Jmol-Application/C2/Introduction-to-Jmol-Application/Assamese
From Script | Spoken-Tutorial
Time | Narration
|
- | 00: 01 | নমস্কাৰ দৰ্শক সকল | - | 00: 02 | 'Jmol অ্যাপ্লিকেশনৰ পৰিচয়ৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম. | - | 00: 07 | এই টিউটোৰিয়েলত, আমি সংক্ষিপ্তভাবে | - | 00: 11 | 'Jmol' অ্যাপ্লিকেশন উইন্ডো আৰু কিছু মৌলিক অপাৰেশনৰ সম্পর্কে ব্যাখ্যা কৰিম. | - | 00: 16 | আমি শিকিম | - | 00: 18 | Menu Bar, Tool bar, আৰু Jmol প্যানেল. | - | 00: 22 | কিভাবে: * 'Jmol' প্যানেলেৰ মাপ পৰিবর্তন কৰা. | - | 00: 25 | * সহজ জৈব অণুৰ মডেল তৈয়াৰ কৰা. | - | 00:28 | * এটা Methyl দলৰ সৈতে hydrogen' সলনি কৰি অণু তৈয়াৰ কৰা. | - | 00: 34 | আমি আৰু শিকিম | - | 00: 36 | * এটা স্থিতিশীল আকাৰ পাবলৈ শক্তি কমোৱা | - | 00: 41 | আৰু * ইমেজ টো .mol 'ফাইল' হিসাবে সংৰক্ষণ কৰা. | - | 00: 45 | এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনাৰ | - | 00: 49 | * উচ্চ বিদ্যালয়ৰ ৰসায়ন আৰু | - | 00: 50 | * প্রাথমিক জৈব ৰসায়নৰ জ্ঞান থাকা উচিত | - | 00: 53 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে আমি ব্যবহাৰ কৰিছো : | - | 00: 56 | * 'উবুন্টু' অপাৰেটিং সিস্টেম সংস্কৰণ. 12.04 | - | 01: 00 | * 'Jmol' সংস্কৰণ 12.2.2 | - | 01: 03 | আৰু * ' Java' সংস্কৰণ 7 | - | 01: 06 | অনুগ্ৰহ কৰি মন কৰক যে | - | 01: 07 | Jmol 'এপলিকেছন ' ভালকে ৰান কৰিবলৈ, আপোনাৰ সিস্টেমত Java ইনস্টল হৈ থাকা উচিত. | - | 01: 14 | আৰু Jmol অ্যাপ্লিকেশন বিষয়ে, | - | 01: 17 | এইটো এটা মুক্ত আৰু ওপেন সোর্স Molecular Viewer হয়. | - | 01: 21 | * ইয়াক তৈয়াৰ আৰু ৰাসায়নিক স্ট্রাকচাৰৰ 3 মাত্রিক মডেল (3 dimensional models) চাবলৈ ব্যবহৃত হয়. | - | 01: 27 | আৰু proteins আৰু macromoleculesৰ মাধ্যমিক (secondary) স্ট্রাকচাৰ দেখিবলৈ ব্যবহৃত হয়. | - | 01: 33 | তথ্য সংক্রান্ত ডাউনলোড আৰু ইনস্টলেশনৰ বিষয়ে. | - | 01: 37 | 'উবুন্টু অপাৰেটিং সিস্টেমৰ বাবে , Jmol এৰ ইনস্টলেশন Ubuntu Software Center ব্যবহাৰ কৰি কৰা হয়. | - | 01: 45 | আমাৰ ওয়েবসাইট 'www.spoken-tutorial.org' ত থকা Linux সিৰিজত এই টিউটোৰিয়েল অনুসৰণ কৰক | - | 01: 56 | উইন্ডোজ, ম্যাক OS আৰু অ্যান্ড্রয়েড ডিভাইসত ইনস্টলেশনৰ বাবে অনুগ্রহ কৰি www.jmol.sourceforge.net 'পৰিদর্শন কৰক. | - | 02: 08 | আৰু ইনস্টল কৰিবলৈ ওয়েব পেজত দিয়া নির্দেশাবলী অনুসৰণ কৰক. | - | 02: 13 | মই ইতিমধ্যে মোৰ সিস্টেমত 'উবুন্টু সফটওয়্যাৰ সেন্টাৰ' ব্যবহাৰ কৰি 'Jmol অ্যাপ্লিকেশন' ইনস্টল কৰিছো. | - | 02: 20 | ', Jmol অ্যাপ্লিকেশন' খোলিবলৈ Dash homeত ক্লিক কৰক. | - | 02: 24 | সার্চ বক্সত টাইপ কৰক 'Jmol' . | - | 02: 27 | 'Jmol' আইকন পর্দাত প্রদর্শিত হয়. | - | 02: 30 | 'Jmol অ্যাপ্লিকেশন' উইন্ডো খোলিবলৈ 'Jmol' আইকনত ক্লিক কৰক. | - | 02: 35 | 'Jmol অ্যাপ্লিকেশন' উইন্ডোৰ উপৰত এটা 'menu bar ' আছে. | - | 02: 40 | 'menu bar ৰ' তলত এটা Tool bar' আছে. | - | 02: 43 | ইয়াত ' Jmol panel হিসাবে উল্লেখ কৰা Display এলাকা আছে. | - | 02: 48 | '.' মেনু বাৰত, বিভিন্ন অপশন আছে যেনেFile, Edit, Display, ইত্যাদি . | - | 02: 56 | ইয়াৰ প্রত্যেকটোৰে বিভিন্ন সাব-অপশন আছে. | - | 03: 00 | অন্যান্য অপশনৰ বাহিৰে Tools ' মেনুৰ উচৰত পৰমাণুৰ মাজৰ দূৰত্ব পৰিমাপ কৰিবলৈ কিছো টোল্চ (tools) আছে. | - | 03: 07 | আমি এই অপশনৰ সম্পর্কে পৰবর্তী টিউটোৰিয়ালত শিকিম. | - | 03: 12 | Help মেনুত Jmol অ্যাপ্লিকেশনৰ 'সম্পর্কে অনেক গুৰুত্বপূর্ণ তথ্য আছে. | - | 03: 18 | ইয়াৰ উচৰত ইউজাৰ গাইডো আছে যত ডকুমেন্টেশন আছে. | - | 03: 23 | Tool barত ' বহুতো মেনু আইকন আছে. | - | 03: 27 | মেনু আইকনে নির্দিষ্ট ফাংশন সম্পাদনা কৰে: যেনে open, save, export, print ইত্যাদি | - | 03: 37 | ইয়াতে কিছো আইকণ আছে যেনে ৰোটেত কৰা মানে ঘোৰোৱা, পৰমাণুৰ সেট নির্বাচন কৰা , দূৰত্ব পৰিমাপ কৰা, ইত্যাদি | - | 03: 47 | "Modelkit" আইকন molecular models (আণবিক মডেল) তৈয়াৰ আৰু সম্পাদন কৰিবলৈ ব্যবহৃত হয় . | - | 03: 53 | আমাৰ প্রয়োজন অনুযায়ী 'Jmol প্যানেলৰ মাপ পৰিবর্তন কৰিব পাৰি. | - | 03: 58 | কাৰ্চাৰদাল উইন্ডোৰ কোনো এটা কোণৰ লৈ লৈ যাওক যেতিয়ালৈকে ই এৰো ইন্দিকেটৰ লৈ পৰিবর্তন হয় . | - | 04: 04 | এতিয়া এটা কোণৰ পৰা তলৰফালে বা উপৰৰ ফালে টানি আনি উইন্ডোৰ মাপ পৰিবর্তন কৰক. | - | 04: 10 | menu barত থকা Display মেনু বাৰ প্যানেলৰ মাপ পৰিবর্তন কৰাত বয়ৱহাৰ কৰা হয়. | - | 04: 16 | ' Display menuত ৰ ক্লিক কৰক আৰু Resize বিকল্প নির্বাচন কৰক. | - | 04: 20 | এটা ডায়লগ বক্স প্রর্দশিত হয় যত আমি প্রস্থ (width ) অাৰু উচ্চতাৰ (height) মাত্রা (dimensions) pixelsত নির্দিষ্ট কৰিব পাৰো. | - | 04: 27 | আমাক 800 by 600 pixels আকাৰৰ উইন্ডোৰ প্রয়োজন হয়. | - | 