Advanced-Cpp/C2/Inheritance/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. C++ ত Inheritance উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম, |
00:09 | Inheritance, inheritance প্রকাৰ |
00:12 | আমি উদাহৰণ সাহায্যে এই কামটো কৰিম. |
00:16 | এই টিউটোৰিয়াল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো |
00:19 | উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10 |
00:24 | g++ compiler সংস্কৰণ 4.6.1 |
00:28 | আমি inheritanceৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো |
00:32 | যেতিয়া এটা অবজেক্টয়ে অন্যৰ বৈশিস্ঠ ( property) অর্জন কৰে এইটোক inheritance বোলা হয় |
00:38 | এইটো সিহতক পৰিবর্তন নকৰাকে উপস্থিত থকা বর্গক পুনঃব্যবহাৰ কৰা এটা প্রক্রিয়া হয়. |
00:44 | inheritance প্রকাৰ Single level inheritance |
00:48 | Multiple level inheritance |
00:50 | Hierarchical Inheritance |
00:52 | Multilevel inheritance |
00:55 | Hybrid Inheritance |
00:57 | প্রথমে আমি বেস ক্লাছ আৰু দিৰাইভ্দ ক্লাছৰ সম্পর্কে চাও. |
01:02 | বেস ক্লাছৰ নিজস্ব বৈশিষ্ট্য আৰু কার্যকাৰিতা আছে. |
01:06 | ইয়াক পেৰেন্ট ক্লাছ হিচাবেও কোৱা হয়. |
01:09 | ইয়াৰ উচৰত সকলো অবজেক্টয়ে আহৰন কৰিব পৰা সাধাৰণ গুণাবোৰ আছে. |
01:14 | দিৰাইভ্দ ক্লাছেই ছাইল্দ ক্লাচ হয়. |
01:18 | দিৰাইভ্দ ক্লাছে বেস বর্গৰ বৈশিষ্ট্য আৰু কার্যকাৰিতা আহৰণ কৰে. |
01:23 | আমি চাও single levelৰ inheritance কি হয় . |
01:27 | Single levelৰ inheritanceত মাত্র এটা বেস বর্গ আৰু এটা দিৰাইভ্দ বর্গ প্রয়োজন হয়. |
01:34 | Multiple ( একাধিক) inheritance |
01:37 | একাধিক inheritanceত দিৰাইভ্দ ক্লাসে বেস বর্গৰ পৰা একাধিক আহৰণ কৰে. |
01:44 | Hierarchical Inheritance |
01:47 | Hierarchical Inheritance ত একাধিক দিৰাইভ্দ ক্লাসে এটা বেস বর্গৰ পৰা আহৰণ কৰে. |
01:55 | Multilevel inheritance |
01:57 | Multilevel inheritanceত উপশ্রেণীয়ে অন্যান্য শ্রেণীৰ বাবে বেস বর্গ হিসাবে কাম কৰে. |
02:05 | আৰু Hybrid inheritance |
02:08 | Hybrid inheritance ত একাধিক inheritanceৰ প্রকাৰ মিলিত হয় |
02:14 | এতিয়া আমি single levelৰ inheritanceৰ এটা উদাহৰণ চাও. |
02:18 | আমি ইতিমধেয় সম্পাদকত কোডটো টাইপ কৰিছো. |
02:21 | আমি এইটোক ব্যাখ্যা কৰিম. |
02:23 | আমাৰ ফাইলৰ নাম exam_inherit.cpp হয় |
02:28 | উদাহৰণটোৱে ছাত্রৰ name, roll no আৰু marks প্রদর্শন কৰাত জড়িত থাকে. |
02:35 | এইটো আমাৰ হেডাৰ ফাইল Iostream |
02:38 | ইয়াত আমি std namespace ব্যবহাৰ কৰিছো. |
02:42 | ইয়াত আমাৰ উচৰত student" বর্গ আছে |
02:44 | তাৰপিছত আমাৰ উচৰত class studentৰ private মেমবাৰ হিচাবে integer ভেৰিয়েবল roll_no আৰু character array name আছে |
02:53 | ফাংশন input আৰু ফাংশন display ক্লাছ ছাত্রৰ (student)পাবলিক ফাংশন হয় . |
02:59 | ইয়াত আমি roll no. আৰু name of the student ক গ্রহণ কৰিবলৈ আমি input ফাংশন ব্যবহাৰ কৰিম. |
03:06 | তাৰপিছত অামাৰ উচৰত roll_no আৰু name প্রদর্শন কৰিবলৈ display ফাংশন আছে. |
03:11 | ইয়াতে আমাৰ উচৰত অন্য এটা ক্লাছ আছে exam_inherit. |
03:16 | এইটো দিৰাইভ্দ ক্ললাছ হয়. |
03:18 | ই ফাংশন আৰু class studentৰ তথ্য আহৰণ কৰে. |
03:23 | তাৰপিছত আমি sub1, sub2, sub3 আৰু total দিক্লেয়াৰ কৰিছো |
03:28 | private ভেৰিয়েবল হিচাবে class exam_inherit. |
03:33 | ইয়াতে আমাৰ উচৰত public functions হিচাবে input_exam আৰু display_exam আছে. |
03:41 | ইয়াত আমি exam_inherit" ক্লাছ বন্ধ কৰিম |
03:44 | এতিয়া আমি তিনটা বিষয়ৰ মাৰ্ক্চ গ্রহণ কৰিবলৈ input_exam ফাংশন ব্যবহাৰ কৰিছো. |
03:52 | ইয়াতে, আমি তিনটা বিষয়ৰ মোট নিৰুপণ কৰিবলৈ display_exam ফাংশন ব্যবহাৰ কৰিছো. |
03:59 | তাৰপিছত আমি এটা মোট প্রিন্ট কৰিছো. |
04:01 | এইটো আমাৰ main function হয়. |
04:03 | ইয়াতে আমি ex হিচাবে exam_inherit ক্লাছৰ এটা অবজেক্ট তৈয়াৰ কৰিছো |
04:10 | তাৰপিছত আমি ex অবজেক্টটো ব্যবহাৰ কৰি ফাংশন কল (call) কৰিছো |
04:15 | আৰু এইটো আমাৰ return স্টেতমেন্ট হয় |
04:18 | আমি প্রোগ্রামটো সম্পাদন কৰো |
04:20 | আপোনাৰ কীবোর্ডত থকা Ctrl, Alt, আৰু T একেলগে টিপি টার্মিনেল উইন্ডো খুলক. |
04:30 | কম্পাইল কৰাৰ বাবে টাইপ কৰক, g++ (স্পেচ)exam_inherit.cpp (স্পেচ)-o (স্পেচ) exam |
04:41 | Enter টিপক, লিখক, ./exam Enter টিপক. |
04:46 | ইয়াত এনেধৰনে প্রদর্শন কৰা হয়, Enter Roll no.: |
04:49 | আমি 1 হিসাবে দিও |
04:51 | Enter Name: আমি Arya হিসাবে দিও |
04:55 | Enter marks of subject1 |
04:57 | আমি 60 হিসাবে দিও |
05:00 | subject 2ত 70 হিচাবে দিও |
05:02 | আৰু subject 3ত 80 হিচাবে দিও |
05:06 | আউটপুট এনেধৰনে প্ৰদর্শন কৰা হয় |
05:08 | Roll no is: 1 , Name is: Arya আৰু |
05:11 | Total is: 210 |
05:13 | এতিয়া আমি একেই উদাহৰণত multilevel inheritance দেখা পাম |
05:18 | আমি ইতিমধেয় কোডটো টাইপ কৰিছো. |
05:20 | আমি আমাৰ সম্পাদকৰলৈ উভতি যাও. |
05:22 | আমাৰ ফাইলৰ নাম multilevel.cpp হয় |
05:28 | ইয়াত আমি variable total দিক্লেয়াৰ কৰিছো. |
05:32 | class exam_inheritৰ public variable হিচাবে. |
05:38 | ইয়াৰ কাৰণ হল যে private সদস্যবোৰ দিৰাইভ্দ ক্লাছৰ দ্বাৰা উপলব্ধ কৰা নহয় |
05:44 | ইয়াতে আমাৰ উচৰত অন্য ক্লাছ grade আছে. |
05:49 | ই ক্লাছ exam_inherit আহৰণ কৰে |
05:53 | ক্লাছ grade দিৰাইভ্দ ক্লাছ হয় |
05:56 | আৰু ক্লাছ gradeৰ বাবে ক্লাছ exam_inherit বেস ক্লাছ হয় |
06:02 | ক্লাস exam_inheritৰ সমস্ত ফাংছন আৰু তথ্যবোৰ grade ক্লাছলৈ আহৰন কৰা হয়. |
06:11 | ইয়াতে ক্লাছ gradeৰ private সদস্য হিচাবে avg দিক্লেয়াৰ কৰিছো |
06:17 | আৰু public হিচাবে ফাংশন average হয় |
06:21 | তাৰপিছত আমি ক্লাছ টো বন্ধ কৰিম. |
06:23 | ইয়াতে আমি গড় নিৰুপণ কৰিবলৈ average ফাংছন বয়ৱহাৰ কৰিছো |
06:27 | তাৰিছত আমি average প্রিন্ট কৰো |
06:30 | আমি main ফাংশনৰ ভিতৰত, gd হিচাবে ক্লাছ gradeৰ এটা অবজেক্ট তৈয়াৰ কৰো |
06:36 | তাৰপিছত আমি gd অবজেক্ট ব্যবহাৰ কৰি সকলো ফাংশন কল কৰো |
06:40 | gd.input () |
06:42 | input_exam |
06:44 | display |
06:45 | display_exam , আৰু average function. |
06:49 | আৰু এইটো আমাৰ return স্তেটমেন্ট হয়. |
06:52 | এতিয়া আপোনি দেখিব যে ক্লাছ grade, derived ক্লাছ হয় |
06:56 | আৰু ক্লাছ grade ৰ বাবে exam_inherit বেস ক্লাছ হয় |
07:01 | আৰু ইয়াত ক্লাছ exam_inherit derived ক্লাছ হয় |
07:06 | আৰু ক্লাছ exam_inherit ৰ বাবে ক্লাছ student বেস ক্লাছ হয় |
07:12 | আমি প্রোগ্রামটো সম্পাদনা কৰো. |
07:14 | আমি টার্মিনাললৈ আহো. |
07:17 | কম্পাইল কৰাৰ বাবে টাইপ কৰক g++ (স্পেচ) multilevel.cpp (স্পেচ) -o (স্পেচ) mul |
07:26 | Enter টিপক, ./mul লিখক |
07:30 | Enter টিপক |
07:32 | ইয়াতে আমি চাও, Enter Roll no.: |
07:34 | আমি 2 হিচাবে লিখো |
07:36 | Enter Name: |
07:38 | আমি Pratham হিচাবে লিখো |
07:41 | Enter marks of subject1 |
07:43 | আমি 65 হিচাবে লিখো |
07:46 | 67 হিচাবে subject2 |
07:48 | 82 হিসাবে subject3 |
07:52 | আউটপুট এনেধৰনে প্রদর্শন কৰা হয়: |
07:54 | Roll no is: 2 |
07:56 | Name is: Pratham, Total is: 214 আৰু |
07:59 | Average is: 71 |
08:01 | আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো |
08:05 | আমি স্লাইডবোৰলৈ যাও. |
08:07 | আমি সংক্ষেপ কৰো. এই টিউটোৰিয়েলত, আমি শিকিছো, |
08:10 | Inheritance আৰু, Inheritanceৰ প্রকাৰ |
08:14 | এটা নিয়োগ হিসাবে, এটা ক্লাছ Shape তৈয়াৰ কৰিবলৈ এটা প্রোগ্রাম লিখক. |
08:18 | তাৰপিছত Area আৰু Perimeter হিচাবে থকা ক্লাছৰ দুটা ফাংশন তৈয়াৰ কৰক. |
08:23 | তাৰপিছত বিভিন্ন আকাৰ যেনে বর্গক্ষেত্র, আয়তক্ষেত্র আৰু বৃত্ত ৰ এলাকা আৰু বর্গক্ষেত্র উলিয়াওক. |
08:31 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
08:34 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08:37 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08:42 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে |
08:44 | স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
08:47 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
08:51 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি |
08:53 | contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:58 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
09:02 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
09:09 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
09:13 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |