LibreOffice-Suite-Math/C3/Set-Operations-Factorials-Cross-reference-equations/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | LibreOffice ম্যাথ , এই স্পকেন টিউটোৰিয়াললৈ আপোনাক স্বাগতম | |
00:04 | এই টিউটোৰিয়েলত, আমি শিকিম |
00:07 | সেট প্রক্রিয়া লেখা |
00:10 | factorial লেখা আৰু | |
00:12 | নম্বৰ দি ক্রস reference বা প্রতিনির্দেশ সমীকৰণ লেখা |
00:16 | ইয়াৰ বাবে, পর্বর্তী টিউটোৰিয়েলত তৈয়াৰ কৰি থোৱা সেই ৰাইটাৰ ডকিউমেন্ট - MathExample1.odt: উদাহৰন হিচাবে খুলক| |
00:29 | ইয়াত আমি ডকিউমেন্টৰ শেষৰলৈ যাও আৰু এটা নতুন পৃষ্ঠালৈ যাবলৈ কন্ট্রোল এন্টাৰ একলগে টিপক | |
00:37 | আৰু লিখক " “Set Operations: ”আৰু দুবাৰ এন্টাৰ টিপক | |
00:42 | এতিয়া ম্যাথ আৰম্ভ কৰা যাওক | |
00:45 | আলোচনাৰ আগে, ফন্টৰ আকাৰ ১৮ পইন্টলৈ বৃদ্ধি ক ৰা যাওক | |
00:51 | এলাইনমেন্টো বাও ফালে পৰিবর্তন কৰক | |
00:54 | এতিয়া সেট অপা ৰেশন লিখা শিকা যাওক | |
01:00 | ম্যাথত সেটবোৰ দেখোৱাবৰ বাবে ভিন্ন মার্ক আপ আছে, যি হল কিছু স্বতন্ত্র উপাদানৰ সংগ্রহ | |
01:07 | এতিয়া উদাহৰণ স্বৰুপে, পর্দাত দেখোৱাৰ দৰে সূত্র সম্পাদকৰ উইন্ডোত ৪ টা সেট লেখা যাওক | |
01:14 | সেট A ক ৫টা উপাদানৰ সৈতে |
01:18 | সেট B |
01:19 | সেট C |
01:21 | আৰু সেট Dৰ প্রত্যেককৰে সৈতে উপাদান | |
01:26 | লক্ষ্য কৰক, সেটৰ বাবে বন্ধনী লিখিবলৈ, আমি lbrace আৰু rbrace মার্ক আপ ব্যবহাৰ কৰিব পাৰিম | |
01:35 | এতিয়া আমি, সেট প্রক্রিয়া যেনে unions আৰু intersection লিখিব পাৰিম | |
01:42 | প্রথমে ইউনিয়ন প্রক্রিয়া লিখা যাওক | |
01:46 | B ইউনিয়ন C –ইয়াৰ বাবে মার্ক আপ ঠিক সেইদৰেই যেনে অামি ইয়াক পঢ়ো । |
01:51 | চাওক, ফলাফল সেট ১,২,৬,৪ আৰু ৫ হয় যত ইয়াৰ উভয় সেটত সকলো স্বতন্ত্র উপাদান আছে | |
02:04 | intersection প্রক্রিয়াৰ বাবে মার্ক আপ আকৌ ঠিক সেইদৰেই যেনে অামি ইয়াক পঢ়ো |
02:10 | intersectionত উভয় সেটৰ পৰা মাত্র সাধাৰণ উপাদানবোৰহে আছে | |
02:16 | সেয়ে B intersection D ইয়াৰ ফলাফল হল ৬ | |
02:23 | আৰু আমি লিখিব পাৰো : সেট C, সেট Aৰ সাবসেট হয় , কাৰণ সেট Cৰ প্রত্যেক উপাদানেই সেট A ত আছে | |
02:35 | ইয়াৰ বাবে মার্ক আপ হল C subset A | |
02:42 | আপোনি তাত তৃতীয় আইকনটোত ক্লিক কৰি এলিমেন্টস উইন্ডোৰ ব্যবহাৰ কৰি আপোনি আৰো অন্যান্য সেট প্রক্রিয়া লিখিবলৈ শিকিব পাৰে । |
02:51 | ক্লিক কৰক View> Elements> Set Operations | |
02:59 | এতিয়া আমি আমাৰ কাম সংৰক্ষণ কৰা যাওক | |
03:02 | ক্লিক কৰক File>Save | |
03:16 | এতিয়া factorial ফাংশন লেখা যাওক | |
03:11 | আমি তিনটা সূত্রৰ বাবে সোনকালে লিখিবলগিয়া নম্বৰ ১ পৰা ৩ পর্যন্ত নামাকৰন কৰিম| |
03:19 | এইবোৰে, এটা ৰাইটাৰ ডকিউমেন্টত কোনো এটা জাগাত সুত্রবোৰক প্রতিনির্দেশ কৰাত সহায় কৰে| |
03:25 | ৰাইটাৰ গ্ৰে বাক্সৰ বাহিৰত লাহে লাহে তিনিবাৰ ক্লিক কৰি এটা নতুন পৃষ্ঠালৈ যাও| |
03:33 | কন্ট্রোল-এন্টাৰ টিপক | |
03:36 | লিখক “Factorial Function: ” আৰু দুইবাৰ এন্টাৰ টিপক । |
03:42 | এতিয়া, আমি জানো কিভাবে ম্যাথ আৰম্ভ কৰিব পাৰি | |
03:45 | কিন্তু, কোনো গাণিতিক বস্তুক ৰাইটাৰলৈ নিবলৈ তাত আৰো এটা উপায় আছে | |
03:51 | ইয়াৰ বাবে, ৰাইটাৰ ডকিউমেন্টত 'Fn' লিখক আৰু F3 টিপক | |
03:59 | আমি এটা নতুন গাণিতিক বস্তু দেখিব পাৰিছো যি কয় যে - E সমান M C বর্গ . |
04:07 | আৰু তাৰ সৈতে, সো ফালে, বন্ধনীত সংখ্যা এক | |
04:14 | অর্থাত, আপোনি এই ডকিউমেন্টত কোনো এটা জাগাত ১ সংখ্যাৰ দ্বাৰা এই সূত্রটো প্রতিনির্দেশ কৰিব পাৰিব | |
04:22 | ইয়াক কেনেকৈ কৰে, আমি পিছলৈ বিৱৰণত শিকিম. |
04:27 | এতিয়া, গাণিতিক বস্তুৰ উপৰত ডবল ক্লিক কৰা যাওক | |
04:32 | আৰু ইয়াক পৰিবর্তন কৰক. ফন্টৰ আকাৰ ১৮ আৰু বাও ফালে এলাইনমেন্ট কৰা যাওক | |
04:40 | ঠিক আছে, এতিয়া factorial ৰ বাবে এটা উদাহৰণ লিখা যাওক | |
04:44 | ‘"fact" মার্ক আপে, factorial চিহ্ন বোজায় | |
04:50 | সেয়ে এই সূত্র মুছি আমাৰ সুত্র-টো লেখা যাওক: |
04:55 | 5 Factorial = 5 into 4 into 3 into 2 into 1 = 120. |
05:07 | ইয়াত মার্ক আপটো লক্ষ্য কৰক | |
05:09 | আহক, আমাৰ পৰবর্তী সূত্রটো এটা নতুন ম্যাথ বস্তুত লেখা যাওক | |
05:14 | ইয়াৰ বাবে, প্রথমে ৰাইটাৰ গ্ৰে বাক্সৰ বাহিৰত তিনিবাৰ লাহে লাহে ক্লিক কৰা যাওক | |
05:23 | এই পৃষ্ঠাৰ শেষলৈ যাবলৈ নিম্নমুখী তলৰফালে থকা এৰো কী দুই বা তিনিবাৰ টিপক | |
05:30 | আৰু দ্বিতীয় ম্যাথ বস্তুটোক আনিবলৈ লিখক ‘f n’ আৰু F3 টিপক | |
05:37 | আকৌ আমি ফৰ্মেটিঙ পুনৰাবৃত্তি কৰিম | |
05:46 | আৰু factorialৰ সংজ্ঞা সৈতে এই উপস্হিত থকা সূত্র মুছি পেলাওক : |
05:52 | N factorial সমান্চিহ্ন prod from k সমান্চিহ্ন 1 to n of k. |
06:01 | 'Prod' মার্ক আপ-টি লক্ষ্য কৰক, এটা গুন বোঝায়, ঠিক যেনে sigma সমষ্টি বোঝায় | |
06:10 | এতিয়া, প্রথম দুটাৰ নিচিনা আৰো এটা তৃতীয় ম্যাথ বস্তুক দেখোৱা যাওক । |
06:20 | আৰু পর্দাত দেখোৱাৰ দৰে দুটা শর্তধীন সূত্র হিসাবে factorialৰ সংজ্ঞা পুনৰায় লিখক| |
06:30 | ‘binom’, মার্ক অপটো লক্ষ্য কৰক, যিয়ে দুটা উপাদানৰ এটা উল্লম্ব স্তম্ভ প্রদর্শন কৰে। আৰু সুন্দৰ এলাইনমেন্ট কৰিবলৈ সাহায্য কৰে । |
06:42 | দেখা যাওক কিভাবে আমি এই সূত্রবোৰক প্রতিনির্দেশ কৰিব পাৰি । |
06:47 | ইয়াৰ বাবে, এটা নতুন পৃষ্ঠালৈ যাওক | |
06:51 | আৰু লিখক : An example of factorial is provided here | |
06:59 | এতিয়া Insert মেনুত ক্লিক কৰক আৰু তাৰপিছত Cross referenceত ক্লিক কৰক | |
07:06 | নতুন পপআপত, টাইপ লিস্টত "“Text”" নির্বাচন কৰা যাওক | |
07:12 | তাৰপিছত নির্বাচন তালিকাৰ(Selection list) পৰা প্রথম উপাদানটি নির্বাচন কৰক যি, আমি লেখা প্ৰথম factorial সূত্রটোক নির্দেশ কৰে । |
07:21 | এতিয়া ‘Insert reference tool’ তালিকাৰ পৰা Reference নির্বাচন কৰক আৰু Insert ত এবাৰ ক্লিক কৰক আৰু বন্ধ কৰক । |
07:31 | সেয়ে প্রথম বন্ধনীত থকা সংখ্যাটি, আমাৰ লেখাৰ কাষত প্ৰদৰ্শিত হৈছে| আৰু এয়াই হল. |
07:39 | কেবল এই সংখ্যাটিৰ উপৰত ক্লিক কৰি এইবাৰ এটা পৰীক্ষা কৰা যাওক |
07:43 | আৰু চাওক যে, কার্সাৰটো ঠিক সেই জাগালৈ গৈছে যত আমি প্রথম সূত্রটি লিখিছিলো | |
07:51 | এইভাবে যি আমি ৰাইটাৰ ডকিউমেন্টত কোনো এটা জাগাত ম্যাথ সূত্র প্রতিনির্দেশ কৰিব পাৰো | |
07:58 | আমি কামবোৰ সংৰক্ষণ কৰো | |
08:01 | ইয়াত ম্যাথ-ৰ বাবে কিছু ৰেফাৰেন্স লিঙ্ক আছে: |
08:06 | Libreoffice.org ডকুমেন্টেশন লিঙ্কৰ পৰা সহায়িকা ডাউনলোড কৰক । |
08:14 | ম্যাথৰ উপৰত আৰু তথ্যৰ বাবে নিম্নলিখিত ওয়েবসাইট help.libreoffice.org/Math পৰিদর্শন কৰিব পাৰিব | |
08:20 | আৰু শেষলৈ, আপোনাৰ বাবে এটা অনুশীলনী আছে | ৰাইটাৰ ডকিউমেন্ট বয়ৱহাৰ কৰক. |
08:25 | এই টিউটোৰিয়েলত নমুনা সেটবোৰ ব্যবহাৰ কৰি পৰীক্ষা কৰক A union ( B union C) আৰু(A union B) union C সমান হয় নে নহয়. | |
08:40 | A বিয়োগ B- ইয়াৰ ফলাফল লিখক | |
08:43 | আৰু ৰাইটাৰ ডকিউমেন্টত, দ্বিতীয় আৰু তৃতীয় factorial সুত্রদুটাক প্রতিনির্দেশ কৰক | |
08:51 | ইয়াতেই LibreOffice ম্যাথৰ সেট, factorial আৰু প্রতিনির্দেশ, ইয়াৰ উপৰত এই টিউটোৰিয়েলটো সমাপ্ত হল | |
08:59 | সংক্ষেপে, আমি শিকিছো: |
09:03 | সেট প্রক্রিয়া লেখা | |
09:05 | factorial লেখা | |
09:08 | সংখ্যা দ্বাৰা সমীকৰণ প্রতিনিদেশ কৰা | |
09:11 | স্পোকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়. |
09:23 | এই প্রকল্পটো http://spoken-tutorial.org দ্বাৰা পৰিচালিত হয় । |
09:27 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
09:32 | এই পাঠটি মৌচুমী মেধী দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ। |