LibreOffice-Suite-Math/C3/Set-Operations-Factorials-Cross-reference-equations/Assamese

From Script | Spoken-Tutorial
Revision as of 11:18, 10 October 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 LibreOffice ম্যাথ , এই স্পকেন টিউটোৰিয়াললৈ আপোনাক স্বাগতম |
00:04 এই টিউটোৰিয়েলত, আমি শিকিম
00:0৭ সেট প্রক্রিয়া লেখা
00:10 factorial লেখা আৰু |
00:১২ নম্বৰ দি ক্রস reference বা প্রতিনির্দেশ সমীকৰণ লেখা
00:16 ইয়াৰ বাবে, পর্বর্তী টিউটোৰিয়েলত তৈয়াৰ কৰি থোৱা সেই ৰাইটাৰ ডকিউমেন্ট  - MathExample1.odt: উদাহৰন হিচাবে খুলক|
00:29 ইয়াত আমি ডকিউমেন্টৰ  শেষৰলৈ যাও আৰু এটা নতুন পৃষ্ঠালৈ যাবলৈ কন্ট্রোল এন্টাৰ একলগে টিপক |
00:37 আৰু লিখক "

“Set Operations: ” আৰু দুবাৰ এন্টাৰ টিপক |

00:42 এতিয়া ম্যাথ আৰম্ভ কৰা যাওক |
00:45 আলোচনাৰ আগে, ফন্টৰ আকাৰ ১৮ পইন্টলৈ বৃদ্ধি ক ৰা যাওক |
00:51 এলাইনমেন্টো বাও ফালে পৰিবর্তন কৰক |
00:54 এতিয়া  সেট অপা ৰেশন লিখা শিকা যাওক |
01:00 ম্যাথত সেটবোৰ দেখোৱাবৰ বাবে ভিন্ন মার্ক আপ আছে, যি হল কিছু স্বতন্ত্র উপাদানৰ সংগ্রহ |
01:07 এতিয়া উদাহৰণ স্বৰুপে, পর্দাত দেখোৱাৰ দৰে সূত্র সম্পাদকৰ উইন্ডোত ৪ টা সেট লেখা যাওক |
01:14 সেট A ক ৫টা উপাদানৰ সৈতে
01:18 সেট B
01:১৯ সেট C
01:2১ আৰু সেট Dৰ প্রত্যেককৰে সৈতে উপাদান |******
01:2৬ লক্ষ্য কৰক, সেটৰ বাবে বন্ধনী লিখিবলৈ, আমি lbrace আৰু rbrace মার্ক আপ ব্যবহাৰ কৰিব পাৰিম |
01:3৫ এতিয়া আমি, সেট প্রক্রিয়া যেনে  unions আৰু intersection লিখিব পাৰিম |
01:4২ প্রথমে ইউনিয়ন প্রক্রিয়া লিখা যাওক |
01:4৬ B ইউনিয়ন C –ইয়াৰ বাবে মার্ক আপ ঠিক সেইদৰেই যেনে অামি ইয়াক পঢ়ো ।
01:5১ চাওক, ফলাফল সেট ১,২,৬,৪ আৰু ৫ হয় যত ইয়াৰ উভয় সেটত সকলো স্বতন্ত্র উপাদান আছে |
02:0৪ intersection প্রক্রিয়াৰ বাবে মার্ক আপ আকৌ ঠিক সেইদৰেই যেনে অামি ইয়াক পঢ়ো
02:1০ intersectionত উভয় সেটৰ পৰা মাত্র সাধাৰণ উপাদানবোৰহে আছে |
02:১৬ সেয়ে B intersection D ইয়াৰ ফলাফল হল ৬ |
02:2৩ আৰু আমি লিখিব পাৰো : সেট C, সেট Aৰ সাবসেট হয় , কাৰণ সেট Cৰ প্রত্যেক উপাদানেই সেট A ত আছে |
02:3৫ ইয়াৰ বাবে মার্ক আপ হল C subset A |
02:4২ আপোনি তাত তৃতীয় আইকনটোত ক্লিক কৰি এলিমেন্টস উইন্ডোৰ ব্যবহাৰ কৰি আপোনি আৰো অন্যান্য সেট প্রক্রিয়া লিখিবলৈ শিকিব পাৰে ।
02:5১ ক্লিক কৰক View> Elements> Set Operations |
0২:৫৯ এতিয়া আমি আমাৰ কাম সংৰক্ষণ কৰা যাওক |
03:0২ ক্লিক কৰক File>Save |
03:1৬ এতিয়া factorial ফাংশন লেখা যাওক |
03:1১ আমি তিনটা সূত্রৰ বাবে সোনকালে লিখিবলগিয়া নম্বৰ ১ পৰা ৩ পর্যন্ত নামাকৰন কৰিম| ***
03:১৯ এইবোৰে, এটা ৰাইটাৰ ডকিউমেন্টত কোনো এটা জাগাত সুত্রবোৰক প্রতিনির্দেশ কৰাত সহায় কৰে|
03:2৫ ৰাইটাৰ গ্ৰে বাক্সৰ বাহিৰত লাহে লাহে তিনিবাৰ ক্লিক কৰি এটা নতুন পৃষ্ঠালৈ যাও|
03:3৩ কন্ট্রোল-এন্টাৰ টিপক |
03:৩৬ লিখক “Factorial Function: ” আৰু দুইবাৰ এন্টাৰ টিপক ।
03:4২ এতিয়া, আমি জানো কিভাবে ম্যাথ আৰম্ভ কৰিব পাৰি |
03:4৫ কিন্তু, কোনো গাণিতিক বস্তুক ৰাইটাৰলৈ নিবলৈ তাত আৰো এটা উপায় আছে |
03:5১ ইয়াৰ বাবে, ৰাইটাৰ ডকিউমেন্টত 'Fn' লিখক আৰু F3 টিপক |
০৩:৫৯ আমি এটা নতুন গাণিতিক বস্তু দেখিব পাৰিছো যি কয় যে - E সমান M C বর্গ      E is equal to m c squared  ***
04:০৭ আৰু তাৰ সৈতে, সো ফালে, বন্ধনীত সংখ্যা এক |  *************
04:1৪ অর্থাত, আপোনি এই ডকিউমেন্টত কোনো এটা জাগাত ১ সংখ্যাৰ দ্বাৰা এই সূত্রটো প্রতিনির্দেশ কৰিব পাৰিব |
04:২২ ইয়াক কেনেকৈ কৰে, আমি পিছলৈ বিৱৰণত শিকিম.
04:২৭ এতিয়া, গাণিতিক বস্তুৰ উপৰত ডবল ক্লিক ক ৰা যাওক |
04:3২ আৰু ইয়াক পৰিবর্তন কৰক. ফন্টৰ আকাৰ ১৮ আৰু বাও ফালে এলাইনমেন্ট কৰা যাওক |
04:4০ ঠিক আছে, এতিয়া factorial ৰ বাবে এটা উদাহৰণ লিখা যাওক |
04:4৪ ‘"fact" মার্ক আপে, factorial চিহ্ন বোজায় |
04:5০ সেয়ে এই সূত্র মুছি আমাৰ সুত্র-টো লেখা যাওক:
04:5৫ 5 Factorial = 5 গুন 4 গুন 3 গুন 2 গুন 1 = 120   ******

5 Factorial = 5 into 4 into 3 into 2 into 1 = 120.

05:০৭ ইয়াত মার্ক আপটো লক্ষ্য কৰক |
05:০৯ আহক, আমাৰ পৰবর্তী সূত্রটো এটা নতুন ম্যাথ বস্তুত লেখা যাওক |
05:1৪ ইয়াৰ বাবে, প্রথমে ৰাইটাৰ গ্ৰে বাক্সৰ বাহিৰত তিনিবাৰ লাহে লাহে ক্লিক কৰা যাওক |
05:2৩ এই পৃষ্ঠাৰ শেষলৈ যাবলৈ নিম্নমুখী তলৰফালে থকা এৰো কী দুই বা তিনিবাৰ টিপক |
05:3০ আৰু দ্বিতীয় ম্যাথ বস্তুটোক আনিবলৈ লিখক ‘f n’ আৰু F3 টিপক |
05:৩৭ আকৌ আমি ফৰ্মেটিঙ পুনৰাবৃত্তি কৰিম |
05:৪৬ আৰু factorialৰ সংজ্ঞা সৈতে এই উপস্হিত থকা সূত্র মুছি পেলাওক :
05:5২ N factorial সমান্চিহ্ন prod from k সমান্চিহ্ন 1 to n of k..**********
06:0১ 'Prod' মার্ক আপ-টি লক্ষ্য কৰক, এটা গুন বোঝায়, ঠিক যেমন sigma সমষ্টি বোঝায় |
06:১০ এতিয়া, প্রথম দুটাৰ নিচিনা আৰো এটা তৃতীয় ম্যাথ বস্তুক দেখোৱা যাওক ।
06:2০ আৰু পর্দাত দেখোৱাৰ দৰে দুটা শর্তধীন সূত্র হিসাবে factorialৰ সংজ্ঞা পুনৰায় লিখক|
06:3০ ‘binom’, মার্ক অপটো লক্ষ্য কৰক, যিয়ে দুটা উপাদানৰ এটা উল্লম্ব স্তম্ভ প্রদর্শন কৰে। আৰু সুন্দৰ এলাইনমেন্ট কৰিবলৈ সাহায্য কৰে ।
06:4২ দেখা যাওক কিভাবে আমি এই সূত্রবোৰক প্রতিনির্দেশ কৰিব পাৰি ।
06:৪৭ ইয়াৰ বাবে, এটা নতুন পৃষ্ঠালৈ যাওক |
06:5১ আৰু লিখক : An example of factorial is provided here |******
০৬:৫৯ এতিয়া Insert মেনুত ক্লিক কৰক আৰু তাৰপিছত Cross referenceত ক্লিক কৰক |
07:0৬ নতুন পপআপত, টাইপ লিস্টত "“Text”" নির্বাচন কৰা যাওক |
07:1২ তাৰপিছত নির্বাচন তালিকাৰ(Selection list) পৰা প্রথম উপাদানটি নির্বাচন কৰক যি, আমি লেখা প্ৰথম factorial সূত্রটোক নির্দেশ কৰে ।
07:2১ এতিয়া ‘Insert reference tool’ তালিকাৰ পৰা Reference নির্বাচন কৰক আৰু Insert ত এবাৰ ক্লিক কৰক আৰু বন্ধ কৰক ।
07:3১ সেয়ে প্রথম বন্ধনীত থকা সংখ্যাটি, আমাৰ লেখাৰ কাষত প্ৰদৰ্শিত হৈছে | আৰু এইয়া হল .****
07:৩৯ কেবল এই সংখ্যাটিৰ উপৰত ক্লিক কৰি এইবাৰ এটা পৰীক্ষা কৰা যাওক
07:4৩ আৰু চাওক যে, কার্সাৰটো ঠিক সেই জাগালৈ গৈছে যত আমি প্রথম সূত্রটি লিখিছিলো |
07:5১ এইভাবে যি আমি ৰাইটাৰ ডকিউমেন্টত কোনো এটা জাগাত ম্যাথ সূত্র প্রতিনির্দেশ কৰিব পাৰো |
০৭:৫৮ আমি কামবোৰ সংৰক্ষণ কৰো |
08:0১ ইয়াত ম্যাথ-ৰ বাবে কিছু ৰেফা ৰেন্স লিঙ্ক আছে:
08:০৬ Libreoffice.org ডকুমেন্টেশন লিঙ্কৰ পৰা সহায়িকা ডাউনলোড কৰক ।
08:1৪ ম্যাথৰ উপৰ আৰু তথ্যৰ বাবে নিম্নলিখিত ওয়েবসাইট help.libreoffice.org/Math পৰিদর্শন কৰিব পাৰিব |
08:2০ আেু শেষলৈ, আপোনাৰ বাবে এটা অনুশীলনী আছে | ৰাইটাৰ ডকিউমেন্ট বয়ৱহাৰ কৰক.
08:2৫ এই টিউটোৰিয়েলত নমুনা সেটবোৰ ব্যবহাৰ কৰি পৰীক্ষা কৰক A union ( B union C) আৰু(A union B) union C সমান হয় নে নহয়. |
08:4০ A বিয়োগ B-ইয়াৰ ফলাফল লিখক |********
08:4৩ আৰু ৰাইটাৰ ডকিউমেন্টত,  দ্বিতীয় আৰু তৃতীয় factorial সুত্রদুটাক প্রতিনির্দেশ কৰক |
08:5১ ইয়াতেই LibreOffice ম্যাথৰ সেট, factorial আৰু প্রতিনির্দেশ, ইয়াৰ উপৰত এই টিউটোৰিয়েলটো সমাপ্ত হল |
০৮:৫৯ সংক্ষেপে, আমি শিকিছো:
09:0৩ সেট প্রক্রিয়া লেখা |
09:0৫ factorial লেখা |
09:০৮ সংখ্যা দ্বাৰা সমীকৰণ প্রতিনিদেশ কৰা |
09:1১ কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।

ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়

09:2৩ এই প্রকল্পটো http://spoken-tutorial.org দ্বা ৰা পৰিচালিত হয় ।
09:২৭ এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:3২ এই পাঠটি মৌচুমী মেধী দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই anamika medhiএতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi