Advanced-Cpp/C2/More-On-Inheritance/Assamese

From Script | Spoken-Tutorial
Revision as of 12:53, 14 October 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration - 00:01 C++ত Multiple আৰু Hierarchical Inheritance স্পকেন টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম. - 00:07 এই টিউটোৰিয়েলত আমি শিকিম, - 00:09 'Multiple Inheritance. . - 00:11 Hierarchical Inheritance. - 00:13 আমি উদাহৰণ সাহায্যে এই কাম কৰিম. - 00:17 এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো, - 00:20 'Ubuntu OS সিস্টেম' সংস্কৰণ 11.10 আৰু - 00:24 g++ compiler ' সংস্কৰণ 4.6.1 - 00:29  multiple inheritanceত derived class এ একাধিক base class আহৰণ কৰে. - 00: 36 এতিয়া, আমি multiple inheritanceৰ 'এটা উদাহৰণ চাম.

 

- 00:40 আমি ইতিমধ্যে সম্পাদকত কোড টাইপ কৰিছো. - 00:42 আমি এইটোক খুলিম. - 00:45 আমাৰ ফাইলৰ নাম  multiple.cpp হয় - 00:49 এই প্রোগ্রামত আমি ছাত্রৰ name, roll no, marks আৰু average  প্রদর্শন কৰিম - 00:56 আমি কোডটো ব্যাখ্যা কৰো. - 00:59 এইটো  iostream ' হিসাবে আমাৰ হেদাৰ ফাইল হয়, - 01:01 std namespace - 01: 05 তাৰপিছত আমাৰ উচৰত   class "student" আছে. - 01:07 এইটো  base class হয়. - 01:09 ইয়াত integer variable হিসাবে roll_no আছে আৰু character variable হিসাবে name আছে. - 01:16 ইয়াক protected হিসাবে ঘোষণা কৰা হয়. - 01:19 তাৰপিছত আমাৰ উচৰত অন্য class "exam_inherit" আছে - 01:24 এইটো এটা base class হয় . - 01:26 সেয়ে ইয়াত আমাৰ উচৰত দুটা base class আছ - student আৰু exam_inherit. - 01:32 ইয়াত আমাৰ উচৰত 3 ভেৰিয়েবল sub1, sub2, sub3, protected  হিসাবে আছে . - 01:38 ইয়াৰ কাৰন হল যে protected variables, derived classৰ দ্ৱাৰা উপলব্ধ হয়. - 01:44 এতিয়া আমাৰ ইয়াত class "grade" আছে যিটো derived class হয় - 01:50 ই base classes – class student"' আৰু class "exam_inherit" আহৰণ কৰে - 01:56 ইয়াত আমাৰ উচৰত  integer variable হিচাবে avg আছে যি private হিচাবে দিক্লেয়াৰ কৰা হয় . - 02:02 তাৰপিছত আমাৰ উচৰত function  আছে - 02:04   input() - 02:05 'display() - 02:06 'average() - 02:07 'input_exam() - 02:08 আৰু public functions হিসাবে display_exam() - 02:11 ইয়ত আমাৰ উচৰত integer variable হিসাবে "total" আছা যি public হিচাবে দিক্লেয়াৰ কৰা হয়. - 02:17 তাৰপিছত আমি ছাত্রৰ roll_no 'আৰু name 'গ্রহণ কৰিবলৈ input function ব্যবহাৰ কৰো - 02:24 display functionত আমি ছাত্রৰ roll_no আৰু name প্রদর্শন কৰো - 02:28 ইয়াত আমাৰ উচৰত function input_exam আছে - 02:31 ইয়াত আমি তিনটা বিষয় হিসাবে 'sub1, sub2 আৰু sub3ৰ চিহ্ন (marks) গ্রহণ কৰিছো. ** - 02:37 তাৰপিছত 'display_exam ফাংশনত' , আমি তিনটা বিষয়ৰ মোঠ নিৰুপণ কৰো. আৰু মোঠ প্রিন্ট কৰক. - 02:44 আৰু 'function average' 'ত' আমি গড় গণনা কৰো. - 02: 48 এইটো আমাৰ main function হয়. - 02:51 ইয়াত আমি class gradeৰ  object এটা  তৈয়াৰ কৰো যি gd হিসাবে থকা derived class হয়. - 02:57 তাৰপিছত আমি সর্বোপৰি functions কল  কৰো - 03:01 এইটো return statement. হয়. - 03:03 এতিয়া আমি প্রোগ্রাম চালাও - 03:05 আপোনাৰ কীবোর্ডত Ctrl, Alt, আৰু T'  কি একলগে টিপি টার্মিনেল উইন্ডো খুলক. - 03:14 কম্পাইল কৰাৰ বাবে' লিখক 'g++ স্পেচ multiple dot cpp স্পেচ hyphen o স্পেচ mult.  Enter টিপক - 03:24  লিখক 'dot slash mult. Enter টিপক - 03:29 ইয়াত আমি দেখু', Enter Roll no.: - 03:32   আমি লিখিম 3 - 03:34   Enter Name:   - 03:36 আমি Pratham' হিসাবে প্রবেশ কৰিম   - 03:39 Subject1ৰ চিহ্ন (marks) লিখক - 03:41 আমি লিখিম '67' - 03:43 subject2, 78 হিচাবে আৰু - 03:46 subject3, 84 হিচাবে - 03: 48 আউটপুটটো এনেধৰনে প্ৰরদর্শন কৰা হয় - 03:51 Roll no is: 3 - 03:52  Name is: Pratham - 03:53 Total is: 229 - 03:55   Average is: 76 - 03:58 এইটো multiple inheritance আছিল - 04:00 এতিয়া আমি hierarchical inheritance চাম - 04:03 আমাৰ প্রোগ্রামেলৈ আহক. - 04:05 hierarchical inheritanceত, multiple derived classes এ এটা base classৰ পৰা আহৰণ কৰে - 04:12 মন কৰক যে আমাৰ ফাইলৰ নাম  hierarchical dot cpp হয়. - 04:16 আমি এতিয়া কোডটো ব্যাখ্যা কৰিম. - 04:19 এইটো আমাৰ হেডাৰ ফাইল হিচাবে iostream হয় - 04:22 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো . - 04:25 তাৰপিছত আমাৰ উচৰত class student  আছে যি base class হয় - 04:29 ইয়াত integer variable হিচাবে roll_no আছে. - 04:34 integer variables হিসাবে Sub1, sub2, sub3 আৰু total হয়.  - 04:40 তাৰপিছত character variable হিসাবে name হয়. - 04:43 এইবোৰ protected বোলি দিক্লেয়াৰ কৰা হয়. - 04:46 ইয়াত আমাৰ উচৰত অন্য এটা class 'show' আছে - 04:49 এইটো derived class হয় - 04:51 ই class studentৰ বৈশিষ্ট্য আহৰণ কৰে. - 04:54 ইয়াত আমাৰ উচৰত দুটা functions আছে : "input" আৰু "display". - 04:59 এইবোৰ  public functions হিসাবে দিক্লেয়াৰ কৰা হয় - 05: 02  function inputত আমি ছাত্রৰ roll_no আৰু name গ্ৰহন কৰিছো - 05:07 function displayত  আমি ছাত্রৰ roll_no আৰু name প্রদর্শন কৰিছো. - 05:11 তাৰপিছত আমাৰ উচৰত class exam হিচাবে অন্য এটা derived class আছে . - 05:15 এইটোৱে class student আহৰণ কৰে . - 05:19 আপোনি দেখে যে তাত দুটা derived class আছে - class exam আৰু class show. - 05:26 দুয়োটা 'ক্লাসে, class "student" আহৰন কৰিছে. - 05:30  class examত আমাৰ উচৰত দুটা functions হিচাবে "input_exam" আছে আৰু public হিচাবে "total marks" দিক্লেয়াৰ কৰা হয়.   - 05:38 ইয়াত আমি function "input_exam"ৰ উপলব্ধ পাও - 05:41 ই তিনটা বিষয়বোৰ sub1, sub2 আৰু sub3ৰ চিহ্ন (marks) গ্ৰহন কৰে - 05:46 তাৰপিছত আমাৰ উচৰত "total_marks" function আছে. - 05:49 এইটোৱা তিনটা বিষয়ৰ মোঠ হিসাব কৰে আৰু মোঠ প্রিন্ট কৰে. - 05:53 এইটো আমাৰ main function হয় - 05:56 ইয়াত আমি st, sw আৰু em হিসাবে তিনটা ক্লাসৰ বাবে 'বস্তু' নির্মাণ কৰো.  - 06:03 তাৰপিছত আমি এইবোৰ বস্তু ব্যবহাৰ কৰি সকলো 'functionsক কল কৰো.

sw.input(); em.input_exam(); sw.display(); em.total_marks();

- 06:15 আৰু এইটো আমাৰ  return statement হয়. - 06:17 এতিয়া আমি প্রোগ্রামটো চলাও. - 06:19  terminal লৈ আহক. - 06:21 আমি prompt টো পৰিষ্কাৰ কৰো.  - 06:24 আমি কম্পাইল কৰো, টাইপ কৰক g++স্পেচ hierarchical dot cpp স্পেচ hyphen o hier - 06:36 Enter টিপক - 06:37 লিখক ./hier - 06:41 Enter টিপক - 06:43 Enter Roll no.:  - 06:44 আমি 4 দিও - 06:46 'Enter Name: - 06:47 আমি 'Ashwini হিসাবে দিও - 06:50 Enter marks of subject1   - 06:52 আমি '87' দিও - 06:54 '67'  হিসাবে 'subject2' আৰু  97 'হিসাবে' 'subject3' - 07:00 আউটপুটটো এনেধৰনে প্রদর্শন কৰা হয় - 07:02 Roll no is: 4 - 07:04  Name is: Ashwini আৰু - 07:06  Total is : 251 - 07:07 এই টিউটোৰিয়ালত আমি শেষলৈ আহিলো - 07:10 আমাৰ স্লাইডলৈ উভতি আহক. - 07:13 আমি সংক্ষেপ কৰো - 07:14 এই টিউটোৰিয়েলত, আমি শিকিছো, - 07:16 Multiple Inheritance. - 07:18   Hierarchical Inheritance. - 07:20 এটা নিয়োগ হিসাবে - 07:21 এটা class area আৰু perimeter তৈয়াৰ কৰক - 07:25 rectangleৰ area আৰু perimeter উলিয়াওক. - 07:29 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । - 07:32 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে - 07:35 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। - 07:40 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে - 07:42 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. - 07:45 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. - 07:49 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি - 07:51 contact@spoken-tutorial.org এই ঠিকনাত লিখক। - 07:56 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। - 08:01 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় - 08: 07 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। - 08: 11 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya