Blender/C2/Moving-in-3D-Space/Assamese
From Script | Spoken-Tutorial
Time | Narration | |||
00:04 | ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম। | |||
00:07 | এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত 3D Space ত ন্যাভিগেশনৰ সম্পর্কে। | |||
00:17 | মই মৌচুমী মেধি এই টিউটোৰিয়েল-টো অনুবাদ কৰিছো। | |||
00:26 | এই টিউটোৰিয়েলটো দেখাৰ পিছত, আমি ব্লেন্ডাৰ ভিউপোর্ট এৰ নিচিনা 3D Space ত প্যান, ৰোটেট আৰু জুম কৰা শিকিম। | |||
00:38 | আমি ধৰি লও যে, আপোনি আগৰে পৰাই সিস্টেমত ব্লেন্ডাৰ সংস্থাপন কৰিবলৈ জানে। | |||
00:43 | নহলে, ব্লেন্ডাৰ সংস্থাপন কৰাৰ আগৰ টিউটোৰিয়েলটো পঢ়ক। | |||
00:50 | ব্লেন্ডাৰত ন্যাভিগেশন, আপোনাৰ উচৰত থকা মাউসৰ ধৰনৰ উপৰত অনেক নির্ভৰ কৰে - | 00:56 | 3 বাটন মাউস, | |
00:58 | বা হুইলৰ সৈতে, | |||
01:00 | 2টা বাটন থকা মাউস আছে। | |||
01:05 | আমি এই শৃঙ্খলাৰ ব্লেন্ডাৰ টিউটোৰিয়েলৰ বাবে হুইলৰ সৈতে 2 বাটন থকা মাউস ব্যবহাৰ কৰিছো। | |||
01:13 | প্রথম কাৰ্জ, আমি ভিউৰ ঘোৰোৱা চাও । ***** | |||
01:17 | মাউস আৰু কিবোর্ড ব্যবহাৰ কৰি এইটো কৰাৰ তিনটা উপায় আছে। | |||
01:22 | প্রথমতে, আমি মাউস হুইল বা স্ক্রলৰ সৈতে Shift কী ব্যবহাৰ কৰিম। | |||
01:27 | Shift কী ধৰি ৰাখক, মাউস হুইল তলৰ ফালে টিপক আৰু মাউস ঘোৰাৱাওক। | |||
01:41 | দৃশ্যটো মাউসৰ দুয়োটা বাওৰ পৰা সো ফালে আৰু উপৰৰ আৰু তলৰ গতিৰ মতে ঘোৰে। | |||
01:48 | এতিয়া SHIFT কী ধৰি ৰাখক আৰু মাউস হুইল উপৰ আৰু তললৈ স্ক্রল কৰক। | |||
02:00 | দৃশ্যটো উপৰ আৰু তললৈ ঘোৰে। এইটো ভিউ ঘোৰাৱাৰ দ্বিতীয় পদ্ধতি। ******* | |||
02:06 | SHIFT কী ধৰি ৰাখক আৰু মাউস হুইল তলৰ ফালে স্ক্রল কৰক। ভিউ উপৰৰ ফালে ঘোৰে। | |||
02:19 | SHIFT কী ধৰি ৰাখক আৰু মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। ভিউ তলৰ ফালে ঘোৰে। | |||
02:33 | ভিউ ঘোৰোৱাৰ তৃতীয় আৰু শেষ পদ্ধতি হল মাউস হুইলৰ সৈতে CTRL কী ব্যবহাৰ কৰা। | |||
02:40 | CTRL কী ধৰি ৰাখক আৰু মাউস হুইল স্ক্রল কৰক। ভিউ বাওৰ পৰা সো আৰু বিপৰীত ক্রমে ঘোৰে। | |||
02:55 | Ctrl কী ধৰি ৰাখক আৰু মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। ভিউ সো ফালে ঘোৰে। | |||
03:09 | Ctrl কী ধৰি ৰাখক আৰু মাউস হুইল তলৰ ফালে স্ক্রল কৰক। ভিউ বাও ফালে ঘোৰে। | |||
03:22 | আপোনি ভিউ ঘোৰাবৰ বাবে আপোনাৰ numpad কী ও ব্যবহাৰ কৰিব পাৰিব। | |||
03:29 | ctrl কী আৰু numpad 2 ধৰি ৰাখক, ভিউ উপৰৰ ফালে ঘোৰে। | |||
03:37 | ctrl কী আৰু numpad 8 ধৰি ৰাখক, ভিউ তলৰ ফালে ঘোৰে। | |||
03:46 | ctrl কী আৰু numpad 4 ধৰি ৰাখক, ভিউ বাও ফালে ঘোৰে। | |||
03:55 | ctrl কী আৰু numpad 6 ধৰি ৰাখক, ভিউ সো ফালে ঘোৰে। | |||
04:03 | আপোনি ল্যাপটপ ব্যবহাৰ কৰি থাকিলে আপোনি নামপ্যাড হিসাবে নম্বৰ কী অনুকৰণ কৰিব লাগিব। নামপ্যাড অনুকৰণ কিভাবে কৰে তাক জানিবলৈ User Preferences এৰ টিউটোৰিয়েল চাওক। | |||
04:19 | ঠিক আছে। এতিয়া পৰবর্তী ক্রিয়া ভিউ ৰোটেট কৰা চাম। | |||
04:24 | আপোনাৰ মাউস হুইল টিপক আৰু বর্গাকাৰ ৰুপত মাউস ঘোৰাওক। | |||
04:33 | এইটোৱে টার্ন টেবোল ঘূর্ণনা দিয়ে। ******** | |||
04:39 | আপোনি ঘুর্ণনাৰ ক্রিয়াৰ উপৰত আৰু অধিক নমনীয়তাৰ(flexibility) বাবে ব্লেন্ডাৰত ৰোটেশনৰ ট্র্যাকবল প্রকাৰও ব্যবহাৰ কৰিব পাৰিব। ********* | |||
04:49 | এইটোৰ বাবে, আপোনি User Preferences উইন্ডোত বিকল্প turn tableৰ পৰা trackball লৈ সলোৱা দৰকাৰ। | |||
04:57 | এইটো কিভাবে কৰিব পাৰি তাক শিকিবলৈ, User Preferences এৰ টিউটোৰিয়েলটো চাওক। | |||
05:05 | ভিউক বাও পৰা সো ফাল লৈ, | |||
05:08 | বা উপৰ আৰু তললৈ, | |||
05:09 | ৰোটেট কৰা যাব পাৰে। | |||
05:13 | এতিয়া ভিউক বাওৰ পৰা সো ফাল লৈ ৰোটেট কৰক। | |||
05:19 | ctrl, alt ধৰি ৰাখক আৰু মাউস হুইল উপৰ আৰু তললৈ স্ক্রল কৰক। ভিউ বাওৰ পৰা সো ফালে আৰু বিপৰীত ক্রমত ৰোটেট কৰে। | |||
05:35 | ctrl, alt ধৰি ৰাখক আৰু মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। ভিউ বাওফালে ৰোটেট কৰে। | |||
05:47 | ctrl, alt ধৰি ৰাখক আৰু মাউস হুইল তলৰ ফালে স্ক্রল কৰক। ভিউ সোফালে ৰোটেট কৰে। | |||
06:00 | আপোনি numpadত শর্টকাট কী 4 আৰু 6 ও ব্যবহাৰ কৰিব পাৰিব। | |||
06:07 | numpad 4 ত টিপক, এইটো ভিউ বাও ফালে ৰোটেট কৰে। | |||
06:16 | numpad 6 ত টিপক, এইটো ভিউ সো ফালে ৰোটেট কৰে। | |||
06:26 | এতিয়া আমি ভিউক উপৰ আৰু তলৰলৈ ৰোটেট কৰিম। | |||
06:30 | Shift, Alt ধৰি ৰাখক তাৰপিছত মাউস হুইল উপৰ আৰু তললৈ স্ক্রল কৰক। ভিউ উপৰ আৰুৱ তললৈ ৰোটেট হয়। | |||
06:45 | Shift, Alt ধৰি ৰাখক তাৰপিছত মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। ভিউ তলৰ ফালে ৰোটেট হয়। | |||
06:58 | Shift, Alt ধৰি ৰাখক তাৰপিছত মাউস হুইল তলৰ ফালে স্ক্রল কৰক। ভিউ উপৰৰ ফালে ৰোটেট হয়। | |||
07:10 | আপোনি numpad ত শর্টকাট কী 2 আৰু 8 ও ব্যবহাৰ কৰিব পাৰিব। | |||
07:16 | numpad 2 ত টিপক, এইটো ভিউ উপৰৰ ফালে ৰোটেট কৰে। | |||
07:23 | numpad 8 ত টিপক, এইটো ভিউ তলৰ ফালে ৰোটেট কৰে। | |||
07:32 | শেষ কাৰ্জ, ভিউক জুম কৰা। | |||
07:36 | জুম ইন কৰাৰ বাবে মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। | |||
07:43 | জুম আউট কৰাৰ বাবে মাউস হুইল তলৰ ফালে স্ক্রল কৰক। সহজ, নহয় জানো? | |||
07:51 | শর্টকাটৰ বাবে, numpad ত প্লাস আৰু মাইনাস কী ব্যবহাৰ কৰক। | |||
07:58 | জুম ইনৰ বাবে numpad + টিপক। | |||
08:04 | জুম আউটৰ বাবে numpad - টিপক। | |||
08:10 | ইয়াৰ সৈতেই, ব্লেন্ডাৰ ভিউপোর্টত 3D spaceত ন্যাভিগেশনৰ উপৰত টিউটোৰিয়েলটো শেষ কৰিছো। | |||
08:18 | এতিয়া 3D viewক ঘোৰাবলৈ, ৰোটেট আৰু জুম কৰাৰ চেষ্টা কৰক। শুভকামনা থাকিল।
| |||
08:27 | এই প্রকল্পটি ভাৰত সৰকাৰেৰ MHRD এৰ "আইসিটিৰ মাধ্যমে জাতীয় শিক্ষা মিশন" দ্বাৰা সমর্থিত। | |||
08:37 | এৰ উপৰ অধিক তথ্য নিম্ন লিঙ্কে উপলব্ধ। oscar.iitb.ac.in আৰু spoken-tutorial.org/NMEICT-Intro | |||
08:57 | স্পকেন টিউটোৰিয়েল প্রকল্প দল, | |||
08:59 | স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰে কর্মশালাৰ আয়োজন কৰে। | |||
09:03 | যাৰা অনলাইন পৰীক্ষা পাস কৰে তাদেৰ প্রশংসাপত্র (সার্টিফিকেট) ও দেওয়া হয়। | |||
09:07 | আৰো বিস্তাৰিত জানাৰবাবে contact@spoken-tutorial.org তে যোগযোগ কৰক। | |||
09:15 | অংশগ্রহনেৰবাবে ধন্যবাদ। | |||
09:17 | আমি মৌচুমী মেধি বিদায় নিচ্ছি। |