GIMP/C2/Drawing-Simple-Figures/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:18 | Meet the GIMP তিউতৰিয়েললৈ স্বাগতম জনাইছো। |
00:21 | মোৰ নাম মৌচুমি মেধী আৰু মই এইতো আই আই টি বম্বেত বানীবদ্ধ কৰিছো । |
00:27 | মই পোৱা এটা ই-মেইলৰ সৈতে তিউতৰিয়েলতো আৰম্ভ কৰা যাওক । |
00:33 | মই দেভিদ ৱানচিলেন পৰা এটা ই-মেইল পাইছিলো আৰু তেও মোক এটা সাধাৰন আকাৰ জ্যামিতিৰ সহায়ত GIMP ৰ সৈতে কেনেকৈ আকিব পাৰি সুধিছিল । |
00:45 | গতিকে প্ৰথমতে সকলোতকৈ সহজ উপায়েৰে আৰম্ভ কৰা যাওক যিটো হৈছে চিধা ৰেখাৰ সৈতে। |
00:55 | এডাল চিধা ৰেখা আকিবলৈ টান কিন্তু আপোনালোকে যদি ইয়াত এটা বিন্দু বনায় আৰু shift কি(key) দবায় আৰু অন্য এটা বিন্দু বনায়,আপোনালোকে সহজতে এডাল পোন ৰেখা আকিব পাৰিব । |
01:14 | গতিকে এইবোৰেই হৈছে চিধা ৰেখা । |
01:19 | নোহোৱা কৰিবলৈ Ctrl + Z দবাওক । |
01:24 | এটা সমচতুৰ্ভুজ অলপ কিছু যতিল । |
01:28 | মাত্ৰ তুল বস্কলৈ যাওক আৰু rectangle tool মানে আয়তাকাৰ তুল নিৰ্বাচন কৰক। |
01:36 | আৰু দিশ অনুপাত ৩/৩ হিচাবে ৰাখক। |
01:41 | গতিকে এইতো সমচতুৰ্ভুজ হোৱাতো উচিত। |
01:44 | এতিয়া মোৰ সমচতুৰ্ভুজ নিৰ্বাচন হৈ আছে গতিকে এদিত,স্ত্ৰোক চিলেক্চনলৈ (নিৰ্বাচনলৈ) যাওক। |
01:52 | মই ইয়াত কিছুমান পৰিবৰ্তন কৰিব পাৰো। |
01:55 | মই ৰেখাৰ প্ৰ্স্থায়ী কৰিব পাৰো নতুবা মই paint tool ৱ্যবহাৰ কৰিব পাৰো আৰু মই পেইণ্ট তুলত paint brush নিৰ্বাচন কৰিব পাৰো আৰু স্ত্ৰোকত ক্লিক কৰিব পাৰো। |
02:10 | আৰু ইয়াত আপোনালোকে আপোনালোকৰ সমচৰ্তুৰ্ভুজ পালে । |
02:14 | মই যদি এই সমচৰ্তুৰ্ভুজতো ভৰ্তি কৰিব বিচাৰো, এইতো সহজ, মাত্ৰ ইয়াত মোৰ ৰঙৰ পেলেতলৈ যাওক আৰু ক’লা ৰং সমচৰ্তুৰ্ভুজতোলৈ তানি আনক । |
02:25 | দীৰ্ঘবৃত্তৰ সৈতে একে কাম কৰিব পৰা যায় । |
02:30 | মই মাত্ৰ দীৰ্ঘবৃত্ত নিৰ্বাচন কৰিব পাৰো আৰু এদিত লৈ যাব পাৰো আৰু স্ত্ৰোক চিলেক্সন নিৰ্বাচন কৰিব পাৰো। |
02:40 | বহুত যতিল গঠনৰ বাবে পাথ তুল নিৰ্বাচন কৰক । |
02:46 | মই এটা পথ বিন্দু বনায় তৈয়াৰ কৰিব পাৰো আৰু মই যেতিয়া শেষৰ বিন্দুতোত ক্লিক কৰিম,মোৰ পথ সমাপ্ত হব। |
02:56 | তাৰ পাছত মই ইয়াত এদিতলৈ যাব পাৰো আৰু এই নাল কেইদাল আপোনালোকে বিছৰা ধৰনে উন্নত কৰিবলৈ আৰম্ভ কৰি দিব পাৰো। |
03:06 | আপোনালোকে এইতো অনুশিলন কৰিব পাৰে আৰু বুজিব পাৰে । |
03:10 | এইতো বিৰাত সহজ । |
03:17 | শেষত মই কৰিব বিছৰা বস্তুতো হৈছে পথতো পাক লগোৱা। |
03:22 | আৰু মই একে অপচন ইয়াত পাইছো আৰু মই যেতিয়া স্ত্ৰোকত ক্লিক কৰিছো,মই এডাল সম্পুৰ্ন শুধ্য লাইন পাইছো । |
03:29 | এইদাল চিধা ৰেখা নহয় কিন্তু এইদাল সম্পুৰ্ন শুধ্য ৰেখা । |
03:34 | আৰু এই সপ্তাহৰ বাবে এইখিনিয়েই। |
03:37 | বেছি তথ্যৰ বাবে http://meetthegimp.org লৈ যাওক আৰু আপোনালোকে যদি মতামত পঠাব বিচাৰে অনুগ্ৰহ কৰি info@meetthegimp.org লৈ লিখক। শুভবিদায় । |
03:54 | এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ। |