Jmol-Application/C2/Script-Console-and-Script-Commands/Assamese
From Script | Spoken-Tutorial
Revision as of 10:09, 6 February 2015 by PoojaMoolya (Talk | contribs)
| Time | Narration
|
|---|---|
| 00:01 | নমস্কাৰ দৰ্শক সকল. Jmol অ্যাপ্লিকেশনত 'স্ক্রিপ্ট কনসোল আৰু স্ক্রিপ্ট কমান্ডৰ' এই টোউটোৰিয়েললৈ স্বাগতম. |
| 00:08 | এই টোউটোৰিযেলত, আমি শিকিম |
| 00:11 | * 'স্ক্রিপ্ট কমান্ড' ৰ বিষয়ে |
| 00:13 | * 'স্ক্রিপ্ট কনসোল' উইন্ডো কিভাবে ব্যবহাৰ কৰে |
| 00:16 | 'স্ক্রিপ্ট কমান্ড' ব্যবহাৰ কৰি মডেলৰ দিসপ্লে পৰিবর্তন কৰা |
| 00:21 | 'প্যানেলত' টেক্সট্ৰ লাইন ডিসপ্লে কৰা |
| 00:24 | এই টোউটোৰিয়েলটো অনুসৰণ কৰিবলৈ: |
| 00:26 | আপোনি |
| 00:27 | *Jmol এপলিকেছনত আণবিক মডেল তৈয়াৰ আৰু সম্পাদনা কৰা জানা উচিত |
| 00:32 | যদি নহয়, আমাৰ ওয়েবসাইটত থকা প্রাসঙ্গিক টোউটোৰিয়েল প্ৰৰ্দশন কৰক. |
| 00:37 | এই টোউটোৰিয়েল ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো |
| 00:39 | উবুন্টু অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04. |
| 00:44 | * 'Jmol সংস্কৰণ' 12.2.2 |
| 00:47 | * 'জাভা' সংস্কৰণ 7 |
| 00:51 | Jmol প্যানেলত থকা 'দিসপ্লে, |
| 00:55 | মেনু বাৰত থকা * বিকল্প |
| 00:57 | পপ-আপ মেনুত থকা * বিকল্প বা |
| 01:00 | *'স্ক্রিপ্টিং 'কনসোলত থকা 'স্ক্রিপ্টিং কমান্ড' ৰ দ্বাৰা ব্যবহাৰ কৰি পৰিবর্তন কৰিব পাৰি. |
| 01:04 | আমি আগৰ টোউটোৰিয়েলত মেনু বাৰ আৰু পপ-আপ মেনু ব্যবহাৰ কৰি দিসপ্লে, পৰিবর্তন কৰিবলৈ শিকিছো. |
| 01:13 | এই টোউটোৰিয়েলত আমি "'স্ক্রিপ্ট কমান্ড ব্যবহাৰ কৰা শিকিম. |
| 01:18 | কমান্ডৰ এটা সেটক 'স্ক্রিপ্ট কমান্ড' বোলা হয়. |
| 01:22 | প্যানেলত 'স্ক্রিপ্ট কমান্ডে' 'এটা' মডেলৰ প্রদর্শন নিয়ন্ত্রণ কৰে. |
| 01:27 | 'Jmol'এ 'RasMol' প্রোগ্রামৰ উপৰত ভিত্তি কৰি, এটা কমান্ড ভাষা ব্যবহাৰ কৰে. |
| 01:32 | এই ধৰনৰ কমান্ড লিখাকেই 'স্ক্রিপ্টিং বোলা হয়, .' |
| 01:36 | Jmol এৰ স্ক্রিপ্টিং ভাষা আৰু কমান্দৰ তালিকাৰ ডকুমেন্টেশন এই লিঙ্কত পোৱা যায়. |
| 01:44 | এতিয়া 'স্ক্রিপ্ট কমান্ড' কিভাবে ব্যবহাৰ কৰে: |
| 01:47 | 'স্ক্রিপ্ট কমান্ড "' স্ক্রিপ্ট কনসোল '" উইন্ডোত টাইপ কৰা হয়. |
| 01:53 | 'স্ক্রিপ্ট কনসোল' Jmol এৰ 'কমান্ড লাইন ইন্টাৰফেস' হয়. |
| 01:58 | ই মেনু বাৰত থকা ফাইল আৰু' 'কনসোল' বিকল্পৰ 'অধীনত পোৱা যায়. |
| 02:03 | পর্দাযত এইটো ' 'প্রোপেনৰ' এটা মডেলৰ সৈতে 'Jmol অ্যাপ্লিকেশন ' উইন্ডো হয়. |
| 02:08 | আমি এতিয়া প্রদর্শন পৰিবর্তন কৰিবলৈ 'স্ক্রিপ্ট কনসোল' ব্যবহাৰ কৰা শিকো. |
| 02:12 | এটা 'স্ক্রিপ্ট কনসোল' উইন্ডো খোলিবলৈ মেনু বাৰত থকা 'ফাইল' 'মেনু' ত ক্লিক কৰক. |
| 02:19 | ড্রপ ডাউনত, 'তললৈ 'স্ক্রোল কৰি 'আৰু কনসোলত ক্লিক কৰক. |
| 02:24 | 'Jmol স্ক্রিপ্ট কনসোল' উইন্ডো পর্দাত প্রর্দশিত হয়. |
| 02:29 | কমান্ড টাইপ কৰিবলৈ 'স্ক্রিপ্ট কনসোল' উইন্ডোত এটা টেক্সট এলাকা আছে. |
| 02:34 | উইন্ডোৰ তলত, 'Script editor ' উইন্ডো খুলিবলৈ তাত এটা বাটন আছে. |
| 02:40 | অন্যান্য বোতাম, যেনে Variables, Clear, History আৰু State' এই উইন্ডোতো উপস্থিত আছে. |
| 02:49 | উপলব্ধ 'স্ক্রিপ্ট কমান্ডৰ 'এখন তালিকা এটা পাতত দেখোৱাবলৈ Help বাটনত 'ক্লিক কৰক' |
| 02:57 | এই উইন্ডো বন্ধ কৰিবলৈ 'OK বাটনত ক্লিক কৰক. |
| 03:01 | আমি এতিয়া এটা সহজ স্ক্রিপ্ট কমান্ড লিখিবলৈ চেষ্টা কৰো. |
| 03:05 | এই কমান্ড লিখিবলৈ: |
| 03:08 | " স্ক্রিপ্ট কনসোল 'উইন্ডোত' $ promptৰ পিছত কমান্ড টাইপ কৰক. |
| 03:13 | ' 'স্ক্রিপ্ট কমান্ড'" এটা 'কমান্ড শব্দৰে ( command word.)' আৰম্ভ হয়. |
| 03:17 | আৰু পেৰামিতাৰৰ এটা সেটৰ সৈতে স্পেচ দ্বাৰা পৃথক হৈ আগবাঢ়ে. |
| 03:22 | আৰু end of line character বা semicolonৰ দ্বাৰা বাতিল কৰা হয়. |
| 03:27 | আপোনি কমান্ড লিখা সম্পন্ন নোহোৱালৈকে, কমান্ড ৰঙা ৰঙত প্রদর্শিত হয়. |
| 03:33 | কমান্ড সক্রিয়া কৰিবলৈ কীবোর্ডত এন্টাৰ কী টিপক, . |
| 03:37 | আমি কনসোল 'ডাঙৰ(magnify) কৰিবলৈ ""Kmag screen magnifier"" ব্যবহাৰ কৰিছো. |
| 03:44 | উদাহৰণ স্বৰুপে, propaneত সকলো 'কার্বন' এৰ ৰং কমলা ৰংলৈ পৰিবর্তন 'কৰিবলৈ ' 'স্ক্রিপ্ট কনসোল' উইন্ডোত কার্সাৰ ৰাখক. |
| 03:53 | 'ডলাৰ প্রম্পটত,' টাইপ কৰক ' select carbon semicolon color atoms orange |
| 04:05 | 'কীবোর্ডত' Enter কী ডবাওক. |
| 04:08 | প্যানেলত 'থকা 'প্রোপেন' মডেলত, এতিয়া সকলো 'কার্বন' কমলা ৰঙত আছে. |
| 04:14 | এতিয়া সকলো বন্দৰ ৰং নীলা ৰংলৈ পৰিবর্তন কৰিবলৈ. |
| 04:18 | ' 'ডলাৰ প্রম্পটত,' টাইপ কৰক |
| 04:20 | select all bonds semicolon color bonds blue |
| 04: 26 | এন্টাৰ টিপক. |
| 04:29 | লক্ষ্য কৰক যে 'প্রোপেন' মডেলত সকলো বন্ড এতিয়া নীলা ৰংত আছে. |
| 04:35 | তাৰপিছত, বন্ডৰ মাপ পৰিবর্তন কৰা যাওক. |
| 04:39 | 'ডলাৰ প্রম্পটত' , টাইপ কৰক 'wireframe 0.05 .' |
| 04:45 | দশমিক সংখ্যাটো, বন্ডৰ ব্যাসার্ধ Angstromsত উল্লেখ কৰিবলৈ ব্যবহৃত হয়. এন্টাৰ টিপক. |
| 04:53 | 'প্রোপেন' মডেলত বন্ডৰ আকাৰ পৰিবর্তন হোৱা মন কৰক. |
| 04:58 | একেইভাবে, 'বন্ডৰ মাপ বৃদ্ধি কৰিবলৈ ' প্রম্পটত টাইপ' 'কৰক' wireframe 0.1 . |
| 05:07 | আকৌ এবাৰ, বন্ডৰ আকাৰ পৰিবর্তনক মন কৰক. |
| 05:12 | পৰমাণুৰ আকাৰ পৰিবর্তন কৰাৰ বাবে, আমি এটা দশমিক সংখ্যা দ্বাৰা অনুসৰণ কৰি কমান্ড 'spacefill' ব্যবহাৰ কৰিম. |
| 05:20 | ডলাৰ প্রম্পটত, 'টাইপ' কৰক spacefill 0.2 . |
| 05:26 | দশমিক সংখ্যায়ে, পৰমাণুৰ ব্যাসার্ধ 'Angstromsত" প্রতিনিধিত্ব কৰে . |
| 05:30 | এন্টাৰ টিপক. |
| 05:33 | 'প্রোপেন' অণুত পৰমাণুৰ আকাৰ হ্রাস হোৱা লক্ষ্য কৰক. |
| 05:39 | একেইভাবে, পৰমাণু ধৰণৰ মাপ বৃদ্ধি কৰিবলৈ: |
| 05:43 | 'spacefill 0.5' |
| 05:46 | এন্টাৰ টিপক |
| 05:48 | আপোনি পৰমাণুৰ মাপ পৰিবর্তন দেখিব পাৰিব. |
| 05:51 | অথবা, আমি শতাংশ বা দশমিক সংখ্যা দ্বাৰা অনুসৰন কৰি কম্মান্ড 'cpk' 'ও ব্যবহাৰ কৰিব পাৰিম, ' |
| 05:59 | শতাংশয়ে পৰমাণুৰ 'Vanderwaals' ব্যাসার্ধ প্রতিনিধিত্ব কৰে. |
| 06:04 | উদাহৰণ স্বৰুপে, টাইপ কৰক 'cpk 20%' আৰু এন্টাৰ টিপক. |
| 06:11 | পৰমাণুৰ আকাৰত পৰিবর্তনবোৰ মন কৰক. |
| 06:15 | 'Jmol প্যানেলত এটা কমান্ড লিখিবলৈ, টেক্সটৰ লাইন প্রদর্শন কৰিবলৈ সম্ভব হয় |
| 06:22 | লেখাৰ বাবে কমান্ড লাইন 'set echo দি আৰম্ভ হয়. |
| 06:27 | পর্দায়ত ইয়াক টেক্সটৰ অবস্থান দ্বাৰা অনুসৰণ কৰা হয়. |
| 06:31 | উদাহৰণ স্বৰুপে: আমি প্যানেলৰ উপৰৰ কেন্দ্রত' প্রোপেন হিসাবে, অণুৰ নাম প্রদর্শন কৰিম. |
| 06:39 | সেয়ে, টাইপ কৰক set echo top center semicolon echo Propane আৰু এন্টাৰ টিপক. |
| 06:48 | আমি প্রদর্শিত টেক্সট প্রোপেনটো ' 'প্যানেলৰ" উপৰৰ কেন্দ্রত ' দেখিব পাৰো.' |
| 06:54 | আমি' আৰু', 'প্যানেলত টেক্সটৰ অন্যান্য লাইনও প্রদর্শন কৰিব পাৰো. |
| 06:58 | উদাহৰণ স্বৰুপে, আমি 'প্যানেল"'ৰ তলৰ বাঁওকোণত অবস্থিত কিছু লেখা বিচাৰো. |
| 07:04 | 'ডলাৰ প্রম্পটত,' |
| 07:06 | টাইপ কৰক set echo bottom left semicolon echo This is a model of Propane |
| 07:15 | এন্টাৰ টিপক. |
| 07:17 | আমি 'প্যানেলৰ' তলৰ বাওকোণত অবস্থিত কিছো টেক্সট লাইন দেখিব পাৰো. |
| 07:22 | প্রদর্শিত টেক্সটৰ ৰং, আকাৰ আৰু ফন্ট পৰিবর্তন কৰাও সম্ভব হয়. |
| 07:29 | উদাহৰণ স্বৰুপে, আমি টেক্সটবোৰ Arial Italic ফন্টত বিচাৰো. |
| 07:34 | ডলাৰ প্রম্পটত লিখক 'font echo 20 Arial italic |
| 07:42 | Enter টিপক |
| 07:43 | এইটোৱে 'টেক্সট বোৰক 'Arial Italic' ফন্টলৈ ৰুপান্তৰ কৰিব. |
| 07:48 | টেক্সটৰ ৰং পৰিবর্তন কৰাৰ বাবে', আমি ৰঙৰ নামৰ দ্বাৰা অনুসৰন কৰি 'color echo 'ব্যবহাৰ কৰিম. |
| 07:55 | সেয়ে ', টাইপ কৰক color echo yellow আৰু এন্টাৰ টিপক. |
| 08:01 | ফন্টৰ ৰংত পৰিবর্তনবোৰ মন কৰক. |
| 08:05 | অনুৰুপপভাবে, আপোনি আৰো অনেক কমান্ড অন্বেষণ কৰিব পাৰিব আৰু পৰিবর্তনবোৰ মন কৰক. |
| 08:11 | সংক্ষিপ্ত কৰা যাওক: |
| 08:13 | এই টোউটোৰিয়েলত আমি শিকিছো: |
| 08:15 | * Script Commands আৰু |
| 08:17 | * 'Script Console ' |
| 08:18 | আমি আৰু শিকিছো |
| 08:19 | *script commands ব্যবহাৰ কৰি, মডেলৰ প্রদর্শনৰ(display ) বৈশিষ্ট্য পৰিবর্তন কৰক. |
| 08:24 | 'প্যানেলত টেক্সটৰ * লাইন ডিসপ্লে কৰক. |
| 08:28 | এটা নিয়োগ হিসাবে |
| 08:30 | 3-methyl-pentaneৰ এটা মডেল তৈয়াৰ কৰক . |
| 08:33 | নিম্নলিখিত কৰিবলৈ স্ক্রিপ্ট কমান্ড ব্যবহাৰ কৰক. |
| 08:36 | * সকলো 'hydrogens' ৰ ৰঙ নীলা ৰঙলৈ পৰিবর্তন কৰক. |
| 08:40 | সকলো বন্ডৰ ৰঙ ৰঙা ৰঙলৈ পৰিবর্তন কৰক |
| 08:43 | আৰু অণুক ঘুর্ণনা( spin) লৈ সেট কৰক. |
| 08:46 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
| 08:49 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 08:52 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 08:57 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে |
| 08:59 | স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
| 09:02 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
| 09:06 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 09:13 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 09:17 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 09:24 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 09:30 | এই পাঠটি মৌচুমি মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ। |