GChemPaint/C2/Overview-of-GChemPaint/Assamese

From Script | Spoken-Tutorial
Revision as of 10:05, 10 November 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00: 01 নমস্কাৰ দৰ্শক সকল. Overview of GChemPaintৰ  এই টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম.
00: 07 এই টিউটোৰিয়েলত, আমি শিকিম,
00: 10  তাৰ সকলো উপয়োগ ফাইলবোৰৰ সৈতে  'GChemPaint' ইনস্টল কৰা
00: 15 'GChemPaint' আৰু তাৰ উপযোগ সফটওয়্যাৰৰ মেনুবাৰ  চাওক
00: 20   'GChemPaint' ইউজাৰ ম্যানুয়াল ব্যবহাৰ
00: 23 বিভিন্ন 'GChemPaint' ইউটিলিটি সফটওয়্যাৰ ব্যবহাৰ কৰা
00: 27 আমি 'GChemPaint' আৰু 'Jmol অ্যাপ্লিকেশনৰ  সম্পর্ক চাম.
00: 33 'GChemPaint' ব্যবহাৰ কৰি অকা বিভিন্ন গঠনৰ এটা দ্রুত বর্ণনা.
00: 39 এই টিউটোৰিয়েলৰ বাবে আমি ব্যবহাৰ কৰিছো
00: 41 'উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম' সংস্কৰণ 12.04.
00: 45 'GChemPaint' সংস্কৰণ 0.12.10.
00: 50 'GChemCalc' সংস্কৰণ 0.12.10.
00: 55 'GChem3D' সংস্কৰণ 0.12.10.
01: 00 'GChemTable' সংস্কৰণ 0.12.10.
01: 05 'Jmol অ্যাপ্লিকেশন' সংস্কৰণ 12.2.2
01: 10 এই টিউটোৰিয়েল অনুশীলন কৰিবলৈ, আপোনাক প্রয়োজন হব
01: 13 উচ্চ বিদ্যালয়ৰ ৰসায়নৰ জ্ঞান আৰু
01: 15 ইন্টাৰনেট সংযোগ
01: 19   GChemPaint কি হয়, চাও.
01: 22 'GChemPaint' ', Gnome-2' ডেস্কটপৰ বাবে এটা 2D ৰাসায়নিক গঠন এডিটৰ হয়.
01: 28 ইয়াৰ উচৰত উপযোগ বৈশিষ্ট্য হিচাবে " GChemCalc ',' GChem3D 'আৰু' 'GChemTable"' আছে'.
01: 35 'GChemPaint' মাত্র 'লিনাক্স অপাৰেটিং সিস্টেমতহে উপলব্ধ হয়.
01: 39 'GChemPaint' ', Gnome Chemistry Utilsত অন্তর্ভুক্ত কৰা হয়
01: 44 'GChemPaint' আৰু তাৰ সকলো উপযোগ ফাইল Synaptic Package Manager ' ব্যবহাৰ' কৰি "উবুন্টু লিনাক্স অপাৰেটিং" সিস্টেমত ইনস্টল কৰা হয়.
01: 53 'Synaptic Package Manager' ৰ উপৰত আৰু তথ্যেৰ বাবে
01: 56 আমাৰ ওয়েবসাইটত থকা  লিনাক্সৰ 'সিৰিজ' পঢ়ক.
02: 02 'Synaptic Package Manager' উইন্ডোত নিম্নলিখিত ইউটিলিটি চেক কৰক.
02: 07 'gchempaint'
02: 09 'libgcu0'
02: 11 gcu-plugin
02: 13 'libgcu-dbg
02: 16 'gcu-bin
02: 19 এতিয়া আমি '"User Manual"' লৈ যাও.
02: 22 User Manual এ"'   'GChemPaint' আৰু তাৰ ইউটিলিটি ব্যবহাৰ বিষয়ে সংক্ষেপে ব্যাখ্যা কৰে.
02: 28 'GChemPaint' 'এ' এই লিঙ্কত ইউজাৰ ম্যানুয়াল প্রদান  কৰিছে 'http: //gchemutils.nongnu.org/paint/manual/index.html' .
02: 34 'GChemPaint' আৰু তাৰ সকলো ইউটিলিটিৰ মেনু-বাৰ, ' 'উবুন্টু ডেস্কটপ' মেনু-বাৰত প্রদর্শিত হব.
02: 43 এইটো GChemPaint ৰ টুল বক্স হয়.
02: 46 আমি বিভিন্ন গঠন আঁকিবলৈ বিভিন্ন সৰঞ্জাম(tools) ব্যবহাৰ কৰিম.
02: 51 টুল বক্সৰ উচৰত  Current elementক  প্রতিস্থাপন কৰিবলৈ এটা inbuilt Periodic Table  আছে.
02: 57 ইয়াতে  টুল বক্সত বিভিন্ন সৰঞ্জাম(tools) ব্যবহাৰ কৰি ভিন্ন গঠন আকা হৈছে.
03: 03 সিৰিজৰ সময়ত, আমি এই টুলবোৰ ব্যবহাৰ কৰি বিভিন্ন গঠন আঁকাৰ পদ্ধতি ব্যাখ্যা কৰিম.
03: 10 এতিয়া আমি 'GChemPaint' এৰ ইউটিলিটি সফটওয়্যাৰ সম্পর্কে আলোচনা কৰিম.
03: 15 এইটো  'ৰাসায়নিক ক্যালকুলেটৰ'(Chemical Calculator ) উইন্ডো হয়. 
03: 19 আমি সার্চ বাৰত '"C3H8"' টাইপ কৰিম আৰু  এন্টাৰ  টিপো.
03: 25 এই উইন্ডোয়ে প্রোপেনৰ 'Isotropic প্যাটার্ন' '" ৰ বিবৰণ দেখায়.
03: 32 এইটো GChem3D 'উইন্ডো' হয়.
03: 35 'GChemPaint'ত আকি থোৱা 2D গঠনৰ 3D মডেল দেখায়.
03: 41 GChemPaint এৰ নতুন সংস্কৰণত অণুৰ 3D ৰেন্ডাৰিং উন্নতি হৈছে.
03: 47 এইটো GChemTable 'উইন্ডো' হয়.
03: 49 ইয়াত উপাদানৰ Periodic Table' আৰু তাৰ প্রবণত( trends) আছে.
03: 54 'GChemPaint' ত আৰু এটা অনন্য বৈশিষ্ট্য আছে.
03: 58 GChemPaint ত অকা 2D গঠন 3D গঠন হিচাবে Jmol অ্যাপ্লিকেশন ত দেখা যায়.
04: 06 3Dত গঠন দেখিবলৈ, 'GChemPaint' ফাইল .mol ফৰ্মেটত সংৰক্ষণ হব লাগিব.
04: 21 Jmol অ্যাপ্লিকেশন ৰ' এটা সংক্ষিপ্ত পৰিচয়.
04: 25 এইটো মুত্ত আৰু ওপেন সোর্স 'Molecular Viewer (আনবিক ভিউয়াৰ)' হয়.
04: 29 ই ৰাসায়নিক গঠনৰ ৩ মাত্রিক মডেল তৈয়াৰ কৰিবলৈ আৰু চাবলৈ ব্যবহৃত হয়.
04: 34 'proteins' আৰু macromolecules এৰ দ্বিতীয়( secondary) গঠন দেখিবলৈ ব্যবহৃত হয়.
04: 40 অধিক বিবৰণৰ বাবে, আমাৰ ওয়েবসাইটত থকা ' Jmol অ্যাপ্লিকেশন সিৰিজ চাওক.
04: 47 'GChemPaint' সিৰিজত, আমি কিছো উত্তেজনাপূর্ণ  বৈশিষ্ট্য শিকিম, যেনে -
04: 52 Templates আৰু Residuesৰ ব্যবহাৰ.
04: 56  অণু আৰু বন্ড বনোৱা.
05: 01 Aromatic Molecular structures
05: 06 Orbital overlap
05: 10 Resonance Structures
05: 14   '3D"" গঠন চাওক
05: 18 ' Periodic Tableৰ  প্রবণতা চাওক .
05: 23 আমি সংক্ষেপ কৰো.
05: 25 আমি এই টিউটোৰিয়েলত শিকিম,
05: 27 সকলো উপযোগ ফাইলবোৰৰ সৈতে 'GChemPaint' ইনস্টল কৰা.
05: 32 'GChemPaint' আৰু তাৰ উপযোগ সফটওয়্যাৰৰ 'মেনুবাৰ  চাওক.
05: 36 'GChemPaint' ইউজাৰ ম্যানুয়ালৰ ব্যবহাৰ
05: 39 'GChemPaint' ইউটিলিটি সফটওয়্যাৰৰ ব্যবহাৰ
05: 43 আৰু 'GChemPaint' আৰু 'Jmol অ্যাপ্লিকেশন' ৰ সম্পর্কৰ বিষয়ে.
05: 48 আমি 'GChemPaint' 'ত আকিব পৰা বিভিন্ন গঠনবোৰো চাম.
05: 54 তলৰ সংযোগত থকা ভিদিয়'তো চাওক http://spoken-tutorial.org/What_is_a_Spoken_Tutorial. স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
05: 59 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
06: 03 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
06: 07 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
06: 10 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
06: 16 স্পোকেন টিউটোৰিয়াল প্রকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
06: 20 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
06: 26 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
06: 31 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi