Jmol-Application/C2/Introduction-to-Jmol-Application/Assamese

From Script | Spoken-Tutorial
Revision as of 10:52, 10 November 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Time Narration

- 00: 01 নমস্কাৰ দৰ্শক সকল - 00: 02 'Jmol অ্যাপ্লিকেশনৰ পৰিচয়ৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম. - 00: 07 এই টিউটোৰিয়েলত, আমি সংক্ষিপ্তভাবে - 00: 11 'Jmol' অ্যাপ্লিকেশন উইন্ডো আৰু কিছু মৌলিক অপাৰেশনৰ সম্পর্কে ব্যাখ্যা কৰিম. - 00: 16 আমি শিকিম - 00: 18 Menu Bar, Tool bar, আৰু Jmol প্যানেল. - 00: 22 কিভাবে: * 'Jmol' প্যানেলেৰ মাপ পৰিবর্তন কৰা. - 00: 25 * সহজ জৈব অণুৰ মডেল তৈয়াৰ কৰা. - 00:28 * এটা Methyl দলৰ সৈতে   hydrogen' সলনি কৰি অণু তৈয়াৰ কৰা. - 00: 34 আমি আৰু শিকিম - 00: 36 * এটা স্থিতিশীল আকাৰ পাবলৈ শক্তি কমোৱা   - 00: 41 আৰু * ইমেজ টো  .mol 'ফাইল' হিসাবে সংৰক্ষণ কৰা. - 00: 45 এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনাৰ - 00: 49 * উচ্চ বিদ্যালয়ৰ ৰসায়ন ‌আৰু  - 00: 50 * প্রাথমিক জৈব ৰসায়নৰ  জ্ঞান থাকা উচিত - 00: 53 এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে আমি ব্যবহাৰ কৰিছো : - 00: 56 * 'উবুন্টু' অপাৰেটিং সিস্টেম সংস্কৰণ. 12.04 - 01: 00 * 'Jmol' সংস্কৰণ 12.2.2 - 01: 03 আৰু * ' Java' সংস্কৰণ 7 - 01: 06 অনুগ্ৰহ কৰি মন কৰক যে - 01: 07 Jmol 'এপলিকেছন ' ভালকে ৰান কৰিবলৈ, আপোনাৰ সিস্টেমত Java  ইনস্টল হৈ থাকা উচিত. - 01: 14 আৰু Jmol অ্যাপ্লিকেশন বিষয়ে, - 01: 17 এইটো এটা মুক্ত আৰু ওপেন সোর্স Molecular Viewer হয়. - 01: 21 * ইয়াক তৈয়াৰ আৰু ৰাসায়নিক স্ট্রাকচাৰৰ 3 মাত্রিক মডেল (3 dimensional models) চাবলৈ ব্যবহৃত হয়. - 01: 27 আৰু proteins আৰু macromoleculesৰ মাধ্যমিক (secondary) স্ট্রাকচাৰ দেখিবলৈ ব্যবহৃত হয়. - 01: 33 তথ্য সংক্রান্ত ডাউনলোড আৰু ইনস্টলেশনৰ বিষয়ে. - 01: 37 'উবুন্টু অপাৰেটিং সিস্টেমৰ বাবে , Jmol এৰ ইনস্টলেশন Ubuntu Software Center ব্যবহাৰ কৰি কৰা হয়. - 01: 45 আমাৰ ওয়েবসাইট 'www.spoken-tutorial.org' ত থকা  Linux সিৰিজত এই টিউটোৰিয়েল অনুসৰণ কৰক - 01: 56 উইন্ডোজ, ম্যাক OS আৰু অ্যান্ড্রয়েড ডিভাইসত ইনস্টলেশনৰ বাবে অনুগ্রহ  কৰি www.jmol.sourceforge.net 'পৰিদর্শন কৰক. - 02: 08 আৰু ইনস্টল কৰিবলৈ ওয়েব পেজত দিয়া নির্দেশাবলী অনুসৰণ কৰক. - 02: 13  মই ইতিমধ্যে মোৰ সিস্টেমত 'উবুন্টু সফটওয়্যাৰ সেন্টাৰ' ব্যবহাৰ কৰি 'Jmol অ্যাপ্লিকেশন' ইনস্টল কৰিছো. - 02: 20 ', Jmol অ্যাপ্লিকেশন' খোলিবলৈ Dash homeত ক্লিক কৰক. - 02: 24 সার্চ বক্সত টাইপ কৰক 'Jmol' . - 02: 27 'Jmol' আইকন পর্দাত প্রদর্শিত হয়. - 02: 30 'Jmol অ্যাপ্লিকেশন' উইন্ডো খোলিবলৈ 'Jmol' আইকনত ক্লিক কৰক. - 02: 35 'Jmol অ্যাপ্লিকেশন' উইন্ডোৰ উপৰত এটা 'menu bar ' আছে. - 02: 40 'menu bar ৰ' তলত এটা Tool bar' আছে. - 02: 43 ইয়াত ' Jmol panel হিসাবে উল্লেখ কৰা  Display এলাকা আছে. - 02: 48 '.' মেনু বাৰত, বিভিন্ন অপশন আছে  যেনেFile, Edit, Display, ইত্যাদি . - 02: 56 ইয়াৰ প্রত্যেকটোৰে বিভিন্ন সাব-অপশন আছে. - 03: 00 অন্যান্য অপশনৰ বাহিৰে Tools ' মেনুৰ উচৰত পৰমাণুৰ মাজৰ দূৰত্ব পৰিমাপ কৰিবলৈ কিছো টোল্চ (tools) আছে. - 03: 07 আমি এই অপশনৰ সম্পর্কে পৰবর্তী টিউটোৰিয়ালত শিকিম. - 03: 12 Help মেনুত Jmol অ্যাপ্লিকেশনৰ 'সম্পর্কে অনেক গুৰুত্বপূর্ণ তথ্য আছে. - 03: 18 ইয়াৰ উচৰত  ইউজাৰ গাইডো আছে যত ডকুমেন্টেশন আছে. - 03: 23 Tool barত ' বহুতো মেনু আইকন আছে. - 03: 27 মেনু আইকনে নির্দিষ্ট ফাংশন সম্পাদনা কৰে: যেনে open, save, export, print  ইত্যাদি - 03: 37 ইয়াতে কিছো আইকণ আছে  যেনে ৰোটেত কৰা মানে ঘোৰোৱা, পৰমাণুৰ সেট নির্বাচন কৰা , দূৰত্ব পৰিমাপ কৰা, ইত্যাদি - 03: 47 "Modelkit" আইকন molecular models (আণবিক মডেল)  তৈয়াৰ আৰু  সম্পাদন কৰিবলৈ ব্যবহৃত হয় . - 03: 53 আমাৰ প্রয়োজন অনুযায়ী 'Jmol প্যানেলৰ মাপ পৰিবর্তন কৰিব পাৰি. - 03: 58 কাৰ্চাৰদাল উইন্ডোৰ কোনো এটা কোণৰ লৈ লৈ যাওক যেতিয়ালৈকে ই এৰো ইন্দিকেটৰ লৈ পৰিবর্তন হয় . - 04: 04 এতিয়া এটা কোণৰ পৰা তলৰফালে বা উপৰৰ ফালে টানি আনি উইন্ডোৰ মাপ পৰিবর্তন কৰক. - 04: 10 menu barত থকা Display মেনু বাৰ প্যানেলৰ মাপ পৰিবর্তন কৰাত বয়ৱহাৰ কৰা হয়. - 04: 16 ' Display menuত ৰ ক্লিক কৰক আৰু Resize বিকল্প  নির্বাচন কৰক. - 04: 20 এটা ডায়লগ বক্স প্রর্দশিত হয় যত আমি প্রস্থ (width ) অাৰু উচ্চতাৰ (height)  মাত্রা (dimensions) pixelsত নির্দিষ্ট কৰিব পাৰো. - 04: 27 আমাক 800 by 600 pixels আকাৰৰ উইন্ডোৰ প্রয়োজন হয়. - 04: 32 সেয়ে, আমি 800 স্পেস 600  টাইপ কৰিম আৰু ' OK' বোতামত ক্লিক কৰিম. - 04: 41 এতিয়া 'Jmol প্যানেলৰ আকাৰ 800 by 600 pixelsলৈ পৰিবর্তিত কৰা হয়. - 04: 47 এতিয়া কিছু সহজ জৈব অণুৰ মডেল তৈয়াৰ কৰিবলৈ আগোৱাই যাও - 04: 53 'Modelkit'এ আমাক শক্তি কমোৱাৰ সৈতে মডেল নির্মাণ আৰু পৰিবর্তন কৰিবলৈ দিয়ে. - 05: 00 tool barত থকা “modelkit”  আইকনত ক্লিক কৰক. - 05: 04 Methaneৰ' এটা মডেল প্যানেলত প্রদর্শিত হয়. - 05: 07   'Jmol প্যানেলৰ উপৰৰ বাঁও কোণৰ অংশত এটা মেনু প্রদর্শিত হয়. - 05: 12 এই মেনুৰ বৈশিষ্ট্যত * সহজেই যোগ কৰা, মোছা ,পৰমাণু ড্র্যাগ কৰাৰ ক্ষমতা অন্তর্ভুক্ত হয়. - 05: 19 * ফাংছনেল (ক্রিয়ামূলক) গ্রুপ যোগ কৰা. - 05: 21 * বন্দক মোছা, যোগ কৰা আৰু ঘোৰোৱা. - 05: 25 * Hydrogens যোগ কৰা, ফাইল মিনিমাইজ কৰা আৰু সংৰক্ষণ কৰা ইত্যাদি. - 05: 30 মেনুত এটা নির্দিষ্ট বৈশিষ্ট্য ব্যবহাৰ কৰাৰ বাবে, দিয়া চেক বক্সত ক্লিক কৰক. - 05: 35 'Modelkit' ফাংশনে আমাক  Methyl groupৰ সৈতে Hydrogen atomক সলনি কৰিবলৈ অনুমতি দিয়ে.  - 05: 41 আপোনি সলাব বিচৰা Hydrogen atomটোলৈ কার্সাৰদাল আনক. - 05: 46 এটা 'ৰঙা ৰিং  Hydrogen atomত প্রদর্শিত হয়. - 05: 50 atomত ক্লিক কৰক. - 05: 52 আপোনি মন কৰিব যে এটা 'Methyl গ্রুপ যোগ কৰা হৈছে. - 05: 56 Methane molecule  এতিয়া  Ethaneলৈ ৰুপান্তৰিত কৰা হৈছে. - 06: 00 আগেই কৰাৰ দৰে একেই পদক্ষেপ পুনৰাবৃত্তি কৰক. 06: 03 ' Propaneৰ এটা মডেল পাবলৈ hydrogen atomত ক্লিক কৰক. - 06: 07 এই অণুৰ উপৰত Energy minimization কৰাত আমাক স্থিতিশীল আকাৰ দিয়ে. - 06: 13 'Energy minimization কৰিবলৈ - 06: 15 'Modelkit মেনু'ত বিকল্পটো তললৈ স্ক্রোল কৰক. - 06: 19 minimize অপশনত ক্লিক কৰক . - 06: 22 আমাৰ উচৰত এতিয়া Propane অণুৰ সবতকে স্থিতিশীল মডেল আছে.  - 06: 28 এই গঠনটো .mol ফাইল হিচাবে চেভ কৰিবলৈ 'Modelkit মেনু' খোলক. - 06: 33 'menu' তললৈ স্ক্রোল কৰক আৰু save file বিকল্পত ক্লিক কৰক. - 06: 37 এটা   Save ডায়লগ বক্স পর্দাত প্রদর্শিত হয়. - 06: 41 আপোনি আপোনাৰ ফাইলখন সংৰক্ষণ কৰিব বিচৰা ফোল্ডাৰত ক্লিক কৰক. - 06: 45 আমি আমাৰ ফাইল সংৰক্ষণৰ বাবে অবস্থান হিসাবে 'Desktop নির্বাচন কৰিছো. - 06: 50 সেয়ে, Desktop নির্বাচন কৰক Open বোতামত ক্লিক কৰক. - 06: 54 ' File Nameলৈ যাওক আৰু টেক্সট বক্সত 'Propane টাইপ কৰক. - 06: 59 Files of Type ত ক্লিক কৰক আৰু 'MOL' বিকল্প  নির্বাচন কৰক. - 07: 03 এতিয়া, ডায়লগ বক্সৰ সো ফালে তললৈ  Save বোতামত ক্লিক কৰক. - 07: 08 Propane ৰ ' '3D' 'মডেলটো .mol ফাইল হিসাবে Desktopত সংৰক্ষিত হব. - 07: 14 'Jmol' 'ৰ পৰা প্রস্থান কৰাৰ বাবে, 'File মেনুত ক্লিক কৰক আৰু প্রোগ্রামৰ পৰা প্রস্থান কৰাৰ বাবে, Exit' বিকল্প নির্বাচন কৰক. - 07: 21 সংক্ষেপ কৰা যাওক. - 07: 22 এই টিউটোৰিয়েলত আমি শিকিছো: - 07: 25 * Jmol অ্যাপ্লিকেশন 'উইন্ডোৰ সম্পর্কে. - 07: 27 * 'Jmol প্যানেল.' পুনৰায় আকাৰ কৰা - 07: 29 * Methane, Ethane আৰু Propaneৰ নিচিনা সহজ জৈব অণুৰ 3D মডেল তৈয়াৰ কৰিবল টুল বাৰত থকা Modelkit ফাংশন  ব্যবহাৰ কৰক. - 07: 40 * Methyl groupৰ সৈতে Hydrogenৰ অনুকল্প (substitution ) দ্বাৰা অণু তৈয়াৰ কৰক. - 07: 45 *এটা স্থিতিশীল আকাৰ পাবলৈ Energy minimization কৰা . - 07: 48 *আৰু .mol ফাইল  হিসাবে ইমেজ সংৰক্ষণ কৰা. - 07: 52 Jmol Modelkit ' ফাংশন ব্যবহাৰ কৰি: নিম্নলিখিত অণুৰ মডেল বনাবলৈ  - 07: 58 * * 2-4 Dimethyl Pentane আৰু 3-Ethyl, 5-Methyl Heptane. - 08: 03 * এটা স্থিতিশীল আকাৰ পাবলৈ শক্তি ( energy) কম কৰক. - 08: 07 ' .mol ফাইল' হিসাবে  ইমেজ সংৰক্ষণ কৰক. - 08: 11 * টুল বাৰত 'থকা 'rotate molecule' ব্যবহাৰ কৰি মডেলটো ঘোৰাওক. - 08: 15 আপোনাৰ সম্পন্ন নিয়োগ এনেধৰনৰ দেখাত উচিত.
08:19 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
08:22 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:26 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:30 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
08:36 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
08:40 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:47 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:52 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:59 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:04 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble