BASH/C2/Conditional-execution/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
|---|---|
| 00:01 | মৰমৰ বন্ধুসকল, কন্ডিচনেল এক্সিকিউচন ইন বেচৰ (Conditional execution in Bash) স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম |
| 00:08 | এই টিউট’ৰিয়েলটোত, আমি শিকিম |
| 00:10 | test(টেষ্ট) কমান্ডৰ (command) ব্যৱ্হাৰ |
| 00:13 | আৰু কন্ডিচনেল (Conditional) ষ্টেটমেন্তসমূহ (Statements) |
| 00:15 | আমি এইটো কিছু উদাহৰণ ব্যৱ্হাৰ কৰি কৰিম |
| 00:19 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, |
| 00:21 | আপুনি GNU/Linux Operating System(লিনাক্স অপাৰেটিং চিষ্টেম)ৰ সৈতে পৰিচিত হ’ব লাগিব |
| 00:26 | যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক |
| 00:32 | এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো |
| 00:35 | Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 OS |
| 00:39 | আৰু GNU Bash(বেচ) তাঙৰণ 4.1.10 |
| 00:43 | GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে |
| 00:49 | আহক আমি test(টেষ্ট)ৰ এটা পৰিচয়ৰে আৰম্ভ কৰো |
| 00:52 | test(টেষ্ট) হৈছে এটা built-in(বুইল্ত-ইন) কমান্ড (command), যি exit status(এক্সিট ষ্টেটাচ)টো ঘূৰাই দিয়ে |
| 00:57 | ই ট্ৰু (True)ৰ বাবে 0 শূণ্য আৰু ফলচ (False)ৰ বাবে 1 এক (One) ঘূৰাই দিয়ে |
| 01:02 | ঘূৰাই দিয়া মান (Return value) সমীকৰণটোৰ (expression) সমাধানৰ (evaluation) ওপৰত নিৰ্ভৰ কৰে |
| 01:07 | কোনোবাই ঘূৰাই দিয়া (return) অৱস্থাটো (status) ডলাৰ(Dollar) আৰু প্ৰশ্নবোধক চিহ্ন ($?) লিখি পাব পাৰে |
| 01:14 | এটা সমীকৰণ (expression) দুই ধৰণে সমাধিত(evaluated) কৰিব পাৰি- |
| 01:18 | # এটা হৈছে test(টেষ্ট) কীৱৰ্ডটো (keyword) ব্যৱ্হাৰ কৰি |
| 01:21 | আৰু আনটো হৈছে সমীকৰণটো (expression) বৰবন্ধনীৰ মাজত বন্ধ কৰি |
| 01:27 | এতিয়া টাৰ্মিনেলটো (terminal) খুলিবলৈ আপোনাৰ কীবৰ্ড (keyboard)ত একেলগে Ctrl Alt আৰু T কী টিপক |
| 01:35 | লিখক : test(টেষ্ট) space(স্পেছ) 4 space(স্পেছ) hyphen(হাইফেন) eq space(স্পেছ) 4 semicolon(চেমিক’লন) space(স্পেছ) echo(ইকৌ) space(স্পেছ) ডলাৰ চিহ্ন(dollar sign) আৰু এটা প্ৰশ্নবোধক চিহ্ন । এন্টাৰ(Enter) টিপক |
| 01:53 | ই শূণ্য ( zero ) ঘূৰাই দিয়ে যি বুজায় ট্ৰু ( true) |
| 01:57 | 4 সমান হয় 4ৰ |
| 02:00 | তাৰপাছত লিখক : |
| 02:02 | আৰম্ভণি বৰবন্ধনী space(স্পেছ) 4 space(স্পেছ) hyphen(হাইফেন) eq space(স্পেছ) 4 space(স্পেছ) সামৰণি বৰবন্ধনী semicolon(চেমিক’লন) space(স্পেছ) echo(ইকৌ) space(স্পেছ) ডলাৰ চিহ্ন(dollar sign) আৰু এটা প্ৰশ্নবোধক চিহ্ন । এন্টাৰ(Enter) টিপক |
| 02:22 | ই শূণ্য ( zero ) ঘূৰাই দিয়ে যি বুজায় ট্ৰু ( true) |
| 02:25 | যি হৈছে (i.e.) 4 সমান হয় 4ৰ |
| 02:28 | আহক আন এটা সমীকৰণ (expression) লওঁ ; লিখক : test(টেষ্ট) space(স্পেছ) 4 space(স্পেছ) hyphen(হাইফেন) eq space(স্পেছ) 5 semicolon(চেমিক’লন) space(স্পেছ) echo space(স্পেছ) ডলাৰ চিহ্ন(dollar sign) প্ৰশ্নবোধক চিহ্ন । এন্টাৰ(Enter) টিপক |
