Scilab/C2/Vector-Operations/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 ভেক্তৰ অপাৰেচনচ(Vector Operations) ৰ স্পকেন টিউট’ৰিয়েল(spoken tutorial) লৈ স্বাগতম
00:07 এই স্পকেন টিউট’ৰিয়েল( spoken tutorial)টোৰ শেষত আপুনি সক্ষম হ’ব,
00:11 ভেক্তৰ(vector) এটাক সূচীত(define)কৰিবলৈ
00:13 ভেক্তৰ(vector) এটাৰ দৈৰ্ঘ্য(length) গণনা( Calculate) কৰিবলৈ
00:15 ভেক্তৰত(Vector) যোগ,বিয়োগ আৰু পূৰণ আদি গাণিতিক প্ৰক্ৰিয়া(mathematical operations) প্ৰদৰ্শন কৰিবলৈ
00:23 মেত্ৰিক্স( matrix) এটাক সূচীত(define)কৰিবলৈ
00:25 মেত্ৰিক্স( matrix) এটাৰ আকাৰ( size) গণনা( Calculate) কৰিবলৈ
00:28 মেত্ৰিক্সসমূহ্ত (Matrices) যোগ,বিয়োগ আৰু পূৰণ আদি গাণিতিক প্ৰক্ৰিয়া(mathematical operations) প্ৰদৰ্শন কৰিবলৈ
00:36 আগতীয়াকৈ দৰকাৰী(prerequisite)টো হৈছে আপোনাৰ ক’ম্পিউতাৰ(computer)ত চাইলেব (Scilab) ইনষ্টল ( install) থাকিব লাগিব
00:41 আপুনি গেটিং ষ্টাৰটেদ উইথ চাইলেব(Getting started with Scilab) নামৰ স্পকেন টিউট’ৰিয়েল( spoken tutorial)টো শুনিব(listene) লাগিব
00:46 আপোনাৰ ভেক্তৰ(vector)আৰু মেত্ৰিক্স( matrix) ৰ বিষয়ে সাধাৰণ জ্ঞান( Basic knowledge) থাকিব লাগিব
00:50 মই বাখ্যা(demonstration) কৰিবলৈ উইনদ’চ 7 অপাৰেটিং চিষ্টেম(Windows 7 operating system) আৰু চাইলেব( Scilab) 5.2.2 ব্যৱ্হাৰ কৰিছো
00:58 চাইলেব( Scilab) উদ্ধাৱ্ন ( launch) কৰিবলৈ আপোনাৰ দেস্কটপ(Desktop)ৰ চাইলেব চৰ্ত্কাত আইক’ন(Scilab shortcut icon)ত টিপক
01:03 ই চাইলেব ক’নচ’ল উইনদ’(Scilab console window)খন খুলিব
01:06 লক্ষ্য কৰিব যে কাৰ্চৰ(cursor)টো ক’মান্ড প্ৰমপ্ত(command prompt)ত আছে
01:10 মই উপদেশ(suggest)দিওঁ যে আপুনি ক্ৰ’মান্বয়ে ( simultaneously) মাজে সময়ে কথাচিত্ৰ (video)টো ৰখাই(pausing) এই চাইলেবৰ( Scilab) টিউট’ৰিয়েল (tutorial)টো অভ্যাস( practice) কৰে
01:19 আহক আমি ভেক্তৰ(vector) এটাক সূচীত(define) কৰি আৰম্ভ(start) কৰো
01:22 এইটো দুই ধৰণে কৰিব পাৰিঃ
01:24 স্পেছ(space)ব্যৱ্হাৰ কৰি যেনে p সমান আৰম্ভণি বৰ বন্ধনী(open square bracket) one(এক)স্পেছ (space) 2 স্পেছ(space) 3 সামৰণী বৰ বন্ধনী(close the square bracket) আৰু এন্টাৰ টিপক
01:37 বা ক’মা(comma) ব্যৱ্হাৰ কৰি যেনে q সমান আৰম্ভণি বৰ বন্ধনী(open square bracket) দুই( two)ক’মা(comma) তিনি(three) ক’মা(comma) চাৰি(four) সামৰণী বৰ বন্ধনী(close the square bracket) আৰু এন্টাৰ টিপক
01:53 আমি এটা ভেক্তৰ(vector) pৰ দৈৰ্ঘ্য(length) pৰ ক’মান্ড দৈৰ্ঘ্য(command length)টোৰে পাব পাৰো আৰু এন্টাৰ টিপক
02:03 আমি ভেক্তৰ(vector)ত বিভিন্ন গাণিতিক প্ৰক্ৰিয়া (mathematical operations) প্ৰদৰ্শন কৰিব পাৰো যেনে
02:08 দুটা ভেক্তৰ(vector)ৰ যোগ( Addition)
02:11 দুটা ভেক্তৰ(vector)ৰ বিয়োগ(subtraction) আৰু এনে বহুতো
02:14 এটা ভেক্তৰ(vector)ৰ স্থানপৰিৱৰ্তন(Transpose) এপ’ষ্ট্ৰফ (apostrophe) (যি single-quote বুলিও জনা হয়)ব্যৱহাৰ কৰি পাব পাৰি
02:21 pৰ স্থানপৰিৱৰ্তন(transpose) দেখুওৱা ধৰণৰ
02:27 আমি pৰ স্থানপৰিৱৰ্তন(transpose) q বাৰ গণনা কৰিব পাৰোঃ
02:34 p times q-transpose ক’মান্ড( command)টোৱে এটা স্কেলাৰ( scalar) দিয়েঃ
02:43 অনুগ্ৰহ কৰি এতিয়া টিউটৰিয়েল( tutorial)টো ৰখাওক আৰু কথাচিত্ৰ( video)টোৰ লগত দিয়া এক নং অনুশিলনী( exercise) চেষ্টা কৰক
02:50 এতিয়া আমি মেত্ৰিক্স( matrix) এটাক কেনেকৈ সূচীত(define)কৰা হয় চাম
02:56 মেত্ৰিক্স( matrix)এটাৰ শাৰী( row) এটাৰ উপাদানসমূহ(Elements),ভেক্তৰ(vector)ৰ এটাৰ বাবে দেখুওৱা স্পেছ(space)বা ক’মা(comma) ব্যৱ্হাৰ কৰি সূচীত(define)কৰাৰ সৈতে একে
03:04 উদাহৰণস্বৰূপে,আহক আমি এটা 2 by 3মেত্ৰিক্স( matrix) Pক সূচীত(define)কৰো লিখক বৰফলা( captital)P সমান আৰম্ভণি বৰ বন্ধনী(open square bracket) 1 স্পেছ (space) 2 স্পেছ(space) 3 চেমিক’লন(semicolon)
03:20 4 স্পেছ(space) five স্পেছ(space) 6 সামৰণী বৰ বন্ধনী(close the square bracket) আৰু এন্টাৰ টিপক
03:27 লক্ষ্য কৰিব যে মেত্ৰিক্স( matrix)টোৰ পাছৰ শাৰী( next row)টো সূচীত( defining) কৰিবলৈ চেমিক’লন (semicolon) ব্যৱ্হাৰ হৈছে
03:32 পুনৰ মাতক যে চাইলেবটো কেচ চেনচিতিভ (case sensitive) হয়
03:34 ইয়াত মেত্ৰিক্স( matrix)টো বৰফলা( upper case)ত সূচীত( define) কৰিবলৈ ভেৰিয়েবল( variable) P ব্যৱহাৰ হৈছে
03:40 যিটো সৰুফলা (small) pতকৈ বেলেগ( different) হয় যি এটা ভেক্তৰ(vector) আছিল
03:44 আপুনি এই মূহুৰ্ত্তত সৰুফলা(small) pটো কি হয় পৰীক্ষা কৰিব নেকি?
03:48 আমি এতিয়া “size” ক’মান্ড(command)টো ব্যৱ্হাৰ কৰি মেত্ৰিক্স( matrix) এটাৰ আকাৰ( size) কেনেকৈ পাব পাৰি চাম
03:53 ইয়াৰ বাবে লিখক আৰম্ভণি বৰ বন্ধনী(open square bracket) row(শাৰী) ক’মা( comma) column(স্তম্ভ ) সামৰণী বৰ বন্ধনী(close the square bracket)সমান বৰফলা(capital) pৰ আকাৰ( size) যিটো মেত্ৰিক্স( matrix)হয় আৰু এন্টাৰ টিপক
04:10 আপুনি তলত দেখুওৱা আউতপুতটো পাব
04:17 লক্ষ্য কৰিব যে দৈৰ্ঘ্য ক’মান্ড( length command) টোৱে মেত্ৰিক্স( matrix)টোত থকা উপাদান (element)ৰ মুঠ সংখ্যা(total number) দিব যি আপুনি দেখিছে
04:27 স্থানপৰিৱৰ্তন(transpose) ক’মান্ড (command) টোৱে মেত্ৰিক্সসমূহৰ( matrices) বাবেও কাম কৰে ইয়াত দেখুওৱা ধৰণেঃ
04:34 p ট্ৰানচপ’জ(transpose) য়ে মেত্ৰিক্স (matrix) pৰ স্থানপৰিৱৰ্তন(transpose)টো দিয়ে
04:41 আহক আমি এতিয়া এটা 2 by 3 মেত্ৰিক্স (matrix) Qক সূচীত(define) কৰো
04:45 বৰফলা( captital) q সমান আৰম্ভণি বৰ বন্ধনী (open square bracket) one স্পেছ (space) five স্পেছ(space) three চেমিক’লন(semicolon), পাছৰ শাৰীটোত সোমাবলৈ
04:56 Two স্পেছ(space) four স্পেছ(space) eight সামৰণী বৰ বন্ধনী(close the square bracket) আৰু এন্টাৰ টিপক
05:03 আহক আমি Pক এবাৰ পুনৰ মাতো( recall) :
05:08 আমি P আৰু Qক জড়িত( involving) কৰি গণনাসমূহ( calculations) উলিয়াব পাৰো,যিদৰে আমি গণিত( mathematics)ত কৰো
05:14 উদাৰণস্বৰূপে, আহক আমি গণনা কৰো E সমান pৰ 2 গুণ যোগ qৰ 3 গুণ আৰু এন্টাৰ টিপক
05:29 আপুনি এই গণনাসমূহ(calculations) শুদ্ধ হয় নে নহয় নিৰীক্ষণ( verify) কৰিব পাৰিব
05:33 অনুগ্ৰহ কৰি এতিয়া টিউটৰিয়েল( tutorial)টো ৰখাওক( pause) আৰু কথাচিত্ৰ( video)টোৰ লগত দিয়া দ্বিতীয় অনুশিলনী( exercise) চেষ্টা কৰক
05:44 এই টিউটৰিয়েল( tutorial)টোত, আমি শিকিলো
05:47 স্পেছ(space) বা ক’মা(comma) ব্যৱ্হাৰ কৰি ভেক্তৰ(vector) এটাক সূচীত (define) কৰা
05:50 length() ফাংচন(function)ব্যৱহাৰ কৰি ভেক্তৰ (vector) এটাৰ দৈৰ্ঘ্য( length) গণনা (Calculate) কৰা
05:54 ভেক্তৰ(vector)বা মেত্ৰিক্স(matrix)ৰ স্থানপৰিৱৰ্তন (Transpose)টো এপ’ষ্ট্ৰফ (apostrophe)ব্যৱহাৰ কৰি উলিওৱা
05:59 মেত্ৰিক্স(matrix)এটা সূচীত( Define) কৰা হয় স্তম্ভসমূহ( columns) স্পেছ(space) বা ক’মা (comma)ব্যৱ্হাৰ কৰি বিচিন্ন( separate) কৰি আৰু শাৰীসমূহ( rows) চেমিক’লন(semicolon) ব্যৱ্হাৰ কৰি বিচিন্ন( separate) কৰি
06:07 size()ফাংচন(function)ব্যৱহাৰ কৰি মেত্ৰিক্স (matrix)এটাৰ আকাৰ( size) উলিওৱা
06:11 এই স্পকেন টিউটৰিয়েলটো Free and Open Source Software in Science and Engineering Education(FOSSEE) ৰ দ্বাৰা নিৰ্মান(create)হৈছে
06:18 FOSSEE প্ৰকল্পৰ( project) অধিক তথ্য fossee.in বা scilab.in উৱেবচাইট(website) টোৰ পৰা পাব (obtaine)পাৰি
06:28 আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
06:33 অধিক তথ্য( information)ৰ বাবে চাবঃ spoken hyphen tutorial dot org slash NMEICT hyphen intro.
06:43 মই মৌচম হাজৰিকা
06:46 আমাক সংযোগ( joining) কৰাৰ বাবে ধন্যবাদ । শুভবিদায়

Contributors and Content Editors

Mausamh9