GChemPaint/C3/Charts-in-GChemTable/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল, GChemTableChart (চার্ট) ৰ এই টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত আমি শিকিম:
00:09 এলিমেন্টাল চার্ট আৰু
00:11 "কাস্টম" চার্ট তৈয়াৰ কৰা।
00:15 এই টিউটোৰিয়েলৰ বাবে আমি
00:18 উবুন্টু লিনাক্স OS সংস্কৰণ 12.04,
00:21 GChemPaint সংস্কৰণ 0.12.10
00:25 আৰু GChemTable সংস্কৰণ ""0.12.10ব্যবহাৰ কৰিছো।
00:31 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ
00:35 এলিমেন্টৰ Periodic টেবোল আৰু
00:37 GChemPaint এৰ সৈতে পৰিচিত হোৱাতো উচিত।
00:40 নহলে, আমাৰ ওয়েবসাইট পৰিদর্শন কৰক।
00:44 এটা নতুন GChemTable উইন্ডো খোলক।
00:49 Dash Home ত টিপক।
00:51 প্রদর্শিত সার্চ বাৰত “gchemtable” লিখক।
00:55 Periodic table of the elements আইকনত টিপক।
01:00 View মেনুত টিপক, Element Charts নির্বাচন কৰক।
01:05 এটা সাবমেনু খোলে যিয়ে বিকল্পৰ তালিকা প্রদর্শন কৰে।
01:10 Electro-negativity ত টিপক।
01:13 Pauling ইলেকট্রো নেগেটিভিটি আৰু পাৰমাণবিক সংখ্যা (Z) ৰ চার্ট প্রদর্শিত হয়।
01:18 চাৰ্টত সর্বোচ্চ ইলেকট্রো নেগেটিভিটিৰ মান হল 4 .
01:23 আমি এই চার্ট বন্ধ কৰিম।
01:26 একেইভাবে, View মেনুত বিভিন্ন চার্ট উপলব্ধ।
01:29 Element charts
01:32 মই Melting Temperature নির্বাচন কৰিম।
01:35 Melting pointৰ সৈতে পাৰমাণবিক সংখ্যা (Z) ৰ চার্ট প্রদর্শিত হয়।
01:41 এই তালিকাত কার্বনৰ সর্বোচ্চ melting point আছে।
01:46 এতিয়া এই চার্ট বন্ধ কৰিম।
01:50 এতিয়া, এটা "কাস্টম" চার্ট তৈয়াৰ কৰা শিকো।
01:54 View ত গৈ Element Charts নির্বাচন কৰক আৰু Custom ত টিপক।
02:01 Customize Chart আৰু GChemTable Graph উইন্ডো স্ক্রিনত প্রদর্শিত হয়।
02:07 Customize Chart উইন্ডোত বাওফালে Graph hierarchy tree আৰু
02:11 সোফালে Graph preview আছে।
02:13 Graph hierarchy tree এ তাৰ বর্তমান গ্রাফৰ উপাদান আৰু অনুক্রম প্রদর্শন কৰে।
02:20 অনুক্রমক, প্যানেলত দিয়া বোতাম ব্যবহাৰ কৰি সলাব পাৰি।
02:25 Graph preview এ
02:26 গ্রাফত পৰিবর্তিত সৰু সংস্কৰণ এটা প্রদর্শন কৰে।
02:31 Graph hierarchy tree
02:32 Graph আৰু Chart1 দেখিব পাৰিব।
02:36 ডিফল্টৰুপে Graph নির্বাচিত আছে।
02:39 এতিয়া তলৰ প্যানেললৈ যাও।
02:42 ইয়াত ট্যাববোৰ হল, Style আৰু Theme
02:46 ডিফল্টৰুপে Style নির্বাচিত হয়।
02:51 ইয়াত দুটা শিৰোনাম হল: Outline আৰু Fill.
02:55 Outline শিৰোনামত তিনটা ড্রপ ডাউন আছে,
02:59 Style, Color আৰু Size.
03:04 এইবোৰে গ্রাফৰ আউটলাইন বৈশিস্ঠ পৰিবর্তন কৰিবলৈ সাহায্য কৰে।
03:09 Style ড্রপ-ডাউনত টিপক আৰু প্রদর্শিত যি কোনো লাইনৰ আকাৰ নির্বাচন কৰক।
03:15 আমি উদাহৰণস্বৰুপে Long dash নির্বাচন কৰিম।
03:20 উপলব্ধ সকলো ৰঙ দেখিবলৈ Color ড্রপ-ডাউন অ্যাৰোত টিপক।
03:25 আমি 'সেউজীয়া' ৰং নির্বাচন কৰিম।
03:28 "Size" স্ক্রোলাৰ অ্যাৰোত টিপক আৰু আকাৰ "3.0"লৈ সলাওক।
03:34 সকলো পৰিবর্তন Graph preview ত দেখিব পাৰিব।
03:38 এতিয়া Fill চাও।
03:41 Fill ৰ অধিনত, Type ড্রপ ডাউন বোতাম আছে।
03:45 Type ড্রপ ডাউন বোতামত টিপি Pattern নির্বাচন কৰক।
03:50 Patternৰ বিকল্পবোৰ এনেধৰনে প্ৰৰ্দশিত হয়.
03:52 Pattern, Foreground আৰু Background অন্তর্ভুক্ত।
03:58 প্রতিটোৰ বিকল্পত এটা ড্রপ ডাউন আছে।
04:03 Pattern ড্রপ ডাউনত টিপক.
04:05 আপোনৰ পছন্দৰ প্যাটার্ন নির্বাচন কৰক।
04:08 Foreground ক টিপি 'কমলা' ৰঙ নির্বাচন কৰক।
04:13 Backgroundত টিপি 'কলা' ৰঙ নির্বাচন কৰক।
04:18 Graph preview এলাকাত পৰিবর্তনবোৰ লক্ষ্য কৰক।
04:22 আপোনি Theme ট্যাব বিকল্প অন্বেষণ(explore) কৰিবলৈ পাৰিব।
04:27 এতিয়া Chart1 নির্বাচন কৰক।
04:31 Add বোতামত টিপক।
04:34 বিকল্পৰ তালিকাৰ পৰা Title to Chart1 নির্বাচন কৰক।
04:39 এটা নতুন ট্যাবৰ সেত খোলে।
04:42 ডিফল্টৰুপে, Data ট্যাব নির্বাচিত হয়।
04:46 Text ফীল্ডত, চার্টৰ শিৰোনাম লিখক।
04:49 আমি লিখিম Atomic mass হাইফেন Fusion Temperature.
04:55 এতিয়া Font ট্যাবত টিপক।
04:58 ইয়াত Font type, Font style, font Size আৰু font Color পৰিবর্তন কৰিব পাৰে।
05:05 আমি ফন্টৰ আকাৰ 14 কৰিম আৰু ফন্টৰ ৰঙ মেৰুন ইয়ালৈ সলাম.
05:13 Text ট্যাবত টিপক।
05:15 ইয়াত আপোনি টেক্সটৰ স্থিতি( Orientation) সলাব পাৰিম। 
05:19 এইটো দুইভাবে কৰা যায়
05:21 এটা হল প্রত্যক্ষভাবে প্রিভিউ ক্ষেত্ৰত টিপি....
05:24 দ্বিতিয়টো হল স্ক্রোলাৰ ব্যবহাৰ কৰি কোণৰ ক্ষেত্র পৰিবর্তন কৰা।
05:31 Position ট্যাবত টিপক।
05:34 আমি ইয়াক ডিফল্ট ৰুপে থাকিব দিয়ো।
05:38 Graph hierarchy tree ত উভতি যাও
05:41 Chart1ত টিপক।
05:43 Panel উইন্ডোত, তিনিটা টেব
05:46 Style, Position আৰু Plot area ট্যাব দেখায়...
05:50 ডিফল্টৰুপে Style ট্যাব নির্বাচিত হয়।
05:54 এতিয়া Fill ইয়ালৈ যাও।
05:56 Type ড্রপ ডাউনত Unicolor gradient নির্বাচন কৰো।
06:01 Direction ড্রপ ডাউন নির্বাচন কৰক আৰু
06:04 আপোনৰ পছন্দৰ দিশ নির্বাচন কৰক।
06:08 End ড্রপ ডাউনত টিপি আপোনৰ পছন্দৰ ৰঙ নির্বাচন কৰক।
06:14 “Brightness” স্লাইডৰ টানক
06:16 গ্রেডিয়েন্টৰ উজ্জ্বলতা বঢ়াবলৈ।
06:19 Position আৰু Plot area ট্যাবত বিকল্পবোৰ
06:21 অন্বেষণ (Explore) কৰক।
06:25 এতিয়া Add বোতামত টিপক।
06:28 Plot to Chart1 নির্বাচন কৰক।
06:31 বিভিন্ন চার্টৰ তালিকাৰ সৈতে সাবমেনু খোলে, যি হল:
06:34 XY, Bubble, ColoredXY আৰু DropBar.
06:40 প্রতিটো চার্টৰ বিভিন্ন সাব চার্ট বিকল্প আছে।
06:45 XY আৰু XY Lines চার্ট বিকল্প নির্বাচন কৰো।
06:51 তলত এটা নতুন সেটৰ ট্যাব খোলে। ডিফল্টৰুপে Style ট্যাব নির্বাচিত হয়।
06:58 Interpolation  ইয়ালৈ যাওক।
07:00 Type স্ক্ৰোলাৰত ক্লিক কৰি “Bezier cubic spline” নির্বাচন কৰক।
07:06 Fill ইয়ালৈ যাওক.
07:07 Type স্ক্ৰোলাৰত “Bicolor gradient” নির্বাচন কৰক।
07:12 Data ট্যাবত ক্লিক কৰক
07:13 চার্টৰ নাম লিখক,
07:15 Atomic-mass Vs Fusion temperature
07:20 আমি XAtomic mass (পাৰমাণবিক ভৰ) নির্বাচন কৰিম।
07:25 YFusion temperature (ফিউশন তাপমাত্রা) নির্বাচন কৰিম।
07:30 Markers ট্যাবত টিপক।
07:33 এইটো, চার্টত পয়েন্ট চিহ্নিত কৰিবলৈ ব্যবহৃত হয়।
07:37 Marker এৰ অধিনত
07:40 Shape, Fill, Outline আৰু Size ড্রপ ডাউন আছে।
07:44 Shape হিসাবে বৃত্ত(circle) নির্বাচন কৰক।
07:48 Fill হিসাবে 'বাদামী' ('brown') আৰু
07:51 বাকিবোৰ ডিফল্টৰুপে এৰি দিয়ক।
07:54 এতিয়া Apply বোতামত টিপক।
07:57 প্রয়োজনীয় চার্ট GChemTable Graph
08:00 উইন্ডোত প্রদর্শিত হৈছে।
08:03 এইটো ইমেজ ৰুপে সংৰক্ষণ কৰক।
08:06 প্রথমে GChemTable Graph উইন্ডোত টিপক।
08:10 File ত টিপি
08:11 Save As Image ত টিপক।
08:14 Save As Image ডায়লগ বাক্স প্রর্দশিত হয়।
08:18 File typeক, PS document ৰুপে নির্বাচন কৰক।
08:22 আমি ফাইলৰ নাম লিখিম
08:24 “my-custom-chart”
08:27 আমি ফাইলটো Desktopত সংৰক্ষণ কৰিম।
08:32 এতিয়া Save বোতামত টিপক।
08:35 ইয়াত সংৰক্ষিত তথ্য আছে।
08:38 ফাইলত সো ক্লিক কৰক.
08:40 Open with Document Viewer বিকল্পটো বাছক।
08:44 এইটো হল আমাৰ গ্রাফ।
08:47 সংক্ষেপে,
08:48 এই টিউটোৰিয়েলত শিকিছো
08:51 এলিমেন্টেল চাৰ্টৰ ইলেকট্রো নেগেটিভিটি,
08:53 Melting Point আৰু
08:55 কাস্টম চার্ট তৈয়াৰ কৰা।
08:58 নির্দেশিত কাম হিসাবে:
09:00 বিভিন্ন এলিমেন্টৰ
09:01 চার্ট অন্বেষণ (Explore) কৰক। অন্যান্য XY চার্টৰ ধৰন
09:05 "Bubble", "ColoredXY" আৰু "DropBar" চার্টৰ ধৰন
09:10 আৰু "SVG" আৰু "PDF" ফাইল ফৰম্যাট চার্ট সংৰক্ষণ কৰক।
09:16 তলৰ সংযোগত থকা ভিদিয়'তো চাওক http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
09:20 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
09:23 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
09:28 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:
09:30 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
09:33 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
09:36 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org.
09:44 স্পোকেন টিউটোৰিয়াল প্রকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:48 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়.
09:55 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro এই ৱেবচাইটত পোৱা যাব।
10:01 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
10:04 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya