GIMP/C2/Drawing-Simple-Figures/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:18 Meet the GIMP তিউতৰিয়েললৈ স্বাগতম জনাইছো।
00:21 মোৰ নাম মৌচুমি মেধী আৰু মই এইতো আই আই টি বম্বেত বানীবদ্ধ কৰিছো ।
00:27 মই পোৱা এটা ই-মেইলৰ সৈতে তিউতৰিয়েলতো আৰম্ভ কৰা যাওক ।
00:33 মই দেভিদ ৱানচিলেন পৰা এটা ই-মেইল পাইছিলো আৰু তেও মোক এটা সাধাৰন আকাৰ জ্যামিতিৰ সহায়ত GIMP ৰ সৈতে কেনেকৈ আকিব পাৰি সুধিছিল ।
00:45 গতিকে প্ৰথমতে সকলোতকৈ সহজ উপায়েৰে আৰম্ভ কৰা যাওক যিটো হৈছে চিধা ৰেখাৰ সৈতে।
00:55 এডাল চিধা ৰেখা আকিবলৈ টান কিন্তু আপোনালোকে যদি ইয়াত এটা বিন্দু বনায় আৰু shift কি(key) দবায় আৰু অন্য এটা বিন্দু বনায়,আপোনালোকে সহজতে এডাল পোন ৰেখা আকিব পাৰিব ।
01:14 গতিকে এইবোৰেই হৈছে চিধা ৰেখা ।
01:19 নোহোৱা কৰিবলৈ Ctrl + Z দবাওক ।
01:24 এটা সমচতুৰ্ভুজ অলপ কিছু যতিল ।
01:28 মাত্ৰ তুল বস্কলৈ যাওক আৰু rectangle tool মানে আয়তাকাৰ তুল নিৰ্বাচন কৰক।
01:36 আৰু দিশ অনুপাত ৩/৩ হিচাবে ৰাখক।
01:41 গতিকে এইতো সমচতুৰ্ভুজ হোৱাতো উচিত।
01:44 এতিয়া মোৰ সমচতুৰ্ভুজ নিৰ্বাচন হৈ আছে গতিকে এদিত,স্ত্ৰোক চিলেক্চনলৈ (নিৰ্বাচনলৈ) যাওক।
01:52 মই ইয়াত কিছুমান পৰিবৰ্তন কৰিব পাৰো।
01:55 মই ৰেখাৰ প্ৰ্স্থায়ী কৰিব পাৰো নতুবা মই paint tool ৱ্যবহাৰ কৰিব পাৰো আৰু মই পেইণ্ট তুলত paint brush নিৰ্বাচন কৰিব পাৰো আৰু স্ত্ৰোকত ক্লিক কৰিব পাৰো।
02:10 আৰু ইয়াত আপোনালোকে আপোনালোকৰ সমচৰ্তুৰ্ভুজ পালে ।
02:14 মই যদি এই সমচৰ্তুৰ্ভুজতো ভৰ্তি কৰিব বিচাৰো, এইতো সহজ, মাত্ৰ ইয়াত মোৰ ৰঙৰ পেলেতলৈ যাওক আৰু ক’লা ৰং সমচৰ্তুৰ্ভুজতোলৈ তানি আনক ।
02:25 দীৰ্ঘবৃত্তৰ সৈতে একে কাম কৰিব পৰা যায় ।
02:30 মই মাত্ৰ দীৰ্ঘবৃত্ত নিৰ্বাচন কৰিব পাৰো আৰু এদিত লৈ যাব পাৰো আৰু স্ত্ৰোক চিলেক্সন নিৰ্বাচন কৰিব পাৰো।
02:40 বহুত যতিল গঠনৰ বাবে পাথ তুল নিৰ্বাচন কৰক ।
02:46 মই এটা পথ বিন্দু বনায় তৈয়াৰ কৰিব পাৰো আৰু মই যেতিয়া শেষৰ বিন্দুতোত ক্লিক কৰিম,মোৰ পথ সমাপ্ত হব।
02:56 তাৰ পাছত মই ইয়াত এদিতলৈ যাব পাৰো আৰু এই নাল কেইদাল আপোনালোকে বিছৰা ধৰনে উন্নত কৰিবলৈ আৰম্ভ কৰি দিব পাৰো।
03:06 আপোনালোকে এইতো অনুশিলন কৰিব পাৰে আৰু বুজিব পাৰে ।
03:10 এইতো বিৰাত সহজ ।
03:17 শেষত মই কৰিব বিছৰা বস্তুতো হৈছে পথতো পাক লগোৱা।
03:22 আৰু মই একে অপচন ইয়াত পাইছো আৰু মই যেতিয়া স্ত্ৰোকত ক্লিক কৰিছো,মই এডাল সম্পুৰ্ন শুধ্য লাইন পাইছো ।
03:29 এইদাল চিধা ৰেখা নহয় কিন্তু এইদাল সম্পুৰ্ন শুধ্য ৰেখা ।
03:34 আৰু এই সপ্তাহৰ বাবে এইখিনিয়েই।
03:37 বেছি তথ্যৰ বাবে http://meetthegimp.org লৈ যাওক আৰু আপোনালোকে যদি মতামত পঠাব বিচাৰে অনুগ্ৰহ কৰি info@meetthegimp.org লৈ লিখক। শুভবিদায় ।
03:54 এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Baijayanti, Mousumi