| 02:48 | ই এক (one) ঘূৰাই দিয়ে যি বুজায় ফলচ (False) |
| 02:52 | যি হৈছে (i.e.) 4 সমান নহয় 5ৰ |
| 02:56 | এতিয়া আহক একেটা সমীকৰণ (expression) বৰবন্ধনীৰ মাজত লিখো, লিখক: |
| 03:01 | আৰম্ভণি বৰবন্ধনী space(স্পেছ) 4 space(স্পেছ) hyphen(হাইফেন) eq space(স্পেছ) 5 space(স্পেছ) সামৰণি বৰবন্ধনী semicolon(চেমিক’লন) space(স্পেছ) echo(ইকৌ) space(স্পেছ) ডলাৰ চিহ্ন(dollar sign) প্ৰশ্নবোধক চিহ্ন এন্টাৰ(Enter) টিপক |
| 03:21 | ইও এক (one) ঘূৰাই দিয়ে যি বুজায় ফলচ (False) |
| 03:25 | যি হৈছে (i.e.) 4 সমান নহয় 5ৰ |
| 03:29 | ইয়াক অন্য ধৰণৰ পৰীক্ষাৰ বাবে বিষ্টৃত (extended) কৰিব পাৰি |
| 03:33 | অনুগ্ৰহ কৰি লিখক man(মেন) space(স্পেছ) test(টেষ্ট) আৰু ইয়াৰ ব্যৱ্হাৰক বিশ্লেষণ (explore) কৰক |
| 03:40 | এতিয়া আহক আমাৰ শ্লাইডসমূহলৈ ঘূৰি যাওঁ |
| 03:43 | এতিয়া আমি ইফ ষ্টেটমেন্তৰ (if statement) বাবে গাঠণিটো চাম - |
| 03:48 | if(ইফ) space(স্পেছ) আৰম্ভণি বৰবন্ধনী space(স্পেছ) সমীকৰণ (expression) space(স্পেছ) সামৰণি বৰবন্ধনী semicolon(চেমিক’লন) space(স্পেছ) then(দেন) |
| 03:59 | পাছৰ শাৰীটোত, লিখক commands(কমান্ডচ) বা statements(ষ্টেটমেন্তচ) যি আপুনি কাৰ্যকৰী কৰিব বিচাৰে |
| 04:05 | শেষত, ইফ লোপটো (if loop) fiৰে শেষ কৰক |
| 04:11 | চৰ্তৰ (condition) মৌলিক নিয়মসমূহ (Basic rules) হৈছে : |
| 04:14 | বন্ধনীসমূহৰ (brackets) আৰু সমীকৰণ (expression)টোৰ মাজত সদায় স্পেছ দিব লাগে |
| 04:19 | দেন (“then”) কীৱৰ্ড (keyword)টোৰ আগত শাৰীটো সদায় চেমিক’লন (semicolon) ব্যৱ্হাৰ কৰি বন্ধ (terminate) কৰিব লাগে |
| 04:25 | চেমিক’লন (semicolon) ষ্টেটমেন্তটো (statement) বা এটা সমীকৰণ (expression) বন্ধ (terminate) কৰিবলৈ ব্যৱ্হাৰ কৰা হয় |
| 04:31 | এইটো আৱশ্যকীয় হয় ষ্ট্ৰিংগ ভেৰিয়েবলসমূহ (string variables) উদ্ধৃত (quote) কৰিবলৈ, যদি আপুনি সিহঁতক চৰ্তত ব্যৱহাৰ কৰে |
| 04:38 | কন্ডিচনেল ব্লকটো (conditional block) “fi”ৰে বন্ধ কৰিবলৈ নাপাহৰিব |
| 04:43 | আহক আমি ইফ ষ্টেটমেন্তৰ (if statement) এটা উদাহৰণ চাওঁ |
| 04:46 | টাৰ্মিনেল (Terminal)টোলৈ ঘূৰি আহক |
| 04:49 | মই ইতিমধ্যে উপলব্ধ simpleif(চেম্পল ইফ).sh নামৰ স্ক্ৰিপ্ত (script) ফাইল এটা খুলিম |
| 04:58 | যেতিয়া কাউন্তটো (count) 100ৰ সমান হ’ব, এই বেচ স্ক্ৰিপ্ত (Bash script)টোৱে “count is 100” বাৰ্তাটো দৰ্শিত কৰিব |
| 05:06 | এইটো হৈছে বেচ চেল (Bash shell) স্ক্ৰিপ্তৰ (script) প্ৰথম শাৰী যাক চিবেং শাৰী (shebang line) হিচাবে জনা যায় |
| 05:12 | এটা ইন্তিজাৰ (integer) 100 ক এটা ভেৰিয়েবল কাউন্তত (variable count) সংযুক্ত কৰা হয় |
| 05:17 | মন কৰিব যে, কাউন্ত (count), = আৰু 100ৰ মাজত কোনো স্পেছ থাকিব নালাগিব |
| 05:24 | এই সমীকৰণটোৱে পৰীক্ষা কৰে যে count(কাউন্ত)টো হানদ্ৰেদৰ সমান (equal to hundred) হয়নে |
