PHP-and-MySQL/C2/Echo-Function/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ(Hi) আৰু এটা বেচিক(basic) PHP টিউট'ৰিয়েললৈ স্বাগতম |
00:05 | মই কেনেকৈ ইকৌ("echo" ) ফাংচনটো ব্যৱহাৰ কৰা হয় আৰু আপোনাৰ টেগচ(tags) কেনেকৈ নিৰ্মান কৰা হয় তাৰ দ্বাৰা আগবাঢ়িম |
00:10 | আপোনালোকৰ "html" ৰ লগত পৰিচিত সকলে জানিব যে আপোনাৰ পৃষ্ঠা(page)টো আৰম্ভ কৰিবলৈ আৰু শেষ কৰিবলৈ তাত html টেগচ ( tags )থাকে |
00:18 | এটা html পৃষ্ঠা (page)ত সিহঁত অপৰিহাৰ্য(vital) নহয় । যেতিয়ালৈকে আপুনি এটা html এক্সটেনচন (extension) পাই থাকিব, আপোনাৰ বাবে ভাল |
00:25 | যিকিনহওঁক, PHPত, আপোনাক টেগচ ( tags )টো প্ৰয়োজন । ই আৰম্ভ কৰে আৰু ই শেষ কৰে |
00:30 | সেইটো হৈছে মূলত ইয়াৰ বাবে ষ্টেনদাৰ্দ স্বৰলিপি (standard notation) |
00:34 | যিকিনহওঁক,আমাৰ বিষয়বস্ত(content) ইয়াৰ মাজত হ’ব |
00:39 | এতিয়া,মই ইতিমধ্যে মোৰ ফাইলটো "helloworld.php" হিচাবে ছেভ কৰিলো |
00:43 | গতিকে,আহক তাক ছেভ(save) কৰো আৰু ইয়াত চাওঁ |
00:47 | ঠিক আছে,এই মূহুৰ্তত পৃষ্ঠা(page) টোত একো নাই কিন্তু আমি পেজ চেত আপ(page set up)টো পাইছো । ই একেবাৰে সঠিক আছে |
00:54 | ইকৌ("echo") ফাংচনটোৱে এনেদৰে কাম কৰে : আমি ইকৌ("echo") পালো, আমি কিছু দ্বৈত উৰ্ধকমা(double quotes) পালো আৰু আমি এটা শাৰী অন্ত্কাৰক(terminator) পালো যি হৈছে চেমিকলন চিহ্নটো(semicolon mark) |
01:03 | আৰু আমাৰ আখৰ ইয়াৰ মাজত যাব । আহক তাক ছেভ(save) কৰো আৰু আমি ৰিফ্ৰেচ(refresh) কৰিম । আৰু তাৰপাছত আমি যাম |
01:09 | ঠিক, আপুনি পাৰে – আৰু মই ইয়াক বৰ উপযোগী হিচাবে পাম – আপোনাৰ ইকৌ("echo") ফাংচনটো এনেদৰে লিখক |
01:16 | কাৰণ যেতিয়া আপোনাৰ ইকৌ ফাংচনৰ ভিতৰত আপুনি এটা html ক’ড(code) থয়,এই বিতসমূহে(bits) ইয়াত শাৰীৰ শেষক প্ৰ্কাশিত(represent) নকৰে । (আৰু আপোনাক জানিবলৈ দিওঁ যে, যদি আপুনি এতিয়ালৈকে html শিকা নাই মই পৰামৰ্শ(suggest) দিও যে ইয়াক শিকক, কমপক্ষে মূলসূত্ৰ সমূহ, কাৰণ আমি ইয়াক বেচিকৈ ব্যৱ্হাৰ কৰিবলৈ গৈ আছো) |
01:34 | তাৰবাবে, আপুনি আপোনাৰ নিজা html যুক্ত কৰিব লাগিব । গতিকে শাৰী অন্ত কৰিবলৈ ' ' আৰু তাৰপাছত নিউ লাইন('New line') |
01:43 | আমি এইটো ৰিফ্ৰেচ(refresh) কৰিম আৰু আপুনি দেখিব আমাৰ 'html' অন্তর্ভূক্ত (incorporated) হৈ গ’ল |
01:48 | ঠিক আছে,আপুনি জানিবৰ বাবে, এইটো এটা বস্তু যি অনেক লোকে চলায় : ইমেজ চৌৰ্চ ইকুৱেলচ('image source equals') আৰু আপোনাৰ ফাইল তালৈ যায় |
01:57 | যিকিনহওঁক,এই মূহুৰ্তত আমি ইকৌ ('echo') পালো |
02:01 | ই দৰ্শায় যে আমি আমাৰ আউত্পুত্টো আৰম্ভ কৰিবলৈ গৈছো আৰু ই,ইয়াত,দৰ্শাব যে আমি আমাৰ আউত্পুত্টো শেষ কৰিছো |
02:07 | আমি ইয়াক ইয়াত শেষ নকৰো ; আমি ইয়াক ইয়াত শেষ কৰিম |
02:11 | গতিকে এইসমূহৰ পৰিৱৰ্তে, আমাক উৰ্ধকমা(inverted commas) লাগিব |
02:14 | মূলত, ই আমাৰ চিত্ৰখন ইয়াত দৰ্শিত কৰিবলৈ দিব |
02:18 | তাত কোনো নিৰ্দিষ্ট(specified) ফাইল নাই কিন্তু আপুনি চিত্ৰখন পাব |
02:21 | গতিকে, মই আপোনাক দেখুৱাওঁ যে যদি আমি ইহঁতক ৰাখো তেন্তে কি হ’ব আৰু তাৰ সৈতে মই টিউট’ৰিয়েলটো শেষ কৰিম |
02:28 | ঠিক,আমি পাৰ্চ এৰ’ৰ (Parse error) পালো |
02:31 | শেষ কৰিবলৈ হয় আমাক এটা কমা বা এটা চেমিকলন লাগে যি প্ৰ্মাণ কৰে যে আমি ইয়ালে আহিলে, ইয়াৰ পাছত আমাক এটা চেমিকলন লাগে |
02:40 | কিন্তু প্ৰকৃততে, সেইটো শুদ্ধ নহয় |
02:42 | গতিকে,মাত্ৰ সিহঁতক উৰ্ধকমা হিচাবে ৰাখক |
02:45 | ঠিক আছে, সেইটোৱেই হৈছে ইকৌ(echo) ফাংচন আৰু PHP টেগচৰ (tags) মূলতত্ত্ব । আশা কৰো আপুনি সিহঁতক শিকি উপভোগ কৰিলে |
02:52 | দৰ্শন কৰাৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকা |