BOSS-Linux/C2/Synaptic-Package-Manager/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. সিনাপ্টিক প্যাকেজ ম্যানেজাৰক' কিভাবে ব্যবহাৰ কৰিব পাৰি তাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম |
00:07 | এই টিউটোৰিয়েলত, আমি শিকিম |
00:10 | বস লিনাক্স 3.4.2ত অ্যাপ্লিকেশন ইনস্টল কৰা |
00:14 | 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰা |
00:18 | ইয়াত আমি ব্যবহাৰ কৰিছো |
00:20 | বস লিনাক্স 3.4.2' gnome এনভাইৰনমেন্ট ডেস্কটপৰ সৈতে '. |
00:26 | আপোনি সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰিবলৈ প্রশাসনিক অধিকাৰৰ(administrative rights) প্রয়োজন হব |
00:32 | আপোনাৰ উচৰত ইন্টাৰনেট সংযোগ থাকিব লাগিব. |
00:36 | সেয়ে, আমি প্রথমে 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' খোলা |
00:41 | আমি ৱিন্দোখন মিনিমাইজ কৰো. আপোনি ইয়াত BOSS ডেস্কটপ দেখিব পাৰিব. |
00:48 | এতিয়া, Application, System Tools, Administration লৈ যাওক. |
00:56 | আৰু তাৰপিছত 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত ক্লিক কৰক.' |
01:00 | এতিয়া, এটা প্রমাণীকৰণ ডায়লগ বক্স অ্যাডমিন পাসওয়ার্ডৰ বাবে প্রদর্শিত হব. |
01:06 | আমি অ্যাডমিন পাসওয়ার্ড টাইপ কৰো আৰু Enter টিপক. |
01:11 | আমি প্রথম বাৰৰ বাবে 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰাত, এটা introduction ডায়লগ বক্স প্রদর্শিত হব. |
01:19 | এই ডায়লগ বক্সত সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰৰ তথ্য আছে. |
01:25 | আপোনি যদি প্রক্সি নেটওয়ার্ৰকৰ অধীনত কাম কৰি আছে, তেনেহলে এটা আবেদন বা প্যাকেজ ইনস্টল কৰাৰ বাবে প্রক্সিটো 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত' কনফিগাৰ কৰক. |
01:36 | অন্যথায় আপোনি এই প্রক্সি কনফিগাৰেশন সেটিংক উপেক্ষা কৰিব পাৰে. |
01:41 | এই কামৰ বাবে, আম 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' উইন্ডোলৈ যাও. |
01:47 | এতিয়া Setting লৈ যাওক আৰু Preferencesত ক্লিক কৰক. |
01:54 | "'Preferences ' উইন্ডোত বিভিন্ন ট্যাব আছে. |
01:58 | প্রক্সি সেটিংস কনফিগাৰ কৰাৰ বাবে 'নেটওয়ার্ক' ট্যাবত ক্লিক কৰক. |
02:03 | Proxy Server অধীনত দুটা বিকল্প আছে – Direct Connection to the internet আৰু |
02:09 | Manual Proxy Configuration' |
02:12 | আপোনি যেনে দেখিব পাৰে, মই ইয়াত Manual Proxy Configuration ব্যবহাৰ কৰি আছো. |
02:17 | আপোনি আপোনাৰ পছন্দৰ অপশনটো নির্বাচন কৰক আৰু Authentication' বাটনত ক্লিক কৰক. |
02:23 | 'HTTP প্রমাণীকৰণৰ' উইন্ডো পর্দাত প্রদর্শিত হব. |
02:28 | যদি প্রয়োজন হয় ব্যবহাৰকাৰীৰ নাম আৰু পাসওয়ার্ড লিখক.' আৰু OKত ক্লিক কৰক |
02:33 | এতিয়া পৰিবর্তনবোৰ প্রয়োগ কৰাৰ বাবে Applyত ক্লিক কৰক. |
02:37 | তাৰপিছত, ৱিন্দোখন বন্ধ কৰিবলৈ 'OKত ক্লিক কৰক. |
02:42 | এই টুল ব্যবহাৰ কৰা শিকিবলৈ, মই এতিয়া এটা উদাহৰণ হিসাবে VLC প্লেয়াৰ ইনস্টল কৰিম. |
02:49 | আপোনি যদি প্রথমবাৰৰ বাবে 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰি আছে, আপোনি প্যাকেজবোৰক পুনৰায় লোড কৰিব লাগিব. |
02:57 | এই কামৰ বাবে, টুল বাৰত থকা Reload বাটনত ক্লিক কৰক. |
03:02 | ই কিছো সেকেন্ড লব পাৰে. |
03:06 | ইয়াত আমি দেখিব পাৰো যে প্যাকেজবোৰ ইন্টাৰনেটৰ মাধ্যমেৰে স্থানান্তৰিত হৈছে আৰু আপডেট হৈছে. |
03:14 | এবাৰ পুনৰায় লোড কৰা সম্পূর্ণ হোৱাত, টুল বাৰত থকা quick search বক্সত টাইপ কৰক আৰু লিখক 'vlc' |
03:23 | ইয়াত আমি সকলো প্যাকেজ তালিকাভুক্ত হোৱা দেখিব পাৰিম. |
03:28 | VLC প্যাকেজৰ পৰবর্তীত চেক বক্সত ক্লিক কৰক. |
03:33 | এতিয়া প্ৰদৰ্শিত মেনু বাৰ পৰা Mark for installation বিকল্প নির্বাচন কৰক. |
03:39 | এটা ডায়লগ বক্সত সংগ্রহস্থলৰ (repository ) প্যাকেজ তালিকা দেখোৱাব. |
03:45 | স্বয়ংক্রিয়ভাবে সকলো নির্ভৰতা চিহ্নিত কৰিবলৈ 'মার্ক' বাটনত ক্লিক কৰক. |
03:51 | টুল বাৰত যাওক আৰু Apply বাটনত ক্লিক কৰক. |
03:56 | উইন্ডোত ইনস্টল হব লগীয়া প্যাকেজৰ বিবৰণ দেখাইছে. |
04:02 | ইনস্টলেশন আৰম্ভ কৰাৰ বাবে 'Apply ' বাটনত ক্লিক কৰক. |
04:07 | ইনস্টলেশনৰ সময় ইনস্টল কৰিবলগিয়া প্যাকেজৰ সংখ্যা আৰু আকাৰৰ উপৰত নির্ভৰ কৰে. |
04:16 | ইনস্টলেশন সম্পন্ন হোৱাত 'Downloading Package File ' উইন্ডো শীঘ্রই বন্ধ হব. |
04:25 | আমি 'vlc' এতিয়া ইনস্টল হোৱা দেখিব পাৰিম. |
04:29 | 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' উইন্ডো বন্ধ কৰক. |
04:33 | এতিয়া, VLC প্লেয়াৰ সফলভাবে আমাৰ মেশিনত ইনস্টল কৰা হৈছে নে নাই, চাও. |
04:40 | আমি স্ক্ৰীন খন মিনিমাইজ কৰো, ইয়াৰ বাবে, Applications, Sound & Video লৈ যাও. |
04:49 | ইয়াত আমি 'VLC মিডিয়া প্লেয়াৰ' তালিকাভুক্ত হোৱা দেখিব পাৰিম. |
04:54 | ইয়াৰ মানে vlc ' " সফলভাবে ইনস্টল হৈছে. |
04:59 | একেই ভাবে, আমি 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ" ব্যবহাৰ কৰি অন্যান্য অ্যাপ্লিকেশন ইনস্টল কৰিব পাৰিম. |
05:06 | সংক্ষেপ কৰা যাওক. |
05:08 | এই টিউটোৰিয়েলত আমি শিকিছো |
05:10 | '"সিনাপ্টিক প্যাকেজ ম্যানেজাৰত' প্রক্সি কনফিগাৰ কৰা |
05:14 | 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰি এটা অ্যাপ্লিকেশন অথবা প্যাকেজ ইনস্টল কৰা. |
05:20 | এই লিঙ্কত স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সাৰাংশ ইয়াত আছে |
05:24 | ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
05:28 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কৰ্মশালা আৰু অনলাইন পৰীক্ষা প্ৰদান কৰে. অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক। |
05:36 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প NMEICT, MHRD ভাৰত চৰকাৰৰ দ্ৱাৰা সমৰ্থিত হয়. |
05:44 | আই. আই. টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
05:50 | যোগদানৰ বাবে ধন্যবাদ। |