BASH/C2/Conditional-execution/Assamese

From Script | Spoken-Tutorial
Revision as of 18:12, 23 February 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search


Time Narration
00:01 মৰমৰ বন্ধুসকল, কন্ডিচনেল এক্সিকিউচন ইন বেচৰ (Conditional execution in Bash) স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি শিকিম
00:10 * test(টেষ্ট) কমান্ডৰ (command) ব্যৱ্হাৰ
00:13 আৰু কন্ডিচনেল (Conditional) ষ্টেটমেন্তসমূহ (Statements)
00:15 আমি এইটো কিছু উদাহৰণ ব্যৱ্হাৰ কৰি কৰিম
00:19 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ,
00:21 আপুনি GNU/Linux Operating System(লিনাক্স অপাৰেটিং চিষ্টেম)ৰ সৈতে পৰিচিত হ’ব লাগিব
00:26 যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক
00:32 এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো
00:35 * Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 OS
00:39 আৰু * GNU Bash(বেচ) তাঙৰণ 4.1.10
00:43 GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00:49 আহক আমি test(টেষ্ট)ৰ এটা পৰিচয়ৰে আৰম্ভ কৰো
00:52 * test(টেষ্ট) হৈছে এটা built-in(বুইল্ত-ইন) কমান্ড (command), যি exit status(এক্সিট ষ্টেটাচ)টো ঘূৰাই দিয়ে
00:57 * ই ট্ৰু (True)ৰ বাবে 0 শূণ্য আৰু ফলচ (False)ৰ বাবে 1 এক (One) ঘূৰাই দিয়ে
01:02 * ঘূৰাই দিয়া মান (Return value) সমীকৰণটোৰ (expression) সমাধানৰ (evaluation) ওপৰত নিৰ্ভৰ কৰে
01:07 * কোনোবাই ঘূৰাই দিয়া (return) অৱস্থাটো (status) ডলাৰ(Dollar) আৰু প্ৰশ্নবোধক চিহ্ন ($?) লিখি পাব পাৰে
01:14 * এটা সমীকৰণ (expression) দুই ধৰণে সমাধিত(evaluated) কৰিব পাৰি-
01:18 # এটা হৈছে test(টেষ্ট) কীৱৰ্ডটো (keyword) ব্যৱ্হাৰ কৰি
01:21 আৰু আনটো হৈছে সমীকৰণটো (expression) বৰবন্ধনীৰ মাজত বন্ধ কৰি
01:27 এতিয়া টাৰ্মিনেলটো (terminal) খুলিবলৈ আপোনাৰ কীবৰ্ড (keyboard)ত একেলগে Ctrl Alt আৰু T কী টিপক
01:35 লিখক : test(টেষ্ট) space(স্পেছ) 4 space(স্পেছ) hyphen(হাইফেন) eq space(স্পেছ) 4 semicolon(চেমিক’লন) space(স্পেছ) echo(ইকৌ) space(স্পেছ) ডলাৰ চিহ্ন(dollar sign) আৰু এটা প্ৰশ্নবোধক চিহ্ন । এন্টাৰ(Enter) টিপক
01:53 ই শূণ্য ( zero ) ঘূৰাই দিয়ে যি বুজায় ট্ৰু ( true)
01:57 4 সমান হয় 4
02:00 তাৰপাছত লিখক :
02:02 আৰম্ভণি বৰবন্ধনী space(স্পেছ) 4 space(স্পেছ) hyphen(হাইফেন) eq space(স্পেছ) 4 space(স্পেছ) সামৰণি বৰবন্ধনী semicolon(চেমিক’লন) space(স্পেছ) echo(ইকৌ) space(স্পেছ) ডলাৰ চিহ্ন(dollar sign) আৰু এটা প্ৰশ্নবোধক চিহ্ন । এন্টাৰ(Enter) টিপক
02:22 ই শূণ্য ( zero ) ঘূৰাই দিয়ে যি বুজায় ট্ৰু ( true)
02:25 যি হৈছে (i.e.) 4 সমান হয় 4
