Scilab/C2/Vector-Operations/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | ভেক্তৰ অপাৰেচনচ(Vector Operations) ৰ স্পকেন টিউট’ৰিয়েল(spoken tutorial) লৈ স্বাগতম |
00:07 | এই স্পকেন টিউট’ৰিয়েল( spoken tutorial)টোৰ শেষত আপুনি সক্ষম হ’ব, |
00:11 | ভেক্তৰ(vector) এটাক সূচীত(define)কৰিবলৈ |
00:13 | ভেক্তৰ(vector) এটাৰ দৈৰ্ঘ্য(length) গণনা( Calculate) কৰিবলৈ |
00:15 | ভেক্তৰত(Vector) যোগ,বিয়োগ আৰু পূৰণ আদি গাণিতিক প্ৰক্ৰিয়া(mathematical operations) প্ৰদৰ্শন কৰিবলৈ |
00:23 | মেত্ৰিক্স( matrix) এটাক সূচীত(define)কৰিবলৈ |
00:25 | মেত্ৰিক্স( matrix) এটাৰ আকাৰ( size) গণনা( Calculate) কৰিবলৈ |
00:28 | মেত্ৰিক্সসমূহ্ত (Matrices) যোগ,বিয়োগ আৰু পূৰণ আদি গাণিতিক প্ৰক্ৰিয়া(mathematical operations) প্ৰদৰ্শন কৰিবলৈ |
00:36 | আগতীয়াকৈ দৰকাৰী(prerequisite)টো হৈছে আপোনাৰ ক’ম্পিউতাৰ(computer)ত চাইলেব (Scilab) ইনষ্টল ( install) থাকিব লাগিব |
00:41 | আপুনি গেটিং ষ্টাৰটেদ উইথ চাইলেব(Getting started with Scilab) নামৰ স্পকেন টিউট’ৰিয়েল( spoken tutorial)টো শুনিব(listene) লাগিব |
00:46 | আপোনাৰ ভেক্তৰ(vector)আৰু মেত্ৰিক্স( matrix) ৰ বিষয়ে সাধাৰণ জ্ঞান( Basic knowledge) থাকিব লাগিব |
00:50 | মই বাখ্যা(demonstration) কৰিবলৈ উইনদ’চ 7 অপাৰেটিং চিষ্টেম(Windows 7 operating system) আৰু চাইলেব( Scilab) 5.2.2 ব্যৱ্হাৰ কৰিছো |
00:58 | চাইলেব( Scilab) উদ্ধাৱ্ন ( launch) কৰিবলৈ আপোনাৰ দেস্কটপ(Desktop)ৰ চাইলেব চৰ্ত্কাত আইক’ন(Scilab shortcut icon)ত টিপক |
01:03 | ই চাইলেব ক’নচ’ল উইনদ’(Scilab console window)খন খুলিব |
01:06 | লক্ষ্য কৰিব যে কাৰ্চৰ(cursor)টো ক’মান্ড প্ৰমপ্ত(command prompt)ত আছে |
01:10 | মই উপদেশ(suggest)দিওঁ যে আপুনি ক্ৰ’মান্বয়ে ( simultaneously) মাজে সময়ে কথাচিত্ৰ (video)টো ৰখাই(pausing) এই চাইলেবৰ( Scilab) টিউট’ৰিয়েল (tutorial)টো অভ্যাস( practice) কৰে |
01:19 | আহক আমি ভেক্তৰ(vector) এটাক সূচীত(define) কৰি আৰম্ভ(start) কৰো |
01:22 | এইটো দুই ধৰণে কৰিব পাৰিঃ |
01:24 | স্পেছ(space)ব্যৱ্হাৰ কৰি যেনে p সমান আৰম্ভণি বৰ বন্ধনী(open square bracket) one(এক)স্পেছ (space) 2 স্পেছ(space) 3 সামৰণী বৰ বন্ধনী(close the square bracket) আৰু এন্টাৰ টিপক |
01:37 | বা ক’মা(comma) ব্যৱ্হাৰ কৰি যেনে q সমান আৰম্ভণি বৰ বন্ধনী(open square bracket) দুই( two)ক’মা(comma) তিনি(three) ক’মা(comma) চাৰি(four) সামৰণী বৰ বন্ধনী(close the square bracket) আৰু এন্টাৰ টিপক |
01:53 | আমি এটা ভেক্তৰ(vector) pৰ দৈৰ্ঘ্য(length) pৰ ক’মান্ড দৈৰ্ঘ্য(command length)টোৰে পাব পাৰো আৰু এন্টাৰ টিপক |
