BOSS-Linux/C2/Synaptic-Package-Manager/Assamese

From Script | Spoken-Tutorial
Revision as of 16:58, 10 February 2015 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00: 01 সিনাপ্টিক প্যাকেজ ম্যানেজাৰক' কিভাবে ব্যবহাৰ কৰিব পাৰি তাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম
00: 07 এই টিউটোৰিয়েলত, আমি শিকিম
00: 10 বস লিনাক্স 3.4.2ত   অ্যাপ্লিকেশন ইনস্টল কৰা
00: 14 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰি
00: 18 ইয়াত আমি ব্যবহাৰ কৰিছো
00: 20 বস লিনাক্স 3.4.2' gnome এনভাইৰনমেন্ট ডেস্কটপৰ সৈতে '.
00: 26 আপোনি সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰিবলৈ প্রশাসনিক অধিকাৰৰ(administrative rights) প্রয়োজন হব
00: 32  আপোনাৰ উচৰত ইন্টাৰনেট সংযোগ থাকিব লাগিব.
00: 36 সেয়ে, আমি প্রথমে  'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' খোলা
00: 41 আমি ৱিন্দোখন মিনিমাইজ কৰো. আপোনি ইয়াত BOSS ডেস্কটপ দেখিব পাৰিব.
00: 48 এতিয়া, Application, System Tools, Administration লৈ যাওক.
00: 56 আৰু তাৰপিছত 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত ক্লিক কৰক.'
01: 00 এতিয়া, এটা প্রমাণীকৰণ ডায়লগ বক্স অ্যাডমিন পাসওয়ার্ডৰ বাবে প্রদর্শিত হব.
01: 06 আমি অ্যাডমিন পাসওয়ার্ড টাইপ কৰো আৰু Enter টিপক.
01: 11 আমি প্রথম বাৰৰ বাবে 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰাত, এটা introduction ডায়লগ বক্স প্রদর্শিত হব.
01: 19 এই ডায়লগ বক্সত সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰৰ তথ্য আছে.
01: 25 আপোনি যদি প্রক্সি নেটওয়ার্ৰকৰ অধীনত কাম কৰি আছে, তেনেহলে এটা আবেদন বা প্যাকেজ ইনস্টল কৰাৰ বাবে প্রক্সিটো 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত' কনফিগাৰ কৰক.
01: 36 অন্যথায় আপোনি এই প্রক্সি কনফিগাৰেশন সেটিংক উপেক্ষা কৰিব পাৰে.
01: 41 এই কামৰ বাবে, আম 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' উইন্ডোলৈ যাও.
01: 47 এতিয়া Setting লৈ যাওক আৰু Preferencesত ক্লিক কৰক.
01: 54 "'Preferences ' উইন্ডোত বিভিন্ন ট্যাব আছে.
01: 58 প্রক্সি সেটিংস কনফিগাৰ কৰাৰ বাবে 'নেটওয়ার্ক' ট্যাবত ক্লিক কৰক.
02: 03 Proxy Server অধীনত দুটা বিকল্প আছে – Direct Connection to the internet  আৰু
02: 09 Manual Proxy Configuration'
02: 12 আপোনি যেনে দেখিব পাৰে, মই ইয়াত Manual Proxy Configuration ব্যবহাৰ কৰি আছো.
02: 17 আপোনি আপোনাৰ পছন্দৰ অপশনটো নির্বাচন কৰক আৰু Authentication' বাটনত ক্লিক কৰক.
02: 23 'HTTP প্রমাণীকৰণৰ' উইন্ডো পর্দাত প্রদর্শিত হব.
02: 28 যদি প্রয়োজন হয় ব্যবহাৰকাৰীৰ নাম আৰু পাসওয়ার্ড লিখক.'  আৰু OKত ক্লিক কৰক
02: 33 এতিয়া পৰিবর্তনবোৰ প্রয়োগ কৰাৰ বাবে Applyত ক্লিক কৰক.
02:37 তাৰপিছত, ৱিন্দোখন বন্ধ কৰিবলৈ 'OKত ক্লিক কৰক.
02: 42 এই টুল ব্যবহাৰ কৰা শিকিবলৈ, মই এতিয়া এটা উদাহৰণ হিসাবে VLC প্লেয়াৰ ইনস্টল কৰিম.
02: 49 আপোনি যদি প্রথমবাৰৰ বাবে 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰি আছে, আপোনি প্যাকেজবোৰক পুনৰায় লোড কৰিব লাগিব.
02: 57 এই কামৰ বাবে, টুল বাৰত থকা Reload বাটনত ক্লিক কৰক.
03: 02 ই কিছো সেকেন্ড লব পাৰে.
03: 06 ইয়াত আমি দেখিব পাৰো যে প্যাকেজবোৰ ইন্টাৰনেটৰ মাধ্যমেৰে স্থানান্তৰিত হৈছে আৰু আপডেট হৈছে.
03: 14 এবাৰ পুনৰায় লোড কৰা সম্পূর্ণ হোৱাত, টুল বাৰত থকা quick search বক্সত টাইপ কৰক আৰু লিখক 'vlc'
03: 23 ইয়াত আমি সকলো প্যাকেজ তালিকাভুক্ত হোৱা দেখিব পাৰিব.
03: 28 VLC প্যাকেজৰ পৰবর্তীত চেক বক্সত ক্লিক কৰক.
03: 33 এতিয়া প্ৰদৰ্শিত মেনু বাৰ পৰা   Mark for installation   বিকল্প নির্বাচন কৰক.
03: 39 এটা ডায়লগ বক্সত সংগ্রহস্থলৰ (repository ) প্যাকেজ তালিকা দেখোৱাব.
03: 45 স্বয়ংক্রিয়ভাবে সকলো নির্ভৰতা চিহ্নিত কৰিবলৈ 'মার্ক' বাটনত ক্লিক কৰক.
03: 51 টুল বাৰত যাওক আৰু Apply বাটনত ক্লিক কৰক.
03: 56 উইন্ডোত ইনস্টল হব লগীয়া প্যাকেজৰ বিবৰণ দেখাইছে.
04: 02 ইনস্টলেশন আৰম্ভ কৰাৰ বাবে 'Apply ' বাটনত ক্লিক কৰক.
04: 07 ইনস্টলেশনৰ সময় ইনস্টল কৰিবলগিয়া প্যাকেজৰ সংখ্যা আৰু আকাৰৰ উপৰত নির্ভৰ কৰে.
04: 16 ইনস্টলেশন সম্পন্ন হোৱাত 'Downloading Package File ' উইন্ডো  শীঘ্রই বন্ধ হব.
04: 25 আমি 'vlc' এতিয়া ইনস্টল হোৱা দেখিব পাৰিম.
04: 29 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' উইন্ডো বন্ধ কৰক.
04: 33 এতিয়া, VLC প্লেয়াৰ সফলভাবে আমাৰ মেশিনত ইনস্টল কৰা হৈছে নে নাই, চাও.
04: 40 আমি স্ক্ৰীন খন মিনিমাইজ কৰো, ইয়াৰ বাবে, Applications, Sound & Video লৈ যাও.
04: 49 ইয়াত আমি 'VLC মিডিয়া প্লেয়াৰ' তালিকাভুক্ত হোৱা দেখিব পাৰিব.
04: 54 ইয়াৰ মানে    vlc ' " সফলভাবে ইনস্টল হৈছে.
04: 59 একেই ভাবে, আমি 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ" ব্যবহাৰ কৰি অন্যান্য অ্যাপ্লিকেশন ইনস্টল কৰিব পাৰিম.
05: 06 সংক্ষেপ কৰা যাওক.
05: 08 এই টিউটোৰিয়েলত আমি শিকিছো
05: 10 '"সিনাপ্টিক প্যাকেজ ম্যানেজাৰত'   প্রক্সি কনফিগাৰ কৰা
05: 14 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰি এটা অ্যাপ্লিকেশন অথবা প্যাকেজ ইনস্টল কৰা.
05: 20 এই লিঙ্কত স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সাৰাংশ ইয়াত আছে
05: 24   ইয়াক ডাউনলোড কৰিও চাব পাৰে।
05: 28 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কৰ্মশালা আৰু অনলাইন পৰীক্ষা প্ৰদান কৰে. অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক।
05: 36 স্পোকেন টিউটোৰিয়েল প্ৰকল্প NMEICT, MHRD ভাৰত চৰকাৰৰ দ্ৱাৰা সমৰ্থিত হয়.
05: 44 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
05: 50   যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya