Advanced-Cpp/C2/Inheritance/Assamese

From Script | Spoken-Tutorial
Revision as of 11:03, 13 November 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 C++ ত Inheritance উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম
00:06 এই টিউটোৰিয়েলত আমি শিকিম,
00:09 'Inheritance
00:10 inheritance প্রকাৰ
00:12 আমি উদাহৰণ সাহায্যে এই কামটো কৰিম.
00:16 এই টিউটোৰিয়াল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00:19 'উবুন্টু অপাৰেটিং সিস্টেম' সংস্কৰণ 11.10 '
00:24 'g++ compiler সংস্কৰণ 4.6.1
00:28 আমি inheritanceৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো
00:32 যেতিয়া এটা অবজেক্টয়ে অন্যৰ সম্পত্তি ( property) অর্জন কৰে এইটোক inheritance বোলা হয়
00:38 এইটো সিহতক পৰিবর্তন নকৰাকে উপস্থিত থকা বর্গক পুনঃব্যবহাৰ কৰা এটা প্রক্রিয়া হয়.
00:44 inheritance প্রকাৰ
00:45 Single level inheritance
00:48 Multiple level inheritance
00:50 ' Hierarchical Inheritance
00:52 Multilevel inheritance
00:55 Hybrid Inheritance
00: 57 প্রথমে আমি বেস ক্লাছ আৰু দিৰাইভ্দ ক্লাছৰ সম্পর্কে চাও.
01:02 বেস ক্লাছৰ নিজস্ব বৈশিষ্ট্য আৰু কার্যকাৰিতা আছে.
01:06 ইয়াক পেৰেন্ট ক্লাছ হিচাবেও কোৱা হয়.
01:09 ইয়াৰ উচৰত সকলো অবজেক্টয়ে আহৰন কৰিব পৰা সাধাৰণ গুণাবোৰ আছে.
01:14 দিৰাইভ্দ ক্লাছেই ছাইল্দ ক্লাচ হয়.
01:18 দিৰাইভ্দ ক্লাছে বেস বর্গৰ বৈশিষ্ট্য আৰু কার্যকাৰিতা আহৰণ কৰে.
01:23 আমি চাও single levelৰ inheritance কি হয় .
01:27 Single levelৰ inheritanceত মাত্র এটা বেস বর্গ আৰু এটা দিৰাইভ্দ বর্গ প্রয়োজন হয়.
01:34 Multiple ( একাধিক) inheritance
01:37 একাধিক inheritanceত দিৰাইভ্দ ক্লাসে বেস বর্গৰ পৰা একাধিক আহৰণ কৰে.
01: 44 Hierarchical Inheritance
01: 47 Hierarchical Inheritance ত একাধিক দিৰাইভ্দ ক্লাসে এটা বেস বর্গৰ পৰা আহৰণ কৰে.
01:55 Multilevel inheritance
01:57 Multilevel inheritanceত উপশ্রেণীয়ে অন্যান্য শ্রেণীৰ বাবে বেস বর্গ হিসাবে কাম কৰে.
02:05 আৰু Hybrid inheritance
02:08 Hybrid inheritance ত একাধিক inheritanceৰ প্রকাৰ মিলিত হয়
02:14 এতিয়া আমি single levelৰ inheritanceৰ এটা উদাহৰণ চাও.
02:18 আমি ইতিমধেয় সম্পাদকত কোডটো টাইপ কৰিছো.
02:21 আমি এইটোক ব্যাখ্যা কৰিম.
02:23 আমাৰ ফাইলৰ নাম exam_inherit.cpp ' হয়
02:28 উদাহৰণটোৱে ছাত্রৰ name, roll no আৰু marks প্রদর্শন কৰাত জড়িত থাকে.
02:35 এইটো আমাৰ হেডাৰ ফাইল Iostream '
02:38 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
02:42 ইয়াত আমাৰ উচৰত 'student" বর্গ আছে
02:44 তাৰপিছত আমাৰ উচৰত class studentৰ private মেমবাৰ হিচাবে integer ভেৰিয়েবল roll_no and character array name আছে
02:53 ফাংশন 'input ' আৰু ফাংশন 'display ' ক্লাছ ছাত্রৰ (student)পাবলিক ফাংশন হয় .
02:59 ইয়াত আমি roll no. আৰু name of the student ক গ্রহণ কৰিবলৈ আমি 'input' ফাংশন ব্যবহাৰ কৰিম.
03:06 তাৰপিছত অামাৰ উচৰত roll_no আৰু নাম প্রদর্শন কৰিবলৈ display ফাংশন আছে.
03:11 ইয়াতে আমাৰ উচৰত অন্য ক্লাছ 'exam_inherit.'আছে
03:16 এইটো দিৰাইভ্দ ক্ললাছ হয়.
03:18 ই ফাংশন আৰু class studentৰ তথ্য আহৰণ কৰে.
03:23 তাৰপিছত আমি 'sub1, sub2, sub3 আৰু total দিক্লেয়াৰ কৰিছো
03:28 private ভেৰিয়েবল হিসেবে ' class exam_inherit.
03:33 ইয়াতে আমাৰ উচৰত public functions হিচাবে input_exam আৰু display_exam আছে.
03:41 ইয়াত আমি 'exam_inherit" ক্লাছ বন্ধ কৰিম
03:44 এতিয়া আমি তিনটা বিষয়ৰ মাৰ্ক্চ গ্রহণ কৰিবলৈ' input_exam 'ফাংশন ব্যবহাৰ কৰিছো.
03:52 ইয়াতে, আমি তিনটা বিষয়ৰ মোট নিৰুপণ কৰিবলৈ display_exam ফাংশন ব্যবহাৰ কৰিছো.
03:59 তাৰপিছত আমি এটা মোট প্রিন্ট কৰিছো.
04:01 এইটো আমাৰ 'main function হয়.
04:03 ইয়াতে আমি ex হিচাবে exam_inherit ক্লাছৰ এটা অবজেক্ট তৈয়াৰ কৰিছো
04:10 তাৰপিছত আমি ex অবজেক্টটো ব্যবহাৰ কৰি ফাংশন কল (call) কৰিছো
04:15 আৰু এইটো আমাৰ return statement হয়
04:18 আমি প্রোগ্রামটো সম্পাদন কৰো
04:20 আপোনাৰ কীবোর্ডত থকা Ctrl, Alt, আৰু T একেলগে টিপি টার্মিনেল উইন্ডো খুলক.
04:30 কম্পাইল কৰাৰ বাবে টাইপ কৰক
04:31 g++ (space)exam_inherit.cpp (space)-o (space) exam
04:41 Enter টিপক.
04:42 লিখক
04:43 ./exam ' Enter টিপক.
04:46 ইয়াত এনেধৰনে প্রদর্শন কৰা হয়,
04:47 Enter Roll no.:
04:49 আমি 1 হিসাবে দিও
04:51 Enter Name:
04:52 আমি Arya হিসাবে দিও
04:55 Enter marks of subject1
04:57 আমি 60 হিসাবে দিও
05:00 'subject 2ত 70 হিচাবে দিও
05:02 আৰু' subject ত 80 হিচাবে দিও
05:06 আউটপুট এনেধৰনে প্ৰদর্শন কৰা হয়
05:08 Roll no is: 1
05:09 Name is: Arya আৰু
05:11 Total is: 210
05:13 এতিয়া আমি একেই উদাহৰণত multilevel inheritance দেখা পাম
05:18 আমি ইতিমধেয় কোডটো টাইপ কৰিছো.
05:20 আমি আমাৰ সম্পাদকৰলৈ উভতি যাও.
05:22 আমাৰ ফাইলৰ নাম multilevel.cpp হয়
05:28 ইয়াত আমি variable total দিক্লেয়াৰ কৰিছো.
05:32 class exam_inheritৰ public variable হিচাবে.
05:38 ইয়াৰ কাৰণ হল যে private সদস্যবোৰ দিৰাইভ্দ ক্লাছৰ দ্বাৰা উপলব্ধ কৰা নহয়
05:44 ইয়াতে আমাৰ উচৰত অন্য ক্লাছ grade আছে.
05:49 ই ক্লাছ exam_inherit আহৰণ কৰে
05:53 ক্লাছ grade দিৰাইভ্দ ক্লাছ হয়
05:56 আৰু ক্লাছ gradeৰ বাবে ক্লাছ exam_inherit' 'বেস ক্লাছ হয়
06:02 ক্লাস 'exam_inheritৰ 'সমস্ত ফাংছন আৰু' তথ্যবোৰ grade ক্লাছলৈ আহৰন কৰা হয়.
06:11 ইয়াতে ক্লাছ gradeৰ private সদস্য হিচাবে avg দিক্লেয়াৰ কৰিছো
06:17 আৰু public হিচাবে ফাংশন average হয়
06:21 তাৰপিছত আমি ক্লাছ টো বন্ধ কৰিম.
06:23 ইয়াতে আমি গড় নিৰুপণ কৰিবলৈ average ফাংছন বয়ৱহাৰ কৰিছো
06:27 তাৰিছত আমি average প্রিন্ট কৰো
06:30 আমি main ফাংশনৰ ভিতৰত, gd হিচাবে ক্লাছ gradeৰ এটা অবজেক্ট তৈয়াৰ কৰো
06:36 তাৰপিছত আমি 'gd' অবজেক্ট ব্যবহাৰ কৰি সকলো ফাংশন কল কৰো
06:40 'gd.input ()'
06:42 'input_exam'
06:44 'display '
06:45 'display_exam
06:46 আৰু average function.
06:49 আৰু এইটো আমাৰ 'return স্তেটমেন্ট হয়.
06:52 এতিয়া আপোনি দেখিব যে ক্লাছ grade, derived ক্লাছ হয়
06:56 আৰু ক্লাছ grade ৰ বাবে 'exam_inherit' 'বেস ক্লাছ হয়
07:01 আৰু ইয়াত ক্লাছ 'exam_inherit' derived ক্লাছ হয়
07:06 আৰু ক্লাছ 'exam_inherit' 'ৰ বাবে ক্লাছ student 'বেস ক্লাছ হয়
07:12 আমি প্রোগ্রামটো সম্পাদনা কৰো.
07:14 আমি টার্মিনাললৈ আহো.
07:17 কম্পাইল কৰাৰ বাবে টাইপ কৰক
07:18 g++ (space) multilevel.cpp (space) -o (space) mul
07:26 Enter টিপক
07:27 ./mul লিখক
07:30 Enter টিপক
07:32 ইয়াতে আমি চাও,' 'Enter Roll no.:
07:34 আমি 2 হিচাবে লিখো
07:36 Enter Name:
07:38 আমি Pratham হিচাবে লিখো
07:41 Enter marks of subject1
07:43 আমি '65' হিচাবে লিখো
07:46 67 হিচাবে subject2
07:48 '82 হিসাবে subject3'
07:52 আউটপুট এনেধৰনে প্রদর্শন কৰা হয়:
07:54 Roll no is: 2
07:56 Name is: Pratham
07:57 Total is: 214 আৰু
07:59 Average is: 71
08:01 আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো
08:05 আমি স্লাইডবোৰলৈ যাও.
08:07 আমি সংক্ষেপ কৰো
08:08 এই টিউটোৰিয়েলত, আমি শিকিছো,
08:10 Inheritance আৰু
08:11 Inheritanceৰ প্রকাৰ
08:14 এটা নিয়োগ হিসাবে
08:15 এটা ক্লাছ Shape তৈয়াৰ কৰিবলৈ এটা প্রোগ্রাম লিখক.
08:18 তাৰপিছত Area আৰু Perimeter হিচাবে থকা ক্লাছৰ দুটা ফাংশন তৈয়াৰ কৰক.
08:23 তাৰপিছত বিভিন্ন আকাৰ যেনে বর্গক্ষেত্র, আয়তক্ষেত্র আৰু বৃত্ত ৰ এলাকা আৰু বর্গক্ষেত্র উলিয়াওক.
08:31 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
08:34 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:37 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:42 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
08:44 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
08:47 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
08:51 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি
08:53 contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:58 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:02 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:09 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:13 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya