GChemPaint/C2/Overview-of-GChemPaint/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Overview of GChemPaintৰ এই টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম.
00:07 এই টিউটোৰিয়েলত, আমি শিকিম,
00:10 তাৰ সকলো উপয়োগ ফাইলবোৰৰ সৈতে 'GChemPaint' ইনস্টল কৰা
00:15 'GChemPaint' আৰু তাৰ উপযোগ সফটওয়্যাৰৰ মেনুবাৰ চাওক
00:20 'GChemPaint' ইউজাৰ ম্যানুয়াল ব্যবহাৰ
00:23 বিভিন্ন 'GChemPaint' ইউটিলিটি সফটওয়্যাৰ ব্যবহাৰ কৰা
00:27 আমি 'GChemPaint' আৰু 'Jmol অ্যাপ্লিকেশনৰ সম্পর্ক চাম.
00:33 'GChemPaint' ব্যবহাৰ কৰি অকা বিভিন্ন গঠনৰ এটা দ্রুত বর্ণনা.
00:39 এই টিউটোৰিয়েলৰ বাবে আমি ব্যবহাৰ কৰিছো
00:41 'উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম' সংস্কৰণ 12.04.
00:45 'GChemPaint' সংস্কৰণ 0.12.10.
00:50 'GChemCalc' সংস্কৰণ 0.12.10.
00:55 'GChem3D' সংস্কৰণ 0.12.10.
01:00 'GChemTable' সংস্কৰণ 0.12.10.
01:05 'Jmol অ্যাপ্লিকেশন' সংস্কৰণ 12.2.2
01:10 এই টিউটোৰিয়েল অনুশীলন কৰিবলৈ, আপোনাক প্রয়োজন হব
01:13 উচ্চ বিদ্যালয়ৰ ৰসায়নৰ জ্ঞান আৰু
01:15 ইন্টাৰনেট সংযোগ
01:19 GChemPaint কি হয়, চাও.
01:22 'GChemPaint' ', Gnome-2' ডেস্কটপৰ বাবে এটা 2D ৰাসায়নিক গঠন এডিটৰ হয়.
01:28 ইয়াৰ উচৰত উপযোগ বৈশিষ্ট্য হিচাবে " GChemCalc ',' GChem3D 'আৰু' 'GChemTable"' আছে'.
01:35 'GChemPaint' মাত্র 'লিনাক্স অপাৰেটিং সিস্টেমতহে উপলব্ধ হয়.
01:39 'GChemPaint' ', Gnome Chemistry Utilsত অন্তর্ভুক্ত কৰা হয়
01:44 'GChemPaint' আৰু তাৰ সকলো উপযোগ ফাইল Synaptic Package Manager ' ব্যবহাৰ' কৰি "উবুন্টু লিনাক্স অপাৰেটিং" সিস্টেমত ইনস্টল কৰা হয়.
01:53 'Synaptic Package Manager' ৰ উপৰত আৰু তথ্যেৰ বাবে
01:56 আমাৰ ওয়েবসাইটত থকা লিনাক্সৰ 'সিৰিজ' পঢ়ক.
02:02 'Synaptic Package Manager' উইন্ডোত নিম্নলিখিত ইউটিলিটি চেক কৰক.
02:07 'gchempaint'
02:09 'libgcu0'
02:11 gcu-plugin
02:13 'libgcu-dbg
02:16 'gcu-bin
02:19 এতিয়া আমি '"User Manual"' লৈ যাও.
02:22 User Manual এ"' 'GChemPaint' আৰু তাৰ ইউটিলিটি ব্যবহাৰ বিষয়ে সংক্ষেপে ব্যাখ্যা কৰে.
02:28 'GChemPaint' 'এ' এই লিঙ্কত ইউজাৰ ম্যানুয়াল প্রদান কৰিছে 'http://gchemutils.nongnu.org/paint/manual/index.html' .
02:34 'GChemPaint' আৰু তাৰ সকলো ইউটিলিটিৰ মেনু-বাৰ, ' 'উবুন্টু ডেস্কটপ' মেনু-বাৰত প্রদর্শিত হব.
02:43 এইটো GChemPaint ৰ টুল বক্স হয়.
02:46 আমি বিভিন্ন গঠন আঁকিবলৈ বিভিন্ন সৰঞ্জাম(tools) ব্যবহাৰ কৰিম.
02:51 টুল বক্সৰ উচৰত Current elementক প্রতিস্থাপন কৰিবলৈ এটা inbuilt Periodic Table আছে.
02:57 ইয়াতে টুল বক্সত বিভিন্ন সৰঞ্জাম(tools) ব্যবহাৰ কৰি ভিন্ন গঠন আকা হৈছে.
03:03 সিৰিজৰ সময়ত, আমি এই টুলবোৰ ব্যবহাৰ কৰি বিভিন্ন গঠন আঁকাৰ পদ্ধতি ব্যাখ্যা কৰিম.
03:10 এতিয়া আমি 'GChemPaint' এৰ ইউটিলিটি সফটওয়্যাৰ সম্পর্কে আলোচনা কৰিম.
03:15 এইটো 'ৰাসায়নিক ক্যালকুলেটৰ'(Chemical Calculator ) উইন্ডো হয়.
03:19 আমি সার্চ বাৰত '"C3H8"' টাইপ কৰিম আৰু এন্টাৰ টিপো.
03:25 এই উইন্ডোয়ে প্রোপেনৰ 'Isotropic প্যাটার্ন' '" ৰ বিবৰণ দেখায়.
03:32 এইটো GChem3D 'উইন্ডো' হয়.
03:35 'GChemPaint'ত আকি থোৱা 2D গঠনৰ 3D মডেল দেখায়.
03:41 GChemPaint এৰ নতুন সংস্কৰণত অণুৰ 3D ৰেন্ডাৰিং উন্নতি হৈছে.
03:47 এইটো GChemTable 'উইন্ডো' হয়.
03:49 ইয়াত উপাদানৰ Periodic Table' আৰু তাৰ প্রবণত( trends) আছে.
03:54 'GChemPaint' ত আৰু এটা অনন্য বৈশিষ্ট্য আছে.
03:58 GChemPaint ত অকা 2D গঠন 3D গঠন হিচাবে Jmol অ্যাপ্লিকেশন ত দেখা যায়.
04:06 3Dত গঠন দেখিবলৈ, 'GChemPaint' ফাইল .mol ফৰ্মেটত সংৰক্ষণ হব লাগিব.
04:21 Jmol অ্যাপ্লিকেশন ৰ' এটা সংক্ষিপ্ত পৰিচয়.
04:25 এইটো মুত্ত আৰু ওপেন সোর্স 'Molecular Viewer (আনবিক ভিউয়াৰ)' হয়.
04:29 ই ৰাসায়নিক গঠনৰ ৩ মাত্রিক মডেল তৈয়াৰ কৰিবলৈ আৰু চাবলৈ ব্যবহৃত হয়.
04:34 'proteins' আৰু macromolecules এৰ দ্বিতীয়( secondary) গঠন দেখিবলৈ ব্যবহৃত হয়.
04:40 অধিক বিবৰণৰ বাবে, আমাৰ ওয়েবসাইটত থকা ' Jmol অ্যাপ্লিকেশন সিৰিজ চাওক.
04:47 'GChemPaint' সিৰিজত, আমি কিছো উত্তেজনাপূর্ণ বৈশিষ্ট্য শিকিম, যেনে -
04:52 Templates আৰু Residuesৰ ব্যবহাৰ.
04:56 অণু আৰু বন্ড বনোৱা.
05:01 Aromatic Molecular structures
05:06 Orbital overlap
05:10 Resonance Structures
05:14 '3D"" গঠন চাওক
05:18 ' Periodic Tableৰ প্রবণতা চাওক .
05:23 আমি সংক্ষেপ কৰো.
05:25 আমি এই টিউটোৰিয়েলত শিকিম,
05:27 সকলো উপযোগ ফাইলবোৰৰ সৈতে 'GChemPaint' ইনস্টল কৰা.
05:32 'GChemPaint' আৰু তাৰ উপযোগ সফটওয়্যাৰৰ 'মেনুবাৰ চাওক.
05:36 'GChemPaint' ইউজাৰ ম্যানুয়ালৰ ব্যবহাৰ
05:39 'GChemPaint' ইউটিলিটি সফটওয়্যাৰৰ ব্যবহাৰ
05:43 আৰু 'GChemPaint' আৰু 'Jmol অ্যাপ্লিকেশন' ৰ সম্পর্কৰ বিষয়ে.
05:48 আমি 'GChemPaint' 'ত আকিব পৰা বিভিন্ন গঠনবোৰো চাম.
05:54 তলৰ সংযোগত থকা ভিদিয়'তো চাওক http://spoken-tutorial.org/What_is_a_Spoken_Tutorial. স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
05:59 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
06:03 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
06:07 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
06:10 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
06:16 স্পোকেন টিউটোৰিয়াল প্রকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
06:20 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
06:26 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
06:31 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi