Advanced-Cpp/C2/Friend-Function/Assamese

From Script | Spoken-Tutorial
Revision as of 16:57, 10 October 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration - 00:01   C++.'friend 'ফাংছন ৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম. - 00:06 আমি  এই টিউটোৰিয়েলত শিকিম, - 00:08 Friend function. - 00:10 আমি এটা উদাহৰণৰ সাহায্যে এই কামটো কৰিম. - 00:13 এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো - 00:15 Ubuntu OS v. 11.10 - 00:19 'g++ compiler v. 4.6.1 - 00:24 আমি  friend functionৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো. - 00:27 আমি জানো, ব্যক্তিগত তথ্য ক্লাছৰ বাহিৰত উপলব্ধ নহয়. - 00:33 ব্যক্তিগত তথ্য উপলব্ধৰ বাবে আমি  friend function ব্যবহাৰ  কৰিছো. - 00:37 এটা friend ফাংশন শ্রেণীৰ সদস্য ফাংশন নহয়. - 00:42 friend ফাংশে এটা বস্তু ব্যবহাৰ নকৰাকে invoke কৰাব পাৰে. ********** - 00:46 friend ফাংশনত পাস হোৱা যুক্তি, তাৰ বস্তু হিসাবে ব্যবহাৰ কৰা হয়. - 00:51 আমি friend ফাংশনৰ ঘোষণা(declaration) দেখিব পাৰো. - 00:55 'friend ' শব্দটো এটা  friend ফাংশন ঘোষণা (declare) কৰাত ব্যবহাৰ কৰা হয়. - 00:59 তাৰপিছত আমি 'return_type' দিও. - 01:02 ' function_name' ফাংশনৰ নাম হয়. - 01:05 তাৰপিছত আমি বর্গৰ 'class_name' আৰু বস্তু হিসাবে আর্গুমেন্ট পাস কৰো.  ********** - 01:11 আমি এটা উদাহৰণ চাও - 01:13 আমি ইতিমধ্যে সম্পাদকত (editor)কোড টাইপ কৰিছো. - 01:16 আমি ইয়াক খোলিম. - 01:18 এই প্ৰগ্ৰামত আমি এদিছন অপাৰেশন (addition operation) সম্পাদন কৰিম. - 01:22 mn koribo jeআমাৰ ফাইলৰ নাম frnd.cpp 'হয় - 01:27 এতিয়া  কোডটো ব্যাখ্যা কৰা যাওক. - 01:30 এইটো আমাৰ "header file hoi iostream.'  ************ - 01:34 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো. - 01:37 তাৰপিছত আমি এটা class frnd ঘোষণা (declare) কৰিছো.  - 01:41 ইয়াত আমি ব্যক্তিগত হিসাবে a' আৰু b ভেৰিয়েবল  ঘোষণা (declare) কৰিছো - 01:46 ইয়াত আমি public হিসাবে এটা ফাংশন ইনপুট ঘোষণা (declare) কৰিছো - 01:52 ইয়াত আমি ব্যবহাৰকাৰীৰ পৰা ইনপুট লও. - 01:55 এইটো computeহিচাবে থকা friend function হয়. - 01:58 ইয়াত আমি class f1' 'class_name' frnd আৰু object হিসাবে আর্গুমেন্ট পাস কৰো.** - 02:06 তাৰপিছত আমি class বন্ধ কৰো. - 02:08 এতিয়া আমি friend ফাংশন ব্যবহাৰ কৰি ক্লাসৰ ব্যক্তিগত সদস্যবোৰ অ্যাক্সেস কৰিব পাৰো. - 02:16 ইয়াত আমি compute পদ্ধতি ব্যবহাৰ কৰিছো. - 02:19 ইয়াৰ আমি addition অপাৰেশন সম্পাদন কৰিম. - 02:23 আমি ভেৰিয়েবল 'a আৰু b' যোগ কৰো - 02:26 আৰু তাৰপিছত মূল্যটো উভতাই দিয়ো. - 02:28 ইয়াতে আমি object f1 ব্যবহাৰ কৰি অসদস্য ফাংশনত ব্যক্তিগত ভেৰিয়েবল অ্যাক্সেস কৰো - 02:35 এইটো আমাৰ 'main ফাংশন হয় - 02:38 ইয়াত আমি 'frnd' শ্রেণীৰ এটা 'বস্তু' f হিচাবে তৈয়াৰ কৰিছো - 02:44 . তাৰপিছত আমি object f.' ব্যবহাৰ  কৰি  function input কল কৰো - 02:48 'আৰু ইয়াতে আমি ফাংশন compute কল কৰো  আৰু f ' হিচাবে যুক্তি পাছ কৰো - 02:54 আমি ফাংশন কম্পিউটত f হিসাবে যুক্তিটো পাছ কৰো. - 02:58 এইটো pass by value মেথদ ব্যবহাৰ কৰি কৰা হয়. - 03:03 'f1. মানলৈ f প্রেৰণ কৰা হয়' - 03:06 আৰু এইটো আমাৰ ৰিটাৰ্ন স্তেটমেন্ট হয় - 03:09 এতিয়া আমি প্রোগ্রামটো চলাও. - 03:11 আপোনাৰ কীবোর্ডত একেলগে Ctrl, Alt আৰু T কি টিপি টার্মিনেল খুলক. - 03:20 এতিয়া টাইপ কৰক: - 03:21 'g++ space frnd dot cpp space hyphen o space frnd. Press Enter ********. - 03:32 টাইপ কৰকdot slash frnd - 03:36 'Enter টিপক' - 03:38 ইয়াত ইয়াক এনেধৰনে প্রদর্শন কৰা হয়:  Enter the value of a and b - 03:41 আমি  '8' আৰু '4'   আন্তৰ্ভুত্ত কৰিম - 03:46 আউটপুট এনেধৰনে প্রদর্শন কৰা হয়: - 03:48 The result is: 12 - 03:51 ইয়াতে এই টিউটোৰিয়েল অন্ত পৰিছে. - 03:54 আমি স্লাইডৰলৈ উভতি যাও. - 03:56 সংক্ষেপ কৰা যাওক: - 03:57 এই টিউটোৰিয়েলত আমি শিকিছো    Friend function. ' যেনে '. friend int compute class name frnd' and object f1. - 04:08 এটা নিয়োগ হিসাবে ,   এটা সংখ্যাৰ বর্গাকাৰ আৰু ঘনক বিছাৰিবলৈ এটা প্রোগ্রাম লিখক.
04:14 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
04:17 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
04:20 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
04:24 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
04:30 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
04:33 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
04:40 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
04:43 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
04:51 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
04:56 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi