BASH/C2/Nested-and-multilevel-if-elsif-statements/Assamese
From Script | Spoken-Tutorial
|
|
00:00 | মৰমৰ বন্ধুসকল, বেচত নেষ্টেদ আৰু মাল্টিলেভেল ইফ ষ্টেটমেন্তৰ (Nested and multilevel if statement in BASH) স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম |
00:09 | এই টিউট’ৰিয়েলটোত, আমি শিকিম |
00:12 | Nested if-else(নেষ্টেদ ইফ-এলচ) আৰু |
00:14 | Multilevel if-else statement(মাল্টিলেভেল ইফ-এলচ ষ্টেটমেন্ত)ৰ বিষয়ে |
00:17 | আমি এইটো কিছু উদাহৰণ ব্যৱ্হাৰ কৰি কৰিম |
00:22 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপুনি Linux Operating System(লিনাক্স অপাৰেটিং চিষ্টেম)ৰ সৈতে পৰিচিত হ’ব লাগিব |
00:28 | যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক |
00:35 | এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো |
00:38 | Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 OS আৰু |
00:42 | GNU Bash(বেচ) তাঙৰণ 4.1.10 |
00:46 | GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে |
00:52 | আহক আমি নেষ্টেদ ইফ-এলচ ষ্টেটমেন্তৰ ( Nested if-else statement) প্ৰৱাহ (flow) বুজো |
00:57 | ইয়াত, যদি চৰ্ত(condition)1 টো ট্ৰু (true) হয়, তেন্তে চৰ্ত(condition) 2 টো সমাধিত (evaluated) হ’ব |
01:04 | যদি চৰ্ত(condition) 2 টো ট্ৰু (true) হয়, তেন্তে ষ্টেটমেন্ত(statement) 1 টো কাৰ্যকৰী হ’ব |
01:10 | অৰ্থাৎ, মাত্ৰ যেতিয়া দুয়োটা চৰ্ত 1 আৰু 2 ট্ৰু (true) হয়, তেতিয়া ষ্টেটমেন্ত(statement) 1 কাৰ্যকৰী হ’ব |
01:19 | যদি চৰ্ত(condition)1 টো ফলচ (false) হয়, তেন্তে ষ্টেটমেন্ত(statement) 3 কাৰ্যকৰী হ’ব |
01:25 | আৰু যদি চৰ্ত(condition) 2 টো ফলচ (false) হয়, তেন্তে ষ্টেটমেন্ত(statement) 2 কাৰ্যকৰী হ’ব |
01:31 | আহক এটা উদাহৰণ চাওঁ |
01:33 | মই ক’ডটো nestedifelse(নেষ্টেদ ইফ এলচ).sh ফাইলটোত লিখি থৈছো |
01:38 | মই ইয়াক খুলিম |
01:40 | মই এতিয়া ক’ড (code)টো বৰ্ণনা ( explain) কৰিম |
01:43 | এইটো হৈছে চিবেং লাইন( shebang line) |
01:45 | ভেৰিয়েবল NAME(নেম)টোত anusha(অনুচা) মানটো সংযুক্ত কৰা হৈছে |
01:50 | ভেৰিয়েবল PASSWORD(পাচৱৰ্ড)টোত abc123 মানটো সংযুক্ত কৰা হৈছে |
01:56 | ৰিদ কমান্ডটোৱে (read command) ষ্টেনদাৰ্দ ইনপুটৰ (standard input)পৰা এশাৰী (one line) দাতা পঢ়িব |
02:02 | - (হাইফেন) p ফ্লেগে (flag) প্ৰমপ্তটো (prompt) দৰ্শিত কৰে |
02:05 | - (হাইফেন) pৰ পাছৰ ষ্ট্ৰিংগ (string), “Enter name: ” টো টাৰ্মিনেলত (terminal) দৰ্শিত হ’ব |
02:11 | myname(মাইনেম) হৈছে এটা ভেৰিয়েবল যি উপভোক্তাই এন্টাৰ কৰা আখৰ জমা কৰে যিহৈছে (i.e.) ইউজাৰ ইনপুটটো (user input) |
02:18 | প্ৰথম if(ইফ) ষ্টেটমেন্তটোৱে (statement) myname(মাইনেম) আৰু NAME(নেম) ভেৰিয়েবল দুটাক তুলনা (compares) কৰে |
02:24 | যিহৈছে (i.e.) ভেৰিয়েবল নেমত (Name) জমা থকা ইউজাৰ ইনপুট (user input) আৰু মানটো অৰ্থাৎ anusha(অনুচা) |
02:31 | যদি মানদুটা সদৃশ হয়, তেন্তে এই if(ইফ) ষ্টেটমেন্তটোত (statement) বাকী থকা ক’ডটো কাৰ্যকৰী হ’ব |
02:38 | ৰিদ কমান্ডটোৱে (read command) mypassword(মাইপাচৱৰ্ড) ভেৰিয়েবলত এন্টাৰ কৰা পাচৱৰ্ডটো (password) পঢ়ে আৰু জমা কৰে |
02:46 | ইয়াত, - (হাইফেন) s ফ্লেগ (flag) আছে silent mode(চাইলেন্ত মোদ)ৰ বাবে |
02:49 | ই বুজায় যে উপভোক্তাই এন্টাৰ কৰা আখৰসমূহ টাৰ্মিনেলত (terminal) দৰ্শিত নহ’ব |
02:56 | ইয়াত আমাৰ আন এযোৰা if-else(ইফ-এলচ) ষ্টেটমেন্ত (statement) আছে |
02:59 | এই if-else(ইফ-এলচ) ষ্টেটমেন্ত (statement) যোৰা প্ৰথম if(ইফ) ৰ ভিতৰত নেষ্টেদ (nested)হৈ থাকে |
03:05 | দ্বিতীয় if(ইফ) ষ্টেটমেন্তটোৱে (statement) ভেৰিয়েবল mypassword(মাইপাচৱৰ্ড) আৰু PASSWORD(পাচৱৰ্ড)ক তুলনা কৰে |
03:12 | যেতিয়া ইফ চৰ্তটো (if condition) ট্ৰু (true) হয়; echo(ইকৌ)য়ে টাৰ্মিনেলত (terminal) “Welcome” বাৰ্তাটো দৰ্শিত কৰে |
03:18 | যিহৈছে(i.e.) পাচৱৰ্ডসমূহ (passwords) সদৃশ হয় |
03:21 | -e য়ে বেকশ্লাচ এচকেপচ (backslash escapes)ৰ অনুবাদক (interpretation) সক্ৰিয় কৰে |
03:27 | \n হৈছে নতুন শাৰীৰ বাবে; যি বুজায় ষ্ট্ৰিংগ (Welcome”) টো এটা নতুন শাৰীত ছপা হ’ব |
03:35 | যেতিয়া ইফ চৰ্তটো (if condition) ট্ৰু (true) নহয়, তেতিয়া এলচ চৰ্তটো (else condition) কাৰ্যকৰী হ’ব; |
03:42 | যিহৈছে (i.e.) যেতিয়া পাচৱৰ্ডসমূহ (passwords) সদৃশ নহয়, এলচ চৰ্তটো (else condition) কাৰ্যকৰী হ’ব |
03:48 | এইক্ষেত্ৰত, echo(ইকৌ) য়ে দৰ্শিত কৰে “Wrong password” |
03:53 | fi য়ে আভ্যন্তৰীণ (inner) if-else(ইফ-এলচ) ষ্টেটমেন্ত (statement)টো শেষ কৰে |
03:57 | আমাৰ প্ৰথম if-else(ইফ-এলচ) ষ্টেটমেন্ত (statement)টোলৈ ঘূৰি আহোঁ |
04:01 | যদি myname(মাইনেম) আৰু NAME(নেম)ত থকা মানসমূহ সদৃশ নহয়, তেন্তে এই এলচ ষ্টেটমেন্তটো (else statement) কাৰ্যকৰী হ’ব |
04:09 | ই টাৰ্মিনেলত (terminal) “Wrong Name” বাৰ্তাটো echo(ইকৌ) কৰিব |
04:14 | fi য়ে বহিস্থ (outer) if-else(ইফ-এলচ) ষ্টেটমেন্ত (statement) টো শেষ কৰে |
04:18 | এতিয়া আপোনাৰ কীবৰ্ড (keyboard)ত একেলগে Ctrl Alt আৰু T কী টিপি টাৰ্মিনেল উইন্ড’খন (terminal window) খোলক |
04:27 | ফাইলটো এক্সিকিউটেবল (executable) বনাওঁক |
04:29 | লিখক: chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) nestedifelse(নেষ্টেদ ইফএলচ).sh |
04:38 | এতিয়া লিখক dot slash(দত শ্লাচ) nestedifelse(নেষ্টেদ ইফএলচ).sh |
04:43 | প্ৰোগ্ৰামটোৱে দুটা চৰ্ত প্ৰতিপন্ন (verifies) কৰে |
04:46 | যিহৈছে(ie) Name(নেম) আৰু Password(পাচৱৰ্ড) |
04:48 | যেতিয়া ই টাৰ্মিনেলত (terminal) কাৰ্যকৰী হয় |
04:52 | ইয়াত, প্ৰমপ্ত্টোৱে (prompt) দৰ্শিত কৰে Enter Name |
04:55 | আহক আমি লিখো anusha(অনুচা) |
04:57 | যিহেতু এই চৰ্তটো ট্ৰু (true) হয়, পাছৰ ইফ চৰ্তটো (if condition) সমাধান হ’ব |
05:02 | এতিয়া প্ৰমপ্তটোৱে (prompt) ক’ব Password(পাচৱৰ্ড) |
05:05 | মই Password(পাচৱৰ্ড)টো abc123 বুলি লিখিম |
05:10 | Password(পাচৱৰ্ড)টো ভেৰিয়েবল PASSWORD(পাচৱৰ্ড)ত থকা মানটোৰ সৈতে সদৃশ হ’ব |
05:15 | গতিকে, প্ৰমপ্তটোৱে (prompt) Welcome বাৰ্তাটো দৰ্শিত কৰে |
05:19 | এতিয়া আহক আমি স্ক্ৰিপ্তটো (script) আকৌ কাৰ্যকৰী কৰো |
05:21 | আপ এৰ’ কীটো (up arrow key) টিপক |
05:24 | dot slash(দত শ্লাচ) nestedifelse(নেষ্টেদ ইফএলচ).shলৈ যাওঁক |
05:29 | এন্টাৰ (Enter) টিপক |
05:31 | এইবাৰ আমি একেটা নাম বেলেগ পাচৱৰ্ডৰ (password) সৈতে এন্টাৰ কৰিম |
05:37 | গতিকে মই নামটো anusha(অনুচা) হিচাবে আৰু পাচৱৰ্ডটো (password) 123 হিচাবে এন্টাৰ কৰিম |
05:44 | name(নেম) মানসমূহ সদৃশ হ’ব কিন্তু পাচৱৰ্ড (password) মানসমূহ নহ’ব |
05:49 | গতিকে, Wrong password বাৰ্তাটো দৰ্শিত হ’ব |
05:53 | ই প্ৰমাণ কৰে যে প্ৰথম ইফ ষ্টেটমেন্তৰ (if statement) ভিতৰত থকা নেষ্টেদ এলচ ষ্টেটমেন্তটো (nested else statement) কাৰ্যকৰী হ’ল |
06:01 | আহক স্ক্ৰিপ্তটো (script) আৰু এবাৰ কাৰ্যকৰী কৰো |
06:04 | এইবাৰ আমি নামটো swati (স্বাতি) হিচাবে দিম |
06:08 | “Wrong name” বাৰ্তাটো দৰ্শিত হৈছে |
06:12 | এইটো এইকাৰণে যে swati (স্বাতি) নামটো আগতে ডিক্লেয়াৰ কৰা মান anusha(অনুচা)ৰ সদৃশ নহয় |
06:19 | নিয়ন্ত্ৰণটো (control) প্ৰথম ইফ ষ্টেটমেন্তৰ (if statement) পৰা বাহিৰ উলায় আৰু এলচ ষ্টেটমেন্তটো (else statement) কাৰ্যকৰী কৰে |
06:25 | ই Wrong name বাৰ্তাটো ছপা কৰে |
06:29 | এতিয়া আহক আমি মাল্টিলেভেল ইফ-এলচ ষ্টেটমেন্ত (multilevel if-else statement) চাওঁ |
06:34 | যদি চৰ্ত (condition) 1'টো ট্ৰু (true) হয়, তেতিয়া ষ্টেটমেন্ত (statement) 1টো কাৰ্যকৰী হয় |
06:40 | যদি চৰ্ত (condition) 1'টো ফলচ (false) হয়, তেতিয়া চৰ্ত (condition) 2টো সমাধান হয় |
06:46 | যদি চৰ্ত (condition) 2টো ট্ৰু (true) হয়, তেতিয়া ষ্টেটমেন্ত (statement) 2টো কাৰ্যকৰী হয় |
06:52 | আৰু যদি চৰ্ত (condition) 2টো ফলচ (false) হয়, তেতিয়া চৰ্ত (condition) N টো সমাধান হয় |
06:58 | যদি চৰ্ত (condition) N টো ট্ৰু (true) হয়, তেতিয়া ষ্টেটমেন্ত (statement) N টো কাৰ্যকৰী হয় |
07:03 | আৰু যদি চৰ্ত (condition) N টো ফলচ (false) হয়, তেতিয়া ষ্টেটমেন্ত (statement) X টো কাৰ্যকৰী হ’ব |
07:10 | আহক এটা উদাহৰণ চাওঁ |
07:12 | মোৰ এটা কামকৰা উদাহৰণ আছে |
07:14 | মই এইটো খুলিম । মন কৰিব যে আমাৰ ফাইলনেমটো হৈছে multilevel(মাল্টিলেভেল) hyphen(হাইফেন) ifelse(ইফএলচ) dot(দত) sh |
07:23 | আহক আমি ক’ডটোৰ দ্বাৰা আগবাহো |
07:25 | এইটো হৈছে চিবেং শাৰী (shebang line) |
07:27 | mystring(মাইষ্ট্ৰিংগ) হৈছে এটা ভেৰিয়েবল যি কাৰ্যকৰণৰ সময়্ত উপভোক্তাই ইনপুট কৰা শব্দটো জমা কৰে |
07:34 | ইফ চৰ্ত(if condition)টোৱে পৰীক্ষা কৰে যে ইনপুট ষ্ট্ৰিংগটো (input string) null(নাল) নেকি |
07:39 | - (হাইফেন) z য়ে পৰীক্ষা কৰে যে ষ্ট্ৰিংগটোৰ ('string) দৈৰ্ঘ্য শূণ্য (zero) নেকি |
07:44 | টাৰ্মিনেলত(terminal) man test(মেন টেষ্ট) লিখক আৰু বিভিন্ন ষ্ট্ৰিংগ (string ) তুলনাসমূহ (comparison) বিশ্লেষণ কৰক |
07:51 | এই ইকৌ ষ্টেটমেন্ত্টো(echo statement) ছপা হ’ব, যদি একো এন্টাৰ কৰা নহয় |
07:56 | প্ৰথম এলইফ চৰ্ত(elif condition)টোৱে পৰীক্ষা কৰে যে ইনপু্ট ষ্ট্ৰিংগ (input string)টোত raj(ৰাজ) উপলব্ধ নেকি |
08:03 | যদি এইটো হয়, তেন্তে এই ইকৌ ষ্টেটমেন্ত্টো(echo statement) ছপা হ’ব |
08:08 | wildcard character(ওৱাইল্ডকাৰ্ড কেৰেক্তাৰ)টোৱে নিশ্বিত (ensures) কৰে যে ইয়াত raj(ৰাজ)ৰে যদি কিবা শব্দ থাকে, চিহ্নিত (identified) হ’ব |
08:15 | পাছৰ এলইফ চৰ্ত(elif condition) টোৱে পৰীক্ষা কৰে যে ইনপু্ট ষ্ট্ৰিংগ (input string)টোত jit(জিত) শব্দটো উপলব্ধ নেকি |
08:22 | যদি এইটো হয়, তেন্তে এই ইকৌ ষ্টেটমেন্ত্টো(echo statement) ছপা হ’ব |
08:27 | এলচ চৰ্ত্টো(else condition) কাৰ্যকৰী হ’ব যেতিয়া ওপৰৰ সকলো চৰ্তসমূহ (conditions) অসফল (fail) হ’ব |
08:33 | আৰু ই Sorry! Input does not contain either 'raj' or jit বাৰ্তাটো দৰ্শিত কৰিব |
08:41 | fiয়ে মাল্টিলেভেল ইফ-এলচ ষ্টেটমেন্ত (multilevel if-else statement)ৰ শেষক সূচায় |
08:46 | আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
08:48 | আমাৰ টাৰ্মিনেললৈ(terminal) ঘূৰি আহঁক |
08:51 | লিখক : chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) multilevel(মাল্টিলেভেল) hyphen(হাইফেন) ifelse(ইফএলচ) dot(দত) sh |
09:00 | লিখক dot slash(দত শ্লাচ) multilevel(মাল্টিলেভেল) hyphen(হাইফেন) ifelse(ইফএলচ) dot(দত) sh |
09:06 | আমাক এটা ইনপুট দিবলৈ ক’ব |
09:09 | আহক আমি বিভিন্ন ইনপুট দিওঁ আৰু প্ৰতিবাৰ কি হয় চাওঁ |
09:14 | প্ৰথমে মই একো নিলিখাকৈ এন্টাৰ(Enter) টিপিম |
09:19 | Nothing was Entered বাৰ্তাটো দৰ্শিত হৈছে |
09:22 | আৰু নিয়ন্ত্ৰণটো (control) মাল্টিলেভেল ইফ-এলচ ষ্টেটমেন্ত (multilevel if-else statement)ৰ পৰা বাহিৰ উলাইছে |
09:28 | মই প্ৰমপ্তটো (prompt) খালী কৰিম |
09:30 | আহক আমি স্ক্ৰিপ্তটো (script) এটা বেলেগ ইনপুটৰে (input) কাৰ্যকৰী কৰি চেষ্টা কৰো |
09:34 | আপ এৰ’ কী (up arrow key) টিপক |
09:36 | dot slash(দত শ্লাচ) multilevel(মাল্টিলেভেল) hyphen(হাইফেন) ifelse(ইফএলচ) dot(দত) shলৈ যাওঁক |
09:41 | এন্টাৰ (Enter) টিপক |
09:43 | প্ৰমপ্তটোৱে (prompt) "Enter a Word" দৰ্শিত কৰিছে |
09:45 | মই লিখিম abhijit(অভিজিত) |
09:48 | আউতপুতটো দৰ্শিত হৈছে যে “abhijit contains word jit” |
09:53 | ই দেখায় যে নিয়ন্ত্ৰণটো (control) আমাৰ ক’ডটোৰ তৃতীয় চৰ্ত (condition)টোলৈ প্ৰবাহিত হৈছে |
09:59 | প্ৰথম দুটা চৰ্ত (condition) সদৃশ নহয় |
10:03 | সকলো চৰ্তসমূহৰ (conditions) বাবে একেটা যুক্তি (logic) প্ৰয়োগযোগ্য হয় |
10:07 | প্ৰোগ্ৰামটো বিভিন্ন ইনপু্টসমূহৰ (inputs) সৈতে কাৰ্যকৰী কৰি ফলাফলসমূহ (results) নিৰীক্ষণ কৰক |
10:13 | আহক আমি মূলভাৱ চাওঁ |
10:15 | এই টিউট’ৰিয়েলটোত আমি শিকিলো, ব্যৱ্হাৰ |
10:18 | Nested If-else(নেষ্টেদ ইফ-এলচ): Name(নেম) আৰু Password verification(পাচৱৰ্ড ভেৰিফিকেচন)ৰ সৈতে আৰু |
10:23 | Multilevel(মাল্টিলেভেল) if-else(ইফ-এলচ): ষ্ট্ৰিংগ কম্পেৰিজন(String comparison) প্ৰোগ্ৰাম |
10:28 | এটা অনুশিলনী হিচাবে, এটা প্ৰোগ্ৰাম লিখক বিভিন্ন বাৰ্তা আউত্পুত (output) দিবলৈ যেতিয়া সংখ্যাটো |
10:34 | 3 তকৈ ডাঙৰ, |
10:35 | 3 তকৈ সৰু, |
10:37 | বা 3 ৰ সমান, |
10:39 | বা যেতিয়া উপভোক্তাৰ ইনপুটটো (user input) খালী হয় |
10:42 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
10:45 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
10:48 | আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
10:53 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
10:55 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
10:58 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
11:02 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
11:09 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
11:13 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
11:20 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
11:26 | স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান (contributed) দিছে |
11:31 | সংযোগ কৰাৰ বাবে ধন্যবাদ |