GChemPaint/C2/Editing-molecules/Assamese
From Script | Spoken-Tutorial
Time | Narration |
---|---|
00: 01 | নমস্কাৰ দৰ্শক সকল |
00: 02 | 'GChemPaint' ' "'Editing Molecules'' 'টিউটোৰিয়েললৈ স্বাগতম. |
00: 06 | এই টিউটোৰিয়েলত, আমি শিকিম |
00: 09 | * এটা পৰমাণু উপৰত অাবদ্ধ(unbound) ইলেকট্রন যোগ কৰা |
00: 12 | * Carbonic acid অাৰু Sulphuric acidৰ গঠন অকা. |
00: 16 | * এটা পৰমাণুৰ গ্রুপত এটা স্থানীয় চার্জ যুক্ত কৰক আৰু পৰিবর্তন কৰক |
00: 21 | আমি আৰু শিকিম, |
00: 23 | * এটা পৰমাণুৰ উপৰত এটা স্থানীয় চার্জ যুক্ত কৰা আৰু পৰিবর্তন কৰা |
00: 26 | * চাইক্লিক অণু যোগ কৰা |
00: 29 | * mono-cyclic অণুক bi-cyclic অণুলৈ ৰুপান্তৰ কৰা. |
00: 34 | ইয়াত আমি ব্যবহাৰ কৰিছো |
00: 35 | 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04 |
00: 39 | 'GChemPaint' সংস্কৰণ 0.12.10 |
00: 46 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি |
00: 50 | 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হোৱা উচিত. |
00: 53 | নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট প্ৰৰ্দশন কৰক. |
00: 58 | মই এাট নতুন 'GChemPaint' আবেদন খোলিছো. |
01: 02 | প্রথমে 'Ammonia ' গঠন আকক. |
01: 06 | Current element ড্রপ ডাউন এৰো বটনত ক্লিক কৰক |
01: 09 | টেবোলৰ পৰা Nনির্বাচন কৰক |
01: 11 | টুল বক্সত N' মন কৰক. |
01: 15 | Add or modify an atom টুলত ক্লিক কৰক. |
01: 18 | তাৰপিছত ' Display areaত ক্লিক কৰক. |
01: 21 | NH3' Display areaত দেখা গৈছে. |
01: 24 | ডাঙৰ আখৰ H' টিপক. এটা H আখৰ দি আৰম্ভ হোৱা উপাদানৰ এখন তালিকাৰ সৈতে 'সাবমেনু' 'প্রদর্শিত হয়. |
01: 30 | তালিকাৰ পৰা H' নির্বাচন কৰক. |
01: 33 | Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক. |
01: 38 | ' Nitrogen পৰমাণুৰ তিনটা বন্ড আঁকিবলৈ |
01: 41 | ক্লিক কৰক আৰু Nitrogen পৰমাণুত বন্ডটো তিনিবাৰ টানক. |
01: 46 | 'Pyramid ৰ' নিচিনা গঠন এটা বনাবলৈ বন্ডবোৰক ওৰিয়েন্ট কৰক |
01: 51 | 'Nitrogen ' পৰমাণুত এজোড়া আবদ্ধ ইলেকট্রন যোগ কৰা যাওক |
01: 56 | Add an electron pair to an atom টুলত ক্লিক কৰক |
02: 01 | তাৰপিছত ' Ammoniaৰ Nitrogen 'পৰমাণুত ক্লিক কৰক. |
02: 05 | পৰিবর্তনটো লক্ষ্য কৰক. |
02: 07 | লক্ষ্য কৰক যে 'Ammonia ৰ 'নাইট্রোজেন'ত এতিয়া ইলেকট্রনৰ জোড়া আছে. |
02: 12 | এই জোড়াটো বন্দ বনোৱাত অংশ নলয় |
02: 16 | এই জোড়া ইলেকট্রন হৈছে lone pair' |
02: 20 | এটা নিয়োগ হিসাবে, |
02: 21 | * Phosphorus trichlorideৰ গঠন আকক |
02: 24 | * ফসফৰাস পৰমাণুৰ উপৰত আবদ্ধ ইলেকট্রন একজোড়া যোগ কৰক. |
02: 29 | এতিয়া 'Carbonic acid(H2CO3) আৰু Sulphuric acid(H2SO4)গঠন আকো |
02: 34 | ইয়াতে , Carbonic acidআৰু Sulphuric acid গঠনৰ বাবে এটা স্লাইড আছে |
02: 40 | প্রথমে ' Ammonia' ৰ গঠনক অলপ অতৰুৱাই দিয়ো |
02: 44 | ইয়াৰ বাবে, Select one or more objects টুলত ক্লিক কৰক. |
02: 48 | তাৰপিছত ' Ammonia" গঠনৰ উপৰত ক্লিক কৰক আৰু ইয়াক একফালে টানক. |
02: 53 | এতিয়া Carbonic acid গঠন আকো. |
02: 56 | 'Current element ড্রপ ডাউন এৰো বাটনত ক্লিক কৰক. |
03: 00 | টেবোলৰ পৰা C নির্বাচন কৰক. |
03: 02 | ' Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক. |
03: 07 | ' Display areaত ক্লিক কৰক. |
03: 09 | তিনোটা বন্ডক এনেধৰনে অৰিয়েন্ট(orient) কৰক যাতে সিহতে Y উলোটা গঢ় লয়. |
03: 15 | চাৰি নম্বৰ বন্দটো কোনো এটা বন্দলৈ 'ডবল বন্ড' হিসাবে আঁকক. |
03: 21 | এতিয়া 'Current element ' ড্রপ ডাউন এৰো বাটনত ক্লিক কৰক. |
03: 25 | O' নির্বাচন কৰক. |
03: 26 | Add or modify an atom টুলত ক্লিক কৰক ' |
03: 30 | বন্ডৰ কাষত কার্সাৰদালক ৰাখক. |
03: 33 | তিনিটা বন্ড অবস্থানৰ উপৰত ক্লিক কৰক. |
03: 37 | Carbonic acid(H2CO3) গঠনটো অকা হল. |
03: 40 | এতিয়া ' Sulphuric acid গঠন আকো |
03: 44 | Current element ' ড্রপ ডাউন এৰো বাটনত ক্লিক কৰক. |
03: 47 | S নির্বাচন কৰক |
03: 48 | Add or modify an atom' টুলত ক্লিক কৰক. |
03: 52 | তাৰপিছত Display areaত ক্লিক কৰক. |
03: 55 | H2S মন কৰক |
03: 57 | এতিয়া ' Display area'ত যিকোনো ঠাইত ডাঙৰ ফলা O লিখক |
04: 01 | 2 অপশন O and Os'অপাৰেটিং সিস্টেমৰ সৈতে 'সাবমেনু' 'প্রর্দশিত হয়. |
04: 06 | O নির্বাচন কৰক. |
04: 08 | Add or modify an atomটুলত ক্লিক কৰক. |
04: 11 | তাৰপিছত Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক |
04: 17 | ' Property' মেনুত, Bond length ৰ মান 200 বা তাতকৈ বেছিলৈ বৃদ্ধি কৰক. |
04: 23 | OH' ৰ পৰা Sলৈ তিনিটা বন্দ আকিবলৈ "H2Sত ক্লিক কৰক. |
04: 29 | Sৰ উচৰত এটা ইতিবাচক চার্জ লক্ষয় কৰক |
04: 32 | ই প্রদর্শিত হয়, কাৰন ' 'Sulphur য়ে ' '6' ' ৰ valencyক সন্তুষ্ট কৰিব লাগিব |
04: 39 | চতুর্থ বন্ডৰ কাৰনে, প্রথমে S ক্লিক কৰক. |
04: 43 | এতিয়া মাউসটো এৰি নিদিয়াকে বন্ডটো এক ফালে টানক. |
04: 47 | এতিয়া আমাৰ বিপৰীত বন্ডটো double bonds'টোলৈ ৰুপান্তৰ কৰো. |
04: 52 | Add a bond or change the multiplicity of the existing one টুলত 'ক্লিক কৰক' ' |
04: 58 | তাৰপিছত গঠনৰ বিপৰীত ফালে উপস্থিত থাকা বন্ডত ক্লিক কৰক. |
05: 03 | মন কৰক যে সেই পজিটিভ চার্জ আৰু দৃশ্যমান নহয়. |
05: 08 | Sulphuric acid গঠনটো সম্পূর্ণ হল |
05: 12 | পিছত, Carbonic acid আৰু Sulphuric acid গঠনত স্থানীয় চার্জ যোগ কৰা যাওক. |
05: 18 | 'স্থানীয় চার্জ প্রদর্শন কৰিবলৈ, 'Decrement the charge of an atom' ' টুলত ক্লিক কৰক |
05: 24 | 'Carbonic acid ' 'গঠনৰ দুটা O-H' দলত( group) ক্লিক কৰক. |
05: 30 | মন কৰক যে Carbonate ion CO32- 'গঠিত হয়. |
05: 36 | Sulphuric acid গঠন'ত স্থানীয় চার্জ প্রদর্শন কৰিবলৈ |
05: 41 | Decrement the charge of an atom'টুলত ক্লিক কৰক. |
05: 44 | ' Sulphuric acidৰ দুটা বিপৰীত O-Hগ্রুপত ক্লিক কৰক. |
05: 49 | মন কৰক যে ' Sulphate ion SO42- গঠিত হয়. |
05: 56 | এট নিয়োগ হিসাবে, |
05: 57 | Nitric acid (HNO3) ' গঠন আকক |
05: 59 | * ' Nitrate ion(NO-3) ত 'স্থানীয় চার্জ দেখাওক' ' |
06: 02 | আপোনাৰ সমাপ্ত নিয়োগ এনে ধৰনৰ হোৱা উচিত. |
06: 07 | এটা পৰমাণুত স্থানীয় চার্জ যোগ কৰা পদ্ধতিটো প্রদর্শন কৰা যাওক. |
06: 12 | Display areaত যিকোনো জাগাত, ডাঙৰ আখৰ N টিপক |
06: 16 | এটা 'সাবমেনু' খোলে যত আমি 'Na' নির্বাচন কৰিম. |
06: 21 | ' Add or modify an atom ' টুলত ' ক্লিক কৰক |
06: 24 | তাৰপিছত ' Display areaত ক্লিক কৰক. |
06: 27 | সোডিয়াম পৰমাণু ' Display areaত প্রদর্শিত হয়. |
06: 30 | Increment the charge of an atom টুলত ক্লিক কৰক |
06: 35 | তাৰপিছত 'Na' ত ক্লিক কৰক. |
06: 37 | Sodium ' পৰমাণুত এট ইতিবাচক চার্জ লক্ষ্য কৰক. |
06: 41 | একে ভাবে, আমি এটা পৰমাণুত 'নেতিবাচক' চার্জ যোগ কৰিব পাৰো. |
06: 46 | এইটো ' Decrement the charge of an atom টুল নির্বাচন কৰিও কৰিব পাৰে. |
06: 51 | এতিয়া আমি ' Cyclic অণু আঁকিবলৈ শিকো. |
06: 54 | ইয়াৰ বাবে, আমি এটা নতুন GChemPaint উইন্ডো খোলিম. |
06: 59 | টুলবাৰত থকা 'Create a new file ' আইকনত ক্লিক কৰক. |
07: 03 | নিশ্চিত কৰক যে C' যি Carbon হয় উপাদান হিসাবে নির্বাচন কৰা হয় |
07: 09 | আৰু নিশ্চিত কৰক যে Bond length(দৈৰ্ঘয়) 200 বা তাতকৈ বেছি হয়. |
07: 14 | টুল বক্সত থকা চতুর্থ টুলবাৰটো Cycle টুল হয় |
07: 19 | আমি ব্যবহাৰ কৰিব পৰা ইয়াতে বিভিন্ন টোল আছে. |
07: 22 | যেনে - |
07:24 | * Add a three membered cycle |
07:26 | * Add a four membered cycle |
07: 29 | * আৰু কিছু cycle' টোল |
07: 32 | আৰু তাৰপিছত ' Add a cycle টুল. |
07: 35 | আমি Add a four membered cycle ব্যবহাৰ কৰিম. |
07: 40 | সেয়ে ইয়াত ক্লিক কৰক. |
07: 42 | তাৰপিছত ' Display area ত ক্লিক কৰক. |
07: 44 | কোণত থকা চক্র (cycle) টোলৈ পৰমাণু যোগ কৰা যাওক. |
07: 49 | যি কোনো এটা কোণত ক্লিক কৰক. |
07: 52 | এট 'সাবমেনু' প্রর্দশিত হয়. Atom' নির্বাচন কৰক আৰু তাৰপিছত Display symbolত ক্লিক কৰক. |
07: 58 | অনুৰুপভাবে সকলো কোণত পৰমাণু যোগ কৰা যাওক. |
08: 03 | প্রাপ্ত গঠনটো Cyclobutane হয়. |
08: 07 | এতিয়া আমি mono-cyclic compound ৰ পৰা bi-cyclic compoundৰ লৈ ৰুপান্তৰ কৰো. |
08: 12 | Add a six membered cycle' টুলত ক্লিক কৰক. |
08: 16 | তাৰপিছত ' Display areaত ক্লিক কৰক. |
08: 19 | ছাইকেল বন্ডত কার্সাৰডাল ৰাখক আৰু আকৌ এবাৰ ক্লিক কৰক. |
08: 24 | Bi-cyclic compound লক্ষ্য কৰক |
08: 27 | ফাইল সংৰক্ষণ কৰিবলৈ ' টুলবাৰত থকা Save the current file' আইকনত ক্লিক কৰক |
08: 32 | ' Save as ডাইলগ বক্স প্রর্দশিত হয়. |
08: 35 | ' Editing Molecules হিসাবে ফাইলৰ নাম লিখক |
08: 38 | ' Saveবাটনত ক্লিক কৰক. |
08: 41 | সংক্ষেপ কৰা যাওক. |
08: 43 | এই টিউটোৰিয়েলত, আমি শিকিলো |
08: 45 | * এটা পৰমাণুত অাবদ্ধ ইলেকট্রনবোৰ যোগ কৰা |
08: 48 | * Carbonic acid আৰু Sulphuric acid ৰ গঠন আকা |
08: 53 | * এটা পৰমাণুৰ দলত এটা স্থানীয় চার্জ যুক্ত কৰক আৰু পৰিবর্তন কৰক |
08: 58 | আমি আৰু শিকিছো |
09: 00 | *এটা পৰমাণুত এটা স্থানীয় চার্জ যুক্ত কৰা আৰু পৰিবর্তন কৰা |
09: 04 | * cyclic অণু যোগ কৰা |
09: 06 | * mono-cyclic অণুক bi-cyclic অণুলৈ ৰুপান্তৰ কৰা. |
09: 11 | এট নিয়োগ হিসাবে |
09: 13 | * ডিসপ্লে এলাকাত এটা সাতটা সদস্য থকা চক্র যোগ কৰক |
09: 16 | * ইয়াক tricyclic যৌগ লৈ পৰিবর্তন কৰক. |
09: 20 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক http://spoken-tutorial.org/ What_is_a_Spoken_Tutorial |
09: 24 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
09: 27 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
09: 32 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:,স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
09: 36 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
09: 40 | অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org |
09: 46 | স্পৌকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
09: 50 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
09: 57 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
10: 03 | এই পাঠটি মৌচুমী মেধী দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |