GChemPaint/C3/Features-and-Color-Schemes/Assamese

From Script | Spoken-Tutorial
Revision as of 15:05, 15 September 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00: 01  নমস্কাৰ দৰ্শক সকল.  'GChemTableত Features and Color Schemes  ৰ 

এই টিউটোৰিয়েললৈ আপোনাক স্বাগতম

00: 07 এই টিউটোৰিয়েলত, আমি শিকিম
00: 11 * GChemTable
00: 12 * মৌল উইন্ডো আৰু কালাৰ স্কিম. 

Elemental window and Color schemes 

00: 16 এই টিউটোৰিয়েলত আমি ব্যবহাৰ কৰিছো,
00: 19 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04.
00: 22 'GChemPaint' সংস্কৰণ 0.12.10 আৰু
00: 27 'GChemTable' সংস্কৰণ 0.12.10.
00: 32 এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনি
00: 35 * Periodic table of elements আৰু GChemPaintৰ সৈতে পৰিচিত হব লাগিব


00: 41 যদি নহয়, প্রাসঙ্গিক 'GChemPaint' টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট দৰ্শন কৰক.
00: 46 এতিয়া 'GChemTable' আবেদন সম্পর্কে শিকো.
00: 50 'GChemTable' 'GChemPaintৰ এটা ইউটিলিটি সফটওয়্যাৰ হিচাবে ইনস্টল কৰিব পাৰি
00: 55

Synaptic Package Manager' ব্যবহাৰ কৰি. *   *  *

00: 58 'GChemTable' এট ৰাসায়নিক উপাদান 

Periodic table আবেদন হয়.   মাধুৰি ক সুধিব লাগিব  

01: 03 ই উপাদানৰ সম্পর্কে বৈজ্ঞানিক তথ্য প্রদান কৰে. 
01: 08 ই বিভিন্ন

Color schemesৰ সৈতে Periodic table দেখায়.

01: 13 'GChemTable' খুলিবলৈ,

Dash Home'ত ক্লিক কৰক.

01: 17 প্রদর্শিত সার্চ বাৰত  '"Gchemtable"' টাইপ কৰক .
01: 21   '

Periodic table of the elements' আইকনত ক্লিক কৰক.

01: 26 '

Periodic table of the elements ' উইন্ডো প্রর্দশিত হয়.

01: 30 'GChemTable' উইন্ডোত সকলো উইন্ডো ভিত্তি অ্যাপ্লিকেশনৰ নিচিনা 'মেনুবাৰ' 'আছে'.
01: 36 'মেনুবাৰ' ত  আপোনি 'GChemTable' ৰ সৈতে কাম কৰিব পৰা সকলো কমান্ড অাছে.
01: 41 এইটো Periodic table of elements হয়. ইয়াত আপোনি উপাদান বাটন চব পাৰিব.
01: 49 উপাদানৰ নামবোৰ পাবলৈ, উপাদানত কার্সাৰ দাল ৰাখক.
01: 52 টেবোলত থকা বোতামৰ বাবে ব্যবহৃত হোৱা ৰংবোৰ, উপাদানৰ প্রচলিত ৰং হয়. 
01: 58 এইখন টেবোল '

Modern Periodic tableৰ এটা প্রতিৰুপ হয়.

02: 02 এতিয়া 'Elemental window

' সম্পর্কে শিকো.


02: 05 এইটোক প্রদর্শন কৰিবলৈ, 

periodic টেবোলত কোনো এটা উপাদান বাটনত ক্লিক কৰক.

02: 10 মইCarbon(C)ত ক্লিক কৰক
02: 13 '

Carbonৰ'  Elemental window খোলে

02: 16 '

Elemental windowত চাৰিটা ট্যাব উপস্থিত আছে

02: 20 *

Main,

02: 21 *

Electronic Properties,

02: 23 *

Radii


02: 24 *

Thermodynamics'

02: 26 মই এটা এটাকৈ প্রতিটো ট্যাবৰ সম্পর্কে ব্যাখ্যা কৰিম
02: 30 ডিফল্টৰূপে

Main ট্যাব নির্বাচন কৰা হয়.

02: 33 * ইয়াৰ উচৰত উপাদানৰ প্রতীক আছে,
02: 36 *

Atomic number ( পাৰমাণবিক সংখ্যা),

02: 38 * Atomic weight (পাৰমাণবিক ওজন) আৰু
02: 40 *

Electronic configuration (ইলেক্ট্রনিক কনফিগাৰেশন) .

02: 43 ইয়াৰ উচৰত  শিৰোনাম Lang' আৰু Nameৰ সৈতে এখন টেবোল আছে
02: 47 টেবোলে বিভিন্ন ভাষাযত 

Carbon's ৰ' নাম দেখায়

02: 53 পিছত 

Electronic properties ট্যাবত ক্লিক কৰক

02: 56 এই ট্যাবে
03: 00 'Pauling electro-negativity মান.
03: 02

Ionization energies',


03: 05  

'MJ প্ৰতি mol ত  প্রথম, 'দ্বিতীয় আৰু তৃতীয়' 'Ionization energies

03: 10

KJ per mol'ত Electronic affinities ৰ সম্পর্কে বিস্তাৰিত বিৱৰণ দেখায় 

03: 15 'সংশ্লিষ্ট সোফালে '

Show curve বাটনবোৰ দেখা যায়


03: 20 চার্ট দেখোৱাবলৈ  '

Show curve' ' বাটনত ক্লিক কৰক.

03: 24 . এইটো Electronegativity  '

Atomic number(Z) বিপক্ষে হোৱা  এখন চার্ট হয়. মই চার্টখন বন্ধ কৰিম

03: 31 '

Radii ' ট্যাবত ক্লিক কৰক

03: 34 এই ট্যাবে দেখায়
03: 35 *

Covalent,

03: 36 *

Van der Waals আৰু


03: 37

Metallic radii মান, সকলোবোৰ  'pm'ত


03: 41

'pm' হৈছে pico metre= 10 to the power of minus 12 metres.

03: 47 যিহেতু Carbon এটা

অধাতু হয় , ইয়াৰ উচৰত Metallic radius'ৰ মান নাই.

03: 53 মই Carbonৰ উইন্ডো বন্ধ কৰিম.
03: 56  

Periodic table of the elements উইন্ডোলৈ যোৱা যাওক.

04: 00 Sodium(Na)

বাটনত ক্লিক কৰক.

04: 04 '

Radii ' ট্যাবত ক্লিক কৰক.

04: 07 '

Metallic radii মান ইয়াত প্রদর্শিত হয়.

04: 11  

Radii ট্যাবে   Ionic radiiৰ  এখন টেবোল দেখায়.

04: 15 এই টেবোলত কলমন্চ হিচাবে Ion, C.N, আৰু Value আছে
04: 22 আমি টেবোলখন তললৈ স্ক্রোল কৰো.
04: 24 এই টেবোলখনে বিভিন্ন Ionic states Sodium বিদ্যমান সম্পর্কে তথ্য দেখায়.   
04: 31 * ইয়াৰ Coordination number(CN)'' আৰু Ionic radii মনবোৰ  'pm'ত  

.

04: 37 উপাদানসমূহ Chromium, Manganese, Iron, Cobalt, Nickel আৰু Copper এটা ডাঙৰ কমপ্লেক্স গঠন কৰিবলৈ সিহতৰ এটা প্রবণতা আছে.
04: 48 '

Iron(Fe) ' বাটনত  আমি ক্লিক কৰো.

04: 51 ইয়াৰ মৌল উইন্ডো খোলে
04: 54  

Radii ' ট্যাবত ক্লিক কৰক.

04: 56

Ionic radii'টেবোলৰ উচৰত Spin নামেৰে এটা অতিৰিক্ত কলম আছে .

- 05: 02  

Spin কলমে আয়ৰনৰ জটিল গঠনৰ প্রবণতা সম্পর্কে ধাৰণা দিয়ে

- 05: 07 ইয়াত High মানে বিনামূল্য কমপ্লেক্স ঘুর্ণন (

spin free complexes )যত ইলেকট্রনবোৰ বিজোড় হৈ থাকে .

- 05: 13

Low' মানে  স্পিন জোড়া কমপ্লেক্স যত ইলেকট্রনবোৰ জোড়া হৈ থাকে 

- 05: 20 মই Iron(Fe) 'প্রাথমিক উইন্ডো' 'বন্ধ কৰিম. - 05: 23 জটিল গঠন সম্পর্কে আৰো বিস্তাৰিত এই লিঙ্ক ত উপলব্ধ

http://en.wikipedia.org/wiki/Spin_states_d_electrons.

- 05: 28

Carbon' Elemental window ত আকৌ এবাৰ ক্লিক কৰক.

- 05: 33   '

Thermodynamics' ট্যাবত  ক্লিক কৰক

- 05: 36 এই ট্যাবে Carbon.ৰ 'Melting Point আৰু Boiling point দেখায়.


- 05: 40 আপোনি নিজ নিজে Show curve বাটনৰ বিষৰে চাওক. - 05: 45  মই 'Carbon প্রাথমিক উইন্ডো বন্ধ কৰিম. - 05: 48 এতিয়া Color schemes লৈ যাও. - 05: 52  

View মেনু লৈ যাওক আৰু  Color schemes নির্বাচন কৰক.

- 05: 57 এটা সাবমেনু Color schemesৰ তালিকাৰ সৈতে খোলে. - 06: 01  

No colorsত ক্লিক কৰক.

- 06: 04 সমস্ত উপাদান বোতামবোৰ '

grey হৈ যায়

- 06: 09 Color Schemesত ক্লিক কৰক ' আৰু '

Physical states নিৰ্বাচন কৰক


- 06: 13 "Blue" (নীলা) ৰঙৰ  উপাদান বোতামৰ সৈতে এটা নতুন Periodic table খোলে - 06: 18 খালি কিছো "Black"  ৰঙৰ বাহিৰে  - 06: 21 উপৰত আপোনি সর্বনিম্ন মান হিসাবে "zero(0) ৰ সৈতে" Temperature(K): 

scale slider চাব পাৰিব 

- 06: 28 আপোনি তলত "Solid-Blue", "Liquid-Green" আৰু "Gas-Red" ৰ ৰঙবোৰ চাব পাৰিব


- 06: 36 zero degree Kelvinত  সকলো উপাদানবোৰ পদার্থ অবস্থাত থাকে - 06: 41 সেয়ে সেইবোৰ 'নীলা' ৰঙত প্রদর্শিত হয়. - 06: 44  তাপমাত্রা বৃদ্ধি কৰিবলৈ স্লাইডাৰদাল টানি অনা যাওক. - 06: 48 লক্ষ্য কৰক যে উপাদানবোৰে সিহতৰ Physical state পৰিবর্তন কৰায়  - 06: 52

"Blue" ৰঙটো ​​Green(liquid) আৰু Red(Gas) ৰঙৰ দ্বাৰা প্রতিস্থাপিত কৰা হয়


- 07: 00 '6010 degree Kelvin(six thousand ten) ত সকলো উপাদানবোৰ  বাষ্প অবস্থানলৈ পৰিবর্তন হয় - 07: 04 সমস্ত বোতামবোৰ " "Red" " ৰংলৈ পৰিবর্তন হয় - 07: 09 কিছু কিছু উপাদানবোৰ "black" পটভূমিত দেখোৱা হয়.   - 07: 12 সেই Temperature ত সিহতৰ অবস্থাটো অজ্ঞাত হয়. - 07: 16 পিছত Family নির্বাচন কৰো. - 07: 19

'Selected Family ড্রপ ডাউন বাটন প্রদর্শিত হয়.

- 07: 23 ড্রপ ডাউন তালিকাত সিহতৰ সংশ্লিষ্ট ৰঙৰ সৈতে বিভিন্ন পৰিবাৰ আছে. - 07: 27 ডিফল্টৰুপে '

All নির্বাচিত হয়.

- 07: 31 উপাদানৰ প্রতিটো '

'Family ' এটা নির্দিষ্ট ' 'Family" ' ৰংত প্রদর্শিত হয়.


- 07: 36

  ড্রপ ডাউন তালিকাত ক্লিক কৰক আৰু | 'Metalloids' নির্বাচন কৰক.

- 07: 40 Metalloids 'Green family' পটভূমি ৰঙত  প্রদর্শিত হয়. - 07: 45  বাকী সকলো উপাদানবোৰ "black" পটভূমিত প্রদর্শিত হয় - 07: 49  

Color Scheme' লৈ উভতি যাওক. Electronegativity color scheme  নির্বাচন কৰক


- 07: 57 '

'red ৰঙৰ সৈতে থকা উপাদানসমূহৰ সর্বনিম্ন ' Electronegativity ' মান আছে.

- 08: 01

'blue'  ৰঙৰ সৈতে থকা উপাদানসমূহৰ সর্বোচ্চ ' Electronegativity ' মান আছে. '

- 08: 06  

'redৰ পৰা 'blue' ৰঙৰলৈ তাত কিছো ৰংৰ পৰিবর্তন হয়. 

- 08: 12

'pink'  ৰঙৰ সৈতে থকা উপাদানসমূহ Electronegativity মানৰ মাজত আছে.

- 08: 18 যদি কোনো তথ্য ডাটাবেসত উপলব্ধ নহয়, উপাদানবোৰত এটা "black" পটভূমি থাকিব. - 08: 23 আমি Block নির্বাচন কৰো. - 08: 27  

Blockৰ প্রতিটো উপাদানসমূহ  দিয়া  ব্লকৰ ৰঙৰ সৈতে প্রদর্শিত হব.


- 08: 31 *

's' block – blue


- 08: 34 *

'p' block – reddish brown


- 08: 37 -

'd' block – green আৰু


- 08: 40 * '

'f' block – Purple.


- 08: 43 আমি শিকাখিনি সংক্ষেপ কৰা যাওক. - 08: 46 এই টিউটোৰিয়েলত আমি শিকিছো. - 08: 48 * মৌল ৱিন্দো সম্পর্কে বিবৰণ. - 08: 51 *

1.Physical

- 08: 53 2.Family - 08: 54 3.Electronegativity আৰু - 08: 56 4.Block ৰ কালাৰ স্কিম - 08: 58 এট  নিয়োগ হিসাবে, - 09: 00

বিচাৰক (Explore)

- 09: 01 Cobalt, Nickel, Copper 'আৰু অন্যন্যৰ  মৌল ৱিন্দো - 09: 06 * বিভিন্ন 'Family Color schemes - 09: 08 * Atomic radius Color scheme - 09: 11 তলৰ সংযোগত থকা ভিদিয়'তো চাওক । 'http://spoken-tutorial.org/What_is_a_Spoken_ tutorial - 09: 15 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । - 09: 18 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । - 09: 22 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: - 09: 25 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে


- 09: 28 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । - 09: 32 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org - 09: 38 স্পোকেন টিউটোৰিয়েল প্রযেক্ত এটা শিক্ষকৰ লগত কথা পতা প্রযেক্ত । - 09: 42 ইয়াক সহাই কৰিছে নেচনেল মিছন অন এডুকেছনেল, আই.চি.তি., এম.এইচ.আৰ.দি., ভাৰত চৰকাৰ । - 09: 49 অধিক তথ্যৰ বাবে চাওক:স্পোকেন হাইফেন টিউটোৰিয়েল ডত ও আৰ জি স্লেচ্ এন.এম.ই.আই.চি.তি হাইফেন ইনত্ৰো । http://spoken-tutorial.org/NMEICT-Intro] - 09: 55 মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো । দৰ্শন দিয়া বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya