GChemPaint/C3/Orbital-Overlap/Assamese

From Script | Spoken-Tutorial
Revision as of 10:50, 15 September 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00: 00 নমস্কাৰ দৰ্শক সকল.
00: 01 ' 'GChemPaint' Orbital Overlap'ৰ এই টিউটোৰিয়েললৈ স্বাগতম.
00: 06 এই টিউটোৰিয়েলত, আমি শিকিম
00: 08 * অৰবিটেলৰ  বিভিন্ন ধৰনৰ সম্পর্কে
00: 11 * অৰবিটেলৰ ৰোটেছন আৰু ৰিচাইজ
00: 14 অৰবিটেল অভাৰলেপ্চৰ ধৰন
00: 17 ইয়াত আমি 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমেৰ সংস্কৰণ 12.04 ব্যবহাৰ কৰিছো.
00: 21 'GChemPaint' সংস্কৰণ 0.12.10.
00: 26 এই টিউটোৰিয়েল অনুসৰণ কৰিবলৈ, আপোনি
00: 31 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হব লাগিব
00: 34 যদি নাজানে তেনেহলে প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট চাওক.
00: 38 আমি প্রথমে atomic orbital কি চাও.
00: 42 atomic orbital এটা গাণিতিক ফাংশন হয়.
00: 46 ই এটা পৰমাণুত এটা ইলেকট্রনৰ তৰঙ্গ নিচিনা আচৰণ বর্ণনা কৰে. *****
00: 52 এটা অৰবিটেল এটা ইলেক্ট্রন খুঁজে বেৰ কৰাৰ সর্বোচ্চ সম্ভাবনা সঙ্গে এটা স্থান অঞ্চল.  ***
00: 58 এইটো এটা 

's' orbital হয়.

01: 00 ইয়াত sphericalআকৃতি আছে.
01: 03 ইয়াত বিভিন্ন অক্ষত 'p' 'অৰবিটেল' আছে.  ******
01: 06 'p' 'অৰবিটেলবোৰ "dumb-bell" আকৃতিৰ হয়.
01: 09 পিছত, আমাৰ উচৰত  বিভিন্ন অক্ষত 'd' orbitals আছে *******
01: 13 'd 'অৰবিটেলবোৰ double "dumb-bell" আকৃতিৰ' 'হয়' .
01: 17 আমি এটা নতুন 'GChemPaint' আবেদন খোলিছো.
01: 20 আমি প্রথমে 'অৰবিটেলৰ' সম্পর্কে শিকো.
01: 24 Add or modify an atomic orbital

টুলত  ক্লিক কৰক

01: 28  

Orbital সম্পত্তি(property) উইন্ডো প্রর্দশিত হয়.

01: 30 এই উইন্ডোত Coefficient, Rotation আৰু Type নিচিনা ক্ষেত্র আছে.
01: 36 প্রথমে, আমি Typeৰ সৈতে আৰম্ভ কৰো.
01: 40 ডিফল্টৰুপে, 's' orbital নির্বাচিত হয়.
01: 42 p, d xy and d z square orbital ৰেডিও বাটনত ক্লিক কৰো ******
01: 50 আশেপাশে প্রদর্শিত বিভিন্ন orbital আকাৰ লক্ষ্য কৰক.
01: 54 পৰবর্তীতে  আমি Coefficient আৰু Rotation বৈশিষ্ট্য পৰীক্ষা কৰো.
01: 59   Coefficient বৈশিষ্ট্যত  মান -1.00 ৰ পৰা 1.00লৈ আছে.
02: 04

Coefficient ক্ষেত্রৰ মান ব্যবহাৰ কৰি, আমি orbitalৰ আকাৰ পৰিবর্তিত কৰিব পাৰো.

02: 10 অাশেপাশে থকা orbitalৰ আকাৰ পৰিবর্তিত হোৱা লক্ষ্য কৰক.
02: 15 'Rotation বৈশিষ্ট্যত মান -180ৰ পৰা 180 লৈ আছে.
02: 20 আমি orbitalsক  ক্লকৱাইজ(সো ফালৰ পৰা) বা এন্টি ক্লকৱাইজ(বাও ফালৰ পৰা) ঘোৰাব পাৰো.
02: 25 আপ বা ডাউন এৰোচিহ্ন ব্যবহাৰ কৰি মূল্যবোৰ পৰিবর্তন কৰিব পাৰি.
02: 30 আমি বিভিন্ন ধৰনৰ Positive overlapsক প্রদর্শন কৰিবলৈ' orbitalsক ব্যবহাৰ কৰাতো চাও.
02: 36 ইয়াতে বিভিন্ন অৰবিটেলৰ 'Positive overlapৰ বাবে এখন স্লাইড অাছে.
02: 40 "s-s'overlap, 's-p'overlap, 'p-p'overlap আৰু 'p-p' side-wise overlap.


02: 51 আমি Display areaHydrogen অণু আঁকা.
02: 55 কীবোর্ডত H প্রেস কৰক.
02: 58 Co-efficient মানটো ১ লৈ সেট কৰক. ***********
03: 01 Add or modify an atom টুলত ক্লিক কৰক.
03: 04 Add a bond টুলত ক্লিক কৰক.
03: 07 নিশ্চিত কৰক যে বন্ডৰ দৈর্ঘ্য প্রায় 130 হয়.
03: 11 Display areaত ক্লিক কৰক.
03: 14 Hydrogen অণু গঠিত হয়.
03: 17 s-s' end-on অভাৰলেপৰ সৈতে আৰম্ভ কৰা যাওক.
03: 20 '

Add or modify an atomic orbital' টুলত ক্লিক কৰক

03: 24  

's' orbitalত ক্লিক কৰক,

03: 28 তাৰপিছত Hydrogen অণুৰ Hydrogen পৰমাণুত ক্লিক কৰক.  *****
03: 33  

's-s' end-on  ওভাৰল্যাপ মন কৰক.

03: 35 এতিয়া 'p-p' end-on  ওভাৰল্যাপ যাও
03: 38 কীবোর্ডত F প্রেস কৰক .
03: 42 Add or modify an atom' টুলত ক্লিক কৰক.
03: 45  

Add a bond টুলত ক্লিক কৰক.

03: 49 নিশ্চিত কৰক যে বন্ডৰ দৈর্ঘ্য প্রায় 200 হয়.
03: 53 Display areaত  ক্লিক কৰক.
03: 56  

Fluorineঅণু গঠিত হয়.

03: 59 Add or modify an atomic orbital' টুলত ক্লিক কৰক
04: 02 'p' orbitalত ক্লিক কৰক.
04: 05 'p-p' end-on overlap গঠন কৰিবলৈ আমাক সমতল দিশত 'p' orbitalsৰ ' প্রয়োজন হয়.
04: 11 আমি Rotation' ৰ মানটো 90 লৈ বৃদ্ধি কৰো.
04: 15

'p' orbitalত ক্লিক কৰক.

04: 18 এটা 'Fluorine পৰমাণুত ক্লিক কৰক.
04: 21 এনেভাবে , প্রক্রিয়াটো পুনৰায় কৰক আৰ 'p' orbitalক '-90'(minus90)লৈ ৰোটেত কৰক.
04: 27 অন্যান্য Fluorine পৰমাণুত ক্লিক কৰক.
04: 30 আপোনি যদি পৰিষ্কাৰভাবে অৰবিটেলটো দেখিব পৰা নাই, এই ক্ষেত্রত, আপোনি অৰবিটেলৰ মাপ পৰিবর্তন কৰিব পাৰে.
04: 36 এইটো কৰিবলৈ, আমি ''Coefficientৰ মান পৰিবর্তন কৰিব লাগিব.
04: 40 orbitalত সো ক্লিক কৰক, Orbital নির্বাচন কৰক তাৰপিছত Propertiesত ক্লিক কৰক
04: 46 "Orbital properties' ডায়লগ বক্স প্রর্দশিত হয়.
04: 50 আপোনি এটা সঠিক ওভাৰলেপ চোৱা লৈকে Coefficientৰ মান হ্রাস কৰক.  ********
04: 54 Closeবাটনত ক্লিক কৰক 
04: 57 মই অন্য অৰবিটেলৰ বাবে প্রক্রিয়াটো পুনৰায় কৰিম ***********
05: 01 'p-p' end-on ওভাৰলেপ মন কৰক
05: 04 'dz^2' orbital বয়ৱহাৰ কৰি 'd-d' end-on overlap লৈ যাও. ****
05: 09 Display Area লৈ আহক আৰু কিবৰ্ডত ডাঙৰ আখৰ F টিপক.
05: 14 তালিকাৰ পৰা Fe নির্বাচন কৰক.
05: 17 Add or modify an atom টুলত ক্লিক কৰক.
05: 20 Display areaত ক্লিক কৰক.
05: 23 Add a bond ' টুলত ক্লিক কৰক.
05: 26 এটা বন্ড আঁকিবলৈ iron(Fe) পৰমাণুত ক্লিক কৰক.
05: 29 'Add or modify an atomic orbital ' টুলত ক্লিক কৰক
05: 32 'dz^2' orbital 'ৰেডিও বাটন' নির্বাচন কৰক
05: 37 সঠিক ওভাৰলেপৰ বাবে,  Coefficient মান 0.8 লৈ হ্রাস কৰক . ******
05: 42 "dz^2" orbitals ওভাৰল্যাপ কৰিবলৈ bonded Iron পৰমাণুত ক্লিক কৰক.
05: 49 'd-d' end-on ওভাৰলেপ লক্ষ্য কৰক
05: 52 এতিয়া 'p'অৰবিটেলৰ side-wise ওভাৰলেপৰ সম্পর্কে জনা যাওক.
05: 57 নিশ্চিত কৰক যে বর্তমানৰ উপাদান Carbon হয়.
06: 02 Add a bond' টুলত ক্লিক কৰক.
06: 05 'নিশ্চিত কৰক যে Bond length ৰ ' প্রায় 90 হয় ********
06: 08 Display areaত ক্লিক কৰক.
06: 12

Add or modify an atomic orbital  টুলত ক্লিক কৰক

06: 16 'Coefficientৰ  মান ১লৈ বৃদ্ধি কৰক **********
06: 20 'p' orbital ৰেডিও বাটনত ক্লিক কৰক.
06: 23 যদি ই সমতল স্হানত আছে তেনেহলে 'p' orbitalক লম্ব স্হানলৈ ঘোৰাওক.
06: 29 বন্দৰ প্রান্তত ক্লিক কৰক.
06: 32 'p-p' side-wise ওভাৰলেপ লক্ষ্য কৰক

  

06: 37 এই ধৰনৰ ওভাৰলেপত orbitalsলোববোৰ একেই চিহ্নৰ হয়.  *********
06: 43 ইয়াৰ পিছত, আমি negative আৰু zero overlaps লৈ যাও
06: 46 ইয়াতে negative' ওভাৰল্যাপৰ বাবে এখন স্লাইড আছে.
06: 51 আমি এখন নতুন 'GChempaint' আবেদন খোলিছো.
06: 55 এতিয়া, আমি এটা 'negative overlap  কিভাবে আঁকে, প্রদর্শন কৰিম.
06: 59 Add a bond' টুলত ক্লিক কৰক.
07: 02 নিশ্চিত কৰক যে বন্ডৰ দৈর্ঘ্য প্রায় 90 হয়.
07: 05 Display areaত ক্লিক কৰক.
07: 08  Add or modify an atomic orbital টুল ক্লিক কৰক.
07: 12 'p' orbital ৰেডিও বাটনত ক্লিক কৰক তাৰপিছত বন্ডৰ প্রান্তত ক্লিক কৰক
07: 17 উলটাইয়া তললৈ ফ্লিপ কৰিবলৈ 'p' orbitalক 180 ডিগ্রী লৈ ঘোৰাওক *******    ***
07: 23 তাৰপিছত বন্ডৰ অন্যান্য প্রান্তত ক্লিক কৰক.
07: 27 negative overlap লক্ষ্য কৰক
07: 29 এই ধৰনৰ ওভাৰলেপত, orbitalsৰ লোববোৰ বিপৰীত চিহ্নত আছে. *******
07: 34 এতিয়া zero overlap তৈয়াৰ কৰা শিকা যাওক.
07: 38 ইয়াতে zero overlapৰ বাবে এখন স্লাইড আছে.
07: 42 Add a bond' টুলত ক্লিক কৰক.
07: 45 Display areaত ক্লিক কৰক
07: 48 Add or modify an atomic orbital টুলত ক্লিক কৰক
07: 52 'p' orbitalত ক্লিক কৰক.
07: 54 'p' orbital'ক মূল অবস্থানলৈ ঘোৰাওক'


07: 59 বন্ডৰ প্রান্তত ক্লিক কৰক.
08: 02

s' orbitalত ক্লিক কৰক.


08: 05 আৰু তাৰপিছত বন্ডৰ অন্যান্য প্রান্তত ক্লিক কৰক.
08: 09 'zero overlap লক্ষ্য কৰক
08: 12 এই ধৰনৰ ওভাৰলেপত, orbitalsৰ অভিযোজন ( orientation) একেই হয়.
08: 17 আমি শিকাখিনিক সংক্ষেপ কৰা যাওক.
08: 20 এই টিউটোৰিয়েলত আমি অৰবিটেলৰ বিভিন্ন ধৰনৰ সম্পর্কে শিকিলো,
08:24 * End-on আৰু side-wise overlaps
08:27 * Rotation আৰু orbitals মাপ পৰিবৰ্তন কৰা
08:30 * Positive, negative আৰু zero overlap.
08: 34 ইয়াতে এটা নিয়োগ আছে.
08: 36 * হাইড্রোজেন ক্লোৰাইড (H-Cl) অণুৰ সৈতে 's-p' end-on ওভাৰলেপ আকক 
08: 40 *dxy-dxy' অৰবিটেলৰ side-wise ওভাৰলেপ আকক
08: 44 * অন্যান্য নেতিবাচক আৰু শূন্য ওভাৰল্যাপ আঁকক.
08: 48 * ইঙ্গিত: সঠিক ওভাৰলেপৰ বাবে অৰবিটেলক ঘোৰাওক আৰু মাপ পৰিবর্তন কৰক.
08: 56 আপোনাৰ সমাপ্ত নিয়োগটো এনেধৰনৰ হোৱা উচিত.
09:00 তলৰ সংযোগত থকা ভিদিয়'তো চাওক । 'http://spoken-tutorial.org/What_is_a_Spoken_ tutorial
09:04 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
09:07 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
09:12 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
09:16 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
09:20 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
09:27 স্পোকেন টিউটোৰিয়েল প্রযেক্ত এটা শিক্ষকৰ লগত কথা পতা প্রযেক্ত ।
09:31 ইয়াক সহাই কৰিছে নেচনেল মিছন অন এডুকেছনেল, আই.চি.তি., এম.এইচ.আৰ.দি., ভাৰত চৰকাৰ ।
09:37 অধিক তথ্যৰ বাবে চাওক: স্পোকেন হাইফেন টিউটোৰিয়েল ডত ও আৰ জি স্লেচ্ এন.এম.ই.আই.চি.তি

হাইফেন ইনত্ৰো । http://spoken-tutorial.org/NMEICT-Intro]

09:43 Drawings are contributed by Arathi
09:45 This is Mousumi Medhi from IIT Bombay signing off. Thank you for joining.

Contributors and Content Editors

Mousumi, PoojaMoolya