Jmol-Application/C2/Script-Console-and-Script-Commands/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search

Time Narration

00:01 নমস্কাৰ দৰ্শক সকল. Jmol অ্যাপ্লিকেশনত 'স্ক্রিপ্ট কনসোল আৰু স্ক্রিপ্ট কমান্ডৰ' এই টোউটোৰিয়েললৈ স্বাগতম.
00:08 এই টোউটোৰিযেলত, আমি শিকিম
00:11 'স্ক্রিপ্ট কমান্ড' ৰ বিষয়ে
00:13 * 'স্ক্রিপ্ট কনসোল' উইন্ডো কিভাবে ব্যবহাৰ কৰে
00:16 'স্ক্রিপ্ট কমান্ড' ব্যবহাৰ কৰি মডেলৰ দিসপ্লে পৰিবর্তন কৰা
00:21 'প্যানেলত' টেক্সট্ৰ লাইন ডিসপ্লে কৰা
00:24 এই টোউটোৰিয়েলটো অনুসৰণ কৰিবলৈ:
00:26 আপোনি 
00:27 *Jmol এপলিকেছনত আণবিক মডেল তৈয়াৰ আৰু সম্পাদনা কৰা জানা উচিত
00:32 যদি নহয়, আমাৰ ওয়েবসাইটত থকা প্রাসঙ্গিক টোউটোৰিয়েল প্ৰৰ্দশন কৰক.
00:37   এই টোউটোৰিয়েল ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো
00:39   উবুন্টু অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04.
00:44 * 'Jmol সংস্কৰণ' 12.2.2
00:47 * 'জাভা' সংস্কৰণ 7
00:51 Jmol প্যানেলত  থকা 'দিসপ্লে,
00:55 মেনু বাৰত থকা * বিকল্প
00:57 পপ-আপ মেনুত থকা * বিকল্প বা
01:00 *'স্ক্রিপ্টিং 'কনসোলত থকা  'স্ক্রিপ্টিং কমান্ড' ৰ দ্বাৰা ব্যবহাৰ কৰি পৰিবর্তন কৰিব পাৰি.
01:04 আমি আগৰ টোউটোৰিয়েলত মেনু বাৰ আৰু পপ-আপ মেনু ব্যবহাৰ কৰি দিসপ্লে, পৰিবর্তন কৰিবলৈ শিকিছো.
01:13 এই টোউটোৰিয়েলত আমি "'স্ক্রিপ্ট কমান্ড ব্যবহাৰ কৰা শিকিম.
01:18 কমান্ডৰ এটা সেটক 'স্ক্রিপ্ট কমান্ড' বোলা হয়.
01:22 প্যানেলত 'স্ক্রিপ্ট কমান্ডে' 'এটা' মডেলৰ প্রদর্শন নিয়ন্ত্রণ কৰে.
01:27 'Jmol'এ 'RasMol' প্রোগ্রামৰ উপৰত ভিত্তি কৰি, এটা কমান্ড ভাষা ব্যবহাৰ কৰে.
01:32 এই ধৰনৰ কমান্ড লিখাকেই 'স্ক্রিপ্টিং বোলা হয়, .'
01:36 Jmol এৰ স্ক্রিপ্টিং ভাষা আৰু কমান্দৰ তালিকাৰ ডকুমেন্টেশন এই লিঙ্কত পোৱা যায়.

http://chemapps.stolaf.edu/jmol/docs/

01:44 এতিয়া 'স্ক্রিপ্ট কমান্ড' কিভাবে ব্যবহাৰ কৰে:
01:47 'স্ক্রিপ্ট কমান্ড "' স্ক্রিপ্ট কনসোল '" উইন্ডোত টাইপ কৰা হয়.
01:53 'স্ক্রিপ্ট কনসোল' Jmol এৰ 'কমান্ড লাইন ইন্টাৰফেস' হয়.
01:58 ই মেনু বাৰত থকা  ফাইল আৰু' 'কনসোল' বিকল্পৰ 'অধীনত পোৱা যায়.
02:03 পর্দাযত এইটো ' 'প্রোপেনৰ' এটা মডেলৰ  সৈতে 'Jmol অ্যাপ্লিকেশন ' উইন্ডো হয়.
02:08 আমি এতিয়া প্রদর্শন পৰিবর্তন কৰিবলৈ 'স্ক্রিপ্ট কনসোল' ব্যবহাৰ কৰা শিকো.
02:12 এটা 'স্ক্রিপ্ট কনসোল' উইন্ডো খোলিবলৈ মেনু বাৰত থকা 'ফাইল' 'মেনু' ত ক্লিক কৰক.
02:19 ড্রপ ডাউনত, 'তললৈ 'স্ক্রোল কৰি 'আৰু কনসোলত ক্লিক কৰক.
02:24 'Jmol স্ক্রিপ্ট কনসোল' উইন্ডো পর্দাত প্রর্দশিত হয়.
02:29 কমান্ড টাইপ কৰিবলৈ 'স্ক্রিপ্ট কনসোল' উইন্ডোত এটা টেক্সট এলাকা আছে.
02:34 উইন্ডোৰ  তলত, 'Script editor ' উইন্ডো খুলিবলৈ তাত এটা বাটন আছে.
02:40 অন্যান্য বোতাম, যেনে  Variables, Clear, History আৰু State' এই উইন্ডোতো উপস্থিত আছে.
02:49 উপলব্ধ 'স্ক্রিপ্ট কমান্ডৰ 'এখন তালিকা এটা পাতত দেখোৱাবলৈ Help বাটনত 'ক্লিক কৰক'
02:57 এই উইন্ডো বন্ধ কৰিবলৈ 'OK বাটনত ক্লিক কৰক.
03:01 আমি এতিয়া এটা সহজ স্ক্রিপ্ট কমান্ড লিখিবলৈ চেষ্টা কৰো.
03:05 এই কমান্ড লিখিবলৈ:
03:08 " স্ক্রিপ্ট কনসোল 'উইন্ডোত' $ promptৰ  পিছত কমান্ড টাইপ কৰক.
03:13 ' 'স্ক্রিপ্ট কমান্ড'" এটা 'কমান্ড শব্দৰে ( command word.)' আৰম্ভ হয়.
03:17 আৰু পেৰামিতাৰৰ এটা সেটৰ সৈতে স্পেচ দ্বাৰা পৃথক হৈ আগবাঢ়ে.
03:22 আৰু  end of line character বা semicolonৰ  দ্বাৰা বাতিল কৰা হয়.
03:27 আপোনি কমান্ড লিখা সম্পন্ন নোহোৱালৈকে, কমান্ড ৰঙা ৰঙত প্রদর্শিত হয়.
03:33 কমান্ড সক্রিয়া কৰিবলৈ কীবোর্ডত এন্টাৰ কী টিপক, .
03:37 আমি কনসোল 'ডাঙৰ(magnify) কৰিবলৈ ""Kmag screen magnifier"" ব্যবহাৰ কৰিছো.
03:44 উদাহৰণ স্বৰুপে, propaneত সকলো 'কার্বন' এৰ ৰং কমলা ৰংলৈ পৰিবর্তন 'কৰিবলৈ '   'স্ক্রিপ্ট কনসোল' উইন্ডোত কার্সাৰ ৰাখক.
03:53   'ডলাৰ প্রম্পটত,' টাইপ  কৰক ' select carbon semicolon color atoms orange
04:05 'কীবোর্ডত' Enter কী  ডবাওক.
04:08 প্যানেলত 'থকা 'প্রোপেন' মডেলত, এতিয়া সকলো 'কার্বন' কমলা ৰঙত আছে.
04:14 এতিয়া সকলো বন্দৰ ৰং নীলা ৰংলৈ পৰিবর্তন কৰিবলৈ.
04:18 ' 'ডলাৰ প্রম্পটত,' টাইপ কৰক
04:20 select all bonds semicolon color bonds blue
04: 26 এন্টাৰ টিপক.
04:29 লক্ষ্য কৰক যে 'প্রোপেন' মডেলত সকলো বন্ড এতিয়া নীলা ৰংত আছে.
04:35 তাৰপিছত, বন্ডৰ মাপ পৰিবর্তন কৰা যাওক.
04:39 'ডলাৰ প্রম্পটত' , টাইপ কৰক 'wireframe 0.05 .'
04:45 দশমিক সংখ্যাটো,  বন্ডৰ ব্যাসার্ধ Angstromsত উল্লেখ কৰিবলৈ ব্যবহৃত হয়. এন্টাৰ টিপক.
04:53 'প্রোপেন' মডেলত বন্ডৰ আকাৰ পৰিবর্তন হোৱা মন কৰক.
04:58 একেইভাবে, 'বন্ডৰ মাপ বৃদ্ধি কৰিবলৈ ' প্রম্পটত টাইপ' 'কৰক' wireframe 0.1 .
05:07 আকৌ এবাৰ, বন্ডৰ আকাৰ পৰিবর্তনক মন কৰক.
05:12 পৰমাণুৰ আকাৰ পৰিবর্তন কৰাৰ বাবে, আমি এটা দশমিক সংখ্যা দ্বাৰা অনুসৰণ কৰি কমান্ড 'spacefill' ব্যবহাৰ কৰিম.
05:20 ডলাৰ প্রম্পটত, 'টাইপ' কৰক spacefill 0.2 .
05:26 দশমিক সংখ্যায়ে, পৰমাণুৰ ব্যাসার্ধ 'Angstromsত" প্রতিনিধিত্ব কৰে .
05:30 এন্টাৰ টিপক.
05:33 'প্রোপেন' অণুত পৰমাণুৰ আকাৰ  হ্রাস হোৱা লক্ষ্য কৰক.
05:39 একেইভাবে, পৰমাণু ধৰণৰ মাপ বৃদ্ধি কৰিবলৈ:
05:43 'spacefill 0.5'
05:46 এন্টাৰ টিপক
05:48 আপোনি পৰমাণুৰ মাপ পৰিবর্তন দেখিব পাৰিব.
05:51 অথবা, আমি শতাংশ বা দশমিক সংখ্যা দ্বাৰা অনুসৰন কৰি কম্মান্ড 'cpk' 'ও ব্যবহাৰ কৰিব পাৰিম, '
05:59 শতাংশয়ে পৰমাণুৰ 'Vanderwaals' ব্যাসার্ধ প্রতিনিধিত্ব কৰে.
06:04 উদাহৰণ স্বৰুপে, টাইপ কৰক 'cpk 20%' আৰু এন্টাৰ টিপক.
06:11 পৰমাণুৰ আকাৰত পৰিবর্তনবোৰ মন কৰক.
06:15 'Jmol প্যানেলত এটা কমান্ড লিখিবলৈ, টেক্সটৰ লাইন প্রদর্শন কৰিবলৈ সম্ভব হয়
06:22 লেখাৰ বাবে কমান্ড লাইন  'set echo দি আৰম্ভ হয়.
06:27 পর্দায়ত ইয়াক টেক্সটৰ অবস্থান দ্বাৰা অনুসৰণ কৰা হয়.
06:31 উদাহৰণ স্বৰুপে:  আমি প্যানেলৰ উপৰৰ কেন্দ্রত' প্রোপেন হিসাবে, অণুৰ নাম প্রদর্শন কৰিম.
06:39 সেয়ে, টাইপ কৰক set echo top center semicolon echo Propane আৰু এন্টাৰ টিপক.
06:48 আমি প্রদর্শিত টেক্সট প্রোপেনটো ' 'প্যানেলৰ" উপৰৰ কেন্দ্রত ' দেখিব পাৰো.'
06:54 আমি' আৰু', 'প্যানেলত টেক্সটৰ অন্যান্য লাইনও প্রদর্শন কৰিব পাৰো.
06:58 উদাহৰণ স্বৰুপে, আমি 'প্যানেল"'ৰ তলৰ বাঁওকোণত অবস্থিত কিছু লেখা বিচাৰো.
07:04  'ডলাৰ প্রম্পটত,'
07:06 টাইপ কৰক set echo bottom left semicolon echo This is a model of Propane
07:15 এন্টাৰ টিপক.
07:17 আমি 'প্যানেলৰ' তলৰ বাওকোণত অবস্থিত কিছো টেক্সট লাইন দেখিব পাৰো.
07:22 প্রদর্শিত টেক্সটৰ ৰং, আকাৰ আৰু ফন্ট পৰিবর্তন কৰাও সম্ভব হয়.
07:29 উদাহৰণ স্বৰুপে, আমি টেক্সটবোৰ  Arial Italic ফন্টত বিচাৰো.
07:34 ডলাৰ প্রম্পটত লিখক 'font echo 20 Arial italic
07:42 Enter টিপক
07:43 এইটোৱে 'টেক্সট বোৰক 'Arial Italic' ফন্টলৈ ৰুপান্তৰ কৰিব.
07:48 টেক্সটৰ ৰং পৰিবর্তন কৰাৰ বাবে', আমি ৰঙৰ নামৰ দ্বাৰা অনুসৰন কৰি 'color echo 'ব্যবহাৰ কৰিম.
07:55 সেয়ে ', টাইপ কৰক   color echo yellow আৰু এন্টাৰ টিপক.
08:01 ফন্টৰ ৰংত পৰিবর্তনবোৰ মন কৰক.
08:05 অনুৰুপপভাবে, আপোনি আৰো অনেক কমান্ড অন্বেষণ কৰিব পাৰিব আৰু পৰিবর্তনবোৰ মন কৰক.
08:11  সংক্ষিপ্ত কৰা যাওক:
08:13 এই টোউটোৰিয়েলত আমি শিকিছো:
08:15 * Script Commands আৰু
08:17 * 'Script Console '
08:18 আমি আৰু শিকিছো
08:19 *script commands ব্যবহাৰ কৰি, মডেলৰ প্রদর্শনৰ(display ) বৈশিষ্ট্য পৰিবর্তন কৰক.
08:24 'প্যানেলত টেক্সটৰ *  লাইন ডিসপ্লে কৰক.
08:28 এটা নিয়োগ হিসাবে
08:30 3-methyl-pentaneৰ এটা মডেল তৈয়াৰ কৰক .
08:33  নিম্নলিখিত কৰিবলৈ  স্ক্রিপ্ট কমান্ড ব্যবহাৰ কৰক.
08:36 * সকলো 'hydrogens' ৰ ৰঙ নীলা ৰঙলৈ পৰিবর্তন কৰক.
08:40 সকলো বন্ডৰ ৰঙ ৰঙা ৰঙলৈ পৰিবর্তন কৰক
08:43 আৰু অণুক ঘুর্ণনা( spin) লৈ  সেট কৰক.
08:46 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
08:49 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:52 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:57 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে
08:59 স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
09:02 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
09:06 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09:13 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:17 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:24 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:30 এই পাঠটি মৌচুমি মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya