Blender/C2/Moving-in-3D-Space/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:04 নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত 3D Space ত ন্যাভিগেশনৰ সম্পর্কে।
00:17 মই মৌচুমী মেধি এই টিউটোৰিয়েল-টো অনুবাদ কৰিছো।
00:26 এই টিউটোৰিয়েলটো দেখাৰ পিছত, আমি ব্লেন্ডাৰ ভিউপোর্ট এৰ নিচিনা 3D Space ত প্যান, ৰোটেট আৰু জুম কৰা শিকিম।
00:38 আমি ধৰি লও যে, আপোনি আগৰে পৰাই সিস্টেমত ব্লেন্ডাৰ সংস্থাপন কৰিবলৈ জানে।
00:43 নহলে, ব্লেন্ডাৰ সংস্থাপন কৰাৰ আগৰ টিউটোৰিয়েলটো পঢ়ক।
00:50 ব্লেন্ডাৰত ন্যাভিগেশন, আপোনাৰ উচৰত থকা মাউসৰ ধৰনৰ উপৰত অনেক নির্ভৰ কৰে -
00:56 তিনিটা বাটন থকা মাউচ,
00:58 বা হুইলৰ সৈতে,
01:00 2টা বাটন থকা মাউস আছে।
01:05 আমি এই শৃঙ্খলাৰ ব্লেন্ডাৰ টিউটোৰিয়েলৰ বাবে হুইলৰ সৈতে 2 বাটন থকা মাউস ব্যবহাৰ কৰিছো।
01:13 প্রথম কাৰ্জ, আমি ভিউৰ ঘোৰোৱা চাও ।
01:17 মাউস আৰু কিবোর্ড ব্যবহাৰ কৰি এইটো কৰাৰ তিনটা উপায় আছে।
01:22 প্রথমতে, আমি মাউস হুইল বা স্ক্রলৰ সৈতে Shift কী ব্যবহাৰ কৰিম।
01:27 Shift কী ধৰি ৰাখক, মাউস হুইল তলৰ ফালে টিপক আৰু মাউস ঘোৰাৱাওক।
01:41 দৃশ্যটো মাউসৰ দুয়োটা বাওৰ পৰা সো ফালে আৰু উপৰৰ আৰু তলৰ  গতিৰ মতে ঘোৰে।
01:48 এতিয়া SHIFT কী ধৰি ৰাখক আৰু মাউস হুইল উপৰ আৰু তললৈ স্ক্রল কৰক।
02:00 দৃশ্যটো উপৰ আৰু তললৈ ঘোৰে। এইটো ভিউ ঘোৰাৱাৰ দ্বিতীয় পদ্ধতি।
02:06 SHIFT কী ধৰি ৰাখক আৰু মাউস হুইল তলৰ ফালে স্ক্রল কৰক। ভিউ উপৰৰ ফালে ঘোৰে।
02:19 SHIFT কী ধৰি ৰাখক আৰু মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। ভিউ তলৰ ফালে ঘোৰে।
02:33 ভিউ ঘোৰোৱাৰ তৃতীয় আৰু শেষ পদ্ধতি হল মাউস হুইলৰ সৈতে CTRL কী ব্যবহাৰ কৰা।
02:40 CTRL কী ধৰি ৰাখক আৰু মাউস হুইল স্ক্রল কৰক। ভিউ বাওৰ পৰা সো আৰু বিপৰীত ক্রমে ঘোৰে।
02:55 Ctrl কী ধৰি ৰাখক আৰু মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। ভিউ সো ফালে ঘোৰে।
03:09 Ctrl কী ধৰি ৰাখক আৰু মাউস হুইল তলৰ ফালে স্ক্রল কৰক। ভিউ বাও ফালে ঘোৰে।
03:22 আপোনি ভিউ ঘোৰাবৰ বাবে আপোনাৰ numpad কী ও ব্যবহাৰ কৰিব পাৰিব।
03:29 ctrl কী আৰু numpad 2 ধৰি ৰাখক, ভিউ উপৰৰ ফালে ঘোৰে।
03:37 ctrl কী আৰু numpad 8 ধৰি ৰাখক, ভিউ তলৰ ফালে ঘোৰে।
03:46 ctrl কী আৰু numpad 4 ধৰি ৰাখক, ভিউ বাও ফালে ঘোৰে।
03:55 ctrl কী আৰু numpad 6 ধৰি ৰাখক, ভিউ সো ফালে ঘোৰে।
04:03 আপোনি ল্যাপটপ ব্যবহাৰ কৰি থাকিলে আপোনি নামপ্যাড হিসাবে নম্বৰ কী অনুকৰণ কৰিব লাগিব। নামপ্যাড অনুকৰণ কিভাবে কৰে তাক জানিবলৈ User Preferences এৰ টিউটোৰিয়েল চাওক।
04:19 ঠিক আছে। এতিয়া পৰবর্তী ক্রিয়া ভিউ ৰোটেট কৰা চাম।
04:24 আপোনাৰ মাউস হুইল টিপক আৰু বর্গাকাৰ ৰুপত মাউস ঘোৰাওক।
04:33 এইটোৱে টার্ন টেবোল ঘূর্ণনা দিয়ে।
04:39 আপোনি ঘুর্ণনাৰ ক্রিয়াৰ উপৰত আৰু অধিক নমনীয়তাৰ(flexibility) বাবে ব্লেন্ডাৰত ৰোটেশনৰ  ট্র্যাকবল প্রকাৰও ব্যবহাৰ কৰিব পাৰিব।
04:49 এইটোৰ বাবে, আপোনি User Preferences উইন্ডোত বিকল্প turn tableৰ পৰা trackball লৈ সলোৱা দৰকাৰ।
04:57 এইটো কিভাবে কৰিব পাৰি তাক শিকিবলৈ, User Preferences এৰ টিউটোৰিয়েলটো চাওক।
05:05 ভিউক বাও পৰা সো ফাল লৈ,
05:08 বা উপৰ আৰু তললৈ,
05:09 ৰোটেট কৰা যাব পাৰে।
05:13 এতিয়া ভিউক বাওৰ পৰা সো ফাল লৈ ৰোটেট কৰক।
05:19 ctrl, alt ধৰি ৰাখক আৰু মাউস হুইল উপৰ আৰু তললৈ স্ক্রল কৰক। ভিউ বাওৰ পৰা সো ফালে আৰু বিপৰীত ক্রমত ৰোটেট কৰে।
05:35 ctrl, alt ধৰি ৰাখক আৰু মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। ভিউ বাওফালে ৰোটেট কৰে।
05:47 ctrl, alt ধৰি ৰাখক আৰু মাউস হুইল তলৰ ফালে স্ক্রল কৰক। ভিউ সোফালে ৰোটেট কৰে।
06:00 আপোনি numpadত শর্টকাট কী 4 আৰু 6 ও ব্যবহাৰ কৰিব পাৰিব।
06:07 numpad 4 ত টিপক, এইটো ভিউ বাও ফালে ৰোটেট কৰে।
06:16 numpad 6 ত টিপক, এইটো ভিউ সো ফালে ৰোটেট কৰে।
06:26 এতিয়া আমি ভিউক উপৰ আৰু তলৰলৈ ৰোটেট কৰিম।
06:30 Shift, Alt ধৰি ৰাখক তাৰপিছত মাউস হুইল উপৰ আৰু তললৈ স্ক্রল কৰক। ভিউ উপৰ আৰুৱ তললৈ ৰোটেট হয়।
06:45 Shift, Alt ধৰি ৰাখক তাৰপিছত মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক। ভিউ তলৰ ফালে ৰোটেট হয়।
06:58 Shift, Alt ধৰি ৰাখক  তাৰপিছত মাউস হুইল তলৰ ফালে স্ক্রল কৰক। ভিউ উপৰৰ ফালে ৰোটেট হয়।
07:10 আপোনি numpad ত শর্টকাট কী 2 আৰু 8 ও ব্যবহাৰ কৰিব পাৰিব।
07:16 numpad 2 ত টিপক, এইটো ভিউ উপৰৰ ফালে ৰোটেট কৰে।
07:23 numpad 8 ত টিপক, এইটো ভিউ তলৰ ফালে ৰোটেট কৰে।
07:32 শেষ কাৰ্জ, ভিউক জুম কৰা।
07:36 জুম ইন কৰাৰ বাবে মাউস হুইল উপৰৰ ফালে স্ক্রল কৰক।
07:43 জুম আউট কৰাৰ বাবে মাউস হুইল তলৰ ফালে স্ক্রল কৰক। সহজ, নহয় জানো?
07:51 শর্টকাটৰ বাবে, numpad ত প্লাস আৰু মাইনাস কী ব্যবহাৰ কৰক।
07:58 জুম ইনৰ বাবে numpad + টিপক।
08:04 জুম আউটৰ বাবে numpad - টিপক।
08:10 ইয়াৰ সৈতেই, ব্লেন্ডাৰ ভিউপোর্টত 3D spaceত ন্যাভিগেশনৰ উপৰত টিউটোৰিয়েলটো শেষ কৰিছো।
08:18 এতিয়া 3D viewক ঘোৰাবলৈ, ৰোটেট আৰু জুম কৰাৰ চেষ্টা কৰক। শুভকামনা থাকিল।
08:27 এই প্রকল্পটো ভাৰত সৰকাৰৰ MHRD এৰ "আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশন" দ্বাৰা সমর্থিত।
08:37 এই সম্বন্ধে আৰু তথ্য oscar.iitb.ac.in আৰু http://spoken-tutorial.org/NMEICT-Intro ওয়েবসাইটত উপলব্ধ।
08:57 স্পকেন টিউটোৰিয়েল প্রকল্প দলে,
08:59 স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
09:03 যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
09:07 আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক।
09:15 অংশগ্রহনৰ বাবে ধন্যবাদ।
09:17 মই মৌচুমী মেধি বিদায় লৈছো।

Contributors and Content Editors

Mousumi