GChemPaint/C3/Charts-in-GChemTable/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল, GChemTable ত Chart (চার্ট) ৰ এই টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়েলত আমি শিকিম: |
00:09 | এলিমেন্টাল চার্ট আৰু |
00:11 | "কাস্টম" চার্ট তৈয়াৰ কৰা। |
00:15 | এই টিউটোৰিয়েলৰ বাবে আমি |
00:18 | উবুন্টু লিনাক্স OS সংস্কৰণ 12.04, |
00:21 | GChemPaint সংস্কৰণ 0.12.10 |
00:25 | আৰু GChemTable সংস্কৰণ 0.12.10ব্যবহাৰ কৰিছো। |
00:31 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ |
00:35 | এলিমেন্টৰ Periodic টেবোল আৰু |
00:37 | GChemPaint এৰ সৈতে পৰিচিত হোৱাতো উচিত। |
00:40 | নহলে, আমাৰ ওয়েবসাইট পৰিদর্শন কৰক। |
00:44 | এটা নতুন GChemTable উইন্ডো খোলক। |
00:49 | Dash Home ত টিপক। |
00:51 | প্রদর্শিত সার্চ বাৰত “gchemtable” লিখক। |
00:55 | Periodic table of the elements আইকনত টিপক। |
01:00 | View মেনুত টিপক, Element Charts নির্বাচন কৰক। |
01:05 | এটা সাবমেনু খোলে যিয়ে বিকল্পৰ তালিকা প্রদর্শন কৰে। |
01:10 | Electro-negativity ত টিপক। |
01:13 | Pauling ইলেকট্রো নেগেটিভিটি আৰু পাৰমাণবিক সংখ্যা (Z) ৰ চার্ট প্রদর্শিত হয়। |
01:18 | চাৰ্টত সর্বোচ্চ ইলেকট্রো নেগেটিভিটিৰ মান হল 4 . |
01:23 | আমি এই চার্ট বন্ধ কৰিম। |
01:26 | একেইভাবে, View মেনুত বিভিন্ন চার্ট উপলব্ধ। |
01:29 | Element charts |
01:32 | মই Melting Temperature নির্বাচন কৰিম। |
01:35 | Melting pointৰ সৈতে পাৰমাণবিক সংখ্যা (Z) ৰ চার্ট প্রদর্শিত হয়। |
01:41 | এই তালিকাত কার্বনৰ সর্বোচ্চ melting point আছে। |
01:46 | এতিয়া এই চার্ট বন্ধ কৰিম। |
01:50 | এতিয়া, এটা "কাস্টম" চার্ট তৈয়াৰ কৰা শিকো। |
01:54 | View ত গৈ Element Charts নির্বাচন কৰক আৰু Custom ত টিপক। |
02:01 | Customize Chart আৰু GChemTable Graph উইন্ডো স্ক্রিনত প্রদর্শিত হয়। |
02:07 | Customize Chart উইন্ডোত বাওফালে Graph hierarchy tree আৰু |
02:11 | সোফালে Graph preview আছে। |
02:13 | Graph hierarchy tree এ তাৰ বর্তমান গ্রাফৰ উপাদান আৰু অনুক্রম প্রদর্শন কৰে।***** |
02:20 | অনুক্রমক, প্যানেলত দিয়া বোতাম ব্যবহাৰ কৰি সলাব পাৰি। |
02:25 | Graph preview এ |
02:26 | গ্রাফত পৰিবর্তিত সৰু সংস্কৰণ এটা প্রদর্শন কৰে।********** |
02:31 | Graph hierarchy tree ত |
02:32 | Graph আৰু Chart1 দেখিব পাৰিব। |
02:36 | ডিফল্টৰুপে Graph নির্বাচিত আছে। |
02:39 | এতিয়া তলৰ প্যানেললৈ যাও। |
02:42 | ইয়াত ট্যাববোৰ হল, Style আৰু Theme |
02:46 | ডিফল্টৰুপে Style নির্বাচিত হয়। |
02:51 | ইয়াত দুটা শিৰোনাম হল: Outline আৰু Fill |
02:55 | Outline শিৰোনামত তিনটা ড্রপ ডাউন আছে, |
02:59 | Style, Color আৰু Size |
03:04 | এইবোৰে গ্রাফৰ আউটলাইন বৈশিস্ঠ পৰিবর্তন কৰিবলৈ সাহায্য কৰে। |
03:09 | Style ড্রপ-ডাউনত টিপক আৰু প্রদর্শিত যি কোনো লাইনৰ আকাৰ নির্বাচন কৰক। |
03:15 | আমি উদাহৰণস্বৰুপে Long dash নির্বাচন কৰিম। |
03:20 | উপলব্ধ সকলো ৰঙ দেখিবলৈ Color ড্রপ-ডাউন অ্যাৰোত টিপক। |
03:25 | আমি 'সেউজীয়া' ৰং নির্বাচন কৰিম। |
03:28 | "Size" স্ক্রোলাৰ অ্যাৰোত টিপক আৰু আকাৰ "3.0"লৈ সলাওক। |
03:34 | সকলো পৰিবর্তন Graph preview ত দেখিব পাৰিব। |
03:38 | এতিয়া Fill চাও। |
03:41 | Fill ৰ অধিনত, Type ড্রপ ডাউন বোতাম আছে। |
03:45 | Type ড্রপ ডাউন বোতামত টিপি Pattern নির্বাচন কৰক। |
03:50 | Patternৰ বিকল্পবোৰ এনেধৰনে প্ৰৰ্দশিত হয়. |
03:52 | Pattern, Foreground আৰু Background অন্তর্ভুক্ত। |
03:58 | প্রতিটোৰ বিকল্পত এটা ড্রপ ডাউন আছে।****** |
04:03 | Pattern ড্রপ ডাউনত টিপক |
04:05 | আপোনৰ পছন্দৰ প্যাটার্ন নির্বাচন কৰক। |
04:08 | Foreground এ টিপি 'কমলা' ৰঙ নির্বাচন কৰক। |
04:13 | Backgroundত টিপি 'কলা' ৰঙ নির্বাচন কৰক। |
04:18 | Graph preview এলাকাত পৰিবর্তনবোৰ লক্ষ্য কৰক। |
04:22 | আপোনি Theme ট্যাব বিকল্প অন্বেষণ(explore) কৰিবলৈ পাৰিব। |
04:27 | এতিয়া Chart1 নির্বাচন কৰক। |
04:31 | Add বোতামত টিপক। |
04:34 | বিকল্পৰ তালিকাৰ পৰা Title to Chart1 নির্বাচন কৰক। |
04:39 | এটা নতুন ট্যাবৰ সেত খোলে। |
04:42 | ডিফল্টৰুপে, Data ট্যাব নির্বাচিত হয়। |
04:46 | Text ফীল্ডত, চার্টৰ শিৰোনাম লিখক। |
04:49 | আমি লিখিম Atomic mass হাইফেন Fusion Temperature. |
04:55 | এতিয়া Font ট্যাবত টিপক। |
04:58 | ইয়াত Font type, Font style, font Size আৰু font Color পৰিবর্তন কৰিব পাৰে। |
05:05 | আমি ফন্টৰ আকাৰ 14 কৰিম আৰু ফন্টৰ ৰঙ মেৰুন লৈ সলাম. |
05:13 | Text ট্যাবত টিপক। |
05:15 | ইয়াত আপোনি টেক্সটৰ স্থিতি( Orientation) সলাব পাৰিম। |
05:19 | এইটো দুইভাবে কৰা যায় |
05:21 | এটা হল প্রত্যক্ষভাবে প্রিভিউ ক্ষেত্ৰত টিপি.... |
05:24 | দ্বিতিয়টো হল স্ক্রোলাৰ ব্যবহাৰ কৰি কোণৰ ক্ষেত্র পৰিবর্তন কৰা। |
05:31 | Position ট্যাবত টিপক। |
05:34 | আমি ইয়াক ডিফল্ট ৰুপে থাকিব দিয়ো। |
05:38 | Graph hierarchy tree ত উভতো যাও |
05:41 | Chart1ত টিপক। |
05:43 | Panel উইন্ডোত, তিনিটা টেব |
05:46 | Style, Position আৰু Plot area ট্যাব দেখায়... |
05:50 | ডিফল্টৰুপে Style ট্যাব নির্বাচিত হয়। |
05:54 | এতিয়া Fill লৈ যাও। |
05:56 | Type ড্রপ ডাউনত Unicolor gradient নির্বাচন কৰো। |
06:01 | Direction ড্রপ ডাউন নির্বাচন কৰক আৰু |
06:04 | আপোনৰ পছন্দৰ দিশ নির্বাচন কৰক। |
06:08 | End ড্রপ ডাউনত টিপি আপোনৰ পছন্দৰ ৰঙ নির্বাচন কৰক। |
06:14 | “Brightness” স্লাইডৰ টানক |
06:16 | গ্রেডিয়েন্টৰ উজ্জ্বলতা বঢ়াবলৈ। |
06:19 | Position আৰু Plot area ট্যাবত বিকল্পবোৰ |
06:21 | অন্বেষণ (Explore) কৰক। |
06:25 | এতিয়া Add বোতামত টিপক। |
06:28 | Plot to Chart1 নির্বাচন কৰক। |
06:31 | বিভিন্ন চার্টৰ তালিকাৰ সৈতে সাবমেনু খোলে, যি হল: |
06:34 | XY, Bubble, ColoredXY আৰু DropBar. |
06:40 | প্রতিটো চার্টৰ বিভিন্ন সাব চার্ট বিকল্প আছে। |
06:45 | XY আৰু XY Lines চার্ট বিকল্প নির্বাচন কৰো। |
06:51 | তলত এটা নতুন সেটৰ ট্যাব খোলে। ডিফল্টৰুপে Style ট্যাব নির্বাচিত হয়। |
06:58 | Interpolation লৈ যাওক। |
07:00 | Type স্ক্ৰোলাৰত ক্লিক কৰি “Bezier cubic spline” নির্বাচন কৰক। |
07:06 | Fill লৈ যাওক. |
07:07 | Type স্ক্ৰোলাৰত “Bicolor gradient” নির্বাচন কৰক। |
07:12 | Data ট্যাবত ক্লিক কৰক |
07:13 | চার্টৰ নাম লিখক, |
07:15 | Atomic-mass Vs Fusion temperature |
07:20 | আমি X ত Atomic mass (পাৰমাণবিক ভৰ) নির্বাচন কৰিম। |
07:25 | Y ত Fusion temperature (ফিউশন তাপমাত্রা) নির্বাচন কৰিম। |
07:30 | Markers ট্যাবত টিপক। |
07:33 | এইটো, চার্টত পয়েন্ট চিহ্নিত কৰিবলৈ ব্যবহৃত হয়। |
07:37 | Marker এৰ অধিনত |
07:40 | Shape, Fill, Outline আৰু Size ড্রপ ডাউন আছে। |
07:44 | Shape হিসাবে বৃত্ত(circle) নির্বাচন কৰক। |
07:48 | Fill হিসাবে 'বাদামী' ('brown') আৰু |
07:51 | বাকিবোৰ ডিফল্টৰুপে এৰি দিয়ক। |
07:54 | এতিয়া Apply বোতামত টিপক। |
07:57 | প্রয়োজনীয় চার্ট GChemTable Graph |
08:00 | উইন্ডোত প্রদর্শিত হৈছে। |
08:03 | এইটো ইমেজ ৰুপে সংৰক্ষণ কৰক। |
08:06 | প্রথমে GChemTable Graph উইন্ডোত টিপক। |
08:10 | File ত টিপি |
08:11 | Save As Image ত টিপক। |
08:14 | Save As Image ডায়লগ বাক্স প্রর্দশিত হয়। |
08:18 | File typeক, PS document ৰুপে নির্বাচন কৰক। |
08:22 | আমি ফাইলৰ নাম লিখিম |
08:24 | “my-custom-chart” |
08:27 | আমি ফাইলটো Desktopত সংৰক্ষণ কৰিম। |
08:32 | এতিয়া Save বোতামত টিপক। |
08:35 | ইয়াত সংৰক্ষিত তথ্য আছে। |
08:38 | ফাইলত সো ক্লিক কৰক. |
08:40 | Open with Document Viewer বিকল্পটো বাছক। |
08:44 | এইটো হল আমাৰ গ্রাফ। |
08:47 | সংক্ষেপে, |
08:48 | এই টিউটোৰিয়েলত শিকিছো |
08:51 | এলিমেন্টেল চাৰ্টৰ ইলেকট্রো নেগেটিভিটি, |
08:53 | Melting Point আৰু |
08:55 | কাস্টম চার্ট তৈয়াৰ কৰা। |
08:58 | নির্দেশিত কাম হিসাবে: |
09:00 | বিভিন্ন এলিমেন্টৰ |
09:01 | চার্ট অন্বেষণ (Explore) কৰক। |
09:02 | অন্যান্য XY চার্টৰ ধৰন |
09:05 | "Bubble", "ColoredXY" আৰু "DropBar" চার্টৰ ধৰন |
09:10 | আৰু "SVG" আৰু "PDF" ফাইল ফৰম্যাট চার্ট সংৰক্ষণ কৰক। |
09:16 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক http://spoken-tutorial.org/What_is_a_Spoken_Tutorial |
09:20 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
09:23 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
09:28 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: |
09:30 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
09:33 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
09:36 | অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org |
09:44 | স্পোকেন টিউটোৰিয়াল প্রকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
09:48 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
09:55 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
10:01 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
10:04 | যোগদানৰ বাবে ধন্যবাদ। |