Jmol-Application/C2/Introduction-to-Jmol-Application/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search

Time Narration

00:01 নমস্কাৰ দৰ্শক সকল Jmol অ্যাপ্লিকেশনৰ পৰিচয়ৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম.
00:07 এই টিউটোৰিয়েলত, আমি সংক্ষিপ্তভাবে
00:11 Jmol অ্যাপ্লিকেশন উইন্ডো আৰু কিছু মৌলিক অপাৰেশনৰ সম্পর্কে ব্যাখ্যা কৰিম.
00:16 আমি শিকিম
00:18 Menu Bar, Tool bar, আৰু Jmol প্যানেল.
00:22 কিভাবে: * 'Jmol' প্যানেলেৰ মাপ পৰিবর্তন কৰা.
00:25 * সহজ জৈব অণুৰ মডেল তৈয়াৰ কৰা.
00:28 এটা Methyl দলৰ সৈতে hydrogen' সলনি কৰি অণু তৈয়াৰ কৰা.
00:34 আমি আৰু শিকিম
00:36 এটা স্থিতিশীল আকাৰ পাবলৈ শক্তি কমোৱা
00:41 আৰু * ইমেজ টো .mol 'ফাইল' হিসাবে সংৰক্ষণ কৰা.
00:45 এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনাৰ
00:49 * উচ্চ বিদ্যালয়ৰ ৰসায়ন ‌আৰু
00:50 * প্রাথমিক জৈব ৰসায়নৰ জ্ঞান থাকা উচিত
00:53 এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে আমি ব্যবহাৰ কৰিছো :
00:56 * 'উবুন্টু' অপাৰেটিং সিস্টেম সংস্কৰণ 12.04
01:00 * 'Jmol' সংস্কৰণ 12.2.2
01:03 আৰু * ' Java' সংস্কৰণ 7
01:06 অনুগ্ৰহ কৰি মন কৰক যে Jmolএপলিকেছন ' ভালকে ৰান কৰিবলৈ, আপোনাৰ সিস্টেমত Java ইনস্টল হৈ থাকা উচিত.
01:14 আৰু Jmol অ্যাপ্লিকেশন বিষয়ে,
01:17 এইটো এটা মুক্ত আৰু ওপেন সোর্স Molecular Viewer হয়.
01:21 * ইয়াক তৈয়াৰ আৰু ৰাসায়নিক স্ট্রাকচাৰৰ 3 মাত্রিক মডেল (3 dimensional models) চাবলৈ ব্যবহৃত হয়.
01:27 আৰু proteins আৰু macromoleculesৰ মাধ্যমিক (secondary) স্ট্রাকচাৰ দেখিবলৈ ব্যবহৃত হয়.
01:33 তথ্য সংক্রান্ত ডাউনলোড আৰু ইনস্টলেশনৰ বিষয়ে.
01:37 'উবুন্টু অপাৰেটিং সিস্টেমৰ বাবে , Jmol এৰ ইনস্টলেশন Ubuntu Software Center ব্যবহাৰ কৰি কৰা হয়.
01:45 আমাৰ ওয়েবসাইট 'www.spoken-tutorial.org' ত থকা Linux সিৰিজত এই টিউটোৰিয়েল অনুসৰণ কৰক
01:56 উইন্ডোজ, ম্যাক OS আৰু অ্যান্ড্রয়েড ডিভাইসত ইনস্টলেশনৰ বাবে অনুগ্রহ কৰি www.jmol.sourceforge.net 'পৰিদর্শন কৰক.
02:08 আৰু ইনস্টল কৰিবলৈ ওয়েব পেজত দিয়া নির্দেশাবলী অনুসৰণ কৰক.
02:13 মই ইতিমধ্যে মোৰ সিস্টেমত 'উবুন্টু সফটওয়্যাৰ সেন্টাৰ' ব্যবহাৰ কৰি 'Jmol অ্যাপ্লিকেশন' ইনস্টল কৰিছো.
02:20 Jmol অ্যাপ্লিকেশন' খোলিবলৈ Dash homeত ক্লিক কৰক.
02:24 সার্চ বক্সত টাইপ কৰক 'Jmol' .
02:27 'Jmol' আইকন পর্দাত প্রদর্শিত হয়.
02:30 'Jmol অ্যাপ্লিকেশন' উইন্ডো খোলিবলৈ 'Jmol' আইকনত ক্লিক কৰক.
02:35 'Jmol অ্যাপ্লিকেশন' উইন্ডোৰ উপৰত এটা 'menu bar ' আছে.
02:40 'menu bar ৰ' তলত এটা Tool bar' আছে.
02:43 ইয়াত ' Jmol panel হিসাবে উল্লেখ কৰা Display এলাকা আছে.
02:48 মেনু বাৰত, বিভিন্ন অপশন আছে যেনেFile, Edit, Display, ইত্যাদি .
02:56 ইয়াৰ প্রত্যেকটোৰে বিভিন্ন সাব-অপশন আছে.
03:00 অন্যান্য অপশনৰ বাহিৰে Tools ' মেনুৰ উচৰত পৰমাণুৰ মাজৰ দূৰত্ব পৰিমাপ কৰিবলৈ কিছো টোল্চ (tools) আছে.
03:07 আমি এই অপশনৰ সম্পর্কে পৰবর্তী টিউটোৰিয়ালত শিকিম.
03:12 Help মেনুত Jmol অ্যাপ্লিকেশনৰ 'সম্পর্কে অনেক গুৰুত্বপূর্ণ তথ্য আছে.
03:18 ইয়াৰ উচৰত ইউজাৰ গাইডো আছে যত ডকুমেন্টেশন আছে.
03:23 Tool barত ' বহুতো মেনু আইকন আছে.
03:27 মেনু আইকনে নির্দিষ্ট ফাংশন সম্পাদনা কৰে: যেনে open, save, export, print ইত্যাদি
03:37 ইয়াতে কিছো আইকণ আছে যেনে ৰোটেত কৰা মানে ঘোৰোৱা, পৰমাণুৰ সেট নির্বাচন কৰা , দূৰত্ব পৰিমাপ কৰা, ইত্যাদি
03:47 "Modelkit" আইকন molecular models (আণবিক মডেল) তৈয়াৰ আৰু সম্পাদন কৰিবলৈ ব্যবহৃত হয় .
03:53 আমাৰ প্রয়োজন অনুযায়ী 'Jmol প্যানেলৰ মাপ পৰিবর্তন কৰিব পাৰি.
03:58 কাৰ্চাৰদাল উইন্ডোৰ কোনো এটা কোণৰ লৈ লৈ যাওক যেতিয়ালৈকে ই এৰো ইন্দিকেটৰ লৈ পৰিবর্তন হয় .
04:04 এতিয়া এটা কোণৰ পৰা তলৰফালে বা উপৰৰ ফালে টানি আনি উইন্ডোৰ মাপ পৰিবর্তন কৰক.
04:10 menu barত থকা Display মেনু বাৰ প্যানেলৰ মাপ পৰিবর্তন কৰাত বয়ৱহাৰ কৰা হয়.
04:16 ' Display menuত ক্লিক কৰক আৰু Resize বিকল্প নির্বাচন কৰক.
04:20 এটা ডায়লগ বক্স প্রর্দশিত হয় যত আমি প্রস্থ (width ) অাৰু উচ্চতাৰ (height) মাত্রা (dimensions) pixelsত নির্দিষ্ট কৰিব পাৰো.
04:27 আমাক 800 by 600 pixels আকাৰৰ উইন্ডোৰ প্রয়োজন হয়.
04:32 সেয়ে, আমি 800 স্পেস 600 টাইপ কৰিম আৰু ' OK' বোতামত ক্লিক কৰিম.
04:41 এতিয়া 'Jmol প্যানেলৰ আকাৰ 800 by 600 pixelsলৈ পৰিবর্তিত কৰা হয়.
04:47 এতিয়া কিছু সহজ জৈব অণুৰ মডেল তৈয়াৰ কৰিবলৈ আগোৱাই যাও
04:53 'Modelkit'এ আমাক শক্তি কমোৱাৰ সৈতে মডেল নির্মাণ আৰু পৰিবর্তন কৰিবলৈ দিয়ে.
05:00 tool barত থকা “modelkit” আইকনত ক্লিক কৰক.
05:04 Methaneৰ' এটা মডেল প্যানেলত প্রদর্শিত হয়.
05:07 'Jmol প্যানেলৰ উপৰৰ বাঁও কোণৰ অংশত এটা মেনু প্রদর্শিত হয়.
05:12 এই মেনুৰ বৈশিষ্ট্যত * সহজেই যোগ কৰা, মোছা ,পৰমাণু ড্র্যাগ কৰাৰ ক্ষমতা অন্তর্ভুক্ত হয়.
05:19 * ফাংছনেল (ক্রিয়ামূলক) গ্রুপ যোগ কৰা.
05:21 * বন্দক মোছা, যোগ কৰা আৰু ঘোৰোৱা.
05:25 * Hydrogens যোগ কৰা, ফাইল মিনিমাইজ কৰা আৰু সংৰক্ষণ কৰা ইত্যাদি.
05:30 মেনুত এটা নির্দিষ্ট বৈশিষ্ট্য ব্যবহাৰ কৰাৰ বাবে, দিয়া চেক বক্সত ক্লিক কৰক.
05:35 'Modelkit' ফাংশনে আমাক Methyl groupৰ সৈতে Hydrogen atomক সলনি কৰিবলৈ অনুমতি দিয়ে.
05:41 আপোনি সলাব বিচৰা Hydrogen atomটোলৈ কার্সাৰদাল আনক.
05:46 এটা 'ৰঙা ৰিং Hydrogen atomত প্রদর্শিত হয়.
05:50 atomত ক্লিক কৰক.
05:52 আপোনি মন কৰিব যে এটা 'Methyl গ্রুপ যোগ কৰা হৈছে.
05:56 Methane molecule এতিয়া Ethaneলৈ ৰুপান্তৰিত কৰা হৈছে.
06:00 আগেই কৰাৰ দৰে একেই পদক্ষেপ পুনৰাবৃত্তি কৰক.
06:03 ' Propaneৰ এটা মডেল পাবলৈ hydrogen atomত ক্লিক কৰক.
06:07 এই অণুৰ উপৰত Energy minimization কৰাত আমাক স্থিতিশীল আকাৰ দিয়ে.
06:13 'Energy minimization কৰিবলৈ
06:15 'Modelkit মেনু'ত বিকল্পটো তললৈ স্ক্রোল কৰক.
06:19 minimize অপশনত ক্লিক কৰক .
06:22 আমাৰ উচৰত এতিয়া Propane অণুৰ সবতকে স্থিতিশীল মডেল আছে.
06:28 এই গঠনটো .mol ফাইল হিচাবে চেভ কৰিবলৈ 'Modelkit মেনু' খোলক.
06:33 'menu' তললৈ স্ক্রোল কৰক আৰু save file বিকল্পত ক্লিক কৰক.
06:37 এটা Save ডায়লগ বক্স পর্দাত প্রদর্শিত হয়.
06:41 আপোনি আপোনাৰ ফাইলখন সংৰক্ষণ কৰিব বিচৰা ফোল্ডাৰত ক্লিক কৰক.
06:45 আমি আমাৰ ফাইল সংৰক্ষণৰ বাবে অবস্থান হিসাবে 'Desktopত নির্বাচন কৰিছো.
06:50 সেয়ে, Desktop নির্বাচন কৰক Open বোতামত ক্লিক কৰক.
06:54 ' File Nameলৈ যাওক আৰু টেক্সট বক্সত 'Propane টাইপ কৰক.
06:59 Files of Type ত ক্লিক কৰক আৰু 'MOL' বিকল্প নির্বাচন কৰক.
07:03 এতিয়া, ডায়লগ বক্সৰ সো ফালে তললৈ Save বোতামত ক্লিক কৰক.
07:08 Propane ৰ ' '3D' 'মডেলটো .mol ফাইল হিসাবে Desktopত সংৰক্ষিত হব.
07:14 'Jmol' 'ৰ পৰা প্রস্থান কৰাৰ বাবে, 'File মেনুত ক্লিক কৰক আৰু প্রোগ্রামৰ পৰা প্রস্থান কৰাৰ বাবে, Exit' বিকল্প নির্বাচন কৰক.
07:21 সংক্ষেপ কৰা যাওক.
07:22 এই টিউটোৰিয়েলত আমি শিকিছো:
07:25 * Jmol অ্যাপ্লিকেশন 'উইন্ডোৰ সম্পর্কে.
07:27 * 'Jmol প্যানেল' পুনৰায় আকাৰ কৰা
07:29 * Methane, Ethane আৰু Propaneৰ নিচিনা সহজ জৈব অণুৰ 3D মডেল তৈয়াৰ কৰিবল টুল বাৰত থকা Modelkit ফাংশন ব্যবহাৰ কৰক.
07:40 * Methyl groupৰ সৈতে Hydrogenৰ অনুকল্প (substitution ) দ্বাৰা অণু তৈয়াৰ কৰক.
07:45 *এটা স্থিতিশীল আকাৰ পাবলৈ Energy minimization কৰা.
07:48 *আৰু .mol ফাইল হিসাবে ইমেজ সংৰক্ষণ কৰা.
07:52 "'Jmol Modelkit ফাংশন ব্যবহাৰ কৰি: নিম্নলিখিত অণুৰ মডেল বনাবলৈ
07:58 * * 2-4 Dimethyl Pentane আৰু 3-Ethyl, 5-Methyl Heptane.
08:03 * এটা স্থিতিশীল আকাৰ পাবলৈ শক্তি (energy) কম কৰক.
08:07 ' .mol ফাইল' হিসাবে ইমেজ সংৰক্ষণ কৰক.
08:11 * টুল বাৰত থকা "'rotate molecule' ব্যবহাৰ কৰি মডেলটো ঘোৰাওক.
08:15 আপোনাৰ সম্পন্ন নিয়োগ এনেধৰনৰ দেখাত উচিত.
08:19 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
08:22 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:26 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:30 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
08:36 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
08:40 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:47 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:52 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:59 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:04 এই পাঠটি মৌচুমি মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble