Advanced-Cpp/C2/Friend-Function/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | C++ ত friend ফাংছন ৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম. |
00:06 | আমি এই টিউটোৰিয়েলত শিকিম, |
00:08 | Friend function. |
00:10 | আমি এটা উদাহৰণৰ সাহায্যে এই কামটো কৰিম. |
00:13 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো |
00:15 | Ubuntu OS v. 11.10 |
00:19 | g++ compiler v. 4.6.1 |
00:24 | আমি friend functionৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো. |
00:27 | আমি জানো, ব্যক্তিগত তথ্য ক্লাছৰ বাহিৰত উপলব্ধ নহয়. |
00:33 | ব্যক্তিগত তথ্য উপলব্ধৰ বাবে আমি friend function ব্যবহাৰ কৰিছো. |
00:37 | এটা friend ফাংশন শ্রেণীৰ সদস্য ফাংশন নহয়. |
00:42 | friend ফাংশনে এটা বস্তু ব্যবহাৰ নকৰাকে ইনভোক ( invoke) কৰাব পাৰে. |
00:46 | friend ফাংশনত পাস হোৱা যুক্তি, তাৰ বস্তু হিসাবে ব্যবহাৰ কৰা হয়. |
00:51 | আমি friend ফাংশনৰ ঘোষণা মানে declaration দেখিব পাৰো. |
00:55 | friend শব্দটো এটা friend ফাংশন ঘোষণা (declare) কৰাত ব্যবহাৰ কৰা হয়. |
00:59 | তাৰপিছত আমি return_type দিও. |
01:02 | function_name ফাংশনৰ নাম হয়. |
01:05 | তাৰপিছত আমি বর্গৰ class_name আৰু বস্তু হিসাবে আর্গুমেন্ট পাস কৰো. |
01:11 | আমি এটা উদাহৰণ চাও |
01:13 | আমি ইতিমধ্যে সম্পাদকত (editor)কোড টাইপ কৰিছো. |
01:16 | আমি ইয়াক খোলিম. |
01:18 | এই প্ৰগ্ৰামত আমি এদিছন অপাৰেশন (addition operation) সম্পাদন কৰিম. |
01:22 | মন কৰিব যে আমাৰ ফাইলৰ নাম frnd.cpp হয় |
01:27 | এতিয়া কোডটো ব্যাখ্যা কৰা যাওক. |
01:30 | এইটো আমাৰ "হেদাৰ ফাইল হয় " iostream. |
01:34 | ইয়াত আমি std namespace ব্যবহাৰ কৰিছো. |
01:37 | তাৰপিছত আমি এটা class frnd ঘোষণা (declare) কৰিছো. |
01:41 | ইয়াত আমি ব্যক্তিগত হিসাবে a আৰু b ভেৰিয়েবল ঘোষণা (declare) কৰিছো |
01:46 | ইয়াত আমি public হিসাবে এটা ফাংশন ইনপুট ঘোষণা (declare) কৰিছো |
01:52 | ইয়াত আমি ব্যবহাৰকাৰীৰ পৰা ইনপুট লও. |
01:55 | এইটো compute হিচাবে থকা friend function হয়. |
01:58 | ইয়াত আমি class f1ৰ class_name frnd আৰু object হিসাবে আর্গুমেন্ট পাস কৰো. |
02:06 | তাৰপিছত আমি class বন্ধ কৰো. |
02:08 | এতিয়া আমি friend ফাংশন ব্যবহাৰ কৰি ক্লাসৰ ব্যক্তিগত সদস্যবোৰ অ্যাক্সেস কৰিব পাৰো. |
02:16 | ইয়াত আমি compute পদ্ধতি ব্যবহাৰ কৰিছো. |
02:19 | ইয়াত আমি addition অপাৰেশন সম্পাদন কৰিম. |
02:23 | আমি ভেৰিয়েবল a আৰু b যোগ কৰো |
02:26 | আৰু তাৰপিছত মূল্যটো উভতাই দিয়ো. |
02:28 | ইয়াতে আমি object f1 ব্যবহাৰ কৰি অসদস্য(non-member ) ফাংশনত ব্যক্তিগত ভেৰিয়েবল অ্যাক্সেস কৰো |
02:35 | এইটো আমাৰ main ফাংশন হয় |
02:38 | ইয়াত আমি frnd শ্রেণীৰ এটা বস্তু f হিচাবে তৈয়াৰ কৰিছো |
02:44 | তাৰপিছত আমি object f. ব্যবহাৰ কৰি function input কল কৰো |
02:48 | আৰু ইয়াতে আমি ফাংশন compute কল কৰো আৰু f হিচাবে যুক্তি পাছ কৰো |
02:54 | আমি ফাংশন কম্পিউটত f হিসাবে যুক্তিটো পাছ কৰো. |
02:58 | এইটো pass by value মেথদ ব্যবহাৰ কৰি কৰা হয়. |
03:03 | f1 মানলৈ f প্রেৰণ কৰা হয় . |
03:06 | আৰু এইটো আমাৰ ৰিটাৰ্ন স্তেটমেন্ট হয় . |
03:09 | এতিয়া আমি প্রোগ্রামটো চলাও. |
03:11 | আপোনাৰ কীবোর্ডত একেলগে Ctrl, Alt আৰু T কি টিপি টার্মিনেল খুলক. |
03:20 | এতিয়া টাইপ কৰক: |
03:21 | g++ স্পেচ frnd dot cpp স্পেচ hyphen o স্পেচ frnd. Enter টিপক |
03:32 | টাইপ কৰকdot slash frnd |
03:36 | Enter টিপক |
03:38 | ইয়াত ইয়াক এনেধৰনে প্রদর্শন কৰা হয়: Enter the value of a and b |
03:41 | আমি 8 আৰু 4 আন্তৰ্ভুত্ত কৰিম |
03:46 | আউটপুট এনেধৰনে প্রদর্শন কৰা হয়: |
03:48 | The result is: 12 |
03:51 | ইয়াতে এই টিউটোৰিয়েল অন্ত পৰিছে. |
03:54 | আমি স্লাইডৰলৈ উভতি যাও. |
03:56 | সংক্ষেপ কৰা যাওক: |
03:57 | এই টিউটোৰিয়েলত আমি শিকিছো Friend function যেনে . friend int compute class name frnd আৰু object f1. |
04:08 | এটা নিয়োগ হিসাবে , এটা সংখ্যাৰ বর্গাকাৰ আৰু ঘনক বিছাৰিবলৈ এটা প্রোগ্রাম লিখক. |
04:14 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
04:17 | স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
04:20 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
04:24 | স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পোকেন টিউটৰিয়েলে সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
04:30 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
04:33 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
04:40 | স্পোকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
04:43 | ইয়াক সহায় কৰিছে National Mission on Education through ICT MHRD ভাৰত চৰকাৰে |
04:51 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
04:56 | মই মৌচুমী মেধী আই. আই. টী বম্বেৰ পৰা এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |