Advanced-Cpp/C2/Function-Overloading-And-Overriding/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00: 01 | 'C++ত function Overloading আৰু Overridingৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম . |
00: 09 | এই টিউটোৰিয়েলত, আমি শিকিম, |
00: 11 | Function Overloading. |
00: 12 | Function Overriding. |
00: 14 | আমি উদাহৰণ সাহায্যে এই কামটো কৰিম. |
00: 18 | এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো |
00: 21 | 'উবুন্টু অপাৰেটিং সিস্টেম' সংস্কৰণ 11.10 |
00: 26 | g++ compiler সংস্কৰণ 4.6.1 |
00: 30 | আমি' Function Overloading ৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো. |
00: 34 | Function Overloading মানে দুটা অথবা তাতোধিক functionsৰ একেই নাম থাকিব পাৰে. |
00: 41 | argumentsৰ সংখ্যা আৰু arguments ৰ data-type ভিন্ন হয়. |
00: 47 | যেতিয়াই এটা 'ফাংশন' কল কৰা হয় তেতিয়া ই আৰ্গিউমেন্ট তালিকাৰ উপৰত ভিত্তি কৰিহে নির্বাচন কৰা হয়. |
00: 53 | আমি এটা উদাহৰণ চাও. |
00: 56 | আমি ইতিমধ্যে এডিটৰত কোডটো টাইপ কৰিছো. |
00: 59 | এই প্ৰোগ্ৰামত আমি এদিছন অপাৰেশন সম্পাদন কৰিম |
01: 03 | মন কৰক যে আমাৰ ফাইলৰ নাম overload.cpp হয়. |
01: 08 | আমি এতিয়া কোডটো ব্যাখ্যা কৰো. |
01: 10 | এইটো আমাৰ হেডাৰ ফাইল 'হয়' iostream. |
01: 13 | ইয়াত আমি std namespace ব্যবহাৰ কৰিছো. |
01: 17 | তাৰপিছত আমাৰ উচৰত int হিচাবে সংজ্ঞায়িত কৰা add function আছে . |
01: 21 | ইয়াত আমি তিনিটা আর্গুমেন্ট পাস কৰিছো. |
01: 24 | Int a, int b and int c |
01: 28 | তাৰপিছত আমি তিনটা সংখ্যা যোগ কৰিছো. আৰু আমি মানটো উভতাই দিয়ো. |
01: 33 | ইয়াত আমি ফাংশন add 'ওভাৰলোদ কৰো. |
01: 36 | ইয়াক float হিসাবে দিক্লেয়াৰ কৰা হয়. |
01: 38 | আমি দুটা আর্গুমেন্ট float d আৰু float e পাস কৰিছো. |
01: 44 | তাৰপিছত আমি দুটা সংখ্যাৰ উপৰত এদিছন অপাৰেশন সম্পাদনা কৰিছো. |
01: 48 | এইটো হল আমাৰ ' main' ফাংশন. |
01: 50 | function mainত আমি 'বিভিন্ন' আর্গুমেন্টৰ সৈতে add function দিক্লেয়াৰ কৰিছো. |
01: 56 | তাৰপিছত আমি variables দিক্লেয়াৰ কৰিছো. |
01: 58 | ইয়াত আমি ব্যবহাৰকাৰীৰ পৰা integer মান গ্রহণ কৰিছো. |
02: 03 | তাৰপিছত আমি তিনিটা আর্গুমেন্টৰ সৈতে ফাংশন add কল কৰিছো. |
02: 07 | আৰু ভেৰিয়েবল sumত ফলাফলটো সংৰক্ষণ কৰক. |
02: 09 | ইয়াত আমি ফলাফলটো প্রিন্ট কৰো. |
02: 12 | এতিয়া আমি ইয়াত ব্যবহাৰকাৰীৰ পৰা floating point numbers গ্ৰহন কৰিছো. |
02: 17 | তাৰপিছত আমি দুটা আর্গুমেন্টৰ সৈতে add ফাংশন কল কৰো. |
02: 21 | আৰু ইয়াত আমি 'sum প্রিন্ট কৰো. |
02: 23 | আৰু এইটো আমাৰ return স্তেটমেন্ট হয়. |
02: 26 | এতিয়া আমি প্রোগ্রামটো সম্পাদনা কৰো. |
02: 29 | আপোনাৰ কীবোর্ডত একেলগে Ctrl, Alt, আৰু T কি টিপি টার্মিনেল উইন্ডো খুলক. |
02: 38 | সম্পাদনা কৰিবলৈ টাইপ কৰক : g++ স্পেচ overload dot cpp স্পেচ hyphen o স্পেচ over |
02: 49 | Enter টিপক |
02: 51 | লিখক dot slash over |
02: 53 | Enter টিপক |
02: 55 | ই এনেধৰনে প্রদর্শন কৰে: Enter three integers |
02: 58 | আমি 10, 25 আৰু 48 লিখিম |
03: 04 | আউটপুটটো এনেধৰনে প্রদর্শন কৰা হয় : Sum of integers is 83 |
03: 09 | এতিয়া আমি চাও Enter two floating point numbers |
03: 13 | আমি লিখিম 4.5 আৰু 8.9 |
03: 17 | Enter টিপক |
03: 19 | আউটপুটটো এনেধৰে প্রদর্শন হয়: Sum of floating point numbers is 13.4 |
03: 25 | এতিয়া আমি function overriding চাও. |
03: 29 | আমি স্লাইডবোৰলৈ উভতি যাও. |
03: 31 | derived ক্লাছত base class ফাংছন এটাক পুনৰায় সংজ্ঞায়িত কৰক. |
03: 36 | derived class function এ base class functionক ওভাৰৰাইদ কৰে. |
03: 40 | কিন্তু পাশ কৰা argumentsবোৰ একেই. |
03: 44 | আৰু সেই return-type টো একেই. |
03: 47 | আমি এটা উদাহৰণ চাও. |
03: 49 | ইয়াত function Overridingৰ এটা উদাহৰণ আছে. |
03: 53 | আমাৰ ফাইলৰ নাম হল override.cpp. |
03: 57 | আমি কোডটোলৈ যাও. |
04: 00 | এইটো আমাৰ হেডাৰ ফাইল iostream |
04: 03 | ইয়াত আমি std namespace ব্যবহাৰ কৰিছো. |
04: 06 | তাৰপিছত আমাৰ উচৰত class arithmetic আছে. |
04: 09 | ইয়াত আমি protected হিচাবে ইন্টিজাৰ ভেৰিয়েবল দিক্লেয়াৰ কৰিছো. |
04: 14 | তাৰপিছত আমাৰ উচৰত public হিসাবে দিক্লেয়াৰ কৰা function values আছে. |
04: 18 | ইয়াত আমি দুটা আর্গুমেন্ট int x আৰু int y পাছ কৰিছো. |
04: 23 | তাৰপিছত আমি মানটো a and b সংৰক্ষিত কৰিছো |
04: 26 | ইয়াত আমাৰ উচৰত operations হিসাবে 'virtual function আছে. |
04: 30 | ইয়াত আমি সেই দুটা নম্বৰ যোগ কৰো আৰু sumটোক প্রিন্ট কৰো. |
04: 34 | ইয়াত আমি ক্লাছটোক বন্ধ কৰো. |
04: 37 | এতিয়া আমাৰ উচৰত derived class হিসাবে class Subtract আছে . |
04: 41 | এইটোৱে base class arithmetic আহৰণ কৰে. |
04: 45 | ইয়াত আমি দুটা সংখ্যাৰ পার্থক্য নিৰুপণ কৰো আৰু আমাৰ পার্থক্যটো প্রিন্ট কৰো. |
04: 50 | এতিয়া আমাৰ উচৰত Multiply হিচাবে অন্য derived class আছে. |
04: 54 | ই base class arithmetic ও আহৰণ কৰে |
04: 57 | ইয়াত আমি দুটা সংখ্যাৰ গুণফল হিসাব কৰি আৰু তাক প্রদর্শন কৰো. |
05: 03 | তাৰপিছত আমাৰ উচৰত class Divide আছে. ই য়ো base class arithmetic আহৰন কৰ |
05: 09 | ইয়াত আমি দুটা সংখ্যাৰ বিভাগ নিৰুপণ কৰিম আৰু তাৰপিছত আমি বিভাগ প্রদর্শন কৰিম. |
05: 15 | মন কৰক যে ফাংশনৰ ৰিটার্ন টাইপ একেই হয় আৰু পাছ কৰা আর্গুমেন্টবোৰো একেই হয়. |
05: 23 | এতিয়া এইটো আমাৰ main function হয়. |
05: 26 | ইয়াত আমি p হিসাবে class arithmeticৰ এটা অবজেক্ট তৈয়াৰ কৰিছো. |
05: 31 | arith, class arithmeticৰ পইন্টাৰ হয়. |
05: 35 | তাৰপিছত আমাৰ উচৰত class Subtractৰ subt object হয়. |
05: 39 | class Multiplyৰ mult object হয় |
05: 42 | আৰু class Divideৰ divd object হয়. |
05: 46 | এতিয়া ইয়াত, pক "'arith"' 'ৰ ঠিকনালৈ সেট কৰা হয়. |
05: 50 | তাৰপিছত আমি function valuesত 30 আৰু 12 'হিসাবে' আর্গুমেন্ট পাছ কৰো. |
05: 56 | এতিয়া আমি function operations. কল কৰো. |
05: 59 | এইটোৱে এদি্ছন অপাৰেশন সম্পাদনা কৰে. |
06: 02 | ইয়াত আমি 'subt' 'ক ' 'arith" 'ৰ ঠিকনালৈ সেট কৰো. |
06: 07 | আৰু আমি arguments 'হিসাবে '42' 'আৰু' ' 5 ' পাস' কৰো. |
06: 11 | আকৌ আমি function operations কল কৰো. |
06: 14 | এইটোৱে দুটা সংখ্যাৰ বিয়োগ সঞ্চালন কৰে. |
06: 18 | এতিয়া, ইয়াত আমি' multক arithৰ ঠিকনালৈ সেট কৰো. |
06: 22 | আৰু আমি arguments 'হিসাবে 6 আৰু '5' পাস কৰো. |
06: 26 | আমি function operations কল কৰো. |
06: 29 | এইটোৱা দুটা সংখ্যাৰ গুণ সঞ্চালন কৰিব. |
06: 33 | অবশেষত আমি divdক arithৰ ঠিকনালৈ সেট কৰো আৰু 6 পাস 'আৰু' arguments হিসাবে 6 আৰু 3 পাছ কৰো. |
06: 41 | এতিয়া আমি অপাৰেশন functions কল কৰো. |
06: 44 | এইটোৱে দুটা সংখ্যাৰ বিভাগ সঞ্চালন কৰে. |
06: 48 | আৰু এইটো আমাৰ return statement হয়. |
06: 50 | আমি প্রোগ্রামটো চালাও. আমি টার্মিনেললৈ উভতি যাও. |
06: 54 | লিখক: g++ স্পেচ override dot cpp স্পেচ hyphen o স্পেচ over2 |
07: 04 | Enter টিপক |
07: 06 | লিখক: dot slash over2 |
07: 09 | Enter টিপক |
07: 11 | আউটপুট এনেধৰনে প্রদর্শন কৰা হয়: |
07: 13 | 'Addition of two numbers is 42 |
07: 16 | Difference of two numbers is 37 |
07: 19 | Product of two numbers is 30 and Division of two numbers is 2 |
07: 25 | আমি স্লাইডবোৰলৈ উভতি যাও. |
07: 27 | আমি overloading আৰু overridingৰ পার্থক্যটো চাও |
07: 31 | overloading আহৰন নকৰাকে ঘটে |
07: 35 | overriding ঘটে যেতিয়া এটা ক্লাছে অনয় এটা ক্লাছৰ পৰা আহৰন কৰে. |
07: 41 | overloadingত আর্গুমেন্ট আৰু ৰিটার্ন টাইপৰ পৃথক হোৱাতো আবশ্যক হয়. |
07: 46 | overridingত আর্গুমেন্ট আৰু ৰিটার্ন টাইপ একেই হব লাগিব. |
07: 51 | overloadingত ফাংশনৰ নাম একেই হয়. |
07: 55 | কিন্তু ই সিহতলৈ পাছ কৰা আর্গুমেন্টৰ উপৰত নির্ভৰ কৰিহে ভিন্নভাবে আচৰণ কৰে. |
08: 01 | overridingত ফাংশনৰ নাম একই হয়. |
08: 05 | Derived class ফাংশনে বেস ক্লাস ফাংশনৰ পৰা বিভিন্ন অপাৰেশন সম্পাদন কৰে. |
08: 11 | আমি সংক্ষেপ কৰো: |
08: 13 | এই টিউটোৰিয়েলত অামি শিকিছো |
08: 15 | Function overloading. |
08: 16 | 'যেনে, তিনটা ভিন্ন আর্গুমেন্টৰ সৈতে int add আৰু |
08: 21 | দুটা ভিন্ন আর্গুমেন্টৰ সৈতে float add |
08: 24 | Function Overriding. |
08: 26 | যেনে. virtual int operations () and int operations () |
08: 31 | একেই আৰ্গোমেন্টৰ সৈতে ফাংশন আৰু একেই ৰিটার্ন টাইপ আৰু দুইটাৰ মাজৰ পার্থক্য. |
08: 38 | এটা নিয়োগ হিসাবে |
08: 39 | এটা প্রোগ্রাম লিখক যিয়ে আয়তক্ষেত্র, বর্গাকাৰ আৰু বৃত্তৰ এলাকা নিৰুপণ কৰে. |
08: 46 | ফাংশন ওভাৰলোডিং ব্যবহাৰ কৰি. |
08: 48 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
08: 52 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08: 55 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08: 59 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
09: 02 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
09: 05 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
09: 09 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি |
09: 12 | contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
09: 16 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
09: 20 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
09: 27 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
09:32 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
09: 36 | যোগদানৰ বাবে ধন্যবাদ। |