LibreOffice-Suite-Math/C3/Set-Operations-Factorials-Cross-reference-equations/Assamese
From Script | Spoken-Tutorial
| Time | Narration | |
| 00:00 | LibreOffice ম্যাথ , এই স্পকেন টিউটোৰিয়াললৈ আপোনাক স্বাগতম | | |
| 00:04 | এই টিউটোৰিয়েলত, আমি শিকিম | |
| 00:0৭ | সেট প্রক্রিয়া লেখা | |
| 00:10 | factorial লেখা আৰু | | |
| 00:১২ | নম্বৰ দি ক্রস reference বা প্রতিনির্দেশ সমীকৰণ লেখা | |
| 00:16 | ইয়াৰ বাবে, পর্বর্তী টিউটোৰিয়েলত তৈয়াৰ কৰি থোৱা সেই ৰাইটাৰ ডকিউমেন্ট - MathExample1.odt: উদাহৰন হিচাবে খুলক| | |
| 00:29 | ইয়াত আমি ডকিউমেন্টৰ শেষৰলৈ যাও আৰু এটা নতুন পৃষ্ঠালৈ যাবলৈ কন্ট্রোল এন্টাৰ একলগে টিপক | | |
| 00:37 | আৰু লিখক "
“Set Operations: ” আৰু দুবাৰ এন্টাৰ টিপক | | |
| 00:42 | এতিয়া ম্যাথ আৰম্ভ কৰা যাওক | | |
| 00:45 | আলোচনাৰ আগে, ফন্টৰ আকাৰ ১৮ পইন্টলৈ বৃদ্ধি ক ৰা যাওক | | |
| 00:51 | এলাইনমেন্টো বাও ফালে পৰিবর্তন কৰক | | |
| 00:54 | এতিয়া সেট অপা ৰেশন লিখা শিকা যাওক | | |
| 01:00 | ম্যাথত সেটবোৰ দেখোৱাবৰ বাবে ভিন্ন মার্ক আপ আছে, যি হল কিছু স্বতন্ত্র উপাদানৰ সংগ্রহ | | |
| 01:07 | এতিয়া উদাহৰণ স্বৰুপে, পর্দাত দেখোৱাৰ দৰে সূত্র সম্পাদকৰ উইন্ডোত ৪ টা সেট লেখা যাওক | | |
| 01:14 | সেট A ক ৫টা উপাদানৰ সৈতে | |
| 01:18 | সেট B | |
| 01:১৯ | সেট C | |
| 01:2১ | আৰু সেট Dৰ প্রত্যেককৰে সৈতে উপাদান |****** | |
| 01:2৬ | লক্ষ্য কৰক, সেটৰ বাবে বন্ধনী লিখিবলৈ, আমি lbrace আৰু rbrace মার্ক আপ ব্যবহাৰ কৰিব পাৰিম | | |
| 01:3৫ | এতিয়া আমি, সেট প্রক্রিয়া যেনে unions আৰু intersection লিখিব পাৰিম | | |
| 01:4২ | প্রথমে ইউনিয়ন প্রক্রিয়া লিখা যাওক | | |
| 01:4৬ | B ইউনিয়ন C –ইয়াৰ বাবে মার্ক আপ ঠিক সেইদৰেই যেনে অামি ইয়াক পঢ়ো । | |
| 01:5১ | চাওক, ফলাফল সেট ১,২,৬,৪ আৰু ৫ হয় যত ইয়াৰ উভয় সেটত সকলো স্বতন্ত্র উপাদান আছে | | |
| 02:0৪ | intersection প্রক্রিয়াৰ বাবে মার্ক আপ আকৌ ঠিক সেইদৰেই যেনে অামি ইয়াক পঢ়ো | |
| 02:1০ | intersectionত উভয় সেটৰ পৰা মাত্র সাধাৰণ উপাদানবোৰহে আছে | | |
| 02:১৬ | সেয়ে B intersection D ইয়াৰ ফলাফল হল ৬ | | |
| 02:2৩ | আৰু আমি লিখিব পাৰো : সেট C, সেট Aৰ সাবসেট হয় , কাৰণ সেট Cৰ প্রত্যেক উপাদানেই সেট A ত আছে | | |
| 02:3৫ | ইয়াৰ বাবে মার্ক আপ হল C subset A | | |
| 02:4২ | আপোনি তাত তৃতীয় আইকনটোত ক্লিক কৰি এলিমেন্টস উইন্ডোৰ ব্যবহাৰ কৰি আপোনি আৰো অন্যান্য সেট প্রক্রিয়া লিখিবলৈ শিকিব পাৰে । | |
| 02:5১ | ক্লিক কৰক View> Elements> Set Operations | | |
| 0২:৫৯ | এতিয়া আমি আমাৰ কাম সংৰক্ষণ কৰা যাওক | | |
| 03:0২ | ক্লিক কৰক File>Save | | |
| 03:1৬ | এতিয়া factorial ফাংশন লেখা যাওক | | |
| 03:1১ | আমি তিনটা সূত্রৰ বাবে সোনকালে লিখিবলগিয়া নম্বৰ ১ পৰা ৩ পর্যন্ত নামাকৰন কৰিম| *** | |
| 03:১৯ | এইবোৰে, এটা ৰাইটাৰ ডকিউমেন্টত কোনো এটা জাগাত সুত্রবোৰক প্রতিনির্দেশ কৰাত সহায় কৰে| | |
| 03:2৫ | ৰাইটাৰ গ্ৰে বাক্সৰ বাহিৰত লাহে লাহে তিনিবাৰ ক্লিক কৰি এটা নতুন পৃষ্ঠালৈ যাও| | |
| 03:3৩ | কন্ট্রোল-এন্টাৰ টিপক | | |
| 03:৩৬ | লিখক “Factorial Function: ” আৰু দুইবাৰ এন্টাৰ টিপক । | |
| 03:4২ | এতিয়া, আমি জানো কিভাবে ম্যাথ আৰম্ভ কৰিব পাৰি | | |
| 03:4৫ | কিন্তু, কোনো গাণিতিক বস্তুক ৰাইটাৰলৈ নিবলৈ তাত আৰো এটা উপায় আছে | | |
| 03:5১ | ইয়াৰ বাবে, ৰাইটাৰ ডকিউমেন্টত 'Fn' লিখক আৰু F3 টিপক | | |
| ০৩:৫৯ | আমি এটা নতুন গাণিতিক বস্তু দেখিব পাৰিছো যি কয় যে - E সমান M C বর্গ E is equal to m c squared *** | |
| 04:০৭ | আৰু তাৰ সৈতে, সো ফালে, বন্ধনীত সংখ্যা এক | ************* | |
| 04:1৪ | অর্থাত, আপোনি এই ডকিউমেন্টত কোনো এটা জাগাত ১ সংখ্যাৰ দ্বাৰা এই সূত্রটো প্রতিনির্দেশ কৰিব পাৰিব | | |
| 04:২২ | ইয়াক কেনেকৈ কৰে, আমি পিছলৈ বিৱৰণত শিকিম. | |
| 04:২৭ | এতিয়া, গাণিতিক বস্তুৰ উপৰত ডবল ক্লিক ক ৰা যাওক | | |
| 04:3২ | আৰু ইয়াক পৰিবর্তন কৰক. ফন্টৰ আকাৰ ১৮ আৰু বাও ফালে এলাইনমেন্ট কৰা যাওক | | |
| 04:4০ | ঠিক আছে, এতিয়া factorial ৰ বাবে এটা উদাহৰণ লিখা যাওক | | |
| 04:4৪ | ‘"fact" মার্ক আপে, factorial চিহ্ন বোজায় | | |
| 04:5০ | সেয়ে এই সূত্র মুছি আমাৰ সুত্র-টো লেখা যাওক: | |
| 04:5৫ | 5 Factorial = 5 গুন 4 গুন 3 গুন 2 গুন 1 = 120 ******
5 Factorial = 5 into 4 into 3 into 2 into 1 = 120. | |
| 05:০৭ | ইয়াত মার্ক আপটো লক্ষ্য কৰক | | |
| 05:০৯ | আহক, আমাৰ পৰবর্তী সূত্রটো এটা নতুন ম্যাথ বস্তুত লেখা যাওক | | |
| 05:1৪ | ইয়াৰ বাবে, প্রথমে ৰাইটাৰ গ্ৰে বাক্সৰ বাহিৰত তিনিবাৰ লাহে লাহে ক্লিক কৰা যাওক | | |
| 05:2৩ | এই পৃষ্ঠাৰ শেষলৈ যাবলৈ নিম্নমুখী তলৰফালে থকা এৰো কী দুই বা তিনিবাৰ টিপক | | |
| 05:3০ | আৰু দ্বিতীয় ম্যাথ বস্তুটোক আনিবলৈ লিখক ‘f n’ আৰু F3 টিপক | | |
| 05:৩৭ | আকৌ আমি ফৰ্মেটিঙ পুনৰাবৃত্তি কৰিম | | |
| 05:৪৬ | আৰু factorialৰ সংজ্ঞা সৈতে এই উপস্হিত থকা সূত্র মুছি পেলাওক : | |
| 05:5২ | N factorial সমান্চিহ্ন prod from k সমান্চিহ্ন 1 to n of k..********** | |
| 06:0১ | 'Prod' মার্ক আপ-টি লক্ষ্য কৰক, এটা গুন বোঝায়, ঠিক যেমন sigma সমষ্টি বোঝায় | | |
| 06:১০ | এতিয়া, প্রথম দুটাৰ নিচিনা আৰো এটা তৃতীয় ম্যাথ বস্তুক দেখোৱা যাওক । | |
| 06:2০ | আৰু পর্দাত দেখোৱাৰ দৰে দুটা শর্তধীন সূত্র হিসাবে factorialৰ সংজ্ঞা পুনৰায় লিখক| | |
| 06:3০ | ‘binom’, মার্ক অপটো লক্ষ্য কৰক, যিয়ে দুটা উপাদানৰ এটা উল্লম্ব স্তম্ভ প্রদর্শন কৰে। আৰু সুন্দৰ এলাইনমেন্ট কৰিবলৈ সাহায্য কৰে । | |
| 06:4২ | দেখা যাওক কিভাবে আমি এই সূত্রবোৰক প্রতিনির্দেশ কৰিব পাৰি । | |
| 06:৪৭ | ইয়াৰ বাবে, এটা নতুন পৃষ্ঠালৈ যাওক | | |
| 06:5১ | আৰু লিখক : An example of factorial is provided here |****** | |
| ০৬:৫৯ | এতিয়া Insert মেনুত ক্লিক কৰক আৰু তাৰপিছত Cross referenceত ক্লিক কৰক | | |
| 07:0৬ | নতুন পপআপত, টাইপ লিস্টত "“Text”" নির্বাচন কৰা যাওক | | |
| 07:1২ | তাৰপিছত নির্বাচন তালিকাৰ(Selection list) পৰা প্রথম উপাদানটি নির্বাচন কৰক যি, আমি লেখা প্ৰথম factorial সূত্রটোক নির্দেশ কৰে । | |
| 07:2১ | এতিয়া ‘Insert reference tool’ তালিকাৰ পৰা Reference নির্বাচন কৰক আৰু Insert ত এবাৰ ক্লিক কৰক আৰু বন্ধ কৰক । | |
| 07:3১ | সেয়ে প্রথম বন্ধনীত থকা সংখ্যাটি, আমাৰ লেখাৰ কাষত প্ৰদৰ্শিত হৈছে | আৰু এইয়া হল .**** | |
| 07:৩৯ | কেবল এই সংখ্যাটিৰ উপৰত ক্লিক কৰি এইবাৰ এটা পৰীক্ষা কৰা যাওক | |
| 07:4৩ | আৰু চাওক যে, কার্সাৰটো ঠিক সেই জাগালৈ গৈছে যত আমি প্রথম সূত্রটি লিখিছিলো | | |
| 07:5১ | এইভাবে যি আমি ৰাইটাৰ ডকিউমেন্টত কোনো এটা জাগাত ম্যাথ সূত্র প্রতিনির্দেশ কৰিব পাৰো | | |
| ০৭:৫৮ | আমি কামবোৰ সংৰক্ষণ কৰো | | |
| 08:0১ | ইয়াত ম্যাথ-ৰ বাবে কিছু ৰেফা ৰেন্স লিঙ্ক আছে: | |
| 08:০৬ | Libreoffice.org ডকুমেন্টেশন লিঙ্কৰ পৰা সহায়িকা ডাউনলোড কৰক । | |
| 08:1৪ | ম্যাথৰ উপৰ আৰু তথ্যৰ বাবে নিম্নলিখিত ওয়েবসাইট help.libreoffice.org/Math পৰিদর্শন কৰিব পাৰিব | | |
| 08:2০ | আেু শেষলৈ, আপোনাৰ বাবে এটা অনুশীলনী আছে | ৰাইটাৰ ডকিউমেন্ট বয়ৱহাৰ কৰক. | |
| 08:2৫ | এই টিউটোৰিয়েলত নমুনা সেটবোৰ ব্যবহাৰ কৰি পৰীক্ষা কৰক A union ( B union C) আৰু(A union B) union C সমান হয় নে নহয়. | | |
| 08:4০ | A বিয়োগ B-ইয়াৰ ফলাফল লিখক |******** | |
| 08:4৩ | আৰু ৰাইটাৰ ডকিউমেন্টত, দ্বিতীয় আৰু তৃতীয় factorial সুত্রদুটাক প্রতিনির্দেশ কৰক | | |
| 08:5১ | ইয়াতেই LibreOffice ম্যাথৰ সেট, factorial আৰু প্রতিনির্দেশ, ইয়াৰ উপৰত এই টিউটোৰিয়েলটো সমাপ্ত হল | | |
| ০৮:৫৯ | সংক্ষেপে, আমি শিকিছো: | |
| 09:0৩ | সেট প্রক্রিয়া লেখা | | |
| 09:0৫ | factorial লেখা | | |
| 09:০৮ | সংখ্যা দ্বাৰা সমীকৰণ প্রতিনিদেশ কৰা | | |
| 09:1১ | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | |
| 09:2৩ | এই প্রকল্পটো http://spoken-tutorial.org দ্বা ৰা পৰিচালিত হয় । | |
| 09:২৭ | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | |
| 09:3২ | এই পাঠটি মৌচুমী মেধী দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই anamika medhiএতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |