BASH/C2/Nested-and-multilevel-if-elsif-statements/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:00 মৰমৰ বন্ধুসকল, বেচত নেষ্টেদ আৰু মাল্টিলেভেল ইফ ষ্টেটমেন্তৰ (Nested and multilevel if statement in BASH) স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
00:09 এই টিউট’ৰিয়েলটোত, আমি শিকিম
00:12 Nested if-else(নেষ্টেদ ইফ-এলচ) আৰু
00:14 Multilevel if-else statement(মাল্টিলেভেল ইফ-এলচ ষ্টেটমেন্ত)ৰ বিষয়ে
00:17 আমি এইটো কিছু উদাহৰণ ব্যৱ্হাৰ কৰি কৰিম
00:22 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপুনি Linux Operating System(লিনাক্স অপাৰেটিং চিষ্টেম)ৰ সৈতে পৰিচিত হ’ব লাগিব
00:28 যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক
00:35 এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো
00:38 Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 OS আৰু
00:42 GNU Bash(বেচ) তাঙৰণ 4.1.10
00:46 GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00:52 আহক আমি নেষ্টেদ ইফ-এলচ ষ্টেটমেন্তৰ ( Nested if-else statement) প্ৰৱাহ (flow) বুজো
00:57 ইয়াত, যদি চৰ্ত(condition)1 টো ট্ৰু (true) হয়, তেন্তে চৰ্ত(condition) 2 টো সমাধিত (evaluated) হ’ব
01:04 যদি চৰ্ত(condition) 2 টো ট্ৰু (true) হয়, তেন্তে ষ্টেটমেন্ত(statement) 1 টো কাৰ্যকৰী হ’ব
01:10 অৰ্থাৎ, মাত্ৰ যেতিয়া দুয়োটা চৰ্ত 1 আৰু 2 ট্ৰু (true) হয়, তেতিয়া ষ্টেটমেন্ত(statement) 1 কাৰ্যকৰী হ’ব
01:19 যদি চৰ্ত(condition)1 টো ফলচ (false) হয়, তেন্তে ষ্টেটমেন্ত(statement) 3 কাৰ্যকৰী হ’ব
01:25 আৰু যদি চৰ্ত(condition) 2 টো ফলচ (false) হয়, তেন্তে ষ্টেটমেন্ত(statement) 2 কাৰ্যকৰী হ’ব
01:31 আহক এটা উদাহৰণ চাওঁ
01:33 মই ক’ডটো nestedifelse(নেষ্টেদ ইফ এলচ).sh ফাইলটোত লিখি থৈছো
01:38 মই ইয়াক খুলিম
01:40 মই এতিয়া ক’ড (code)টো বৰ্ণনা ( explain) কৰিম
01:43 এইটো হৈছে চিবেং লাইন( shebang line)
01:45 ভেৰিয়েবল NAME(নেম)টোত anusha(অনুচা) মানটো সংযুক্ত কৰা হৈছে
01:50 ভেৰিয়েবল PASSWORD(পাচৱৰ্ড)টোত abc123 মানটো সংযুক্ত কৰা হৈছে
01:56 ৰিদ কমান্ডটোৱে (read command) ষ্টেনদাৰ্দ ইনপুটৰ (standard input)পৰা এশাৰী (one line) দাতা পঢ়িব
02:02 - (হাইফেন) p ফ্লেগে (flag) প্ৰমপ্তটো (prompt) দৰ্শিত কৰে
02:05 - (হাইফেন) pৰ পাছৰ ষ্ট্ৰিংগ (string), “Enter name: ” টো টাৰ্মিনেলত (terminal) দৰ্শিত হ’ব
02:11 myname(মাইনেম) হৈছে এটা ভেৰিয়েবল যি উপভোক্তাই এন্টাৰ কৰা আখৰ জমা কৰে যিহৈছে (i.e.) ইউজাৰ ইনপুটটো (user input)
02:18 প্ৰথম if(ইফ) ষ্টেটমেন্তটোৱে (statement) myname(মাইনেম) আৰু NAME(নেম) ভেৰিয়েবল দুটাক তুলনা (compares) কৰে
02:24 যিহৈছে (i.e.) ভেৰিয়েবল নেমত (Name) জমা থকা ইউজাৰ ইনপুট (user input) আৰু মানটো অৰ্থাৎ anusha(অনুচা)
02:31 যদি মানদুটা সদৃশ হয়, তেন্তে এই if(ইফ) ষ্টেটমেন্তটোত (statement) বাকী থকা ক’ডটো কাৰ্যকৰী হ’ব
02:38 ৰিদ কমান্ডটোৱে (read command) mypassword(মাইপাচৱৰ্ড) ভেৰিয়েবলত এন্টাৰ কৰা পাচৱৰ্ডটো (password) পঢ়ে আৰু জমা কৰে
02:46 ইয়াত, - (হাইফেন) s ফ্লেগ (flag) আছে silent mode(চাইলেন্ত মোদ)ৰ বাবে
02:49 ই বুজায় যে উপভোক্তাই এন্টাৰ কৰা আখৰসমূহ টাৰ্মিনেলত (terminal) দৰ্শিত নহ’ব
02:56 ইয়াত আমাৰ আন এযোৰা if-else(ইফ-এলচ) ষ্টেটমেন্ত (statement) আছে
02:59 এই if-else(ইফ-এলচ) ষ্টেটমেন্ত (statement) যোৰা প্ৰথম if(ইফ) ৰ ভিতৰত নেষ্টেদ (nested)হৈ থাকে
03:05 দ্বিতীয় if(ইফ) ষ্টেটমেন্তটোৱে (statement) ভেৰিয়েবল mypassword(মাইপাচৱৰ্ড) আৰু PASSWORD(পাচৱৰ্ড)ক তুলনা কৰে
03:12 যেতিয়া ইফ চৰ্তটো (if condition) ট্ৰু (true) হয়; echo(ইকৌ)য়ে টাৰ্মিনেলত (terminal) “Welcome” বাৰ্তাটো দৰ্শিত কৰে
03:18 যিহৈছে(i.e.) পাচৱৰ্ডসমূহ (passwords) সদৃশ হয়
03:21 -e য়ে বেকশ্লাচ এচকেপচ (backslash escapes)ৰ অনুবাদক (interpretation) সক্ৰিয় কৰে
03:27 \n হৈছে নতুন শাৰীৰ বাবে; যি বুজায় ষ্ট্ৰিংগ (Welcome”) টো এটা নতুন শাৰীত ছপা হ’ব
03:35 যেতিয়া ইফ চৰ্তটো (if condition) ট্ৰু (true) নহয়, তেতিয়া এলচ চৰ্তটো (else condition) কাৰ্যকৰী হ’ব;
03:42 যিহৈছে (i.e.) যেতিয়া পাচৱৰ্ডসমূহ (passwords) সদৃশ নহয়, এলচ চৰ্তটো (else condition) কাৰ্যকৰী হ’ব
03:48 এইক্ষেত্ৰত, echo(ইকৌ) য়ে দৰ্শিত কৰে “Wrong password”
03:53 fi য়ে আভ্যন্তৰীণ (inner) if-else(ইফ-এলচ) ষ্টেটমেন্ত (statement)টো শেষ কৰে
03:57 আমাৰ প্ৰথম if-else(ইফ-এলচ) ষ্টেটমেন্ত (statement)টোলৈ ঘূৰি আহোঁ
04:01 যদি myname(মাইনেম) আৰু NAME(নেম)ত থকা মানসমূহ সদৃশ নহয়, তেন্তে এই এলচ ষ্টেটমেন্তটো (else statement) কাৰ্যকৰী হ’ব
04:09 ই টাৰ্মিনেলত (terminal) “Wrong Name” বাৰ্তাটো echo(ইকৌ) কৰিব
04:14 fi য়ে বহিস্থ (outer) if-else(ইফ-এলচ) ষ্টেটমেন্ত (statement) টো শেষ কৰে
04:18 এতিয়া আপোনাৰ কীবৰ্ড (keyboard)ত একেলগে Ctrl Alt আৰু T কী টিপি টাৰ্মিনেল উইন্ড’খন (terminal window) খোলক
04:27 ফাইলটো এক্সিকিউটেবল (executable) বনাওঁক
04:29 লিখক: chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) nestedifelse(নেষ্টেদ ইফএলচ).sh
04:38 এতিয়া লিখক dot slash(দত শ্লাচ) nestedifelse(নেষ্টেদ ইফএলচ).sh
04:43 প্ৰোগ্ৰামটোৱে দুটা চৰ্ত প্ৰতিপন্ন (verifies) কৰে
04:46 যিহৈছে(ie) Name(নেম) আৰু Password(পাচৱৰ্ড)
04:48 যেতিয়া ই টাৰ্মিনেলত (terminal) কাৰ্যকৰী হয়
04:52 ইয়াত, প্ৰমপ্ত্টোৱে (prompt) দৰ্শিত কৰে Enter Name
04:55 আহক আমি লিখো anusha(অনুচা)
04:57 যিহেতু এই চৰ্তটো ট্ৰু (true) হয়, পাছৰ ইফ চৰ্তটো (if condition) সমাধান হ’ব
05:02 এতিয়া প্ৰমপ্তটোৱে (prompt) ক’ব Password(পাচৱৰ্ড)
05:05 মই Password(পাচৱৰ্ড)টো abc123 বুলি লিখিম
05:10 Password(পাচৱৰ্ড)টো ভেৰিয়েবল PASSWORD(পাচৱৰ্ড)ত থকা মানটোৰ সৈতে সদৃশ হ’ব
05:15 গতিকে, প্ৰমপ্তটোৱে (prompt) Welcome বাৰ্তাটো দৰ্শিত কৰে
05:19 এতিয়া আহক আমি স্ক্ৰিপ্তটো (script) আকৌ কাৰ্যকৰী কৰো
05:21 আপ এৰ’ কীটো (up arrow key) টিপক
05:24 dot slash(দত শ্লাচ) nestedifelse(নেষ্টেদ ইফএলচ).shলৈ যাওঁক
05:29 এন্টাৰ (Enter) টিপক
05:31 এইবাৰ আমি একেটা নাম বেলেগ পাচৱৰ্ডৰ (password) সৈতে এন্টাৰ কৰিম
05:37 গতিকে মই নামটো anusha(অনুচা) হিচাবে আৰু পাচৱৰ্ডটো (password) 123 হিচাবে এন্টাৰ কৰিম
05:44 name(নেম) মানসমূহ সদৃশ হ’ব কিন্তু পাচৱৰ্ড (password) মানসমূহ নহ’ব
05:49 গতিকে, Wrong password বাৰ্তাটো দৰ্শিত হ’ব
05:53 ই প্ৰমাণ কৰে যে প্ৰথম ইফ ষ্টেটমেন্তৰ (if statement) ভিতৰত থকা নেষ্টেদ এলচ ষ্টেটমেন্তটো (nested else statement) কাৰ্যকৰী হ’ল
06:01 আহক স্ক্ৰিপ্তটো (script) আৰু এবাৰ কাৰ্যকৰী কৰো
06:04 এইবাৰ আমি নামটো swati (স্বাতি) হিচাবে দিম
06:08 Wrong name” বাৰ্তাটো দৰ্শিত হৈছে
06:12 এইটো এইকাৰণে যে swati (স্বাতি) নামটো আগতে ডিক্লেয়াৰ কৰা মান anusha(অনুচা)ৰ সদৃশ নহয়
06:19 নিয়ন্ত্ৰণটো (control) প্ৰথম ইফ ষ্টেটমেন্তৰ (if statement) পৰা বাহিৰ উলায় আৰু এলচ ষ্টেটমেন্তটো (else statement) কাৰ্যকৰী কৰে
06:25 Wrong name বাৰ্তাটো ছপা কৰে
06:29 এতিয়া আহক আমি মাল্টিলেভেল ইফ-এলচ ষ্টেটমেন্ত (multilevel if-else statement) চাওঁ
06:34 যদি চৰ্ত (condition) 1'টো ট্ৰু (true) হয়, তেতিয়া ষ্টেটমেন্ত (statement) 1টো কাৰ্যকৰী হয়
06:40 যদি চৰ্ত (condition) 1'টো ফলচ (false) হয়, তেতিয়া চৰ্ত (condition) 2টো সমাধান হয়
06:46 যদি চৰ্ত (condition) 2টো ট্ৰু (true) হয়, তেতিয়া ষ্টেটমেন্ত (statement) 2টো কাৰ্যকৰী হয়
06:52 আৰু যদি চৰ্ত (condition) 2টো ফলচ (false) হয়, তেতিয়া চৰ্ত (condition) N টো সমাধান হয়
06:58 যদি চৰ্ত (condition) N টো ট্ৰু (true) হয়, তেতিয়া ষ্টেটমেন্ত (statement) N টো কাৰ্যকৰী হয়
07:03 আৰু যদি চৰ্ত (condition) N টো ফলচ (false) হয়, তেতিয়া ষ্টেটমেন্ত (statement) X টো কাৰ্যকৰী হ’ব
07:10 আহক এটা উদাহৰণ চাওঁ
07:12 মোৰ এটা কামকৰা উদাহৰণ আছে
07:14 মই এইটো খুলিম । মন কৰিব যে আমাৰ ফাইলনেমটো হৈছে multilevel(মাল্টিলেভেল) hyphen(হাইফেন) ifelse(ইফএলচ) dot(দত) sh
07:23 আহক আমি ক’ডটোৰ দ্বাৰা আগবাহো
07:25 এইটো হৈছে চিবেং শাৰী (shebang line)
07:27 mystring(মাইষ্ট্ৰিংগ) হৈছে এটা ভেৰিয়েবল যি কাৰ্যকৰণৰ সময়্ত উপভোক্তাই ইনপুট কৰা শব্দটো জমা কৰে
07:34 ইফ চৰ্ত(if condition)টোৱে পৰীক্ষা কৰে যে ইনপুট ষ্ট্ৰিংগটো (input string) null(নাল) নেকি
07:39 - (হাইফেন) z য়ে পৰীক্ষা কৰে যে ষ্ট্ৰিংগটোৰ ('string) দৈৰ্ঘ্য শূণ্য (zero) নেকি
07:44 টাৰ্মিনেলত(terminal) man test(মেন টেষ্ট) লিখক আৰু বিভিন্ন ষ্ট্ৰিংগ (string ) তুলনাসমূহ (comparison) বিশ্লেষণ কৰক
07:51 এই ইকৌ ষ্টেটমেন্ত্টো(echo statement) ছপা হ’ব, যদি একো এন্টাৰ কৰা নহয়
07:56 প্ৰথম এলইফ চৰ্ত(elif condition)টোৱে পৰীক্ষা কৰে যে ইনপু্ট ষ্ট্ৰিংগ (input string)টোত raj(ৰাজ) উপলব্ধ নেকি
08:03 যদি এইটো হয়, তেন্তে এই ইকৌ ষ্টেটমেন্ত্টো(echo statement) ছপা হ’ব
08:08 wildcard character(ওৱাইল্ডকাৰ্ড কেৰেক্তাৰ)টোৱে নিশ্বিত (ensures) কৰে যে ইয়াত raj(ৰাজ)ৰে যদি কিবা শব্দ থাকে, চিহ্নিত (identified) হ’ব
08:15 পাছৰ এলইফ চৰ্ত(elif condition) টোৱে পৰীক্ষা কৰে যে ইনপু্ট ষ্ট্ৰিংগ (input string)টোত jit(জিত) শব্দটো উপলব্ধ নেকি
08:22 যদি এইটো হয়, তেন্তে এই ইকৌ ষ্টেটমেন্ত্টো(echo statement) ছপা হ’ব
08:27 এলচ চৰ্ত্টো(else condition) কাৰ্যকৰী হ’ব যেতিয়া ওপৰৰ সকলো চৰ্তসমূহ (conditions) অসফল (fail) হ’ব
08:33 আৰু ই Sorry! Input does not contain either 'raj' or jit বাৰ্তাটো দৰ্শিত কৰিব
08:41 fiয়ে মাল্টিলেভেল ইফ-এলচ ষ্টেটমেন্ত (multilevel if-else statement)ৰ শেষক সূচায়
08:46 আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
08:48 আমাৰ টাৰ্মিনেললৈ(terminal) ঘূৰি আহঁক
08:51 লিখক : chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) multilevel(মাল্টিলেভেল) hyphen(হাইফেন) ifelse(ইফএলচ) dot(দত) sh
09:00 লিখক dot slash(দত শ্লাচ) multilevel(মাল্টিলেভেল) hyphen(হাইফেন) ifelse(ইফএলচ) dot(দত) sh
09:06 আমাক এটা ইনপুট দিবলৈ ক’ব
09:09 আহক আমি বিভিন্ন ইনপুট দিওঁ আৰু প্ৰতিবাৰ কি হয় চাওঁ
09:14 প্ৰথমে মই একো নিলিখাকৈ এন্টাৰ(Enter) টিপিম
09:19 Nothing was Entered বাৰ্তাটো দৰ্শিত হৈছে
09:22 আৰু নিয়ন্ত্ৰণটো (control) মাল্টিলেভেল ইফ-এলচ ষ্টেটমেন্ত (multilevel if-else statement)ৰ পৰা বাহিৰ উলাইছে
09:28 মই প্ৰমপ্তটো (prompt) খালী কৰিম
09:30 আহক আমি স্ক্ৰিপ্তটো (script) এটা বেলেগ ইনপুটৰে (input) কাৰ্যকৰী কৰি চেষ্টা কৰো
09:34 আপ এৰ’ কী (up arrow key) টিপক
09:36 dot slash(দত শ্লাচ) multilevel(মাল্টিলেভেল) hyphen(হাইফেন) ifelse(ইফএলচ) dot(দত) shলৈ যাওঁক
09:41 এন্টাৰ (Enter) টিপক
09:43 প্ৰমপ্তটোৱে (prompt) "Enter a Word" দৰ্শিত কৰিছে
09:45 মই লিখিম abhijit(অভিজিত)
09:48 আউতপুতটো দৰ্শিত হৈছে যে “abhijit contains word jit”
09:53 ই দেখায় যে নিয়ন্ত্ৰণটো (control) আমাৰ ক’ডটোৰ তৃতীয় চৰ্ত (condition)টোলৈ প্ৰবাহিত হৈছে
09:59 প্ৰথম দুটা চৰ্ত (condition) সদৃশ নহয়
10:03 সকলো চৰ্তসমূহৰ (conditions) বাবে একেটা যুক্তি (logic) প্ৰয়োগযোগ্য হয়
10:07 প্ৰোগ্ৰামটো বিভিন্ন ইনপু্টসমূহৰ (inputs) সৈতে কাৰ্যকৰী কৰি ফলাফলসমূহ (results) নিৰীক্ষণ কৰক
10:13 আহক আমি মূলভাৱ চাওঁ
10:15 এই টিউট’ৰিয়েলটোত আমি শিকিলো, ব্যৱ্হাৰ
10:18 Nested If-else(নেষ্টেদ ইফ-এলচ): Name(নেম) আৰু Password verification(পাচৱৰ্ড ভেৰিফিকেচন)ৰ সৈতে আৰু
10:23 Multilevel(মাল্টিলেভেল) if-else(ইফ-এলচ): ষ্ট্ৰিংগ কম্পেৰিজন(String comparison) প্ৰোগ্ৰাম
10:28 এটা অনুশিলনী হিচাবে, এটা প্ৰোগ্ৰাম লিখক বিভিন্ন বাৰ্তা আউত্পুত (output) দিবলৈ যেতিয়া সংখ্যাটো
10:34 3 তকৈ ডাঙৰ,
10:35 3 তকৈ সৰু,
10:37 বা 3 ৰ সমান,
10:39 বা যেতিয়া উপভোক্তাৰ ইনপুটটো (user input) খালী হয়
10:42 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
10:45 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
10:48 আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
10:53 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
10:55 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
10:58 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
11:02 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
11:09 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
11:13 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
11:20 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
11:26 স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান (contributed) দিছে
11:31 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9