BOSS-Linux/C2/General-Purpose-Utilities/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ , লিনাক্সত general purpose utilities সংক্রান্ত এই টিউটোৰীয়েলটিত আমি আপোনাক স্বাগত জনাইছো ।
00:06 এই টিউটোৰিয়েলত আমি লিনাক্সত কিছু অধিক ভাবে মৌলিক আৰু প্রচুৰভাবে ব্যবহৃত র্নিদেশাবলীৰ (commands) সৈতে পৰিচিত হম ।
00:14 এইটোৱে আপোনাক লিনাক্সৰ সৈতে কাম আৰম্ভ কৰিবলৈ উত্সাহিত কৰে ।
00:21 আমি দেখা কম্মান্দ টো হৈছে echo কম্মান্দ . লক্ষ্য কৰক যে লিনাক্স কমান্ড case sensitive হয় ।
00:29 উল্লেখ নকৰিলে, ইয়াত সমস্ত র্নিদেশাবলী আৰু তাৰ বিকল্পবিলাক ( options) সৰু হাতৰ অাক্ষৰত থাকে।
00:36 এই কমান্ডটি স্ক্রিনত কিছু বার্তা প্রদর্শন কৰিবলৈ ব্যবহাৰ কৰা হয়। টার্মিনাললৈ যাওক
00:44 টার্মিনেল খোলিবলৈ অন্য এটি টিউটোৰিয়েলত আগতেই এটি সাধাৰণ প্রক্রিয়া ব্যাখ্যা কৰা হৈছে ।
00:50 প্রম্পটত echo space hello world লিখক. এন্টাৰ টিপক ।
01:02 এইটোৱে স্ক্রিনত hello world লেখাটি প্রিন্ট কৰে।
01:06 আমি echo কমান্ডক এটা variableৰ মান প্ৰৰ্দশন কৰিবলৈ ব্যবহাৰ কৰো ।
01:11 প্রম্পটত echo space dollar ডাঙৰ ফলাত SHELL লিখক. এন্টাৰ টিপক ।
01:22 এইটোৱে বর্তমানে ব্যবহাৰ হৈ থকা শেলটিক দেখা দিয়ে
01:28 আমি echo কমান্ডৰ সৈতে escape sequence ও ব্যবহাৰ কৰিব পাৰিম।
01:35 ইয়াৰ বাবে আমি লিনাক্সত -e (hyphen e)option (বিকল্প) ব্যবহাৰ কৰিব লাগিব ।
01:39 সাধাৰণ escape sequence বোৰ হল ট্যাব ৰ বাবে \t , নতুন লাইনৰ বাবে \n আৰু \c escape sequence হয় যাৰ ব্যবহাৰত প্রম্পটক একেই লাইনত দেখোৱা হয় ।
01:55 এইটো ব্যবহাৰকাৰী হব যদি কিছু এন্টাৰ কৰাৰ আগত আমি এটি প্ৰম্পট মেচেজ বিচাৰো, প্ৰম্পটত লিখক echo space minus e চিংগল কোট t Enter a Command back slash c আৰু এন্টাৰ টিপক ।
02:25 আমি দেখো যে 'enter a command' লেখাখিনি প্ৰীন্ট কৰাৰ পিছত সেই প্ৰম্পটটো একেই লাইনত দেখা দিয়ে ।
02:31 আপোনি ছাগে জানিব বিছাৰে লিনাক্স kernelঅৰ কোনটো সংস্কৰণ আপোনি চলাই আছে।
02:35 এইটো জানিবলৈ আৰু আমাৰ মেছিনৰ অন্যান্য বৈশিষ্ট্য জানিবলৈ আমাৰ উচৰত uname command আছে. প্ৰম্পটত লিখক uname space hyphen r আৰু এন্টাৰ টিপক ।
02:51 আপোনাৰ username জানিবলৈ, প্ৰম্পটত লিখক who স্পেচ am স্পেচ I আৰু এন্টাৰ টিপক ।
03:03 ই who কমান্ডৰ পৰা আহে যিয়ে বর্তমানে সিস্টমত লগ হৈ থকা সমস্ত ব্যবহাৰকাৰীৰ তালিকা দেখায়, যদি আপোনাৰ সিস্টমটো একাধিক user সিস্টম হয়.
03:14 কেতিয়াবা আপোনাৰ login পাছৱৰ্ৰদটো সমাধান হব পাৰে অাৰু / বা পৰিবর্তন কৰিবলৈ বিছাৰিব পাৰে।
03:20 ইয়াৰ বাবে পাছৱৰ্ৰদ কমান্ড আছে । প্ৰম্পটত লিখক ।

p-a-s-s-w-d আৰু এন্টাৰ টিপক ।

03:30 আপোনি এইটি কম্মান্ড টাইপ কৰাত বর্তমান পাছৱৰ্ৰদ লিখিবলৈ সোধিব।
03:35 আমি ইয়াত আমাৰ চিচটেমৰ বর্তমান পাছৱৰ্ৰদ টাইপ কৰিম।
03:41 যেতিয়া সেইটো সঠিকভাবে লিখে, আপোনি আপোনাৰ নতুন পাছৱৰ্ৰদ লিখিব লাগিব আৰু তাৰপিছত সেইটোক নিশ্চিত কৰিবলৈ আৰু এবাৰ লিখিব
03:55 কিন্তু কি হব যদি আমি বর্তমানৰ পাছৱৰ্ৰদ পাহৰি যাও?
03:59 তেতিয়াও বর্তমানৰ পাছৱৰ্ৰদ নাজানাকৈ পাছৱৰ্ৰদ পৰিবর্তন কৰিব পাৰিব, কিন্তু সেইটো কেবল root user দ্বাৰা কৰিব পৰা যাব
04:06 এতিয়া root user কোন হয় ?
04:10 এই ব্যবহাৰকাৰী জন অতিৰিক্ত অধিকাৰ-প্রাপ্ত বিশেষ ব্যক্তি হয়।
04:15 উইন্ডোজত administrator status -প্রাপ্ত ব্যবহাৰকাৰীৰ সৈতে ৰুট ব্যবহাৰকাৰীক তুলনা কৰিব পৰা যায় ।
04:23 আমি সিস্টেমৰ তাৰিখ আৰু সময় জানিবলৈ ইচ্ছোক হব পাৰো। ইয়াৰ বাবে আমাৰ উচৰত date কমান্ড আছে ।
04:28 টার্মিনালত date কমান্ড লিখক আৰু এন্টাৰ টিপক ।
04:34 এইটোৱে আপোনক বর্তমান সময় আৰু তাৰিখ দেখোৱাব।
04:38 আমি যেনে চাব পাৰো যে date কমান্ডে তাৰিখ আৰু সময় দুইটায়ে দিয়ে। এইটো এটা বহুমুখী উপযোগিতা হয় আৰু অনেক অপশন আছে।
04:47 প্রম্পটত লিখক date স্পেচ plus 'percent' sign ডাঙৰ আখৰ T আৰু এন্টাৰ টিপক ।
04:59 এইটোৱে আমাক কেবল ঘন্টা মিনিট আৰু সেকেন্ডৰ (hh: mm: ss) ফৰম্যাটেত সময় দেখায় ।
05:05 প্রম্পটত লিখক date স্পেচ plus 'percentage sign সৰু ফলা h আৰু এন্টাৰ টিপক ।
05:15 এইটোৱে মাহৰ নাম দিয়ে।
05:18 প্রম্পটত লিখক date স্পেচ plus percentage sign সৰু ফলা m আৰু এন্টাৰ টিপক ।
05:31 এইটোৱে numerical ফৰম্যাটত বছৰৰ মাহ দিয়ে। ইয়াত ফেব্রুয়াৰী মাহৰ বাবে ২ দেখাইছে। আপোনি যে আউটপুট পাচ্ইছে, তাৰ সৈতে এইটোক মিলাওক।
05:42 প্রম্পটত লিখক date স্পেচ plus percentage sign সৰু ফলা y আৰু এন্টাৰ টিপক ।
05:53 এইটোৱে বর্তমান বছৰৰ শেষৰ দুই অংক দেখায় ।
05:58 উদাহৰনস্বৰুপে প্রম্পটত লিখক date স্পেচ plus ডবল কোট্চত percentage সৰু ফলা h percentage সৰু ফলা y আৰু এন্টাৰ টিপক ।
06:27 ইয়াত ফেব্রুয়াৰী 11 দেখাইছে।
06:31 অনয়এটি সম্পর্কযুক্ত কমান্ড হল cal কমান্ড। যদিও প্রচলিত নহয় এইটোৱে আপোনাক যিকোনো বছৰৰ যিকোনো মাহৰ ক্যালেন্ডাৰ দেখিবলৈ সাহায্য কৰে ।
06:41 বর্তমানৰ মাহ ক্যালেন্ডাৰত চাবলৈ প্রম্পটত লিখক 'cal' আৰু এন্টাৰ টিপক ।
06:48 যিকোনো মাহৰ ক্যালেন্ডাৰ চাবলৈ ধৰিলওক december 2070 প্রম্পটত লিখক ‘ cal ' স্পেচ 12 স্পেচ 2070 আৰু এন্টাৰ টিপক ।
07:05 এইটোৱে ডিসেম্বৰৰ 2070ৰ ক্যালেন্ডাৰ দেখায় ।
07:11 পৰবর্তী আলোচনাৰ পূর্বে ফাইল আৰু ডিৰেক্টৰীৰ সম্বন্ধে সংক্ষিপ্ত আলোচনা কৰা যাওক ।
07:19 লিনাক্সত প্রায়ে সকলোয়ে এটি ফাইল হয়। এতিয়া প্রশ্নটো হল যে এটি ফাইল আসলতে কি হয়?
07:26 দৈনন্দিন জীবনত ফাইলত আমি ডকুমেন্ট আৰু কাগজ সংৰক্ষণ কৰো . একেৰকমে লিনাক্স ফাইল তথ্য সংৰক্ষণ কৰিবলৈ এটি ধাৰক হয় ।
07:40 পিছত ডিৰেক্টৰী কি হয়?
07:44 এটি ডিৰেক্টৰকীক ফাইল আৰু অন্যান্য (sub)directories ৰ সংগ্রাহক হিসাবে ভাবা হয়।
07:50 এটা ডিৰেক্টৰীয়ে ফাইলবোৰক শৃঙ্খলাবদ্ধ পদ্ধতিত ৰাখিবলৈ সাহায্য কৰে।
07:56 এইটো উইন্ডোসৰ এটি ফোল্ডাৰৰ নিচিনা হয় ।
08:01 লিনাক্স কম্পিউটাৰত আমি যেতিয়া login কৰো, তেতিয়া আমি home directoryত দেফল্ট ৰুপে থাকো । home directory চাবলৈ প্রম্পটত লিখকecho স্পেচ dollar ডাঙৰ ফলাত HOME আৰু এন্টাৰ টিপক।
08:20 পৰবর্তী কমান্ডে বর্তমানে কাম কৰি থকা ডিৰেক্টৰকীক চাবলৈ সাহায্য কৰে। pwd অর্থ present working directory বোঝায় । প্রম্পটত pwd লিখক আৰু এন্টাৰ টিপক ।
08:35 এবাৰ আমি আমাৰ ডিৰেক্টৰী জনাত আমি সেই ডিৰেক্টৰীটিত কি কি ফাইল আৰু সাবডিৰেক্টৰি আছে, জানিব বিচাৰো। ইয়াৰ বাবে আমাৰ উচৰত Unix and Linuxত ব্যবহাৰ হোৱা ls কমান্ড আছে
08:49 ls কমান্ড লিখক আৰু এন্টাৰ টিপক।
08:54 আউটপুট-টি লক্ষ্য কৰক ।
08:56 ফাইল আৰু সাবডিৰেক্টৰিবোৰ সাধাৰনতে বিভিন্ন ৰঙত দেখোৱায় । .
09:00 ls এটি খুব বহমুখি কমান্ড হয় আৰু অনেক অপছন আছে । তাৰে কিছু দেখা যাওক, প্রম্পটত লিখক ls space minus minus all আৰু এন্টাৰ টিপক ।
09:17 এইটোৱে লোকাইথকা সহ সমস্ত ফাইলবোৰ দেখোৱায়, ইয়াত লোকাই থকা ফাইলবোৰ হৈছে এটি বিন্দুৰ সৈতে আৰম্ভ হোৱা ফাইলৰ নাম ।
09:25 যদি আম ফাইলৰ নামৰ লগত আৰু বেশি কিছু তথ্য বিচাৰো, তেনেহলে আমি minus l অপশন ব্যবহাৰ কৰিব পাৰো।
09:33 কমান্ড প্রম্পটত লিখক ls স্পেচ minus সৰু ফলা l আৰু এন্টাৰ টিপক ।
09:43 এইটোৱে আমাক ফাইল ব্যবহাৰৰ অনুমতি, ফাইলৰ মালিকৰ নাম, শেষৰবাৰত পৰিবর্তনৰ সময়, ফাইলৰ সাইজ বাইটত ইত্যাদি তথ্য জনায়. এই অপশনৰ বিভন্ন অংশৰ ব্যাখ্যা বর্তমান টিউটোৰিয়েলৰ ভাবধাৰা বাহিৰত ।
09:58 ls ক বহুতো অপছনচৰ সৈতে বয়ৱহাৰ কৰিব পাৰে যি আমি পিছলৈ চাম
10:03 স্ক্রিনত এই সমস্ত তথ্যবোৰ প্রদর্শন কৰাৰ পৰিবর্তে, আমি সেইবোৰ এটি ফাইলত সংৰক্ষণ কৰিব পাৰো। প্রকৃততে, এই পদ্ধতিতে আমি এটি ফাইলক যিকোনো কমান্ডৰ আউটপুটক সংৰক্ষণ কৰিব পাৰো।
10:15 ধৰক আমি লিখো কমান্ড প্রম্পটত

ls স্পেচ minus সৰু ফলা l স্পেচ right angle bracket স্পেচ fileinfo আৰু এন্টাৰ টিপক ।

10:39 এতিয়া সমস্ত ফাইল আৰু ডিৰেক্টৰী সংক্রান্ত তথ্য ফাইল fileinfo নামৰ ফাইললৈ সংৰক্ষিত হৈছে ।
10:46 কিন্তু কিভাবে আমি এই ফাইলটোৰ ভিতৰৰ উপাদানবোৰ চাও? ইয়াৰ বাবে আমাৰ উচৰত cat কম্মন্দ আছে । লিখক cat স্পেচ তাৰপিছত ফাইলৰ নাম অর্থাৎ ইয়াত fileinfo আৰু এন্টাৰ টিপক ।
11:04 এতিয়া আপোনি ফাইলটোৰ ভিতৰৰ লেখাখিনি দেখিব পাৰে । cat ৰ অন্যতম প্রধান ব্যবহাৰ হল ফাইল তৈয়াৰ কৰা। ইয়াৰ বাবে প্ৰম্পটত cat স্পেচ right angle bracket স্পেচ filename ধৰক file1 আৰু এন্টাৰ টিপক ।
11:28 যেতিয়া আমি এন্টাৰ টিপো, তেতিয়া কমান্ডটো ব্যবহাৰকাৰীৰ পৰা ইনপুটৰ বাবে অপেক্ষা কৰে ।
11:34 তেনেহলে ইয়াত কিছু লেখা যাওক ।
11:43 এইবাৰ ইনপুটৰ শেষক বোজাবলৈ এন্টাৰ টিপক ।
11:49 এতিয়া Ctrl আৰু D কী-দুটি একলগে টিপক ।
11:58 যদি এটা ‘file1’ নামেৰে কোনো ফাইল আগৰ পৰা উপস্হিত থাকে, তেনেহলে ইনপুট ইউজাৰ আগৰ ফাইলটিক ওভাৰ ৰাইট কৰি দিব।
12:06 আপোনি যদি উপস্থিত ফাইলটিক শেষৰলৈ নতুন লেখাটি সংযোগ কৰিব বিচাৰিছেন , তেনেহলে প্রম্পটত লিখক cat স্পেচ double right angle bracket স্পেচ file1 আৰু এন্টাৰ টিপক ।
12:28 অন্যান্য বহুতু কমান্ড আছে যি আমি আলোচনা কৰিব পাৰিলো হেতেন কিন্তো এতিয়াৰ বাবে আমি ইয়াতে সীমীত কৰো । আৰু সমস্ত কমান্ডবোৰৰ বাবেও অনেক অপশনস আৰু সম্ভাৱনাবোৰ আলোচনা কৰা হোৱা নাই
12:43 এই টিউটোৰিয়েলৰ শেষলৈ আহিলো. কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
12:55 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
13:02 এই টিউটোৰিয়েল অনামিকা মেধি দ্ৱাৰা যোগদান কৰা হৈছ. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।


Contributors and Content Editors

Baijayanti