Spoken-Tutorial-Technology/C2/What-is-a-Spoken-Tutorial/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. ভাৰতক প্ৰযুক্তি বিদ্যাত শীক্ষিত কৰিব পৰাকৈ ক্ষমতা বৰ্জন কৰা প্ৰযুক্তি বিষয়ৰ এটা স্পৌকেন টিওটৰিয়েলৰ প্ৰেচেনটেচনলৈ স্ৱাগতম |
| 00:09 | এই প্ৰজেক্টটো আই আই টি বোম্বেৰ পৰা কান্ন'ন মৌদগালয়্যয়ে নেতৃত্ব প্ৰদান কৰিছো. |
| 00:15 | স্পৌকেন টিওটৰিয়েল কি হয় ? |
| 00:17 | এটা কম্পিউটাৰ চেচন ৰেকৰ্ড কৰা কে স্পোকেন টিওটৰিয়েল বোলা হয় |
| 00:19 | চলিত বাৰ্তালাপৰ সৈতে কিছুমান ছ'ফ্টৱেৰ বুজোৱা |
| 00:24 | ফলাফল স্ৱৰূপে আমি এটা স্পৌকেন টিওটৰিয়েল পাম |
| 00:27 | সাধাৰণতে ১০মিনিটৰ হয় |
| 00:30 | স্পৌকেন টিওটৰিয়েল সৃষ্টি কৰিবলৈ লোৱা পদক্ষেপ |
| 00:33 | আওটলাইন স্ক্ৰীপ্ট |
| 00:35 | ৰেকৰ্ডিং স্ক্ৰীপ্ট সমূহ বিভীন্ন ভাষালৈ পৰিৱৰ্তন কৰা |
| 00:38 | দাবীং প্ৰত্যেক পদক্ষেপ বুজাবলৈ চেষ্টা কৰিলো |
| 00:42 | দুটা ছ'ফ্টৱেৰৰ আওটলাইন দেখুৱাম |
| 00:47 | Xfig আৰু PHP/MySQL |
| 00:52 | এই টিওটৰিয়েলৰ বাবে প্ৰয়োজনীয় লিংক সমূহ http://spoken-tutorial.orgৰ পৰা আগতে দাউনল'দ কৰি লোৱা হৈছে |
| 01:03 | Xfigৰ বাবে আওটলাইন চাও আহক |
| 01:09 | PHPৰ বাবে আওটলাইন চাও আহক |
| 01:15 | পাছৰ স্লাইদলৈ যাও আহক |
| 01:19 | স্পৌকেন টিওটৰিয়েল সৃষ্টিৰ ২য় পদক্ষেপ হৈছে স্ক্ৰীপ্ট |
| 01:24 | যিদৰে এখন চিনেমাৰ বাবে ভাল স্ক্ৰীপ্ট লাগে |
| 01:26 | এটা স্পৌকেন টিওটৰিয়েলৰ বাবে এখন ভাল স্ক্ৰীপ্টৰ প্ৰয়োজন আছে |
| 01:29 | বৰ্তমানৰ টিওটৰিয়েলৰ বাবে স্ক্ৰীপ্ট খন ইয়াতে আছে |
| 01:38 | এখন স্ক্ৰীপ্ট লিখিবলৈ লোৱা পদক্ষেপ সমূহ ইয়াতে আছে |
| 01:45 | অতি শুনকালে এই পদক্ষেপ সমূহ বুজাবলৈ আৰু এটা টিওটৰিয়েল পাবলৈ সক্ষম হব |
| 01:52 | gmail একাউন্টৰ পৰা কিদৰে মেইল পথাব পাৰি তাক বুজাবলৈ মই এতিয়া এটা চুটি স্পৌকেন টিওটৰিয়েল সৃষ্টি কৰিম |
| 02:00 | iShowU বুলি এটা স্ক্ৰীণ ৰেকৰ্ডীং ছ'ফ্টৱেৰ খোলিলো |
| 02:06 | স্ক্ৰীণত এটা আয়তক্ষেত্ৰ মন কৰিব |
| 02:09 | এই আয়তক্ষেত্ৰৰ অন্তৰ্গত থকা সকলো খিনি ৰেকৰ্ড হ'ব |
| 02:15 | মই Netscape খোলিলো |
| 02:17 | মই ইয়াক আয়তক্ষেত্ৰৰ অন্তৰ্গত ৰাখিছো |
| 02:22 | ই gmailলৈ পইন্ট কৰি আছে |
| 02:25 | মই টামিল ভাষাত কথা পাতিম |
| 02:27 | ৰেকৰ্ডীংৰ আৰম্ভণি কৰিম |
| 02:30 | Guest.spoken aaga login seygiren gmail ai thirandagi vittadu |
| 02:40 | compose button moolam aarambikap pogiren kannan@iitb.ac.in |
| 02:56 | Subject :Test |
| 03:03 | ingu varuvom |
| 03:06 | This is a test mail (এইটো এটা পৰীক্ষামূলক মেইল) |
| 03:11 | Send button moolam email ai anuppugiren |
| 03:16 | ippodu sign out seygiren nanri, vanakkam |
| 03:26 | ইয়াতে ৰেকৰ্ডীংৰ অন্ত পৰিল. |
| 03:28 | লগে লগে ৰেকৰ্ডীং ছ'ফ্টৱেৰে এটা চিনেমা সৃষ্টি কৰিলে |
| 03:32 | নেটস্কেপ আৰু iShowU বন্ধ কৰিলো |
| 03:43 | ৰেকৰ্ড কৰা চিনেমা প্লে কৰিলো |
| 03:47 | ৰেকৰ্ডীং আৰম্ভ হৈছে - tamil record plays |
| 03:53 | অলপ আগোৱাই দিও আহক |
| 03:57 | ৰেকৰ্ডীং প্লে হৈছে - tamil record plays |
| 04:04 | এইটো বন্ধ কৰি দিও আহক |
| 04:09 | পাছৰ স্লাইদলৈ যাও আহক |
| 04:11 | এইটোৱেই হৈছে স্পৌকেন টিওটৰিয়েল |
| 04:14 | স্কুল যোৱা ল'ৰা-ছোৱালীয়ে এই স্পৌকেন টিওটৰিয়েল সমূহ সৃষ্টি কৰিব পাৰে - ই অতি সহজ |
| 04:20 | ৰেকৰ্ডীংৰ বাবে থকা টুল সমূহ বুজো আহক |
| 04:24 | লিনাক্সত, ৰেকৰ্ড মাই দেস্কটপ |
| 04:27 | এটা স্পৌকেন টিওটৰিয়েলে বুজাব কি দৰে কৰিব পাৰি |
| 04:37 | ৰেকৰ্ডীং প্লে হৈছে - English start |
| 04:43 | ৱিনড'চ ত কেমস্তোদিয়' আছে |
| 04:47 | এই স্পৌকেন টিওটৰিয়েলে বুজাব কি দৰে কৰিব পাৰি |
| 04:52 | দুয়োটায়ে হৈছে FOSS |
| 04:59 | এটা টিওটৰিয়েলে পদক্ষেপ সমূহ বাৰ্তাৰ মাধ্যমেৰে দিয়ে |
| 05:03 | প্লে কৰো আহক |
| 05:08 | ৰেকৰ্ডীং প্লে হৈছে - English start |
| 05:16 | স্লাইদ সমূহলৈ ঘূৰি আহো আহক |
| 05:19 | স্পৌকেন টিওটৰিয়েল সৃষ্টিৰ চতুৰ্থ পদক্ষেপ হৈছে স্ক্ৰীপ্ট খন লকেল ভাষালৈ পৰিৱৰ্তন কৰা |
| 05:26 | ইংৰাজী তান পোৱা লোকৰ বাবে সহজলভ্য কৰিবলৈ |
| 05:31 | সাইলেব আৰম্ভণি কৰিবলৈ মই কিছুমান পৰিৱৰ্তিত স্ক্ৰীপ্ট দেখুৱাম |
| 05:35 | হিন্দী, মাৰাঠী আৰু বেংগলী ভাষাত |
| 05:40 | হিন্দী, মাৰাঠী আৰু বেংগলী ভাষাত |
| 05:46 | ব্ৰাউচাৰলৈ ঘূৰি যাও আহক |
| 05:49 | স্ক্ৰীপ্ট ব্যৱহাৰ কৰি আমি স্পৌকেন অংশ খিনি সলনি কৰিলো |
| 05:53 | ভীদিয়' একেই থাকিব |
| 05:56 | লিনাক্সত আমি Audacity আৰু ffmpeg ব্যৱহাৰ কৰিব পাৰো |
| 06:00 | এটা স্পৌকেন টিওটৰিয়েল বুজাব ইয়াক কি দৰে কৰিব পাৰি |
| 06:06 | ব্ৰাউচাৰ মিনিমাইয কৰো আহক |
| 06:09 | ইয়াৰ তলত, বিভীন্ন টেবৰ সৈতে আমাৰ আন এটা ব্ৰাউচাৰ আছে |
| 06:13 | ইয়াক আৰম্ভ কৰো আহক |
| 06:31 | ৱিনড'চ ত আমি মোভী মেকাৰ ব্যৱহাৰ কৰিব পাৰিম |
| 06:38 | এটা স্পৌকেন টিওটৰিয়েল বুজাব ইয়াক কি দৰে কৰিব পাৰি |
| 06:42 | পাছৰ স্লাইদলৈ যাও আহক |
| 06:50 | আমি সাইলেবৰ স্পৌকেন টিওটৰিয়েল সমূহ হিন্দী, মালিয়ালম আৰু বেংগলী ভাষাত দেখা পাম |
| 07:06 | ৰেকৰ্ডীং আৰম্ভ হৈছে, মই মালিয়ালম আৰম্ভ কৰিম, এতিয়া বেংগলী আৰম্ভ কৰিম |
| 07:46 | স্লাইদ সমূহলৈ ঘূৰি আহো আহক |
| 07:50 | স্পৌকেন টিওটৰিয়েলৰ যৰিয়তে কিদৰে কম্পলেক্স টপিক প্ৰেচেন্ট কৰিব পাৰি কথা পাতো আহক |
| 07:54 | এটা স্পৌকেন টিওটৰিয়েল সাধাৰণতে ১০ মিনিত দীঘল হয় |
| 07:59 | স্পৌকেন টিওটৰিয়েল সমূহ একেলগ কৰি, বহু উচ্চ মানৰ টপিক শিকাব পাৰি |
| 08:03 | যদি সৰু পদক্ষেপ ল'ব পাৰি |
| 08:06 | হিমালয়ো বগাব পাৰি |
| 08:09 | এতিয়া লেটেক্স আৰু চাইলেবৰ বাবে প্লেন সমূহ চাও আহক |
| 08:20 | লেটেক্সৰ পঢ়া প্লেন |
| 08:26 | চাইলেব পঢ়া প্লেন |
| 08:29 | পাছৰ স্লাইদলৈ যাও আহক |
| 08:32 | ডিজিটেল বিভাজন মাথো স্পৌকেন টিওটৰিয়েলৰ সহায়তে এক কৰিব পাৰি |
| 08:36 | উদাহৰণ স্ৱৰূপে, এজনে কিদৰে ট্ৰেইনৰ টিকেট কিনিব পাৰে irctcৰ মাধ্যমেৰে বুজিব পাৰে |
| 08:41 | কিদৰে সস্তীয়া কৃষিমূলক ঋণ বিচাৰিব পাৰে |
| 08:44 | প্ৰাথমিক শাস্হ্য কেন্দ্ৰৰ বিষয়ে কিদৰে জ্ঞান পাব পাৰি |
| 08:47 | ফাৰ্চট এইদৰ বিষয়ে কিদৰে জ্ঞান পাব পাৰি |
| 08:51 | ৱেব চাৰ্ছ কৰি কিদৰে কম দামত বেছা Tv সমূহৰ দুকানৰ বিচাৰ কৰা |
| 08:56 | এই লিষ্ট খন অনন্ত |
| 08:58 | সেইবাবে এই খোজে ডিগিটেল বিভাজন যোৰা দিব পাৰে |
| 09:04 | স্পৌকেন টিওটৰিয়েল সমূহ ক্ৰিয়েটিভ কমন লাইচেন্চৰ আধাৰত মুকলি কৰি দিয়া হয় |
| 09:08 | স্পৌকেন টিওটৰিয়েল ৱেবচাইটৰ পৰা ইয়াক সহজতে দাউনল'দ কৰিব পাৰি |
| 09:13 | দহ মিনিটৰ এটা স্পৌকেন টিওটৰিয়েল সৃষ্টি কৰিবলৈ লভ্য মাননিৰ বিষয়ে কথা পাতো আহক |
| 09:19 | স্ক্ৰীপ্ট আৰু স্লাইদ সৃষ্টি কৰিবলৈ ৩,৫০০ টকা |
| 09:23 | নতুন অথবা প্ৰাৰাম্ভিক স্তৰত ৰিভীউ কৰিলে ৫০০ টকা |
| 09:28 | স্পৌকেন টিওটৰিয়েল ৰেকৰ্ডীং কৰিলে ১০০০ টকা - এই কাৰ্য্য নতুনকৈ অহা জনে কৰিব পাৰে |
| 09:34 | লকেল ভাষালৈ পৰিৱৰ্তন কৰিলে ১০০০ টকা |
| 09:37 | লকেল ভাষালৈ দাবীং কৰিলে ৫০০ টকা |
| 09:40 | ৰিভীউ আৰু গ্ৰহণ কৰাৰ পাছত ধণ দিয়া হ'ব |
| 09:43 | ওপৰত দিয়া পৰিমাণ সমূহ ১০মিনিতৰ স্পৌকেন টিওটৰিয়েলৰ বাবে হয় । আচল মাননি এখন স্পৌকেন টিওটৰিয়েলৰ সময় অনুযায়ী হ'ব |
| 09:50 | এসময়ৰ বাবে কৰা সকলে ৫০০০ টকাৰ ব'নাচ পাব |
| 09:54 | আমাৰ শ্ৰোতা হৈছে এটা শিশু |
| 09:57 | ৰাতি অকলে কাম কৰি থকা কোনো সহায়ৰ অবিহনে |
| 10:00 | অন্য কথাত, নিজা ববীয়াকৈ শিকিবলৈ স্পৌকেন টিওটৰিয়েল অতি প্ৰয়োজন |
| 10:05 | আমি Open Source Software সক্ৰিয় ভাবে পদোন্নতি কৰো |
| 10:08 | ছাত্ৰ ক্লাবৰ যৰিয়তে স্পৌকেন টিওটৰিয়েলৰ সহায়েৰে আৰু বিত্ত-বিষয়ত সহাৰি লাভ কৰি কর্মশালা আদি অনুষ্ঠিত কৰে |
| 10:13 | আমি কেম্পাচ এমবেচাদৰৰো বিচাৰ কৰো |
| 10:16 | কেম্পাচ এমবেচাদৰ প্ৰগ্ৰেমৰ বাবে এটা স্পৌকেন টিওটৰিয়েল আছে |
| 10:21 | প্লে কৰো আহক: ৰেকৰ্ডীং আৰম্ভ হৈছে |
| 10:35 | আহক আমাৰ প্ৰজেক্টৰ ৱেব চাইট প্ৰত্যক্ষ কৰো [1] |
| 10:45 | বৰ্তমানৰ টিওটৰিয়েল ইয়াতে আছে |
| 10:48 | আমাক যোগাযোগৰ ঠিকনা ইয়াতে আছে |
| 10:50 | FOSS চিস্টেমৰ তালিকা ৱিকিৰ সহায়ত পাব -ইয়াতে ক্লিক কৰো আহক |
| 10:59 | আপুনি এই প্ৰয়াস সমূহৰ ভিতৰত যিকোনো এটাত যোগদান দিব পাৰে |
| 11:03 | নতুন চিস্টেমত কাম কৰিবলৈ প্ৰস্তাৱ আগবঢ়াব পাৰে |
| 11:06 | আমাক যোগাযোগ কৰিবলৈ শংকোস নকৰিব |
| 11:10 | পাছৰ স্লাইদলৈ যাও আহক। আপুনাৰ যোগদানৰ বাবে স্ৱাগতম |
| 11:14 | স্পৌকেন টিওটৰিয়েল সৃষ্টি, ৰিভীউ আৰু ব্যৱহাৰ কৰিবলৈ |
| 11:17 | আমাক প্ৰযুক্তি সহাৰি লাগিব |
| 10:20 | আমাৰ বিভীন্ন কাৰ্য্য আছে |
| 11:22 | আমাৰ সৈতে সম্পূৰ্ণ অথবা অৰ্ধ সময় কাম কৰক |
| 11:25 | আমাৰ সৈতে আপুনি কিয় কাম কৰিব লাগে |
| 11:27 | ডিজিটেল বিভাজন আঁতৰাবলৈ |
| 11:29 | আমাৰ শিশুক প্ৰযুক্তিৰ দিশত শীক্ষিত কৰিবলৈ |
| 11:31 | FOSSৰ পদোন্নতিৰ বাবে |
| 11:33 | আমাৰ শিশুক কৰ্মত নিয়োগ কৰিবলৈ |
| 11:35 | আমাৰ দেশক এখন বিকাশিত দেশলৈ পৰিৱৰ্তন কৰিবলৈ |
| 11:37 | ডঃ আব্দুল কালামৰ সপুণ পূৰ্ণ কৰিবলৈ |
| 11:40 | পাছৰ স্লাইদলৈ যাও আহক। আপুনাৰ বাবে এটা সৰু কাৰ্য্য আছে |
| 11:44 | মন কৰিব যে এই টিওটৰিয়েলত দিয়া সকলো ৱেব পেজ আপুনি নিৰূপণ কৰিব পাৰিছে নে নাই |
| 11:49 | বিত্ত বিষয়ৰ সহাৰি সমূহ মই স্বীকাৰ কৰিবলৈ ৰাজি |
| 11:52 | স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
| 11:56 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
| 12:01 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব http://spoken-tutorial.org/NMEICT-Intro |
| 12:11 | এই টিওটৰিয়েলৰ অন্তত উপনীত হৈছোহি |
| 12:14 | এই পাঠটি অমল্না শইকীয়াৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধীৰ এতিয়া আপোনাৰ পৰা বিদায় লৈছো.যোগ দিয়াৰ বাবে ধণ্যবাদ |