Spoken-Tutorial-Technology/C2/What-is-a-Spoken-Tutorial/Assamese

From Script | Spoken-Tutorial
Revision as of 16:56, 14 January 2015 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 ভাৰতক প্ৰযুক্তি বিদ্যাত শীক্ষিত কৰিব পৰাকৈ ক্ষমতা বৰ্জন কৰা প্ৰযুক্তি বিষয়ৰ এটা স্পৌকেন টিওটৰিয়েলৰ প্ৰেচেনটেচনলৈ স্ৱাগতম
00:09 মোৰ নাম কান্ন'ন মৌদগালয়্য । মই আই আই টি বোম্বেৰ । এই প্ৰজেক্টটি মই নেতৃত্ব প্ৰদান কৰিছো
00:15 স্পৌকেন টিওটৰিয়েল কি হয় ?
00:17 এটা কম্পিউটাৰ চেচন ৰেকৰ্ড কৰা কে স্পোকেন টিওটৰিয়েল বোলা হয়
00:19 চলিত বাৰ্তালাপৰ সৈতে কিছুমান ছ'ফ্টৱেৰ বুজোৱা
00:24 ফলাফল স্ৱৰূপে আমি এটা স্পৌকেন টিওটৰিয়েল পাম
00:27 সাধাৰণতে ১০মিনিটৰ হয়
00:30 স্পৌকেন টিওটৰিয়েল সৃষ্টি কৰিবলৈ লোৱা পদক্ষেপ
00:33 আওটলাইন
00:34 স্ক্ৰীপ্ট
00:35 ৰেকৰ্ডিং
00:36 স্ক্ৰীপ্ট সমূহ বিভীন্ন ভাষালৈ পৰিৱৰ্তন কৰা
00:38 দাবীং
00:39 প্ৰত্যেক পদক্ষেপ বুজাবলৈ চেষ্টা কৰিলো
00:42 দুটা ছ'ফ্টৱেৰৰ আওটলাইন দেখুৱাম
00:47 Xfig আৰু PHP/MySQL
00:52 এই টিওটৰিয়েলৰ বাবে প্ৰয়োজনীয় লিংক সমূহ http://spoken-tutorial.orgৰ পৰা আগতে দাউনল'দ কৰি লোৱা হৈছে
01:03 Xfigৰ বাবে আওটলাইন চাও আহক
01:09 PHPৰ বাবে আওটলাইন চাও আহক
01:15 পাছৰ স্লাইদলৈ যাও আহক
01:19 স্পৌকেন টিওটৰিয়েল সৃষ্টিৰ ২য় পদক্ষেপ হৈছে স্ক্ৰীপ্ট
01:24 যিদৰে এখন চিনেমাৰ বাবে ভাল স্ক্ৰীপ্ট লাগে
01:26 এটা স্পৌকেন টিওটৰিয়েলৰ বাবে এখন ভাল স্ক্ৰীপ্টৰ প্ৰয়োজন আছে
01:29 বৰ্তমানৰ টিওটৰিয়েলৰ বাবে স্ক্ৰীপ্ট খন ইয়াতে আছে
01:38 এখন স্ক্ৰীপ্ট লিখিবলৈ লোৱা পদক্ষেপ সমূহ ইয়াতে আছে
01:45 অতি শুনকালে এই পদক্ষেপ সমূহ বুজাবলৈ আৰু এটা টিওটৰিয়েল পাবলৈ সক্ষম হব
01:52 gmail একাউন্টৰ পৰা কিদৰে মেইল পথাব পৰা কথা বুজাবলৈ মই এতিয়া এটা চুটি স্পৌকেন টিওটৰিয়েল সৃষ্টি কৰিম
02:00 iShowU বুলি এটা স্ক্ৰীণ ৰেকৰ্ডীং ছ'ফ্টৱেৰ খোলিলো
02:06 স্ক্ৰীণত এটা আয়তক্ষেত্ৰ মন কৰিব
02:09 এই আয়তক্ষেত্ৰৰ অন্তৰ্গত থকা সকলো খিনি ৰেকৰ্ড হ'ব
02:15 মই Netscape খোলিলো
02:17 মই ইয়াক আয়তক্ষেত্ৰৰ অন্তৰ্গত ৰাখিছো
02:22 ই gmailলৈ পইন্ট কৰি আছে
02:25 মই টামিল ভাষাত কথা পাতিম
02:27 ৰেকৰ্ডীংৰ আৰম্ভণি কৰিম
02:30 Guest.spoken aaga login seygiren gmail ai thirandagi vittadu
02:40 compose button moolam aarambikap pogiren kannan@iitb.ac.in
02:56 Subject :Test
03:03 ingu varuvom
03:06 This is a test mail (এইটো এটা পৰীক্ষামূলক মেইল)
03:11 Send button moolam email ai anuppugiren
03:16 ippodu sign out seygiren nanri, vanakkam
03:26 I just ended the recording (ইয়াতে ৰেকৰ্ডীংৰ অন্ত পৰিল)
03:28 লগে লগে ৰেকৰ্ডীং ছ'ফ্টৱেৰে এটা চিনেমা সৃষ্টি কৰিলে
03:32 নেটস্কেপ আৰু iShowU বন্ধ কৰিলো
03:43 ৰেকৰ্ড কৰা চিনেমা প্লে কৰিলো
03:47 ৰেকৰ্ডীং আৰম্ভ হৈছে tamil record plays
03:53 অলপ আগোৱাই দিও আহক
03:57 ৰেকৰ্ডীং প্লে হৈছে tamil record plays
04:04 এইটো বন্ধ কৰি দিও আহক
04:09 পাছৰ স্লাইদলৈ যাও আহক
04:11 এইটোৱেই হৈছে স্পৌকেন টিওটৰিয়েল
04:14 স্কুল যোৱা ল'ৰা-ছোৱালীয়ে এই স্পৌকেন টিওটৰিয়েল সমূহ সৃষ্টি কৰিব পাৰে - ই অতি সহজ
04:20 ৰেকৰ্ডীংৰ বাবে থকা টুল সমূহ বুজো আহক
04:24 লিনাক্সত, ৰেকৰ্ড মাই দেস্কটপ
04:27 এটা স্পৌকেন টিওটৰিয়েলে বুজাব কি দৰে কৰিব পাৰি
04:37 ৰেকৰ্ডীং প্লে হৈছে english start
04:43 On Windows we have Camstudio (ৱিনড'চ ত কেমস্তোদিয়' আছে)
04:47 This spoken tutorial explains how to do this (এই স্পৌকেন টিওটৰিয়েলে বুজাব কি দৰে কৰিব পাৰি)
04:52 দুয়োটায়ে হৈছে FOSS
04:59 এটা টিওটৰিয়েলে পদক্ষেপ সমূহ বাৰ্তাৰ মাধ্যমেৰে দিয়ে
05:03 প্লে কৰো আহক
05:08 ৰেকৰ্ডীং প্লে হৈছে english start
05:16 স্লাইদ সমূহলৈ ঘূৰি আহো আহক
05:19 স্পৌকেন টিওটৰিয়েল সৃষ্টিৰ ৪তুৰ্থ পদক্ষেপ হৈছে স্ক্ৰীপ্ট খন লকেল ভাষালৈ পৰিৱৰ্তন কৰা
05:26 ইংৰাজী তান পোৱা লোকৰ বাবে সহজলভ্য কৰিবলৈ
05:31 সাইলেব আৰম্ভণি কৰিবলৈ মই কিছুমান পৰিৱৰ্তিত স্ক্ৰীপ্ট দেখুৱাম
05:35 হিন্দী, মাৰাঠী আৰু বেংগলী ভাষাত
05:40 হিন্দী, মাৰাঠী আৰু বেংগলী ভাষাত
05:46 ব্ৰাউচাৰলৈ ঘূৰি যাও আহক
05:49 স্ক্ৰীপ্ট ব্যৱহাৰ কৰি আমি স্পৌকেন অংশ খিনি সলনি কৰিলো
05:53 ভীদিয়' একেই থাকিব
05:56 লিনাক্সত আমি Audacity আৰু ffmpeg ব্যৱহাৰ কৰিব পাৰো
06:00 এটা স্পৌকেন টিওটৰিয়েল বুজাব ইয়াক কি দৰে কৰিব পাৰি
06:06 ব্ৰাউচাৰ মিনিমাইয কৰো আহক
06:09 ইয়াৰ তলত, বিভীন্ন টেবৰ সৈতে আমাৰ আন এটা ব্ৰাউচাৰ আছে
06:13 প্লে কৰো আহক: ৰেকৰ্ডীং প্লে হৈছে
06:31 ৱিনড'চ ত আমি মোভী মেকাৰ ব্যৱহাৰ কৰিব পাৰিম
06:38 এটা স্পৌকেন টিওটৰিয়েল বুজাব ইয়াক কি দৰে কৰিব পাৰি
06:42 পাছৰ স্লাইদলৈ যাও আহক
06:50 আমি সাইলেবৰ স্পৌকেন টিওটৰিয়েল সমূহ হিন্দী, মাৰাঠী আৰু বেংগলী ভাষাত দেখা পাম
07 06 ৰেকৰ্ডীং প্লে হৈছে let me play Malayalam ৰেকৰ্ডীং প্লে হৈছে let me play bengali ৰেকৰ্ডীং প্লে হৈছে
07:46 স্লাইদ সমূহলৈ ঘূৰি আহো আহক
07:50 স্পৌকেন টিওটৰিয়েলৰ যৰিয়তে কিদৰে কম্পলেক্স টপিক প্ৰেচেন্ট কৰিব পাৰি কথা পাতো আহক
07:54 এটা স্পৌকেন টিওটৰিয়েল সাধাৰণতে ১০মিনিত দীঘল হয়
07:59 স্পৌকেন টিওটৰিয়েল সমূহ একেলগ কৰি, বহু উচ্চ মানৰ টপিক শিকাব পাৰি
08:03 যদি সৰু পদক্ষেপ ল'ব পাৰি
08:06 হিমালয়ো বগাব পাৰি
08:09 এতিয়া লেটেক্স আৰু চাইলেবৰ বাবে প্লেন সমূহ চাও আহক
08:20 লেটেক্সৰ পঢ়া প্লেন
08:26 চাইলেব পঢ়া প্লেন
08:29 পাছৰ স্লাইদলৈ যাও আহক
08:32 ডিগিটেল বিভাজন মাথো স্পৌকেন টিওটৰিয়েলৰ সহায়তে এক কৰিব পাৰি
08:36 উদাহৰণ স্ৱৰূপে, এজনে কিদৰে ট্ৰেইনৰ টিকেট কিনিব পাৰে irctcৰ মাধ্যমেৰে বুজিব পাৰে
08:41 কিদৰে সস্তীয়া কৃষিমূলক ঋণ বিচাৰিব পাৰে
08:44 প্ৰাথমিক শাস্হ্য কেন্দ্ৰৰ বিষয়ে কিদৰে জ্ঞান পাব পাৰি
08:47 ফাৰ্চট এইদৰ বিষয়ে কিদৰে জ্ঞান পাব পাৰি
08:51 ৱেব চাৰ্ছ কৰি কিদৰে কম দামত বেছা Tv সমূহৰ দুকানৰ বিচাৰ কৰা
08:56 এই লিষ্ট খন অনন্ত
08:58 সেইবাবে এই খোজে ডিগিটেল বিভাজন যোৰা দিব পাৰে
09:04 স্পৌকেন টিওটৰিয়েল সমূহ ক্ৰিয়েটিভ কমন লাইচেন্চৰ আধাৰত মুকলি কৰি দিয়া হয়
09:08 স্পৌকেন টিওটৰিয়েল ৱেবচাইটৰ পৰা ইয়াক সহজতে দাউনল'দ কৰিব পাৰি
09:13 দহ মিনিটৰ এটা স্পৌকেন টিওটৰিয়েল সৃষ্টি কৰিবলৈ লভ্য মাননিৰ বিষয়ে কথা পাতো আহক
09:19 স্ক্ৰীপ্ট আৰু স্লাইদ সৃষ্টি কৰিবলৈ ৩,৫০০ টকা
09:23 নতুন অথবা প্ৰাৰাম্ভিক স্তৰত ৰিভীউ কৰিলে ৫০০ টকা
09:28 স্পৌকেন টিওটৰিয়েল ৰেকৰ্ডীং কৰিলে ১০০০ টকা - এই কাৰ্য্য নতুনকৈ অহা জনে কৰিব পাৰে
09:34 লকেল ভাষালৈ পৰিৱৰ্তন কৰিলে ১০০০ টকা
09:37 লকেল ভাষালৈ দাবীং কৰিলে ৫০০ টকা
09:40 ৰিভীউ আৰু গ্ৰহণ কৰাৰ পাছত ধণ দিয়া হ'ব
09:43 ওপৰত দিয়া পৰিমাণ সমূহ ১০মিনিতৰ স্পৌকেন টিওটৰিয়েলৰ বাবে হয় । আচল মাননি এখন স্পৌকেন টিওটৰিয়েলৰ সময় অনুযায়ী হ'ব
09:50 এসময়ৰ বাবে কৰা সকলে ৫০০০ টকাৰ ব'নাচ পাব
09:54 আমাৰ শ্ৰোতা হৈছে এটা শিশু
09:57 ৰাতি অকলে কাম কৰি থকা
09:58 কোনো সহায়ৰ অবিহনে
10:00 অন্য কথাত, নিজা ববীয়াকৈ শিকিবলৈ স্পৌকেন টিওটৰিয়েল অতি প্ৰয়োজন
10:05 আমি Open Source Software সক্ৰিয় ভাবে পদোন্নতি কৰো
10:08 ছাত্ৰ ক্লাবৰ যৰিয়তে স্পৌকেন টিওটৰিয়েলৰ সহায়েৰে আৰু বিত্ত-বিষয়ত সহাৰি লাভ কৰি কর্মশালা আদি অনুষ্ঠিত কৰে
10:13 আমি কেম্পাচ এমবেচাদৰৰো বিচাৰ কৰো
10:16 কেম্পাচ এমবেচাদৰ প্ৰগ্ৰেমৰ বাবে এটা স্পৌকেন টিওটৰিয়েল আছে
10:21 প্লে কৰো আহক: ৰেকৰ্ডীং প্লে হৈছে
10:35 আহক আমাৰ প্ৰজেক্টৰ ৱেব চাইট প্ৰত্যক্ষ কৰো http://spoken-tutorial.org
10:45 বৰ্তমানৰ টিওটৰিয়েল ইয়াতে আছে
10:48 আমাক যোগাযোগৰ ঠিকনা ইয়াতে আছে
10:50 FOSS চিস্টেমৰ তালিকা ৱিকিৰ সহায়ত পাব -ইয়াতে ক্লিক কৰো আহক
10:59 আপুনি এই প্ৰয়াস সমূহৰ ভিতৰত যিকোনো এটাত যোগদান দিব পাৰে
11:03 নতুন চিস্টেমত কাম কৰিবলৈ প্ৰস্তাৱ আগবঢ়াব পাৰে
11:06 আমাক যোগাযোগ কৰিবলৈ শংকোস নকৰিব
11:10 পাছৰ স্লাইদলৈ যাও আহক। আপুনাৰ যোগদানৰ বাবে স্ৱাগতম
11:14 স্পৌকেন টিওটৰিয়েল সৃষ্টি, ৰিভীউ আৰু ব্যৱহাৰ কৰিবলৈ
11:17 আমাক প্ৰযুক্তি সহাৰি লাগিব
10:20 আমাৰ বিভীন্ন কাৰ্য্য আছে
11:22 আমাৰ সৈতে সম্পূৰ্ণ অথবা অৰ্ধ সময় কাম কৰক
11:25 আমাৰ সৈতে আপুনি কিয় কাম কৰিব লাগে
11:27 ডিগিটেল বিভাজন আঁতৰাবলৈ
11:29 আমাৰ শিশুক প্ৰযুক্তিৰ দিশত শীক্ষিত কৰিবলৈ
11:31 FOSSৰ পদোন্নতিৰ বাবে
11:33 আমাৰ শিশুক কৰ্মত নিয়োগ কৰিবলৈ
11:35 আমাৰ দেশক এখন বিকাশিত দেশলৈ পৰিৱৰ্তন কৰিবলৈ
11:37 ডঃ আব্দুল কালামৰ সপুণ পূৰ্ণ কৰিবলৈ
11:40 পাছৰ স্লাইদলৈ যাও আহক। আপুনাৰ বাবে এটা সৰু কাৰ্য্য আছে
11:44 মন কৰিব যে এই টিওটৰিয়েলত দিয়া সকলো ৱেব পেজ আপুনি নিৰূপণ কৰিব পাৰিছে নে নাই
11:49 বিত্ত বিষয়ৰ সহাৰি সমূহ মই স্বীকাৰ কৰিবলৈ ৰাজি
11:52 স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
11:56 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
12:01 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব http://spoken-tutorial.org/NMEICT-Intro
12:11 এই টিওটৰিয়েলৰ অন্তত উপনীত হৈছোহি
12:14 যোগ দিয়াৰ বাবে ধণ্যবাদ
12:15 মই কান্ন'ন মৌদগালয়্যয়ে বিদায় লৈছো ।

গুদবাই আৰু জয় হিন্দ

Contributors and Content Editors

Mousumi, Pratik kamble