Advanced-Cpp/C2/Inheritance/Assamese

From Script | Spoken-Tutorial
Revision as of 12:58, 14 October 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration - 00:01 C++ ত  Inheritance উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম - 00:06 এই টিউটোৰিয়েলত আমি শিকিম, - 00:09 'Inheritance - 00:10  inheritance প্রকাৰ - 00:12 আমি উদাহৰণ সাহায্যে এই কামটো কৰিম. - 00:16 এই টিউটোৰিয়াল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো - 00:19 'উবুন্টু অপাৰেটিং সিস্টেম' সংস্কৰণ 11.10 ' - 00:24 'g++ compiler  সংস্কৰণ  4.6.1 - 00:28 আমি inheritanceৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো - 00:32 যেতিয়া এটা অবজেক্টয়ে অন্যৰ সম্পত্তি ( property) অর্জন কৰে এইটোক inheritance বোলা হয় - 00:38 এইটো সিহতক পৰিবর্তন নকৰাকে উপস্থিত থকা বর্গক পুনঃব্যবহাৰ কৰা এটা প্রক্রিয়া হয়. - 00:44 inheritance প্রকাৰ - 00:45   Single level inheritance - 00:48 Multiple level inheritance - 00:50 ' Hierarchical Inheritance - 00:52 Multilevel inheritance - 00:55   Hybrid Inheritance - 00: 57 প্রথমে আমি বেস ক্লাছ আৰু দিৰাইভ্দ ক্লাছৰ সম্পর্কে চাও. - 01:02 বেস ক্লাছৰ নিজস্ব বৈশিষ্ট্য আৰু কার্যকাৰিতা আছে. - 01:06 ইয়াক পেৰেন্ট ক্লাছ হিচাবেও কোৱা হয়. - 01:09 ইয়াৰ উচৰত সকলো অবজেক্টয়ে আহৰন কৰিব পৰা সাধাৰণ গুণাবোৰ আছে.  - 01:14 দিৰাইভ্দ ক্লাছেই ছাইল্দ ক্লাচ হয়.   - 01:18  দিৰাইভ্দ ক্লাছে বেস বর্গৰ বৈশিষ্ট্য আৰু কার্যকাৰিতা আহৰণ কৰে. - 01:23 আমি চাও একক স্তৰৰ inheritance কি হয় . - 01:27 একক স্তৰৰ inheritanceত মাত্র এটা বেস বর্গ আৰু এটা দিৰাইভ্দ বর্গ প্রয়োজন হয়. - 01:34 Multiple ( একাধিক) inheritance - 01:37 একাধিক inheritanceত দিৰাইভ্দ ক্লাসে বেস বর্গৰ পৰা একাধিক আহৰণ কৰে. - 01: 44  Hierarchical Inheritance - 01: 47  Hierarchical Inheritance ত একাধিক দিৰাইভ্দ ক্লাসে এটা বেস বর্গৰ পৰা আহৰণ কৰে. - 01:55  Multilevel inheritance - 01:57 Multilevel inheritanceত উপশ্রেণীয়ে অন্যান্য শ্রেণীৰ বাবে বেস বর্গ হিসাবে কাম কৰে. - 02:05 আৰু Hybrid inheritance - 02:08 Hybrid inheritance ত একাধিক inheritanceৰ প্রকাৰ মিলিত হয়   - 02:14 এতিয়া আমি একক স্তৰৰ inheritanceৰ এটা উদাহৰণ চাও. - 02:18 আমি ইতিমধেয় সম্পাদকত কোডটো টাইপ কৰিছো. - 02:21 আমি এইটোক ব্যাখ্যা কৰিম. - 02:23 আমাৰ ফাইলৰ নাম exam_inherit.cpp ' হয়


- 02:28 উদাহৰণটোৱে ছাত্রৰ name, roll no আৰু marks প্রদর্শন কৰাত জড়িত থাকে. - 02:35 এইটো আমাৰ হেডাৰ ফাইল Iostream ' - 02:38 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো. - 02:42 ইয়াত আমাৰ উচৰত 'student" বর্গ আছে  - 02:44 তাৰপিছত আমাৰ উচৰত class studentৰ private মেমবাৰ হিচাবে integer ভেৰিয়েবল roll_no and character array name  আছে - 02:53 ফাংশন 'input ' আৰু ফাংশন  'display ' ক্লাছ ছাত্রৰ (student)পাবলিক ফাংশন হয় . - 02:59 ইয়াত আমি roll no. আৰু name of the student ক গ্রহণ কৰিবলৈ আমি 'input' ফাংশন ব্যবহাৰ কৰিম.


- 03:06 তাৰপিছত অামাৰ উচৰত roll_no আৰু নাম প্রদর্শন কৰিবলৈ display  ফাংশন আছে. - 03:11 ইয়াতে আমাৰ উচৰত অন্য ক্লাছ 'exam_inherit.'আছে - 03:16 এইটো দিৰাইভ্দ ক্ললাছ হয়. - 03:18 ই ফাংশন আৰু class studentৰ তথ্য আহৰণ কৰে.  - 03:23 তাৰপিছত আমি 'sub1, sub2, sub3 আৰু total দিক্লেয়াৰ কৰিছো - 03:28 private ভেৰিয়েবল হিসেবে ' class exam_inherit. - 03:33 ইয়াতে আমাৰ উচৰত public functions হিচাবে input_exam আৰু display_exam আছে. - 03:41 ইয়াত আমি 'exam_inherit" ক্লাছ বন্ধ কৰিম - 03:44 এতিয়া আমি তিনটা বিষয়ৰ মাৰ্ক্চ গ্রহণ কৰিবলৈ' input_exam 'ফাংশন ব্যবহাৰ কৰিছো.


- 03:52 ইয়াতে, আমি তিনটা বিষয়ৰ মোট নিৰুপণ কৰিবলৈ display_exam ফাংশন ব্যবহাৰ কৰিছো. - 03:59 তাৰপিছত আমি এটা মোট প্রিন্ট কৰিছো. - 04:01 এইটো আমাৰ 'main function হয়. - 04:03 ইয়াতে আমি ex হিচাবে exam_inherit ক্লাছৰ  এটা অবজেক্ট তৈয়াৰ কৰিছো - 04:10 তাৰপিছত আমি ex অবজেক্টটো  ব্যবহাৰ কৰি ফাংশন কল (call) কৰিছো - 04:15 আৰু এইটো আমাৰ return statement হয় - 04:18 আমি প্রোগ্রামটো সম্পাদন কৰো - 04:20 আপোনাৰ কীবোর্ডত থকা Ctrl, Alt, আৰু T একেলগে টিপি টার্মিনেল উইন্ডো খুলক. - 04:30 কম্পাইল কৰাৰ বাবে টাইপ কৰক - 04:31 g++ (space)exam_inherit.cpp (space)-o (space) exam - 04:41 Enter টিপক. - 04:42 লিখক - 04:43 ./exam ' Enter টিপক. - 04:46 ইয়াত এনেধৰনে প্রদর্শন কৰা হয়, - 04:47 Enter Roll no.: - 04:49 আমি 1 হিসাবে দিও  - 04:51 Enter Name: - 04:52 আমি Arya হিসাবে দিও   - 04:55  Enter marks of subject1 - 04:57 আমি 60 হিসাবে দিও   - 05:00 'subject 2ত 70 হিচাবে দিও - 05:02  আৰু' subject ত 80 হিচাবে দিও - 05:06 আউটপুট এনেধৰনে প্ৰদর্শন কৰা হয় - 05:08 Roll no is: 1 - 05:09   Name is: Arya আৰু - 05:11 Total is: 210 - 05:13 এতিয়া আমি একেই উদাহৰণত বহুস্তৰীয় inheritance দেখা পাম - 05:18 আমি ইতিমধেয় কোডটো টাইপ কৰিছো. - 05:20 আমি আমাৰ সম্পাদকৰলৈ উভতি যাও. - 05:22 আমাৰ ফাইলৰ নাম multilevel.cpp   হয়  - 05:28 ইয়াত আমি variable total দিক্লেয়াৰ কৰিছো. - 05:32  class exam_inheritৰ public variable হিচাবে. - 05:38 ইয়াৰ কাৰণ হল যে private সদস্যবোৰ দিৰাইভ্দ ক্লাছৰ দ্বাৰা উপলব্ধ কৰা নহয় - 05:44 ইয়াতে আমাৰ উচৰত অন্য ক্লাছ  grade আছে.  - 05:49 ই ক্লাছ exam_inherit আহৰণ  কৰে - 05:53  ক্লাছ  grade দিৰাইভ্দ ক্লাছ হয় - 05:56 আৰু ক্লাছ  gradeৰ বাবে ক্লাছ exam_inherit' 'বেস ক্লাছ  হয় - 06:02 ক্লাস 'exam_inheritৰ 'সমস্ত ফাংছন আৰু' তথ্যবোৰ grade ক্লাছলৈ আহৰন কৰা হয়. - 06:11 ইয়াতে ক্লাছ gradeৰ private সদস্য হিচাবে avg দিক্লেয়াৰ কৰিছো - 06:17 আৰু public  হিচাবে ফাংশন average হয় - 06:21 তাৰপিছত আমি ক্লাছ টো বন্ধ কৰিম. - 06:23 ইয়াতে আমি গড় নিৰুপণ কৰিবলৈ average ফাংছন বয়ৱহাৰ কৰিছো - 06:27 তাৰিছত আমি average প্রিন্ট কৰো - 06:30 আমি  main ফাংশনৰ ভিতৰত, gd হিচাবে ক্লাছ  gradeৰ এটা অবজেক্ট তৈয়াৰ কৰো - 06:36 তাৰপিছত আমি 'gd' অবজেক্ট ব্যবহাৰ কৰি সকলো ফাংশন কল কৰো - 06:40 'gd.input ()' - 06:42 'input_exam' - 06:44 'display ' - 06:45 'display_exam - 06:46 আৰু average function. - 06:49 আৰু এইটো আমাৰ 'return স্তেটমেন্ট হয়. - 06:52 এতিয়া আপোনি দেখিব যে ক্লাছ grade, derived ক্লাছ হয় - 06:56 আৰু ক্লাছ grade ৰ বাবে 'exam_inherit' 'বেস ক্লাছ হয় - 07:01 আৰু ইয়াত ক্লাছ 'exam_inherit' derived ক্লাছ হয় - 07:06 আৰু ক্লাছ 'exam_inherit' 'ৰ বাবে ক্লাছ student 'বেস ক্লাছ হয় - 07:12 আমি প্রোগ্রামটো সম্পাদনা কৰো. - 07:14 আমি টার্মিনাললৈ আহো. - 07:17 কম্পাইল কৰাৰ বাবে টাইপ কৰক - 07:18   g++ (space) multilevel.cpp (space) -o (space) mul - 07:26 Enter টিপক - 07:27   ./mul লিখক  - 07:30 Enter টিপক - 07:32 ইয়াতে আমি চাও,' 'Enter Roll no.: - 07:34 আমি 2 হিচাবে লিখো - 07:36   Enter Name: - 07:38 আমি Pratham

হিচাবে লিখো

- 07:41 Enter marks of subject1 - 07:43 আমি   '65' হিচাবে লিখো - 07:46 67 হিচাবে subject2 - 07:48 '82 হিসাবে subject3' - 07:52 আউটপুট এনেধৰনে প্রদর্শন কৰা হয়: - 07:54 Roll no is: 2 - 07:56 Name is: Pratham - 07:57 Total is: 214 আৰু - 07:59  Average is: 71 - 08:01 আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো - 08:05 আমি স্লাইডবোৰলৈ যাও. - 08:07 আমি সংক্ষেপ কৰো - 08:08 এই টিউটোৰিয়েলত, আমি শিকিছো, - 08:10 Inheritance আৰু - 08:11   Inheritanceৰ প্রকাৰ - 08:14 এটা  নিয়োগ  হিসাবে - 08:15 এটা ক্লাছ  Shape তৈয়াৰ কৰিবলৈ এটা প্রোগ্রাম লিখক. - 08:18 তাৰপিছত Area আৰু Perimeter হিচাবে থকা ক্লাছৰ দুটা ফাংশন তৈয়াৰ কৰক. - 08:23 তাৰপিছত বিভিন্ন আকাৰ যেনে বর্গক্ষেত্র, আয়তক্ষেত্র আৰু বৃত্ত ৰ এলাকা আৰু বর্গক্ষেত্র উলিয়াওক. - 08:31 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । - 08:34 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে - 08:37 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। - 08:42 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে - 08:44 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. - 08:47 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. - 08:51 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি - 08:53 contact@spoken-tutorial.org এই ঠিকনাত লিখক। - 08:58 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। - 09:02 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় - 09:09 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। - 09:13 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya