GChemPaint/C2/Editing-molecules/Assamese
From Script | Spoken-Tutorial
Time | Narration |
---|---|
00:01 | নমস্কাৰ দৰ্শক সকল, 'GChemPaint' ' "'Editing Molecules'' 'টিউটোৰিয়েললৈ আপোনাক স্বাগতম. |
00:06 | এই টিউটোৰিয়েলত, আমি শিকিম |
00:09 | এটা পৰমাণু উপৰত অাবদ্ধ(unbound) ইলেকট্রন যোগ কৰা |
00:12 | Carbonic acid অাৰু Sulphuric acidৰ গঠন অকা. |
00:16 | এটা পৰমাণুৰ গ্রুপত এটা স্থানীয় চার্জ যুক্ত কৰক আৰু পৰিবর্তন কৰক |
00:21 | আমি আৰু শিকিম, |
00:23 | এটা পৰমাণুৰ উপৰত এটা স্থানীয় চার্জ যুক্ত কৰা আৰু পৰিবর্তন কৰা |
00:26 | চাইক্লিক অণু যোগ কৰা |
00:29 | mono-cyclic অণুক bi-cyclic অণুলৈ ৰুপান্তৰ কৰা. |
00:34 | ইয়াত আমি ব্যবহাৰ কৰিছো, 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04 |
00:39 | 'GChemPaint' সংস্কৰণ 0.12.10 |
00:46 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি |
00:50 | 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হোৱা উচিত. |
00:53 | নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট প্ৰৰ্দশন কৰক. |
00:58 | মই এাট নতুন 'GChemPaint' আবেদন খোলিছো. |
01:02 | প্রথমে 'Ammonia ' গঠন আকক. |
01:06 | Current element ড্রপ ডাউন এৰো বটনত ক্লিক কৰক |
01:09 | টেবোলৰ পৰা Nনির্বাচন কৰক |
01:11 | টুল বক্সত N' মন কৰক. |
01:15 | Add or modify an atom টুলত ক্লিক কৰক. |
01:18 | তাৰপিছত ' Display areaত ক্লিক কৰক. |
01:21 | NH3' Display areaত দেখা গৈছে. |
01:24 | ডাঙৰ আখৰ H' টিপক. এটা H আখৰ দি আৰম্ভ হোৱা উপাদানৰ এখন তালিকাৰ সৈতে 'সাবমেনু' 'প্রদর্শিত হয়. |
01:30 | তালিকাৰ পৰা H' নির্বাচন কৰক. |
01:33 | Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক. |
01:38 | ' Nitrogen পৰমাণুৰ তিনটা বন্ড আঁকিবলৈ |
01:41 | ক্লিক কৰক আৰু Nitrogen পৰমাণুত বন্ডটো তিনিবাৰ টানক. |
01:46 | 'Pyramid ৰ' নিচিনা গঠন এটা বনাবলৈ বন্ডবোৰক ওৰিয়েন্ট কৰক |
01:51 | 'Nitrogen ' পৰমাণুত এজোড়া আবদ্ধ ইলেকট্রন যোগ কৰা যাওক |
01:56 | Add an electron pair to an atom টুলত ক্লিক কৰক |
02:01 | তাৰপিছত ' Ammoniaৰ Nitrogen 'পৰমাণুত ক্লিক কৰক. |
02:05 | পৰিবর্তনটো লক্ষ্য কৰক. |
02:07 | লক্ষ্য কৰক যে 'Ammonia ৰ 'নাইট্রোজেন'ত এতিয়া ইলেকট্রনৰ জোড়া আছে. |
02:12 | এই জোড়াটো বন্দ বনোৱাত অংশ নলয় |
02:16 | এই জোড়া ইলেকট্রন হৈছে lone pair' |
02:20 | এটা নিয়োগ হিসাবে, |
02:21 | Phosphorus trichlorideৰ গঠন আকক |
02:24 | ফসফৰাস পৰমাণুৰ উপৰত আবদ্ধ ইলেকট্রন একজোড়া যোগ কৰক. |
02:29 | এতিয়া 'Carbonic acid(H2CO3) আৰু Sulphuric acid(H2SO4)গঠন আকো |
02:34 | ইয়াতে , Carbonic acidআৰু Sulphuric acid গঠনৰ বাবে এটা স্লাইড আছে |
02:40 | প্রথমে ' Ammonia' ৰ গঠনক অলপ অতৰুৱাই দিয়ো |
02:44 | ইয়াৰ বাবে, Select one or more objects টুলত ক্লিক কৰক. |
02:48 | তাৰপিছত ' Ammonia" গঠনৰ উপৰত ক্লিক কৰক আৰু ইয়াক একফালে টানক. |
02:53 | এতিয়া Carbonic acid গঠন আকো. |
02:56 | 'Current element ড্রপ ডাউন এৰো বাটনত ক্লিক কৰক. |
03:00 | টেবোলৰ পৰা C নির্বাচন কৰক. |
03:02 | ' Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক. |
03:07 | ' Display areaত ক্লিক কৰক. |
03:09 | তিনোটা বন্ডক এনেধৰনে অৰিয়েন্ট(orient) কৰক যাতে সিহতে উলোটা Y গঠিত লয়. |
03:15 | চাৰি নম্বৰ বন্দটো কোনো এটা বন্দলৈ 'ডবল বন্ড' হিসাবে আঁকক. |
03:21 | এতিয়া 'Current element ' ড্রপ ডাউন এৰো বাটনত ক্লিক কৰক. |
03:25 | O' নির্বাচন কৰক. |
03:26 | Add or modify an atom টুলত ক্লিক কৰক . |
03:30 | বন্ডৰ কাষত কার্সাৰদালক ৰাখক. |
03:33 | তিনিটা বন্ড অবস্থানৰ উপৰত ক্লিক কৰক. |
03:37 | Carbonic acid(H2CO3) গঠনটো অকা হল. |
03:40 | এতিয়া ' Sulphuric acid গঠন আকো |
03:44 | "Current element ' ড্রপ ডাউন এৰো বাটনত ক্লিক কৰক. |
03:47 | S নির্বাচন কৰক |
03:48 | Add or modify an atom' টুলত ক্লিক কৰক. |
03:52 | তাৰপিছত Display areaত ক্লিক কৰক. |
03:55 | H2S মন কৰক |
03:57 | এতিয়া ' Display area'ত যিকোনো ঠাইত ডাঙৰ ফলা O লিখক |
04:01 | 2 অপশন O অাৰু Os'অপাৰেটিং সিস্টেমৰ সৈতে 'সাবমেনু' 'প্রর্দশিত হয়. |
04:06 | O নির্বাচন কৰক. |
04:08 | Add or modify an atomটুলত ক্লিক কৰক. |
04:11 | তাৰপিছত Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক |
04:17 | ' Property' মেনুত, Bond length ৰ মান 200 বা তাতকৈ বেছিলৈ বৃদ্ধি কৰক. |
04:23 | OH' ৰ পৰা Sলৈ তিনিটা বন্দ আকিবলৈ "H2Sত ক্লিক কৰক. |
04:29 | Sৰ উচৰত এটা ইতিবাচক চার্জ লক্ষয় কৰক |
04:32 | ই প্রদর্শিত হয়, কাৰন ' 'Sulphur য়ে ' '6' ' ৰ valencyক সন্তুষ্ট কৰিব লাগিব |
04:39 | চতুর্থ বন্ডৰ কাৰনে, প্রথমে Sত ক্লিক কৰক. |
04:43 | এতিয়া মাউসটো এৰি নিদিয়াকে বন্ডটো এক ফালে টানক. |
04:47 | এতিয়া আমাৰ বিপৰীত বন্ডটো double bonds'টোলৈ ৰুপান্তৰ কৰো. |
04:52 | Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক. |
04:58 | তাৰপিছত গঠনৰ বিপৰীত ফালে উপস্থিত থাকা বন্ডত ক্লিক কৰক. |
05:03 | মন কৰক যে সেই পজিটিভ চার্জ আৰু দৃশ্যমান নহয়. |
05:08 | Sulphuric acid গঠনটো সম্পূর্ণ হল |
05:12 | পিছত, Carbonic acid আৰু Sulphuric acid গঠনত স্থানীয় চার্জ যোগ কৰা যাওক. |
05:18 | 'স্থানীয় চার্জ প্রদর্শন কৰিবলৈ, Decrement the charge of an atom' ' টুলত ক্লিক কৰক. |
05:24 | 'Carbonic acid ' 'গঠনৰ দুটা O-H' দলত( group) ক্লিক কৰক. |
05:30 | মন কৰক যে Carbonate ion CO32- 'গঠিত হয়. |
05:36 | Sulphuric acid গঠন'ত স্থানীয় চার্জ প্রদর্শন কৰিবলৈ |
05:41 | Decrement the charge of an atom' টুলত ক্লিক কৰক. |
05:44 | ' Sulphuric acidৰ দুটা বিপৰীত O-Hগ্রুপত ক্লিক কৰক. |
05:49 | মন কৰক যে ' Sulphate ion SO42- গঠিত হয়. |
05:56 | এট নিয়োগ হিসাবে, |
05:57 | Nitric acid (HNO3) ' গঠন আকক |
05:59 | ' Nitrate ion(NO-3) ত 'স্থানীয় চার্জ দেখাওক' ' |
06:02 | আপোনাৰ সমাপ্ত নিয়োগ এনে ধৰনৰ হোৱা উচিত. |
06:07 | এটা পৰমাণুত স্থানীয় চার্জ যোগ কৰা পদ্ধতিটো প্রদর্শন কৰা যাওক. |
06:12 | Display areaত যিকোনো জাগাত, ডাঙৰ আখৰ N টিপক |
06:16 | এটা 'সাবমেনু' খোলে যত আমি 'Na' নির্বাচন কৰিম. |
06:21 | ' Add or modify an atom ' টুলত ' ক্লিক কৰক |
06:24 | তাৰপিছত ' Display areaত ক্লিক কৰক. |
06:27 | সোডিয়াম পৰমাণু ' Display areaত প্রদর্শিত হয়. |
06:30 | Increment the charge of an atom টুলত ক্লিক কৰক |
06:35 | তাৰপিছত 'Na' ত ক্লিক কৰক. |
06:37 | Sodium ' পৰমাণুত এট ইতিবাচক চার্জ লক্ষ্য কৰক. |
06:41 | একেভাবে, আমি এটা পৰমাণুত 'নেতিবাচক' চার্জ যোগ কৰিব পাৰো. |
06:46 | এইটো ' Decrement the charge of an atom টুলত নির্বাচন কৰিও কৰিব পাৰে. |
06:51 | এতিয়া আমি ' Cyclic অণু আঁকিবলৈ শিকো. |
06:54 | ইয়াৰ বাবে, আমি এটা নতুন GChemPaint উইন্ডো খোলিম. |
06:59 | টুলবাৰত থকা 'Create a new file ' আইকনত ক্লিক কৰক. |
07:03 | নিশ্চিত কৰক যে C' যি Carbon হয় উপাদান হিসাবে নির্বাচন কৰা হয় |
07:09 | আৰু নিশ্চিত কৰক যে Bond length(দৈৰ্ঘয়) 200 বা তাতকৈ বেছি হয়. |
07:14 | টুল বক্সত থকা চতুর্থ টুলবাৰটো Cycle টুল হয় |
07:19 | আমি ব্যবহাৰ কৰিব পৰা ইয়াতে বিভিন্ন টোল আছে. |
07:22 | যেনে - |
07:24 | Add a three membered cycle |
07:26 | Add a four membered cycle |
07:29 | আৰু কিছু cycle' টোল |
07:32 | আৰু তাৰপিছত ' Add a cycle টুল. |
07:35 | আমি Add a four membered cycle ব্যবহাৰ কৰিম. |
07:40 | সেয়ে ইয়াত ক্লিক কৰক. |
07:42 | তাৰপিছত ' Display area ত ক্লিক কৰক. |
07:44 | কোণত থকা চক্র (cycle) টোলৈ পৰমাণু যোগ কৰা যাওক. |
07:49 | যি কোনো এটা কোণত ক্লিক কৰক. |
07:52 | এটা 'সাবমেনু' প্রর্দশিত হয়. Atom' নির্বাচন কৰক আৰু তাৰপিছত Display symbolত ক্লিক কৰক. |
07:58 | অনুৰুপভাবে সকলো কোণত পৰমাণু যোগ কৰা যাওক. |
08:03 | প্রাপ্ত গঠনটো Cyclobutane হয়. |
08:07 | এতিয়া আমি mono-cyclic compound ৰ পৰা bi-cyclic compoundৰ লৈ ৰুপান্তৰ কৰো. |
08:12 | Add a six membered cycle' টুলত ক্লিক কৰক. |
08:16 | তাৰপিছত ' Display areaত ক্লিক কৰক. |
08:19 | ছাইকেল বন্ডত কার্সাৰডাল ৰাখক আৰু আকৌ এবাৰ ক্লিক কৰক. |
08:24 | Bi-cyclic compound লক্ষ্য কৰক |
08:27 | ফাইল সংৰক্ষণ কৰিবলৈ ' টুলবাৰত থকা Save the current file' আইকনত ক্লিক কৰক |
08:32 | ' Save as ডাইলগ বক্স প্রর্দশিত হয়. |
08:35 | ' Editing Molecules হিসাবে ফাইলৰ নাম লিখক |
08:38 | ' Saveবাটনত ক্লিক কৰক. |
08:41 | সংক্ষেপ কৰা যাওক. |
08:43 | এই টিউটোৰিয়েলত, আমি শিকিলো |
08:45 | এটা পৰমাণুত অাবদ্ধ ইলেকট্রনবোৰ যোগ কৰা |
08:48 | Carbonic acid আৰু Sulphuric acid ৰ গঠন আকা |
08:53 | এটা পৰমাণুৰ দলত এটা স্থানীয় চার্জ যুক্ত কৰক আৰু পৰিবর্তন কৰক |
08:58 | আমি আৰু শিকিছো |
09:00 | এটা পৰমাণুত এটা স্থানীয় চার্জ যুক্ত কৰা আৰু পৰিবর্তন কৰা |
09:04 | cyclic অণু যোগ কৰা |
09:06 | mono-cyclic অণুক bi-cyclic অণুলৈ ৰুপান্তৰ কৰা. |
09:11 | এট নিয়োগ হিসাবে |
09:13 | ডিসপ্লে এলাকাত এটা সাতটা সদস্য থকা চক্র যোগ কৰক |
09:16 | ইয়াক tricyclic যৌগ লৈ পৰিবর্তন কৰক. |
09:20 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক http://spoken-tutorial.org/ What_is_a_Spoken_Tutorial |
09:24 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
09:27 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
09:32 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:,স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
09:36 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
09:40 | অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org |
09:46 | স্পৌকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
09:50 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
09:57 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
10:03 | এই পাঠটি মৌচুমী মেধী দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |