Blender/C2/Hardware-requirement-to-install-Blender/Assamese

From Script | Spoken-Tutorial
Revision as of 00:37, 14 March 2015 by Anamika (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:03 ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত, আমি ব্লেন্ডাৰ 2.59, ইয়াৰ বাবে হার্ডওয়্যাৰ বিশিষ্টতা আৰু প্রয়োজনীয়তা চাম।
00:16 মই অনামিকা মেধী এই টিউটোৰিয়েল-টো অনুবাদ কৰিছো।
00:20 প্রথমে আমি চাম যে ব্লেন্ডাৰৰ অফিসিয়েল ওয়েবসাইটে, হার্ডওয়্যাৰ প্রয়োজনীয়তা সম্পর্কে কি কয়।
00:28 আপোনাৰ ইন্টাৰনেট ব্রাউজাৰ খুলক।
00:30 আমি ফায়াৰফক্স 3.09 ব্যবহাৰ কৰিছো।
00:34 এড্রেস বাৰত, www.blender.org লিখক আৰু Enter টিপক।
00:44 এইটোৱে অফিসিয়েল ব্লেন্ডাৰ ওয়েবসাইটলৈ লৈ যাব।
00:47 প্রদর্শনৰ সুবিধাৰ বাবে, সিস্টেম ৰিক্বোইৰমেন্ট পৃস্ঠাটো ইতিমধ্যে লোড কৰি ৰাখিছো।
00:53 ব্লেন্ডাৰ বিনামূল্য আৰু ওপেন সোর্স হয়।
00:56 ব্লেন্ডাৰ 2.59 এ প্রায় সকলো অপাৰেটিং সিস্টেমত কাম কৰে।
01:02 এই টিউটোৰিয়েলৰ বাবে আমি Windows XP অপাৰেটিং সিস্টেম ব্যবহাৰ কৰিছো।
01:07 ব্লেন্ডাৰৰ বিভিন্ন অংশ কম্পিউটাৰ হার্ডওয়্যাৰেৰ বিভিন্ন অংশবোৰৰ উপৰত নির্ভৰশীল।
01:13 এটা দ্রুত CPU আৰু অধিক RAM এ, প্রতিপাদনৰ গতি( rendering speed) বৃদ্ধি কৰাত সহায় কৰে।
01:18 যত ব্লেন্ডাৰ ইন্টাৰফেস, ভিউপোর্টস আৰু ৰিয়েল-টাইম ইঞ্জিনৰ গতি গ্রাফিক্স কার্ডৰ গতি দ্বাৰা প্রভাবিত হয়।
01:26 ডাঙৰ ভিডিও ফাইলৰ সৈতে আচৰন কৰাত, দ্রুত আৰু ডাঙৰ হার্ড ড্রাইভও কামৰ গতি বড়াব পাৰে।
01:32 যতনেকি আপোনি দেখিব পাৰিব, ব্লেন্ডাৰ সংস্থা ব্যবহাৰৰ তিনি ভাগৰ বাবে হার্ডওয়্যাৰ (Hardware Specifications ) বিশিষ্টতা দেখায়।
01:40 নূন্যতম, ভাল আৰু উত্পাদন স্তৰ (Minimum, Good and Production levels.)।
01:44 ব্লেন্ডাৰ চলোৱাৰ বাবে নূন্যতম হার্ডওয়্যাৰ বিশিষ্টতা হল
01:48 1 GHZ Single Core CPU
01:53 512 MB RAM
01:56 16 বিট কালাৰৰ সৈতে 1024*768 px Display
02:03 3 বাটন মাউস
02:05 64 MB RAM ইয়াৰ সৈতে ওপেন GL Graphics Card
02:12 ভাল বিশিষ্টতাৰ বাবে-
02:15 2 GHZ Dual Core CPU
02:20 2 GB RAM
02:22 24 বিট কালাৰৰ সৈতে 1920*1200 px Display
02:28 3 Button Mouse(3 বাটন মাউস)
02:30 256 বা 512 MB RAM ইয়াৰ সৈতে ওপেন GL Graphics Card
02:40 উত্পাদন স্তৰ হার্ডওয়্যাৰ বিশিষ্টতা হব-
02:43 64 bits, Multi Core CPU
02:47 8-16 GB RAM
02:50 24 বিট কালাৰৰ সৈতে দ্বিগুন 1920*1200 px Display
02:57 3 Button Mouse + Tablet
03:00 1 GB RAM, ATI FireGL বা Nvidia Quadro ইয়াৰসৈতে ওপেন GL গ্রাফিক্স কার্ড।
03:10 আপোনি এটা নির্দিষ্ট স্তৰৰ সৈতে জুড়াটো নিশ্চিত কৰিবলৈ, আপোনাৰ সিস্টেম কনফিগাৰটো প্ৰশিক্ষন কৰা দৰকাৰ।
03:17 আপোনাৰ ব্রাউজাৰ উইন্ডো মিনিমাইজ কৰক।
03:20 Control Panel লৈ যাওক। ইয়াত System আইকনত ডাবল ক্লিক কৰক।
03:26 সেয়ে আপোনি ইয়াত মেশিনৰ বর্তমান বিশিষ্টতা দেখিব পাৰিব আৰু ব্লেন্ডাৰ সংস্থা দ্বাৰা প্রস্তাবৰ সৈতে তুলনা কৰিব পাৰিব।
03:36 অধিকতৰ উইন্ডোজ অপাৰেটিং সিস্টেম 32-bit বা 64-bit হয়। আমি 32-bit উইন্ডোজ ব্যবহাৰ কৰিছো।
03:45 32-bit আৰু 64-bit এ, CPU, ইয়াৰ তথ্য পৰিচালনৰ উপায় তৈয়াৰ কৰে।
03:52 উইন্ডোসৰ 64-bit সংস্কৰণে 32-bit সিস্টেমৰ তুলনাত অধিক কার্যকৰ ভাবে ডাঙৰ মাত্রাত RAM পৰিচালনা কৰে।
04:00 আৰু আপোনি যদি ব্লেন্ডাৰৰ বাবে নতুন কম্পিউটাৰত বিনিয়োগৰ(invest) পৰিকল্পনা কৰে তেনেহলে,
04:04 www. Blender Guru. com/ The Ultimate Guide to buying a computer for Blender ত এই নিবন্ধটো দেখা এটা ভাল উপায় হব।
04:21 এই সহায়িকায়ে আপোনাক অপাৰেটিং সিস্টেম, CPU, RAM, গ্রাফিক্স কার্ড, কেস আৰু হার্ড ড্রাইভ সম্পর্কে বিস্তাৰিত বিবৰণ দিয়ে।
05:04 ব্লেন্ডাৰৰ হার্ডওয়্যাৰ প্রয়োজনীয়তাৰ টিউটোৰিয়েলটো ইয়াতে অন্ত পৰিছে ।
05:08 এই প্রকল্পটো ভাৰত সৰকাৰৰ MHRD ইয়াৰ "আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশন" দ্বাৰা সমর্থিত।
05:17 এই সম্বন্ধে আৰু তথ্য oscar.iitb.ac.in আৰু spoken-tutorial.org/NMEICT-Intro ওয়েবসাইটত উপলব্ধ।
05:33 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে,
05:35 স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
05:39 যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
05:44 আৰো বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক।
05:51 অংশগ্রহনৰ বাবে ধন্যবাদ।
05:53 মই অনামিকা মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো।

Contributors and Content Editors

Anamika