04: 32 | সেয়ে, আমি 800 স্পেস 600 টাইপ কৰিম আৰু ' OK' বোতামত ক্লিক কৰিম. | - | 04: 41 | এতিয়া 'Jmol প্যানেলৰ আকাৰ 800 by 600 pixelsলৈ পৰিবর্তিত কৰা হয়. | - | 04: 47 | এতিয়া কিছু সহজ জৈব অণুৰ মডেল তৈয়াৰ কৰিবলৈ আগোৱাই যাও | - | 04: 53 | 'Modelkit'এ আমাক শক্তি কমোৱাৰ সৈতে মডেল নির্মাণ আৰু পৰিবর্তন কৰিবলৈ দিয়ে. | - | 05: 00 | tool barত থকা “modelkit” আইকনত ক্লিক কৰক. | - | 05: 04 | Methaneৰ' এটা মডেল প্যানেলত প্রদর্শিত হয়. | - | 05: 07 | 'Jmol প্যানেলৰ উপৰৰ বাঁও কোণৰ অংশত এটা মেনু প্রদর্শিত হয়. | - | 05: 12 | এই মেনুৰ বৈশিষ্ট্যত * সহজেই যোগ কৰা, মোছা ,পৰমাণু ড্র্যাগ কৰাৰ ক্ষমতা অন্তর্ভুক্ত হয়. | - | 05: 19 | * ফাংছনেল (ক্রিয়ামূলক) গ্রুপ যোগ কৰা. | - | 05: 21 | * বন্দক মোছা, যোগ কৰা আৰু ঘোৰোৱা. | - | 05: 25 | * Hydrogens যোগ কৰা, ফাইল মিনিমাইজ কৰা আৰু সংৰক্ষণ কৰা ইত্যাদি. | - | 05: 30 | মেনুত এটা নির্দিষ্ট বৈশিষ্ট্য ব্যবহাৰ কৰাৰ বাবে, দিয়া চেক বক্সত ক্লিক কৰক. | - | 05: 35 | 'Modelkit' ফাংশনে আমাক Methyl groupৰ সৈতে Hydrogen atomক সলনি কৰিবলৈ অনুমতি দিয়ে. | - | 05: 41 | আপোনি সলাব বিচৰা Hydrogen atomটোলৈ কার্সাৰদাল আনক. | - | 05: 46 | এটা 'ৰঙা ৰিং Hydrogen atomত প্রদর্শিত হয়. | - | 05: 50 | atomত ক্লিক কৰক. | - | 05: 52 | আপোনি মন কৰিব যে এটা 'Methyl গ্রুপ যোগ কৰা হৈছে. | - | 05: 56 | Methane molecule এতিয়া Ethaneলৈ ৰুপান্তৰিত কৰা হৈছে. | - | 06: 00 | আগেই কৰাৰ দৰে একেই পদক্ষেপ পুনৰাবৃত্তি কৰক. | - | 06: 03 | ' Propaneৰ এটা মডেল পাবলৈ hydrogen atomত ক্লিক কৰক. | - | 06: 07 | এই অণুৰ উপৰত Energy minimization কৰাত আমাক স্থিতিশীল আকাৰ দিয়ে. | - | 06: 13 | 'Energy minimization কৰিবলৈ | - | 06: 15 | 'Modelkit মেনু'ত বিকল্পটো তললৈ স্ক্রোল কৰক. | - | 06: 19 | minimize অপশনত ক্লিক কৰক . | - | 06: 22 | আমাৰ উচৰত এতিয়া Propane অণুৰ সবতকে স্থিতিশীল মডেল আছে. | - | 06: 28 | এই গঠনটো .mol ফাইল হিচাবে চেভ কৰিবলৈ 'Modelkit মেনু' খোলক. | - | 06: 33 | 'menu' তললৈ স্ক্রোল কৰক আৰু save file বিকল্পত ক্লিক কৰক. | - | 06: 37 | এটা Save ডায়লগ বক্স পর্দাত প্রদর্শিত হয়. | - | 06: 41 | আপোনি আপোনাৰ ফাইলখন সংৰক্ষণ কৰিব বিচৰা ফোল্ডাৰত ক্লিক কৰক. | - | 06: 45 | আমি আমাৰ ফাইল সংৰক্ষণৰ বাবে অবস্থান হিসাবে 'Desktop নির্বাচন কৰিছো. | - | 06: 50 | সেয়ে, Desktop নির্বাচন কৰক Open বোতামত ক্লিক কৰক. | - | 06: 54 | ' File Nameলৈ যাওক আৰু টেক্সট বক্সত 'Propane টাইপ কৰক. | - | 06: 59 | Files of Type ত ক্লিক কৰক আৰু 'MOL' বিকল্প নির্বাচন কৰক. | - | 07: 03 | এতিয়া, ডায়লগ বক্সৰ সো ফালে তললৈ Save বোতামত ক্লিক কৰক. | - | 07: 08 | Propane ৰ ' '3D' 'মডেলটো .mol ফাইল হিসাবে Desktopত সংৰক্ষিত হব. | - | 07: 14 | 'Jmol' 'ৰ পৰা প্রস্থান কৰাৰ বাবে, 'File মেনুত ক্লিক কৰক আৰু প্রোগ্রামৰ পৰা প্রস্থান কৰাৰ বাবে, Exit' বিকল্প নির্বাচন কৰক. | - | 07: 21 | সংক্ষেপ কৰা যাওক. | - | 07: 22 | এই টিউটোৰিয়েলত আমি শিকিছো: | - | 07: 25 | * Jmol অ্যাপ্লিকেশন 'উইন্ডোৰ সম্পর্কে. | - | 07: 27 | * 'Jmol প্যানেল.' পুনৰায় আকাৰ কৰা | - | 07: 29 | * Methane, Ethane আৰু Propaneৰ নিচিনা সহজ জৈব অণুৰ 3D মডেল তৈয়াৰ কৰিবল টুল বাৰত থকা Modelkit ফাংশন ব্যবহাৰ কৰক. | - | 07: 40 | * Methyl groupৰ সৈতে Hydrogenৰ অনুকল্প (substitution ) দ্বাৰা অণু তৈয়াৰ কৰক. | - | 07: 45 | *এটা স্থিতিশীল আকাৰ পাবলৈ Energy minimization কৰা . | - | 07: 48 | *আৰু .mol ফাইল হিসাবে ইমেজ সংৰক্ষণ কৰা. | - | 07: 52 | Jmol Modelkit ' ফাংশন ব্যবহাৰ কৰি: নিম্নলিখিত অণুৰ মডেল বনাবলৈ | - | 07: 58 | * * 2-4 Dimethyl Pentane আৰু 3-Ethyl, 5-Methyl Heptane. | - | 08: 03 | * এটা স্থিতিশীল আকাৰ পাবলৈ শক্তি ( energy) কম কৰক. | - | 08: 07 | ' .mol ফাইল' হিসাবে ইমেজ সংৰক্ষণ কৰক. | - | 08: 11 | * টুল বাৰত 'থকা 'rotate molecule' ব্যবহাৰ কৰি মডেলটো ঘোৰাওক. | - | 08: 15 | আপোনাৰ সম্পন্ন নিয়োগ এনেধৰনৰ দেখাত উচিত. |
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
08:19 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08:22 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08:26 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08:30 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08:36 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08:40 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08:47 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08:52 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
08:59 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
09:04 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |