Advanced-Cpp/C2/Friend-Function/Assamese

From Script | Spoken-Tutorial
Revision as of 16:59, 10 October 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01   C++.'friend 'ফাংছন ৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম.
00:06 আমি  এই টিউটোৰিয়েলত শিকিম,
00:08 Friend function.
00:10 আমি এটা উদাহৰণৰ সাহায্যে এই কামটো কৰিম.
00:13 এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00:15 Ubuntu OS v. 11.10
00:19 'g++ compiler v. 4.6.1
00:24 আমি  friend functionৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো.
00:27 আমি জানো, ব্যক্তিগত তথ্য ক্লাছৰ বাহিৰত উপলব্ধ নহয়.
00:33 ব্যক্তিগত তথ্য উপলব্ধৰ বাবে আমি  friend function ব্যবহাৰ  কৰিছো.
00:37 এটা friend ফাংশন শ্রেণীৰ সদস্য ফাংশন নহয়.
00:42 friend ফাংশে এটা বস্তু ব্যবহাৰ নকৰাকে invoke কৰাব পাৰে.
00:46 friend ফাংশনত পাস হোৱা যুক্তি, তাৰ বস্তু হিসাবে ব্যবহাৰ কৰা হয়.
00:51 আমি friend ফাংশনৰ ঘোষণা(declaration) দেখিব পাৰো.
00:55 'friend ' শব্দটো এটা  friend ফাংশন ঘোষণা (declare) কৰাত ব্যবহাৰ কৰা হয়.
00:59 তাৰপিছত আমি 'return_type' দিও.
01:02 ' function_name' ফাংশনৰ নাম হয়.
01:05 তাৰপিছত আমি বর্গৰ 'class_name' আৰু বস্তু হিসাবে আর্গুমেন্ট পাস কৰো. 
01:11 আমি এটা উদাহৰণ চাও
01:13 আমি ইতিমধ্যে সম্পাদকত (editor)কোড টাইপ কৰিছো.
01:16 আমি ইয়াক খোলিম.
01:18 এই প্ৰগ্ৰামত আমি এদিছন অপাৰেশন (addition operation) সম্পাদন কৰিম.
01:22 mn koribo jeআমাৰ ফাইলৰ নাম frnd.cpp 'হয়
01:27 এতিয়া  কোডটো ব্যাখ্যা কৰা যাওক.
01:30 এইটো আমাৰ "header file hoi iostream.' 
01:34 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
01:37 তাৰপিছত আমি এটা class frnd ঘোষণা (declare) কৰিছো. 
01:41 ইয়াত আমি ব্যক্তিগত হিসাবে a' আৰু b ভেৰিয়েবল  ঘোষণা (declare) কৰিছো
01:46 ইয়াত আমি public হিসাবে এটা ফাংশন ইনপুট ঘোষণা (declare) কৰিছো
01:52 ইয়াত আমি ব্যবহাৰকাৰীৰ পৰা ইনপুট লও.
01:55 এইটো computeহিচাবে থকা friend function হয়.
01:58 ইয়াত আমি class f1' 'class_name' frnd আৰু object হিসাবে আর্গুমেন্ট পাস কৰো.**
02:06 তাৰপিছত আমি class বন্ধ কৰো.
02:08 এতিয়া আমি friend ফাংশন ব্যবহাৰ কৰি ক্লাসৰ ব্যক্তিগত সদস্যবোৰ অ্যাক্সেস কৰিব পাৰো.
02:16 ইয়াত আমি compute পদ্ধতি ব্যবহাৰ কৰিছো.
02:19 ইয়াৰ আমি addition অপাৰেশন সম্পাদন কৰিম.
02:23 আমি ভেৰিয়েবল 'a আৰু b' যোগ কৰো
02:26 আৰু তাৰপিছত মূল্যটো উভতাই দিয়ো.
02:28 ইয়াতে আমি object f1 ব্যবহাৰ কৰি অসদস্য ফাংশনত ব্যক্তিগত ভেৰিয়েবল অ্যাক্সেস কৰো
02:35 এইটো আমাৰ 'main ফাংশন হয়
02:38 ইয়াত আমি 'frnd' শ্রেণীৰ এটা 'বস্তু' f হিচাবে তৈয়াৰ কৰিছো
02:44 . তাৰপিছত আমি object f.' ব্যবহাৰ  কৰি  function input কল কৰো
02:48 'আৰু ইয়াতে আমি ফাংশন compute কল কৰো  আৰু f ' হিচাবে যুক্তি পাছ কৰো
02:54 আমি ফাংশন কম্পিউটত f হিসাবে যুক্তিটো পাছ কৰো.
02:58 এইটো pass by value মেথদ ব্যবহাৰ কৰি কৰা হয়.
03:03 'f1. মানলৈ f প্রেৰণ কৰা হয়'
03:06 আৰু এইটো আমাৰ ৰিটাৰ্ন স্তেটমেন্ট হয়
03:09 এতিয়া আমি প্রোগ্রামটো চলাও.
03:11 আপোনাৰ কীবোর্ডত একেলগে Ctrl, Alt আৰু T কি টিপি টার্মিনেল খুলক.
03:20 এতিয়া টাইপ কৰক:
03:21 'g++ space frnd dot cpp space hyphen o space frnd. Press Enter
03:32 টাইপ কৰকdot slash frnd
03:36 'Enter টিপক'
03:38 ইয়াত ইয়াক এনেধৰনে প্রদর্শন কৰা হয়:  Enter the value of a and b
03:41 আমি  '8' আৰু '4'   আন্তৰ্ভুত্ত কৰিম
03:46 আউটপুট এনেধৰনে প্রদর্শন কৰা হয়:
03:48 The result is: 12
03:51 ইয়াতে এই টিউটোৰিয়েল অন্ত পৰিছে.
03:54 আমি স্লাইডৰলৈ উভতি যাও.
03:56 সংক্ষেপ কৰা যাওক:
03:57 এই টিউটোৰিয়েলত আমি শিকিছো    Friend function. ' যেনে '. friend int compute class name frnd' and object f1.
04:08 এটা নিয়োগ হিসাবে ,   এটা সংখ্যাৰ বর্গাকাৰ আৰু ঘনক বিছাৰিবলৈ এটা প্রোগ্রাম লিখক.
04:14 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
04:17 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
04:20 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
04:24 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
04:30 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
04:33 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
04:40 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
04:43 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
04:51 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
04:56 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi