BOSS-Linux/C2/General-Purpose-Utilities/Assamese
From Script | Spoken-Tutorial
Revision as of 12:57, 9 January 2015 by Baijayanti (Talk | contribs)
Time | Narration |
---|---|
00:00 | নমস্কাৰ , লিনাক্সত general purpose utilities সংক্রান্ত এই টিউটোৰীয়েলটিত আমি আপোনাক স্বাগত জনাইছো । |
00:06 | এই টিউটোৰিয়েলত আমি লিনাক্সত কিছু অধিক ভাবে মৌলিক আৰু প্রচুৰভাবে ব্যবহৃত র্নিদেশাবলীৰ (commands) সৈতে পৰিচিত হম । |
00:14 | এইটোৱে আপোনাক লিনাক্সৰ সৈতে কাম আৰম্ভ কৰিবলৈ উত্সাহিত কৰে । |
00:21 | আমি দেখা কম্মান্দ টো হৈছে echo কম্মান্দ . লক্ষ্য কৰক যে লিনাক্স কমান্ড case sensitive হয় । |
00:29 | উল্লেখ নকৰিলে, ইয়াত সমস্ত র্নিদেশাবলী আৰু তাৰ বিকল্পবিলাক ( options) সৰু হাতৰ অাক্ষৰত থাকে। |
00:36 | এই কমান্ডটি স্ক্রিনত কিছু বার্তা প্রদর্শন কৰিবলৈ ব্যবহাৰ কৰা হয়। টার্মিনাললৈ যাওক |
00:44 | টার্মিনেল খোলিবলৈ অন্য এটি টিউটোৰিয়েলত আগতেই এটি সাধাৰণ প্রক্রিয়া ব্যাখ্যা কৰা হৈছে । |
00:50 | প্রম্পটত echo space hello world লিখক. এন্টাৰ টিপক । |
01:02 | এইটোৱে স্ক্রিনত hello world লেখাটি প্রিন্ট কৰে। |
01:06 | আমি echo কমান্ডক এটা variableৰ মান প্ৰৰ্দশন কৰিবলৈ ব্যবহাৰ কৰো । |
01:11 | প্রম্পটত echo space dollar ডাঙৰ ফলাত SHELL লিখক. এন্টাৰ টিপক । |
01:22 | এইটোৱে বর্তমানে ব্যবহাৰ হৈ থকা শেলটিক দেখা দিয়ে |
01:28 | আমি echo কমান্ডৰ সৈতে escape sequence ও ব্যবহাৰ কৰিব পাৰিম। |
01:35 | ইয়াৰ বাবে আমি লিনাক্সত -e (hyphen e)option (বিকল্প) ব্যবহাৰ কৰিব লাগিব । |
01:39 | সাধাৰণ escape sequence বোৰ হল ট্যাব ৰ বাবে \t , নতুন লাইনৰ বাবে \n আৰু \c escape sequence হয় যাৰ ব্যবহাৰত প্রম্পটক একেই লাইনত দেখোৱা হয় । |
01:55 | এইটো ব্যবহাৰকাৰী হব যদি কিছু এন্টাৰ কৰাৰ আগত আমি এটি প্ৰম্পট মেচেজ বিচাৰো, প্ৰম্পটত লিখক echo space minus e চিংগল কোট t Enter a Command back slash c আৰু এন্টাৰ টিপক । |
02:25 | আমি দেখো যে 'enter a command' লেখাখিনি প্ৰীন্ট কৰাৰ পিছত সেই প্ৰম্পটটো একেই লাইনত দেখা দিয়ে । |
02:31 | আপোনি ছাগে জানিব বিছাৰে লিনাক্স kernelঅৰ কোনটো সংস্কৰণ আপোনি চলাই আছে। |
02:35 | এইটো জানিবলৈ আৰু আমাৰ মেছিনৰ অন্যান্য বৈশিষ্ট্য জানিবলৈ আমাৰ উচৰত uname command আছে. প্ৰম্পটত লিখক uname space hyphen r আৰু এন্টাৰ টিপক । |
02:51 | আপোনাৰ username জানিবলৈ, প্ৰম্পটত লিখক who স্পেচ am স্পেচ I আৰু এন্টাৰ টিপক । |
03:03 | ই who কমান্ডৰ পৰা আহে যিয়ে বর্তমানে সিস্টমত লগ হৈ থকা সমস্ত ব্যবহাৰকাৰীৰ তালিকা দেখায়, যদি আপোনাৰ সিস্টমটো একাধিক user সিস্টম হয়. |
03:14 | কেতিয়াবা আপোনাৰ login পাছৱৰ্ৰদটো সমাধান হব পাৰে অাৰু / বা পৰিবর্তন কৰিবলৈ বিছাৰিব পাৰে। |
03:20 | ইয়াৰ বাবে পাছৱৰ্ৰদ কমান্ড আছে । প্ৰম্পটত লিখক । p-a-s-s-w-d আৰু এন্টাৰ টিপক । |
03:30 | আপোনি এইটি কম্মান্ড টাইপ কৰাত বর্তমান পাছৱৰ্ৰদ লিখিবলৈ সোধিব। |
03:35 | আমি ইয়াত আমাৰ চিচটেমৰ বর্তমান পাছৱৰ্ৰদ টাইপ কৰিম। |
03:41 | যেতিয়া সেইটো সঠিকভাবে লিখে, আপোনি আপোনাৰ নতুন পাছৱৰ্ৰদ লিখিব লাগিব আৰু তাৰপিছত সেইটোক নিশ্চিত কৰিবলৈ আৰু এবাৰ লিখিব |
03:55 | কিন্তু কি হব যদি আমি বর্তমানৰ পাছৱৰ্ৰদ পাহৰি যাও? |
03:59 | তেতিয়াও বর্তমানৰ পাছৱৰ্ৰদ নাজানাকৈ পাছৱৰ্ৰদ পৰিবর্তন কৰিব পাৰিব, কিন্তু সেইটো কেবল root user দ্বাৰা কৰিব পৰা যাব |
04:06 | এতিয়া root user কোন হয় ? |
04:10 | এই ব্যবহাৰকাৰী জন অতিৰিক্ত অধিকাৰ-প্রাপ্ত বিশেষ ব্যক্তি হয়। |
04:15 | উইন্ডোজত administrator status -প্রাপ্ত ব্যবহাৰকাৰীৰ সৈতে ৰুট ব্যবহাৰকাৰীক তুলনা কৰিব পৰা যায় । |
04:23 | আমি সিস্টেমৰ তাৰিখ আৰু সময় জানিবলৈ ইচ্ছোক হব পাৰো। ইয়াৰ বাবে আমাৰ উচৰত date কমান্ড আছে । |
04:28 | টার্মিনালত date কমান্ড লিখক আৰু এন্টাৰ টিপক । |
04:34 | এইটোৱে আপোনক বর্তমান সময় আৰু তাৰিখ দেখোৱাব। |
04:38 | আমি যেনে চাব পাৰো যে date কমান্ডে তাৰিখ আৰু সময় দুইটায়ে দিয়ে। এইটো এটা বহুমুখী উপযোগিতা হয় আৰু অনেক অপশন আছে। |
04:47 | প্রম্পটত লিখক date স্পেচ plus 'percent' sign ডাঙৰ আখৰ T আৰু এন্টাৰ টিপক । |
04:59 | এইটোৱে আমাক কেবল ঘন্টা মিনিট আৰু সেকেন্ডৰ (hh: mm: ss) ফৰম্যাটেত সময় দেখায় । |
05:05 | প্রম্পটত লিখক date স্পেচ plus 'percentage sign সৰু ফলা h আৰু এন্টাৰ টিপক । |
05:15 | এইটোৱে মাহৰ নাম দিয়ে। |
05:18 | প্রম্পটত লিখক date স্পেচ plus percentage sign সৰু ফলা m আৰু এন্টাৰ টিপক । |
05:31 | এইটোৱে numerical ফৰম্যাটত বছৰৰ মাহ দিয়ে। ইয়াত ফেব্রুয়াৰী মাহৰ বাবে ২ দেখাইছে। আপোনি যে আউটপুট পাচ্ইছে, তাৰ সৈতে এইটোক মিলাওক। |
05:42 | প্রম্পটত লিখক date স্পেচ plus percentage sign সৰু ফলা y আৰু এন্টাৰ টিপক । |
05:53 | এইটোৱে বর্তমান বছৰৰ শেষৰ দুই অংক দেখায় । |
05:58 | উদাহৰনস্বৰুপে প্রম্পটত লিখক date স্পেচ plus ডবল কোট্চত percentage সৰু ফলা h percentage সৰু ফলা y আৰু এন্টাৰ টিপক । |
