৰক। |
| 09:43 | এটাৰ তলত আৰু এটা, একেই মাপৰ 2টা উপবৃত্ত(ellipses) আঁকক। |
| 09:47 | উপবৃত্তৰ প্রান্তবোৰ(edges) যুক্ত কৰক। |
| 09:50 | “center” টুল ব্যবহাৰ কৰি, এটা উপবৃত্তৰ কেন্দ্ৰ বিছাৰক। |
| 09:54 | কেন্দ্ৰ আৰু প্রান্ত যুক্ত কৰক। |
| 09:56 | অবজেক্ট 'b' ক 'h' হিচাবে আৰু 'e' ক 'r' হিচাবে পৰিবর্তন কৰক। |
| 10:01 | পৃষ্ঠ ক্ষেত্ৰফল (Surface area) = 2 π r(r + h) |
| 10:07 | আয়তন (Volume) = π r^2h |
| 10:13 | নির্দেশিত কামৰ আউটপুট এইৰকমে দেখাত হোৱা উচিত। |
| 10:19 | এই urlত উপলব্ধ ভিডিওটো চাওক। |
| 10:23 | এইটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপে বিবৰণ কৰে। |
| 10:26 | যদি আপোনাৰ উচৰত ভাল ব্যান্ডউইডথ নাথাকে, তেনেহলে আপোনি ইয়াক ডাউনলোড কৰিও দেখিব পাৰে। |
| 10:31 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে: |
| 10:33 | স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
| 10:36 | যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেলোকক প্ৰশংসাপত্ৰ (সার্টিফিকেট) ও দিয়া হয়। |
| 10:40 | আৰো বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত লিখক। |
| 10:48 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ। |
| 10:52 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD ৰ National Mission on Education দ্বাৰা সমর্থিত। |
| 10:59 | আপোনি এই সম্বন্ধে আৰু তথ্য এই ওয়েবসাইটত দেখিব পাৰে। |
| 11:06 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো. অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ। |