| 05:30 | ইয়াত -eq হৈছে তুলনামূলক অপাৰেটৰ (comparison operator) |
| 05:35 | যদি চৰ্তটো (condition) ট্ৰু (true) হয়, ই বাৰ্তাটো দৰ্শিত কৰিব count is 100 |
| 05:41 | fi টো হৈছে if(ইফ) ব্লক (block)টো শেষ কৰিবলৈ |
| 05:45 | “Ctrl + s” টিপি ফাইলটো ছেভ কৰক |
| 05:49 | টাৰ্মিনেল (Terminal)টোলৈ ঘূৰি যাওঁ |
| 05:51 | ফাইলটো এক্সিকিউটেব’ল (executable) বনাবলৈ, লিখক : chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) simpleif(চিম্প’ল ইফ).sh আৰু এন্টাৰ (Enter) টিপক |
| 06:04 | মই প্ৰমপ্ত (prompt)টো খালী কৰিম |
| 06:06 | এতিয়া লিখক dot slash(দত শ্লাচ) simpleif(চিম্প’ল ইফ).sh এন্টাৰ (Enter) টিপক |
| 06:14 | ইয়াত এইটো দৰ্শিত হৈছে : |
| 06:16 | Count is 100 |
| 06:18 | ভেৰিয়েবল কাউন্তৰ (variable count) মানটো সলনি কৰি স্ক্ৰিপ্তটো (script) কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক |
| 06:24 | শ্লাইডসমূহলৈ ঘূৰি আহোঁ |
| 06:26 | আমি if-else(ইফ-এলচ) চৰ্ত চাম |
| 06:30 | সাধাৰণ গাঠণিটো হৈছে : if(ইফ) space(স্পেছ) আৰম্ভণি বৰবন্ধনী space(স্পেছ) চৰ্ত(condition) space(স্পেছ) সামৰণি বৰবন্ধনী space(স্পেছ) চেমিক’লন(semicolon) space(স্পেছ) then(দেন) |
| 06:44 | পাছৰ শাৰীটোত, লিখক commands(কমান্ডচ) |
| 06:47 | পাছৰ শাৰীটোত, else(এলচ) ষ্টেটমেন্ত (statement) আছে |
| 06:51 | আৰু আকৌ লিখক কিবা অন্য কমান্ডচ (some other commands) |
| 06:55 | পাছৰ শাৰীটোত, if ব্লক (block) শেষ কৰিবলৈ fi লিখক |
| 07:00 | আহক আমি if-else(ইফ-এলচ)ৰ ব্যৱ্হাৰ এটা আকৰ্ষণীয় (interesting) পাচৱৰ্ড প্ৰোগ্ৰামৰ (password program) সৈতে অধ্যয়ণ কৰো |
| 07:06 | টাৰ্মিনেল (Terminal)টোলৈ ঘূৰি আহঁক |
| 07:09 | মই ifelse(ইফ এলচ).sh ফাইলটো খুলিম |
| 07:14 | এইটো হৈছে চিবেং শাৰী (shebang line) |
| 07:17 | ইয়াত, abc123 ভেৰিয়েবল (variable) PASS(পাচ)ত জমা হয় |
| 07:23 | যিহেতু abc123 হৈছে এটা ষ্ট্ৰিংগ (string), ইয়াক দ্বৈত-উৰ্দ্ধক’মাৰ (double-quotes) ভিতৰত লিখিব লাগিব |
| 07:29 | ৰিদ কমান্ডটোৱে (read command) ষ্টেনদাৰ্দ ইনপুটৰ (standard input)পৰা এশাৰী (one line) দাতা পঢ়িব |
| 07:35 | এইক্ষেত্ৰত, ষ্টেনদাৰ্দ ইনপুট (standard input) হৈছে আমাৰ কীবৰ্ডখন (keyboard) |
| 07:39 | হাইফেন (Hyphen) s হৈছে চাইলেন্ত মোডৰ (silent mode) বাবে |
| 07:43 | যি বুজায় আমি লিখোতে এন্টাৰ কৰা পাচৱৰ্ডটো (password) দৰ্শিত নহ’ব |
| 07:48 | আমি আমাৰ পাচৱৰ্ডটো (password) আনে দেখাতো নিবিচাৰো |
| 07:52 | হাইফেন (Hyphen) p হৈছে প্ৰমপ্তৰ (prompt) বাবে |
| 07:55 | উপভোক্তাৰ পৰা ইনপুট লোৱাৰ আগতে ই এটা ষ্ট্ৰিংগ (string) “Enter password:” দৰ্শিত কৰিব |
| 08:01 | mypassword(মাই পাচৱৰ্ড) হৈছে এটা ভেৰিয়েবল ( variable) |
| 08:04 | ই ষ্ট্ৰিংগটো (string) জমা কৰে, এইক্ষেত্ৰত উপভোক্তাই এন্টাৰ কৰা পাচৱৰ্ডটো (password) |
| 08:10 | এইটোৱে পৰীক্ষা কৰে যে এন্টাৰ কৰা পাচৱৰ্ডটো (password) ভেৰিয়েবল (variable) PASS(পাচ) ৰ মানটোৰ সদৃশ(matches) হয় |
| 08:17 | ই এটা ভেৰিয়েবল (variable) mypassword(মাই পাচৱৰ্ড)ত জমা হয় |
| 08:21 | যদি পাচৱৰ্ডটো (password) সদৃশ(matches) হয়, ই বাৰ্তাটো দৰ্শিত কৰিব |
| 08:25 | “Password accepted” |
| 08:27 | নতুবা ই দৰ্শিত কৰিব “Access denied” |
| 08:31 | fi হৈছে ইফ-এলচ লোপৰ (if-else loop) শেষ |
| 08:34 | এতিয়া “Ctrl s” টিপি ফাইলটো ছেভ কৰক |
| 08:38 | আমাৰ টাৰ্মিনেল (Terminal)লৈ ঘূৰি আহক, ফাইলটো এক্সিকিউটেব’ল (executable) বনাওক লিখি : chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) ifelse(ইফ এলচ).sh । এন্টাৰ (Enter) টিপক |
| 08:52 | লিখক dot slash(দত শ্লাচ) ifelse(ইফ এলচ).sh . এন্টাৰ (Enter) টিপক |
| 08:57 | ইয়াত এইটো দৰ্শিত হয় : |
| 08:59 | Enter password: |
| 09:00 | মই abc লিখিম এন্টাৰ (Enter) টিপক |
| 09:05 | যিহেতু এন্টাৰ কৰা পাচৱৰ্ডটো (password) ভুল, ই বাৰ্তাটো দৰ্শিত কৰে যে “Access denied” |
| 09:11 | আহক আকৌ কাৰ্যকৰী কৰো, কিন্তু এইবাৰ আমি পাচৱৰ্ডটো (password) এন্টাৰ কৰিম যে abc123 |
| 09:21 | এইটো দৰ্শিত হ’ব যে : Password accepted |
| 09:25 | ইয়াৰদ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 09:28 | আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহোঁ আৰু মূলভাৱ চাওঁ |
| 09:31 | এই টিউট’ৰিয়েলটোত আমি টেষ্ট কমান্ড (test command), সহজ if(ইফ) ষ্টেটমেন্ত (statement) আৰু (&) if else(ইফ এলচ) ষ্টেটমেন্তৰ (statement) ব্যৱ্হাৰক অন্তৰ্ভুক্ত (covered) কৰিছো |
| 09:41 | এটা অনুশিলনী হিচাবে |
| 09:43 | # আপোনাৰ নামটো ইনপুট (input) হিচাবে ল’বলৈ এটা স্ক্ৰিপ্ত (script) লিখক |
| 09:46 | # ই এই নামটো আপোনাৰ চিষ্টেমৰ ইউজাৰনেমৰ (system's username) সৈতে পৰীক্ষা কৰিব লাগিব |
| 09:51 | যদি ইউজাৰনেমটো (username) সদৃশ হয়, ই আপোনাক “Hello(হেল্ল’)” দৰ্শিত কৰি অভিবাদন (greet) জনাব লাগিব |
| 09:56 | # নতুবা, ই “Try again(ট্ৰাই এগেইন)” দৰ্শাব লাগিব |
| 10:00 | সংকেত: আপোনাৰ চিষ্টেমৰ ইউজাৰনেমটো (system's username) এটা ভেৰিয়েবল $USERত জমা থাকে |
| 10:06 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
| 10:09 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
| 10:11 | আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
| 10:16 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
| 10:18 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
| 10:22 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 10:26 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
| 10:33 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
| 10:37 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
| 10:45 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
| 10:51 | স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান (contributed) দিছে |
| 10:56 | মই মৌচম হাজৰিকা |
| 11:01 | সংযোগ কৰাৰ বাবে ধন্যবাদ |