06:27 | ইয়াত ফেব্রুয়াৰী 11 দেখাইছে। |
06:31 | অনয়এটি সম্পর্কযুক্ত কমান্ড হল cal কমান্ড। যদিও প্রচলিত নহয় এইটোৱে আপোনাক যিকোনো বছৰৰ যিকোনো মাহৰ ক্যালেন্ডাৰ দেখিবলৈ সাহায্য কৰে । |
06:41 | বর্তমানৰ মাহ ক্যালেন্ডাৰত চাবলৈ প্রম্পটত লিখক 'cal' আৰু এন্টাৰ টিপক । |
06:48 | যিকোনো মাহৰ ক্যালেন্ডাৰ চাবলৈ ধৰিলওক december 2070 প্রম্পটত লিখক ‘ cal ' স্পেচ 12 স্পেচ 2070 আৰু এন্টাৰ টিপক । |
07:05 | এইটোৱে ডিসেম্বৰৰ 2070ৰ ক্যালেন্ডাৰ দেখায় । |
07:11 | পৰবর্তী আলোচনাৰ পূর্বে ফাইল আৰু ডিৰেক্টৰীৰ সম্বন্ধে সংক্ষিপ্ত আলোচনা কৰা যাওক । |
07:19 | লিনাক্সত প্রায়ে সকলোয়ে এটি ফাইল হয়। এতিয়া প্রশ্নটো হল যে এটি ফাইল আসলতে কি হয়? |
07:26 | দৈনন্দিন জীবনত ফাইলত আমি ডকুমেন্ট আৰু কাগজ সংৰক্ষণ কৰো . একেৰকমে লিনাক্স ফাইল তথ্য সংৰক্ষণ কৰিবলৈ এটি ধাৰক হয় । |
07:40 | পিছত ডিৰেক্টৰী কি হয়? |
07:44 | এটি ডিৰেক্টৰকীক ফাইল আৰু অন্যান্য (sub)directories ৰ সংগ্রাহক হিসাবে ভাবা হয়। |
07:50 | এটা ডিৰেক্টৰীয়ে ফাইলবোৰক শৃঙ্খলাবদ্ধ পদ্ধতিত ৰাখিবলৈ সাহায্য কৰে। |
07:56 | এইটো উইন্ডোসৰ এটি ফোল্ডাৰৰ নিচিনা হয় । |
08:01 | লিনাক্স কম্পিউটাৰত আমি যেতিয়া login কৰো, তেতিয়া আমি home directoryত দেফল্ট ৰুপে থাকো । home directory চাবলৈ প্রম্পটত লিখকecho স্পেচ dollar ডাঙৰ ফলাত HOME আৰু এন্টাৰ টিপক। |
08:20 | পৰবর্তী কমান্ডে বর্তমানে কাম কৰি থকা ডিৰেক্টৰকীক চাবলৈ সাহায্য কৰে। pwd অর্থ present working directory বোঝায় । প্রম্পটত pwd লিখক আৰু এন্টাৰ টিপক । |
08:35 | এবাৰ আমি আমাৰ ডিৰেক্টৰী জনাত আমি সেই ডিৰেক্টৰীটিত কি কি ফাইল আৰু সাবডিৰেক্টৰি আছে, জানিব বিচাৰো। ইয়াৰ বাবে আমাৰ উচৰত Unix and Linuxত ব্যবহাৰ হোৱা ls কমান্ড আছে |
08:49 | ls কমান্ড লিখক আৰু এন্টাৰ টিপক। |
08:54 | আউটপুট-টি লক্ষ্য কৰক । |
08:56 | ফাইল আৰু সাবডিৰেক্টৰিবোৰ সাধাৰনতে বিভিন্ন ৰঙত দেখোৱায় । . |
09:00 | ls এটি খুব বহমুখি কমান্ড হয় আৰু অনেক অপছন আছে । তাৰে কিছু দেখা যাওক, প্রম্পটত লিখক ls space minus minus all আৰু এন্টাৰ টিপক । |
09:17 | এইটোৱে লোকাইথকা সহ সমস্ত ফাইলবোৰ দেখোৱায়, ইয়াত লোকাই থকা ফাইলবোৰ হৈছে এটি বিন্দুৰ সৈতে আৰম্ভ হোৱা ফাইলৰ নাম । |
09:25 | যদি আম ফাইলৰ নামৰ লগত আৰু বেশি কিছু তথ্য বিচাৰো, তেনেহলে আমি minus l অপশন ব্যবহাৰ কৰিব পাৰো। |
09:33 | কমান্ড প্রম্পটত লিখক ls স্পেচ minus সৰু ফলা l আৰু এন্টাৰ টিপক । |
09:43 | এইটোৱে আমাক ফাইল ব্যবহাৰৰ অনুমতি, ফাইলৰ মালিকৰ নাম, শেষৰবাৰত পৰিবর্তনৰ সময়, ফাইলৰ সাইজ বাইটত ইত্যাদি তথ্য জনায়. এই অপশনৰ বিভন্ন অংশৰ ব্যাখ্যা বর্তমান টিউটোৰিয়েলৰ ভাবধাৰা বাহিৰত । |
09:58 | ls ক বহুতো অপছনচৰ সৈতে বয়ৱহাৰ কৰিব পাৰে যি আমি পিছলৈ চাম |
10:03 | স্ক্রিনত এই সমস্ত তথ্যবোৰ প্রদর্শন কৰাৰ পৰিবর্তে, আমি সেইবোৰ এটি ফাইলত সংৰক্ষণ কৰিব পাৰো। প্রকৃততে, এই পদ্ধতিতে আমি এটি ফাইলক যিকোনো কমান্ডৰ আউটপুটক সংৰক্ষণ কৰিব পাৰো। |
10:15 | ধৰক আমি লিখো কমান্ড প্রম্পটত
ls স্পেচ minus সৰু ফলা l স্পেচ right angle bracket স্পেচ fileinfo আৰু এন্টাৰ টিপক । |
10:39 | এতিয়া সমস্ত ফাইল আৰু ডিৰেক্টৰী সংক্রান্ত তথ্য ফাইল fileinfo নামৰ ফাইললৈ সংৰক্ষিত হৈছে । |
10:46 | কিন্তু কিভাবে আমি এই ফাইলটোৰ ভিতৰৰ উপাদানবোৰ চাও? ইয়াৰ বাবে আমাৰ উচৰত cat কম্মন্দ আছে । লিখক cat স্পেচ তাৰপিছত ফাইলৰ নাম অর্থাৎ ইয়াত fileinfo আৰু এন্টাৰ টিপক । |
11:04 | এতিয়া আপোনি ফাইলটোৰ ভিতৰৰ লেখাখিনি দেখিব পাৰে । cat ৰ অন্যতম প্রধান ব্যবহাৰ হল ফাইল তৈয়াৰ কৰা। ইয়াৰ বাবে প্ৰম্পটত cat স্পেচ right angle bracket স্পেচ filename ধৰক file1 আৰু এন্টাৰ টিপক । |
11:28 | যেতিয়া আমি এন্টাৰ টিপো, তেতিয়া কমান্ডটো ব্যবহাৰকাৰীৰ পৰা ইনপুটৰ বাবে অপেক্ষা কৰে । |
11:34 | তেনেহলে ইয়াত কিছু লেখা যাওক । |
11:43 | এইবাৰ ইনপুটৰ শেষক বোজাবলৈ এন্টাৰ টিপক । |
11:49 | এতিয়া Ctrl আৰু D কী-দুটি একলগে টিপক । |
11:58 | যদি এটা ‘file1’ নামেৰে কোনো ফাইল আগৰ পৰা উপস্হিত থাকে, তেনেহলে ইনপুট ইউজাৰ আগৰ ফাইলটিক ওভাৰ ৰাইট কৰি দিব। |
12:06 | আপোনি যদি উপস্থিত ফাইলটিক শেষৰলৈ নতুন লেখাটি সংযোগ কৰিব বিচাৰিছেন , তেনেহলে প্রম্পটত লিখক cat স্পেচ double right angle bracket স্পেচ file1 আৰু এন্টাৰ টিপক । |
12:28 | অন্যান্য বহুতু কমান্ড আছে যি আমি আলোচনা কৰিব পাৰিলো হেতেন কিন্তো এতিয়াৰ বাবে আমি ইয়াতে সীমীত কৰো । আৰু সমস্ত কমান্ডবোৰৰ বাবেও অনেক অপশনস আৰু সম্ভাৱনাবোৰ আলোচনা কৰা হোৱা নাই |
12:43 | এই টিউটোৰিয়েলৰ শেষলৈ আহিলো. কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
12:55 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
13:02 | এই টিউটোৰিয়েল অনামিকা মেধি দ্ৱাৰা যোগদান কৰা হৈছ. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
|