02:28 আহক আন এটা সমীকৰণ (expression) লওঁ ; লিখক : test(টেষ্ট) space(স্পেছ) 4 space(স্পেছ) hyphen(হাইফেন) eq space(স্পেছ) 5 semicolon(চেমিক’লন) space(স্পেছ) echo space(স্পেছ) ডলাৰ চিহ্ন(dollar sign) প্ৰশ্নবোধক চিহ্ন । এন্টাৰ(Enter) টিপক
02:48 ই এক (one) ঘূৰাই দিয়ে যি বুজায় ফলচ (False)
02:52 যি হৈছে (i.e.) 4 সমান নহয় 5
02:56 এতিয়া আহক একেটা সমীকৰণ (expression) বৰবন্ধনীৰ মাজত লিখো, লিখক:
03:01 আৰম্ভণি বৰবন্ধনী space(স্পেছ) 4 space(স্পেছ) hyphen(হাইফেন) eq space(স্পেছ) 5 space(স্পেছ) সামৰণি বৰবন্ধনী semicolon(চেমিক’লন) space(স্পেছ) echo(ইকৌ) space(স্পেছ) ডলাৰ চিহ্ন(dollar sign) প্ৰশ্নবোধক চিহ্ন এন্টাৰ(Enter) টিপক
03:21 ইও এক (one) ঘূৰাই দিয়ে যি বুজায় ফলচ (False)
03:25 যি হৈছে (i.e.) 4 সমান নহয় 5
03:29 ইয়াক অন্য ধৰণৰ পৰীক্ষাৰ বাবে বিষ্টৃত (extended) কৰিব পাৰি
03:33 অনুগ্ৰহ কৰি লিখক man(মেন) space(স্পেছ) test(টেষ্ট) আৰু ইয়াৰ ব্যৱ্হাৰক বিশ্লেষণ (explore) কৰক
03:40 এতিয়া আহক আমাৰ শ্লাইডসমূহলৈ ঘূৰি যাওঁ
03:43 এতিয়া আমি ইফ ষ্টেটমেন্তৰ (if statement) বাবে গাঠণিটো চাম -
03:48 if(ইফ) space(স্পেছ) আৰম্ভণি বৰবন্ধনী space(স্পেছ) সমীকৰণ (expression) space(স্পেছ) সামৰণি বৰবন্ধনী semicolon(চেমিক’লন) space(স্পেছ) then(দেন)
03:59 পাছৰ শাৰীটোত, লিখক commands(কমান্ডচ) বা statements(ষ্টেটমেন্তচ) যি আপুনি কাৰ্যকৰী কৰিব বিচাৰে
04:05 শেষত, ইফ লোপটো (if loop) fiৰে শেষ কৰক
04:11 চৰ্তৰ (condition) মৌলিক নিয়মসমূহ (Basic rules) হৈছে :
04:14 বন্ধনীসমূহৰ (brackets) আৰু সমীকৰণ (expression)টোৰ মাজত সদায় স্পেছ দিব লাগে
04:19 দেন (“then”) কীৱৰ্ড (keyword)টোৰ আগত শাৰীটো সদায় চেমিক’লন (semicolon) ব্যৱ্হাৰ কৰি বন্ধ (terminate) কৰিব লাগে
04:25 চেমিক’লন (semicolon) ষ্টেটমেন্তটো (statement) বা এটা সমীকৰণ (expression) বন্ধ (terminate) কৰিবলৈ ব্যৱ্হাৰ কৰা হয়
04:31 এইটো আৱশ্যকীয় হয় ষ্ট্ৰিংগ ভেৰিয়েবলসমূহ (string variables) উদ্ধৃত (quote) কৰিবলৈ, যদি আপুনি সিহঁতক চৰ্তত ব্যৱহাৰ কৰে
04:38 কন্ডিচনেল ব্লকটো (conditional block) “fi”ৰে বন্ধ কৰিবলৈ নাপাহৰিব
04:43 আহক আমি ইফ ষ্টেটমেন্তৰ (if statement) এটা উদাহৰণ চাওঁ
04:46 টাৰ্মিনেল (Terminal)টোলৈ ঘূৰি আহক
04:49 মই ইতিমধ্যে উপলব্ধ simpleif(চেম্পল ইফ).sh নামৰ স্ক্ৰিপ্ত (script) ফাইল এটা খুলিম
04:58 যেতিয়া কাউন্তটো (count) 100ৰ সমান হ’ব, এই বেচ স্ক্ৰিপ্ত (Bash script)টোৱে “count is 100” বাৰ্তাটো দৰ্শিত কৰিব
05:06 এইটো হৈছে বেচ চেল (Bash shell) স্ক্ৰিপ্তৰ (script) প্ৰথম শাৰী যাক চিবেং শাৰী (shebang line) হিচাবে জনা যায়
05:12 এটা ইন্তিজাৰ (integer) 100 ক এটা ভেৰিয়েবল কাউন্তত (variable count) সংযুক্ত কৰা হয়
05:17 মন কৰিব যে, কাউন্ত (count), = আৰু 100ৰ মাজত কোনো স্পেছ থাকিব নালাগিব
05:24 এই সমীকৰণটোৱে পৰীক্ষা কৰে যে count(কাউন্ত)টো হানদ্ৰেদৰ সমান (equal to hundred) হয়নে
05:30 ইয়াত -eq হৈছে তুলনামূলক অপাৰেটৰ (comparison operator)
05:35 যদি চৰ্তটো (condition) ট্ৰু (true) হয়, ই বাৰ্তাটো দৰ্শিত কৰিব count is 100
05:41 fi টো হৈছে if(ইফ) ব্লক (block)টো শেষ কৰিবলৈ
05:45 “Ctrl + s” টিপি ফাইলটো ছেভ কৰক
05:49 টাৰ্মিনেল (Terminal)টোলৈ ঘূৰি যাওঁ
05:51 ফাইলটো এক্সিকিউটেব’ল (executable) বনাবলৈ, লিখক : chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) simpleif(চিম্প’ল ইফ).sh আৰু এন্টাৰ (Enter) টিপক
06:04 মই প্ৰমপ্ত (prompt)টো খালী কৰিম
06:06 এতিয়া লিখক dot slash(দত শ্লাচ) simpleif(চিম্প’ল ইফ).sh এন্টাৰ (Enter) টিপক
06:14 ইয়াত এইটো দৰ্শিত হৈছে :
06:16 Count is 100
06:18 ভেৰিয়েবল কাউন্তৰ (variable count) মানটো সলনি কৰি স্ক্ৰিপ্তটো (script) কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক
06:24 শ্লাইডসমূহলৈ ঘূৰি আহোঁ
06:26 আমি if-else(ইফ-এলচ) চৰ্ত চাম
06:30 সাধাৰণ গাঠণিটো হৈছে : if(ইফ) space(স্পেছ) আৰম্ভণি বৰবন্ধনী space(স্পেছ) চৰ্ত(condition) space(স্পেছ) সামৰণি বৰবন্ধনী space(স্পেছ) চেমিক’লন(semicolon) space(স্পেছ) then(দেন)
06:44 পাছৰ শাৰীটোত, লিখক commands(কমান্ডচ)
06:47 পাছৰ শাৰীটোত, else(এলচ) ষ্টেটমেন্ত (statement) আছে
06:51 আৰু আকৌ লিখক কিবা অন্য কমান্ডচ (some other commands)
06:55 পাছৰ শাৰীটোত, i ব্লক (block) শেষ কৰিবলৈ fi লিখক
07:00 আহক আমি if-else(ইফ-এলচ)ৰ ব্যৱ্হাৰ এটা আকৰ্ষণীয় (interesting) পাচৱৰ্ড প্ৰোগ্ৰামৰ (password program) সৈতে অধ্যয়ণ কৰো
07:06 টাৰ্মিনেল (Terminal)টোলৈ ঘূৰি আহঁক
07:09 মই ifelse(ইফ এলচ).sh ফাইলটো খুলিম
07:14 এইটো হৈছে চিবেং শাৰী (shebang line)
07:17 ইয়াত, abc123 ভেৰিয়েবল (variable) PASS(পাচ)ত জমা হয়
07:23 যিহেতু abc123 হৈছে এটা ষ্ট্ৰিংগ (string), ইয়াক দ্বৈত-উৰ্দ্ধক’মাৰ (double-quotes) ভিতৰত লিখিব লাগিব
07:29 ৰিদ কমান্ডটোৱে (read command) ষ্টেনদাৰ্দ ইনপুটৰ (standard input)পৰা এশাৰী (one line) দাতা পঢ়িব
07:35 এইক্ষেত্ৰত, ষ্টেনদাৰ্দ ইনপুট (standard input) হৈছে আমাৰ কীবৰ্ডখন (keyboard)
07:39 হাইফেন (Hyphen) s হৈছে চাইলেন্ত মোডৰ (silent mode) বাবে
07:43 যি বুজায় আমি লিখোতে এন্টাৰ কৰা পাচৱৰ্ডটো (password) দৰ্শিত নহ’ব
07:48 আমি আমাৰ পাচৱৰ্ডটো (password) আনে দেখাতো নিবিচাৰো
07:52 হাইফেন (Hyphen) p হৈছে প্ৰমপ্তৰ (prompt) বাবে
07:55 উপভোক্তাৰ পৰা ইনপুট লোৱাৰ আগতে ই এটা ষ্ট্ৰিংগ (string) “Enter password:” দৰ্শিত কৰিব
08:01 mypassword(মাই পাচৱৰ্ড) হৈছে এটা ভেৰিয়েবল ( variable)
08:04 ই ষ্ট্ৰিংগটো (string) জমা কৰে, এইক্ষেত্ৰত উপভোক্তাই এন্টাৰ কৰা পাচৱৰ্ডটো (password)
08:10 এইটোৱে পৰীক্ষা কৰে যে এন্টাৰ কৰা পাচৱৰ্ডটো (password) ভেৰিয়েবল (variable) PASS(পাচ) ৰ মানটোৰ সদৃশ(matches) হয়
08:17 ই এটা ভেৰিয়েবল (variable) mypassword(মাই পাচৱৰ্ড)ত জমা হয়
08:21 যদি পাচৱৰ্ডটো (password) সদৃশ(matches) হয়, ই বাৰ্তাটো দৰ্শিত কৰিব
08:25 “Password accepted”
08:27 নতুবা ই দৰ্শিত কৰিব “Access denied”
08:31 fi হৈছে ইফ-এলচ লোপৰ (if-else loop) শেষ
08:34 এতিয়া “Ctrl s” টিপি ফাইলটো ছেভ কৰক
08:38 আমাৰ টাৰ্মিনেল (Terminal)লৈ ঘূৰি আহক, ফাইলটো এক্সিকিউটেব’ল (executable) বনাওক লিখি : chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) ifelse(ইফ এলচ).sh । এন্টাৰ (Enter) টিপক
08:52 লিখক dot slash(দত শ্লাচ) ifelse(ইফ এলচ).sh . এন্টাৰ (Enter) টিপক
08:57 ইয়াত এইটো দৰ্শিত হয় :
08:59 Enter password:
09:00 মই abc লিখিম এন্টাৰ (Enter) টিপক
09:05 যিহেতু এন্টাৰ কৰা পাচৱৰ্ডটো (password) ভুল, ই বাৰ্তাটো দৰ্শিত কৰে যে “Access denied”
09:11 আহক আকৌ কাৰ্যকৰী কৰো, কিন্তু এইবাৰ আমি পাচৱৰ্ডটো (password) এন্টাৰ কৰিম যে abc123
09:21 এইটো দৰ্শিত হ’ব যে : Password accepted
09:25 ইয়াৰদ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
09:28 আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহোঁ আৰু মূলভাৱ চাওঁ
09:31 এই টিউট’ৰিয়েলটোত আমি টেষ্ট কমান্ড (test command), সহজ if(ইফ) ষ্টেটমেন্ত (statement) আৰু (&) if else(ইফ এলচ) ষ্টেটমেন্তৰ (statement) ব্যৱ্হাৰক অন্তৰ্ভুক্ত (covered) কৰিছো
09:41 এটা অনুশিলনী হিচাবে
09:43 # আপোনাৰ নামটো ইনপুট (input) হিচাবে ল’বলৈ এটা স্ক্ৰিপ্ত (script) লিখক
09:46 # ই এই নামটো আপোনাৰ চিষ্টেমৰ ইউজাৰনেমৰ (system's username) সৈতে পৰীক্ষা কৰিব লাগিব
09:51 যদি ইউজাৰনেমটো (username) সদৃশ হয়, ই আপোনাক “Hello(হেল্ল’)” দৰ্শিত কৰি অভিবাদন (greet) জনাব লাগিব
09:56 # নতুবা, ই “Try again(ট্ৰাই এগেইন)” দৰ্শাব লাগিব
10:00 সংকেত: আপোনাৰ চিষ্টেমৰ ইউজাৰনেমটো (system's username) এটা ভেৰিয়েবল $USERত জমা থাকে
10:06 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
10:09 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
10:11 আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
10:16 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
10:18 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
10:22 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
10:26 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
10:33 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
10:37 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
10:45 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
10:51 স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান (contributed) দিছে
10:56 মই মৌচম হাজৰিকা
11:01 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi