GChemPaint/C3/Orbital-Overlap/Assamese
From Script | Spoken-Tutorial
Time | Narration | |
00: 00 | নমস্কাৰ দৰ্শক সকল. | |
00: 01 | ' 'GChemPaint' ত Orbital Overlap'ৰ এই টিউটোৰিয়েললৈ স্বাগতম. | |
00: 06 | এই টিউটোৰিয়েলত, আমি শিকিম | |
00: 08 | * অৰবিটেলৰ বিভিন্ন ধৰনৰ সম্পর্কে | |
00: 11 | * অৰবিটেলৰ ৰোটেছন আৰু ৰিচাইজ | |
00: 14 | অৰবিটেল অভাৰলেপ্চৰ ধৰন | |
00: 17 | ইয়াত আমি 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমেৰ সংস্কৰণ 12.04 ব্যবহাৰ কৰিছো. | |
00: 21 | 'GChemPaint' সংস্কৰণ 0.12.10. | |
00: 26 | এই টিউটোৰিয়েল অনুসৰণ কৰিবলৈ, আপোনি | |
00: 31 | 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হব লাগিব | |
00: 34 | যদি নাজানে তেনেহলে প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট চাওক. | |
00: 38 | আমি প্রথমে atomic orbital কি চাও. | |
00: 42 | atomic orbital এটা গাণিতিক ফাংশন হয়. | |
00: 46 | ই এটা পৰমাণুত এটা ইলেকট্রনৰ তৰঙ্গ নিচিনা আচৰণ বর্ণনা কৰে. ***** | |
00: 52 | এটা অৰবিটেল এটা ইলেক্ট্রন খুঁজে বেৰ কৰাৰ সর্বোচ্চ সম্ভাবনা সঙ্গে এটা স্থান অঞ্চল. *** | |
00: 58 | এইটো এটা
's' orbital হয়. | |
01: 00 | ইয়াত sphericalআকৃতি আছে. | |
01: 03 | ইয়াত বিভিন্ন অক্ষত 'p' 'অৰবিটেল' আছে. ****** | |
01: 06 | 'p' 'অৰবিটেলবোৰ "dumb-bell" আকৃতিৰ হয়. | |
01: 09 | পিছত, আমাৰ উচৰত বিভিন্ন অক্ষত 'd' orbitals আছে ******* | |
01: 13 | 'd 'অৰবিটেলবোৰ double "dumb-bell" আকৃতিৰ' 'হয়' . | |
01: 17 | আমি এটা নতুন 'GChemPaint' আবেদন খোলিছো. | |
01: 20 | আমি প্রথমে 'অৰবিটেলৰ' সম্পর্কে শিকো. | |
01: 24 | Add or modify an atomic orbital
টুলত ক্লিক কৰক | |
01: 28 |
Orbital সম্পত্তি(property) উইন্ডো প্রর্দশিত হয়. | |
01: 30 | এই উইন্ডোত Coefficient, Rotation আৰু Type নিচিনা ক্ষেত্র আছে. | |
01: 36 | প্রথমে, আমি Typeৰ সৈতে আৰম্ভ কৰো. | |
01: 40 | ডিফল্টৰুপে, 's' orbital নির্বাচিত হয়. | |
01: 42 | p, d xy and d z square orbital ৰেডিও বাটনত ক্লিক কৰো ****** | |
01: 50 | আশেপাশে প্রদর্শিত বিভিন্ন orbital আকাৰ লক্ষ্য কৰক. | |
01: 54 | পৰবর্তীতে আমি Coefficient আৰু Rotation বৈশিষ্ট্য পৰীক্ষা কৰো. | |
01: 59 | Coefficient বৈশিষ্ট্যত মান -1.00 ৰ পৰা 1.00লৈ আছে. | |
02: 04 |
Coefficient ক্ষেত্রৰ মান ব্যবহাৰ কৰি, আমি orbitalৰ আকাৰ পৰিবর্তিত কৰিব পাৰো. | |
02: 10 | অাশেপাশে থকা orbitalৰ আকাৰ পৰিবর্তিত হোৱা লক্ষ্য কৰক. | |
02: 15 | 'Rotation বৈশিষ্ট্যত মান -180ৰ পৰা 180 লৈ আছে. | |
02: 20 | আমি orbitalsক ক্লকৱাইজ(সো ফালৰ পৰা) বা এন্টি ক্লকৱাইজ(বাও ফালৰ পৰা) ঘোৰাব পাৰো. | |
02: 25 | আপ বা ডাউন এৰোচিহ্ন ব্যবহাৰ কৰি মূল্যবোৰ পৰিবর্তন কৰিব পাৰি. | |
02: 30 | আমি বিভিন্ন ধৰনৰ Positive overlapsক প্রদর্শন কৰিবলৈ' orbitalsক ব্যবহাৰ কৰাতো চাও. | |
02: 36 | ইয়াতে বিভিন্ন অৰবিটেলৰ 'Positive overlapৰ বাবে এখন স্লাইড অাছে. | |
02: 40 | "s-s'overlap, 's-p'overlap, 'p-p'overlap আৰু 'p-p' side-wise overlap.
| |
02: 51 | আমি Display areaত Hydrogen অণু আঁকা. | |
02: 55 | কীবোর্ডত H প্রেস কৰক. | |
02: 58 | Co-efficient মানটো ১ লৈ সেট কৰক. *********** | |
03: 01 | Add or modify an atom টুলত ক্লিক কৰক. | |
03: 04 | Add a bond টুলত ক্লিক কৰক. | |
03: 07 | নিশ্চিত কৰক যে বন্ডৰ দৈর্ঘ্য প্রায় 130 হয়. | |
03: 11 | Display areaত ক্লিক কৰক. | |
03: 14 | Hydrogen অণু গঠিত হয়. | |
03: 17 | s-s' end-on অভাৰলেপৰ সৈতে আৰম্ভ কৰা যাওক. | |
03: 20 | '
Add or modify an atomic orbital' টুলত ক্লিক কৰক | |
03: 24 |
's' orbitalত ক্লিক কৰক, | |
03: 28 | তাৰপিছত Hydrogen অণুৰ Hydrogen পৰমাণুত ক্লিক কৰক. ***** | |
03: 33 |
's-s' end-on ওভাৰল্যাপ মন কৰক. | |
03: 35 | এতিয়া 'p-p' end-on ওভাৰল্যাপ যাও | |
03: 38 | কীবোর্ডত F প্রেস কৰক . | |
03: 42 | Add or modify an atom' টুলত ক্লিক কৰক. | |
03: 45 |
Add a bond টুলত ক্লিক কৰক. | |
03: 49 | নিশ্চিত কৰক যে বন্ডৰ দৈর্ঘ্য প্রায় 200 হয়. | |
03: 53 | Display areaত ক্লিক কৰক. | |
03: 56 |
Fluorineঅণু গঠিত হয়. | |
03: 59 | Add or modify an atomic orbital' টুলত ক্লিক কৰক | |
04: 02 | 'p' orbitalত ক্লিক কৰক. | |
04: 05 | 'p-p' end-on overlap গঠন কৰিবলৈ আমাক সমতল দিশত 'p' orbitalsৰ ' প্রয়োজন হয়. | |
04: 11 | আমি Rotation' ৰ মানটো 90 লৈ বৃদ্ধি কৰো. | |
04: 15 |
'p' orbitalত ক্লিক কৰক. | |
04: 18 | এটা 'Fluorine পৰমাণুত ক্লিক কৰক. | |
04: 21 | এনেভাবে , প্রক্রিয়াটো পুনৰায় কৰক আৰ 'p' orbitalক '-90'(minus90)লৈ ৰোটেত কৰক. | |
04: 27 | অন্যান্য Fluorine পৰমাণুত ক্লিক কৰক. | |
04: 30 | আপোনি যদি পৰিষ্কাৰভাবে অৰবিটেলটো দেখিব পৰা নাই, এই ক্ষেত্রত, আপোনি অৰবিটেলৰ মাপ পৰিবর্তন কৰিব পাৰে. | |
04: 36 | এইটো কৰিবলৈ, আমি ''Coefficientৰ মান পৰিবর্তন কৰিব লাগিব. | |
04: 40 | orbitalত সো ক্লিক কৰক, Orbital নির্বাচন কৰক তাৰপিছত Propertiesত ক্লিক কৰক | |
04: 46 | "Orbital properties' ডায়লগ বক্স প্রর্দশিত হয়. | |
04: 50 | আপোনি এটা সঠিক ওভাৰলেপ চোৱা লৈকে Coefficientৰ মান হ্রাস কৰক. ******** | |
04: 54 | Closeবাটনত ক্লিক কৰক | |
04: 57 | মই অন্য অৰবিটেলৰ বাবে প্রক্রিয়াটো পুনৰায় কৰিম *********** | |
05: 01 | 'p-p' end-on ওভাৰলেপ মন কৰক | |
05: 04 | 'dz^2' orbital বয়ৱহাৰ কৰি 'd-d' end-on overlap লৈ যাও. **** | |
05: 09 | Display Area লৈ আহক আৰু কিবৰ্ডত ডাঙৰ আখৰ F টিপক. | |
05: 14 | তালিকাৰ পৰা Fe নির্বাচন কৰক. | |
05: 17 | Add or modify an atom টুলত ক্লিক কৰক. | |
05: 20 | Display areaত ক্লিক কৰক. | |
05: 23 | Add a bond ' টুলত ক্লিক কৰক. | |
05: 26 | এটা বন্ড আঁকিবলৈ iron(Fe) পৰমাণুত ক্লিক কৰক. | |
05: 29 | 'Add or modify an atomic orbital ' টুলত ক্লিক কৰক | |
05: 32 | 'dz^2' orbital 'ৰেডিও বাটন' নির্বাচন কৰক | |
05: 37 | সঠিক ওভাৰলেপৰ বাবে, Coefficient মান 0.8 লৈ হ্রাস কৰক . ****** | |
05: 42 | "dz^2" orbitals ওভাৰল্যাপ কৰিবলৈ bonded Iron পৰমাণুত ক্লিক কৰক. | |
05: 49 | 'd-d' end-on ওভাৰলেপ লক্ষ্য কৰক | |
05: 52 | এতিয়া 'p'অৰবিটেলৰ side-wise ওভাৰলেপৰ সম্পর্কে জনা যাওক. | |
05: 57 | নিশ্চিত কৰক যে বর্তমানৰ উপাদান Carbon হয়. | |
06: 02 | Add a bond' টুলত ক্লিক কৰক. | |
06: 05 | 'নিশ্চিত কৰক যে Bond length ৰ ' প্রায় 90 হয় ******** | |
06: 08 | Display areaত ক্লিক কৰক. | |
06: 12 |
Add or modify an atomic orbital টুলত ক্লিক কৰক | |
06: 16 | 'Coefficientৰ মান ১লৈ বৃদ্ধি কৰক ********** | |
06: 20 | 'p' orbital ৰেডিও বাটনত ক্লিক কৰক. | |
06: 23 | যদি ই সমতল স্হানত আছে তেনেহলে 'p' orbitalক লম্ব স্হানলৈ ঘোৰাওক. | |
06: 29 | বন্দৰ প্রান্তত ক্লিক কৰক. | |
06: 32 | 'p-p' side-wise ওভাৰলেপ লক্ষ্য কৰক
| |
06: 37 | এই ধৰনৰ ওভাৰলেপত orbitalsলোববোৰ একেই চিহ্নৰ হয়. ********* | |
06: 43 | ইয়াৰ পিছত, আমি negative আৰু zero overlaps লৈ যাও | |
06: 46 | ইয়াতে negative' ওভাৰল্যাপৰ বাবে এখন স্লাইড আছে. | |
06: 51 | আমি এখন নতুন 'GChempaint' আবেদন খোলিছো. | |
06: 55 | এতিয়া, আমি এটা 'negative overlap কিভাবে আঁকে, প্রদর্শন কৰিম. | |
06: 59 | Add a bond' টুলত ক্লিক কৰক. | |
07: 02 | নিশ্চিত কৰক যে বন্ডৰ দৈর্ঘ্য প্রায় 90 হয়. | |
07: 05 | Display areaত ক্লিক কৰক. | |
07: 08 | Add or modify an atomic orbital টুল ক্লিক কৰক. | |
07: 12 | 'p' orbital ৰেডিও বাটনত ক্লিক কৰক তাৰপিছত বন্ডৰ প্রান্তত ক্লিক কৰক | |
07: 17 | উলটাইয়া তললৈ ফ্লিপ কৰিবলৈ 'p' orbitalক 180 ডিগ্রী লৈ ঘোৰাওক ******* *** | |
07: 23 | তাৰপিছত বন্ডৰ অন্যান্য প্রান্তত ক্লিক কৰক. | |
07: 27 | negative overlap লক্ষ্য কৰক | |
07: 29 | এই ধৰনৰ ওভাৰলেপত, orbitalsৰ লোববোৰ বিপৰীত চিহ্নত আছে. ******* | |
07: 34 | এতিয়া zero overlap তৈয়াৰ কৰা শিকা যাওক. | |
07: 38 | ইয়াতে zero overlapৰ বাবে এখন স্লাইড আছে. | |
07: 42 | Add a bond' টুলত ক্লিক কৰক. | |
07: 45 | Display areaত ক্লিক কৰক | |
07: 48 | Add or modify an atomic orbital টুলত ক্লিক কৰক | |
07: 52 | 'p' orbitalত ক্লিক কৰক. | |
07: 54 | 'p' orbital'ক মূল অবস্থানলৈ ঘোৰাওক'
| |
07: 59 | বন্ডৰ প্রান্তত ক্লিক কৰক. | |
08: 02 |
s' orbitalত ক্লিক কৰক.
| |
08: 05 | আৰু তাৰপিছত বন্ডৰ অন্যান্য প্রান্তত ক্লিক কৰক. | |
08: 09 | 'zero overlap লক্ষ্য কৰক | |
08: 12 | এই ধৰনৰ ওভাৰলেপত, orbitalsৰ অভিযোজন ( orientation) একেই হয়. | |
08: 17 | আমি শিকাখিনিক সংক্ষেপ কৰা যাওক. | |
08: 20 | এই টিউটোৰিয়েলত আমি অৰবিটেলৰ বিভিন্ন ধৰনৰ সম্পর্কে শিকিলো, | |
08:24 | * End-on আৰু side-wise overlaps | |
08:27 | * Rotation আৰু orbitals মাপ পৰিবৰ্তন কৰা | |
08:30 | * Positive, negative আৰু zero overlap. | |
08: 34 | ইয়াতে এটা নিয়োগ আছে. | |
08: 36 | * হাইড্রোজেন ক্লোৰাইড (H-Cl) অণুৰ সৈতে 's-p' end-on ওভাৰলেপ আকক | |
08: 40 | *dxy-dxy' অৰবিটেলৰ side-wise ওভাৰলেপ আকক | |
08: 44 | * অন্যান্য নেতিবাচক আৰু শূন্য ওভাৰল্যাপ আঁকক. | |
08: 48 | * ইঙ্গিত: সঠিক ওভাৰলেপৰ বাবে অৰবিটেলক ঘোৰাওক আৰু মাপ পৰিবর্তন কৰক. | |
08: 56 | আপোনাৰ সমাপ্ত নিয়োগটো এনেধৰনৰ হোৱা উচিত. | |
09:00 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । 'http://spoken-tutorial.org/What_is_a_Spoken_ tutorial | |
09:04 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । | |
09:07 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । | |
09:12 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে | |
09:16 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । | |
09:20 | অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org | |
09:27 | স্পোকেন টিউটোৰিয়েল প্রযেক্ত এটা শিক্ষকৰ লগত কথা পতা প্রযেক্ত । | |
09:31 | ইয়াক সহাই কৰিছে নেচনেল মিছন অন এডুকেছনেল, আই.চি.তি., এম.এইচ.আৰ.দি., ভাৰত চৰকাৰ । | |
09:37 | অধিক তথ্যৰ বাবে চাওক: স্পোকেন হাইফেন টিউটোৰিয়েল ডত ও আৰ জি স্লেচ্ এন.এম.ই.আই.চি.তি
হাইফেন ইনত্ৰো । http://spoken-tutorial.org/NMEICT-Intro] | |
09:43 | Drawings are contributed by Arathi | |
09:45 | This is Mousumi Medhi from IIT Bombay signing off. Thank you for joining. |