02:03 | আমি ভেক্তৰ(vector)ত বিভিন্ন গাণিতিক প্ৰক্ৰিয়া (mathematical operations) প্ৰদৰ্শন কৰিব পাৰো যেনে |
02:08 | দুটা ভেক্তৰ(vector)ৰ যোগ( Addition) |
02:11 | দুটা ভেক্তৰ(vector)ৰ বিয়োগ(subtraction) আৰু এনে বহুতো |
02:14 | এটা ভেক্তৰ(vector)ৰ স্থানপৰিৱৰ্তন(Transpose) এপ’ষ্ট্ৰফ (apostrophe) (যি single-quote বুলিও জনা হয়)ব্যৱহাৰ কৰি পাব পাৰি |
02:21 | pৰ স্থানপৰিৱৰ্তন(transpose) দেখুওৱা ধৰণৰ |
02:27 | আমি pৰ স্থানপৰিৱৰ্তন(transpose) q বাৰ গণনা কৰিব পাৰোঃ |
02:34 | p times q-transpose ক’মান্ড( command)টোৱে এটা স্কেলাৰ( scalar) দিয়েঃ |
02:43 | অনুগ্ৰহ কৰি এতিয়া টিউটৰিয়েল( tutorial)টো ৰখাওক আৰু কথাচিত্ৰ( video)টোৰ লগত দিয়া এক নং অনুশিলনী( exercise) চেষ্টা কৰক |
02:50 | এতিয়া আমি মেত্ৰিক্স( matrix) এটাক কেনেকৈ সূচীত(define)কৰা হয় চাম |
02:56 | মেত্ৰিক্স( matrix)এটাৰ শাৰী( row) এটাৰ উপাদানসমূহ(Elements),ভেক্তৰ(vector)ৰ এটাৰ বাবে দেখুওৱা স্পেছ(space)বা ক’মা(comma) ব্যৱ্হাৰ কৰি সূচীত(define)কৰাৰ সৈতে একে |
03:04 | উদাহৰণস্বৰূপে,আহক আমি এটা 2 by 3মেত্ৰিক্স( matrix) Pক সূচীত(define)কৰো লিখক বৰফলা( captital)P সমান আৰম্ভণি বৰ বন্ধনী(open square bracket) 1 স্পেছ (space) 2 স্পেছ(space) 3 চেমিক’লন(semicolon) |
03:20 | 4 স্পেছ(space) five স্পেছ(space) 6 সামৰণী বৰ বন্ধনী(close the square bracket) আৰু এন্টাৰ টিপক |
03:27 | লক্ষ্য কৰিব যে মেত্ৰিক্স( matrix)টোৰ পাছৰ শাৰী( next row)টো সূচীত( defining) কৰিবলৈ চেমিক’লন (semicolon) ব্যৱ্হাৰ হৈছে |
03:32 | পুনৰ মাতক যে চাইলেবটো কেচ চেনচিতিভ (case sensitive) হয় |
03:34 | ইয়াত মেত্ৰিক্স( matrix)টো বৰফলা( upper case)ত সূচীত( define) কৰিবলৈ ভেৰিয়েবল( variable) P ব্যৱহাৰ হৈছে |
03:40 | যিটো সৰুফলা (small) pতকৈ বেলেগ( different) হয় যি এটা ভেক্তৰ(vector) আছিল |
03:44 | আপুনি এই মূহুৰ্ত্তত সৰুফলা(small) pটো কি হয় পৰীক্ষা কৰিব নেকি? |
03:48 | আমি এতিয়া “size” ক’মান্ড(command)টো ব্যৱ্হাৰ কৰি মেত্ৰিক্স( matrix) এটাৰ আকাৰ( size) কেনেকৈ পাব পাৰি চাম |
03:53 | ইয়াৰ বাবে লিখক আৰম্ভণি বৰ বন্ধনী(open square bracket) row(শাৰী) ক’মা( comma) column(স্তম্ভ ) সামৰণী বৰ বন্ধনী(close the square bracket)সমান বৰফলা(capital) pৰ আকাৰ( size) যিটো মেত্ৰিক্স( matrix)হয় আৰু এন্টাৰ টিপক |
04:10 | আপুনি তলত দেখুওৱা আউতপুতটো পাব |
04:17 | লক্ষ্য কৰিব যে দৈৰ্ঘ্য ক’মান্ড( length command) টোৱে মেত্ৰিক্স( matrix)টোত থকা উপাদান (element)ৰ মুঠ সংখ্যা(total number) দিব যি আপুনি দেখিছে |
04:27 | স্থানপৰিৱৰ্তন(transpose) ক’মান্ড (command) টোৱে মেত্ৰিক্সসমূহৰ( matrices) বাবেও কাম কৰে ইয়াত দেখুওৱা ধৰণেঃ |
04:34 | p ট্ৰানচপ’জ(transpose) য়ে মেত্ৰিক্স (matrix) pৰ স্থানপৰিৱৰ্তন(transpose)টো দিয়ে |
04:41 | আহক আমি এতিয়া এটা 2 by 3 মেত্ৰিক্স (matrix) Qক সূচীত(define) কৰো |
04:45 | বৰফলা( captital) q সমান আৰম্ভণি বৰ বন্ধনী (open square bracket) one স্পেছ (space) five স্পেছ(space) three চেমিক’লন(semicolon), পাছৰ শাৰীটোত সোমাবলৈ |
04:56 | Two স্পেছ(space) four স্পেছ(space) eight সামৰণী বৰ বন্ধনী(close the square bracket) আৰু এন্টাৰ টিপক |
05:03 | আহক আমি Pক এবাৰ পুনৰ মাতো( recall) : |
05:08 | আমি P আৰু Qক জড়িত( involving) কৰি গণনাসমূহ( calculations) উলিয়াব পাৰো,যিদৰে আমি গণিত( mathematics)ত কৰো |
05:14 | উদাৰণস্বৰূপে, আহক আমি গণনা কৰো E সমান pৰ 2 গুণ যোগ qৰ 3 গুণ আৰু এন্টাৰ টিপক |
05:29 | আপুনি এই গণনাসমূহ(calculations) শুদ্ধ হয় নে নহয় নিৰীক্ষণ( verify) কৰিব পাৰিব |
05:33 | অনুগ্ৰহ কৰি এতিয়া টিউটৰিয়েল( tutorial)টো ৰখাওক( pause) আৰু কথাচিত্ৰ( video)টোৰ লগত দিয়া দ্বিতীয় অনুশিলনী( exercise) চেষ্টা কৰক |
05:44 | এই টিউটৰিয়েল( tutorial)টোত, আমি শিকিলো |
05:47 | স্পেছ(space) বা ক’মা(comma) ব্যৱ্হাৰ কৰি ভেক্তৰ(vector) এটাক সূচীত (define) কৰা |
05:50 | length() ফাংচন(function)ব্যৱহাৰ কৰি ভেক্তৰ (vector) এটাৰ দৈৰ্ঘ্য( length) গণনা (Calculate) কৰা |
05:54 | ভেক্তৰ(vector)বা মেত্ৰিক্স(matrix)ৰ স্থানপৰিৱৰ্তন (Transpose)টো এপ’ষ্ট্ৰফ (apostrophe)ব্যৱহাৰ কৰি উলিওৱা |
05:59 | মেত্ৰিক্স(matrix)এটা সূচীত( Define) কৰা হয় স্তম্ভসমূহ( columns) স্পেছ(space) বা ক’মা (comma)ব্যৱ্হাৰ কৰি বিচিন্ন( separate) কৰি আৰু শাৰীসমূহ( rows) চেমিক’লন(semicolon) ব্যৱ্হাৰ কৰি বিচিন্ন( separate) কৰি |
06:07 | size()ফাংচন(function)ব্যৱহাৰ কৰি মেত্ৰিক্স (matrix)এটাৰ আকাৰ( size) উলিওৱা |
06:11 | এই স্পকেন টিউটৰিয়েলটো Free and Open Source Software in Science and Engineering Education(FOSSEE) ৰ দ্বাৰা নিৰ্মান(create)হৈছে |
06:18 | FOSSEE প্ৰকল্পৰ( project) অধিক তথ্য fossee.in বা scilab.in উৱেবচাইট(website) টোৰ পৰা পাব (obtaine)পাৰি |
06:28 | আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
06:33 | অধিক তথ্য( information)ৰ বাবে চাবঃ spoken hyphen tutorial dot org slash NMEICT hyphen intro. |
06:43 | মই মৌচম হাজৰিকা |
06:46 | আমাক সংযোগ( joining) কৰাৰ বাবে ধন্যবাদ । শুভবিদায় |