BOSS-Linux/C2/Synaptic-Package-Manager/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. সিনাপ্টিক প্যাকেজ ম্যানেজাৰক' কিভাবে ব্যবহাৰ কৰিব পাৰি তাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম
00:07 এই টিউটোৰিয়েলত, আমি শিকিম
00:10 বস লিনাক্স 3.4.2ত   অ্যাপ্লিকেশন ইনস্টল কৰা
00:14 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰা
00:18 ইয়াত আমি ব্যবহাৰ কৰিছো
00:20 বস লিনাক্স 3.4.2' gnome এনভাইৰনমেন্ট ডেস্কটপৰ সৈতে '.
00:26 আপোনি সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰিবলৈ প্রশাসনিক অধিকাৰৰ(administrative rights) প্রয়োজন হব
00:32  আপোনাৰ উচৰত ইন্টাৰনেট সংযোগ থাকিব লাগিব.
00:36 সেয়ে, আমি প্রথমে  'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' খোলা
00:41 আমি ৱিন্দোখন মিনিমাইজ কৰো. আপোনি ইয়াত BOSS ডেস্কটপ দেখিব পাৰিব.
00:48 এতিয়া, Application, System Tools, Administration লৈ যাওক.
00:56 আৰু তাৰপিছত 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত ক্লিক কৰক.'
01:00 এতিয়া, এটা প্রমাণীকৰণ ডায়লগ বক্স অ্যাডমিন পাসওয়ার্ডৰ বাবে প্রদর্শিত হব.
01:06 আমি অ্যাডমিন পাসওয়ার্ড টাইপ কৰো আৰু Enter টিপক.
01:11 আমি প্রথম বাৰৰ বাবে 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰাত, এটা introduction ডায়লগ বক্স প্রদর্শিত হব.
01:19 এই ডায়লগ বক্সত সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰৰ তথ্য আছে.
01:25 আপোনি যদি প্রক্সি নেটওয়ার্ৰকৰ অধীনত কাম কৰি আছে, তেনেহলে এটা আবেদন বা প্যাকেজ ইনস্টল কৰাৰ বাবে প্রক্সিটো 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত' কনফিগাৰ কৰক.
01:36 অন্যথায় আপোনি এই প্রক্সি কনফিগাৰেশন সেটিংক উপেক্ষা কৰিব পাৰে.
01:41 এই কামৰ বাবে, আম 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' উইন্ডোলৈ যাও.
01:47 এতিয়া Setting লৈ যাওক আৰু Preferencesত ক্লিক কৰক.
01:54 "'Preferences ' উইন্ডোত বিভিন্ন ট্যাব আছে.
01:58 প্রক্সি সেটিংস কনফিগাৰ কৰাৰ বাবে 'নেটওয়ার্ক' ট্যাবত ক্লিক কৰক.
02:03 Proxy Server অধীনত দুটা বিকল্প আছে – Direct Connection to the internet  আৰু
02:09 Manual Proxy Configuration'
02:12 আপোনি যেনে দেখিব পাৰে, মই ইয়াত Manual Proxy Configuration ব্যবহাৰ কৰি আছো.
02:17 আপোনি আপোনাৰ পছন্দৰ অপশনটো নির্বাচন কৰক আৰু Authentication' বাটনত ক্লিক কৰক.
02:23 'HTTP প্রমাণীকৰণৰ' উইন্ডো পর্দাত প্রদর্শিত হব.
02:28 যদি প্রয়োজন হয় ব্যবহাৰকাৰীৰ নাম আৰু পাসওয়ার্ড লিখক.'  আৰু OKত ক্লিক কৰক
02:33 এতিয়া পৰিবর্তনবোৰ প্রয়োগ কৰাৰ বাবে Applyত ক্লিক কৰক.
02:37 তাৰপিছত, ৱিন্দোখন বন্ধ কৰিবলৈ 'OKত ক্লিক কৰক.
02:42 এই টুল ব্যবহাৰ কৰা শিকিবলৈ, মই এতিয়া এটা উদাহৰণ হিসাবে VLC প্লেয়াৰ ইনস্টল কৰিম.
02:49 আপোনি যদি প্রথমবাৰৰ বাবে 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰি আছে, আপোনি প্যাকেজবোৰক পুনৰায় লোড কৰিব লাগিব.
02:57 এই কামৰ বাবে, টুল বাৰত থকা Reload বাটনত ক্লিক কৰক.
03:02 ই কিছো সেকেন্ড লব পাৰে.
03:06 ইয়াত আমি দেখিব পাৰো যে প্যাকেজবোৰ ইন্টাৰনেটৰ মাধ্যমেৰে স্থানান্তৰিত হৈছে আৰু আপডেট হৈছে.
03:14 এবাৰ পুনৰায় লোড কৰা সম্পূর্ণ হোৱাত, টুল বাৰত থকা quick search বক্সত টাইপ কৰক আৰু লিখক 'vlc'
03:23 ইয়াত আমি সকলো প্যাকেজ তালিকাভুক্ত হোৱা দেখিব পাৰিম.
03:28 VLC প্যাকেজৰ পৰবর্তীত চেক বক্সত ক্লিক কৰক.
03:33 এতিয়া প্ৰদৰ্শিত মেনু বাৰ পৰা   Mark for installation   বিকল্প নির্বাচন কৰক.
03:39 এটা ডায়লগ বক্সত সংগ্রহস্থলৰ (repository ) প্যাকেজ তালিকা দেখোৱাব.
03:45 স্বয়ংক্রিয়ভাবে সকলো নির্ভৰতা চিহ্নিত কৰিবলৈ 'মার্ক' বাটনত ক্লিক কৰক.
03:51 টুল বাৰত যাওক আৰু Apply বাটনত ক্লিক কৰক.
03:56 উইন্ডোত ইনস্টল হব লগীয়া প্যাকেজৰ বিবৰণ দেখাইছে.
04:02 ইনস্টলেশন আৰম্ভ কৰাৰ বাবে 'Apply ' বাটনত ক্লিক কৰক.
04:07 ইনস্টলেশনৰ সময় ইনস্টল কৰিবলগিয়া প্যাকেজৰ সংখ্যা আৰু আকাৰৰ উপৰত নির্ভৰ কৰে.
04:16 ইনস্টলেশন সম্পন্ন হোৱাত 'Downloading Package File ' উইন্ডো  শীঘ্রই বন্ধ হব.
04:25 আমি 'vlc' এতিয়া ইনস্টল হোৱা দেখিব পাৰিম.
04:29 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' উইন্ডো বন্ধ কৰক.
04:33 এতিয়া, VLC প্লেয়াৰ সফলভাবে আমাৰ মেশিনত ইনস্টল কৰা হৈছে নে নাই, চাও.
04:40 আমি স্ক্ৰীন খন মিনিমাইজ কৰো, ইয়াৰ বাবে, Applications, Sound & Video লৈ যাও.
04:49 ইয়াত আমি 'VLC মিডিয়া প্লেয়াৰ' তালিকাভুক্ত হোৱা দেখিব পাৰিম.
04:54 ইয়াৰ মানে    vlc ' " সফলভাবে ইনস্টল হৈছে.
04:59 একেই ভাবে, আমি 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ" ব্যবহাৰ কৰি অন্যান্য অ্যাপ্লিকেশন ইনস্টল কৰিব পাৰিম.
05:06 সংক্ষেপ কৰা যাওক.
05:08 এই টিউটোৰিয়েলত আমি শিকিছো
05:10 '"সিনাপ্টিক প্যাকেজ ম্যানেজাৰত'   প্রক্সি কনফিগাৰ কৰা
05:14 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰি এটা অ্যাপ্লিকেশন অথবা প্যাকেজ ইনস্টল কৰা.
05:20 এই লিঙ্কত স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সাৰাংশ ইয়াত আছে
05:24   ইয়াক ডাউনলোড কৰিও চাব পাৰে।
05:28 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কৰ্মশালা আৰু অনলাইন পৰীক্ষা প্ৰদান কৰে. অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক।
05:36 স্পোকেন টিউটোৰিয়েল প্ৰকল্প NMEICT, MHRD ভাৰত চৰকাৰৰ দ্ৱাৰা সমৰ্থিত হয়.
05:44 আই. আই. টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
05:50   যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya